Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    আইচকিউব নিউট্ৰিনো অবজাৰভেটৰীলৈ অৱদানৰ বাবে পদাৰ্থ বিজ্ঞানত ন’বেল ফ্ৰান্সিছ হালজেনৰ

    বাহিৰৰ পৰা অহা চেনিয়েই পৃথিৱীত আদিম প্ৰাণৰ কাৰিকৰ?

    একে খাদ্য খাব নোৱাৰে বিমানৰ দুই পাইলটে

    একে খাদ্য খাব নোৱাৰে বিমানৰ দুই পাইলটে

    আমেৰিকা-জার্মানীৰ তিনি বিজ্ঞানীলৈ চিকিৎসা বিজ্ঞানৰ ন’বেল বঁটা ঘোষণা

    জ্ঞানেশৰ মুখা খুলিল সর্বোচ্চ ন্যায়ালয়ত

    গাদী হেৰুওৱাটো নিশ্চিত হ’ল হৰদ্বীপ পুৰীসহ দুই মন্ত্ৰীৰ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    বক্স অফিচত মুক্তিৰ দিনাই চমক ‘দৃশ্যম-৩’ৰঃ ৫০ কোটি টকাৰ ব্যৱসায়

    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

    ‘পাকিস্তান জিন্দাবাদ’ ধ্বনি দি বিতৰ্কত আয়ুষ্মান: অৱশেষত মুখ খুলিলে অভিনেতাই

    পুনৰ আহিব আৰিয়ান খানৰ ‘দ্য বেছ অৱ বলিউদ ২’

    কৰীনাই ক্ৰেচ ডায়েট ভাল নাপায়, টাইমুৰৰ জন্মৰ পিছত কেনেকৈ কমি গ’ল অভিনেত্ৰীগৰাকীৰ ওজন?

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    শেৱালি ফুলৰো আছে ঔষধি গুণ

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    গেছ চিলিণ্ডাৰ কিনিবলৈ ৬০০ টকালৈকে মাইক্র’ লোন, ১০০ টকাকৈ সাপ্তাহিক কিস্তি

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News

একে খাদ্য খাব নোৱাৰে বিমানৰ দুই পাইলটে

publisher by publisher
October 6, 2026
in News
Reading Time: 1 min read
0
একে খাদ্য খাব নোৱাৰে বিমানৰ দুই পাইলটে
0
SHARES
4
VIEWS
ShareShareShareShare

RelatedPosts

আইচকিউব নিউট্ৰিনো অবজাৰভেটৰীলৈ অৱদানৰ বাবে পদাৰ্থ বিজ্ঞানত ন’বেল ফ্ৰান্সিছ হালজেনৰ

বাহিৰৰ পৰা অহা চেনিয়েই পৃথিৱীত আদিম প্ৰাণৰ কাৰিকৰ?

আমেৰিকা-জার্মানীৰ তিনি বিজ্ঞানীলৈ চিকিৎসা বিজ্ঞানৰ ন’বেল বঁটা ঘোষণা

PilotSafety : দৈনিক অগ্ৰদূত ডিজিটেল ডেস্ক : বিমানত যাত্রা কৰাৰ সময়ত যাত্ৰীসকলৰ নিৰাপত্তাৰ দায়িত্ব প্রধানকৈ পাইলটসকলৰ কান্ধতে থাকে। অথচ বিমানৰ ভিতৰত পাইলটসকলৰ বাবেও থাকে একাধিক বিশেষ নিৰাপত্তা বিধি। ইয়াৰ ভিতৰত এনে এক নিয়ম আছে, যিটো বহুতেই নাজানে।

ADVERTISEMENT

একেখন বিমানত থকা দুই পাইলটক সাধাৰণতে একে খাদ্য খাবলৈ দিয়া নহয়। আনকি তেওঁলোকে একেলগে বহিও খাব নোৱাৰে। ইয়াৰ অন্তৰালত আছে এক গুৰুত্বপূৰ্ণ নিৰাপত্তাজনিত কাৰণ।

সম্প্ৰতি ডুবাইৰ পৰা তেল আভিভঅভিমুখী এখন ফ্লাইডুবাই বিমানত আক্ৰমণৰ অপচেষ্টাৰ ঘটনা পোহৰলৈ অহাৰ পাছতে পাইলটসকলৰ দায়িত্ব আৰু নিৰাপত্তাক লৈ আলোচনা আৰম্ভ হৈছে। সেই ঘটনাত ভাৰতীয় বংশোদ্ভৱ পাইলট কেপ্টেইন স্মিতে সাহসিকতাৰ পৰিচয় দি ভয়ংকৰ ঘটনাক প্ৰতিৰোধ কৰে।

অভিযোগ অনুসৰি, বিমানৰ সহকাৰী পাইলটজনে তেওঁক আক্ৰমণ কৰিছিল। বিমানখনেৰে আত্মঘাতী আক্ৰমণৰ পৰিকল্পনা আছিল ওমানৰ সেই সহকাৰী পাইলটজনৰ। অৱশ্যে কেপ্টেইন স্মিতৰ সাহসিকতা আৰু ধৈৰ্যৰ বলত বিমানৰ একাংশ যাত্রী আৰু ক্রু সদস্যই পৰিস্থিতি নিয়ন্ত্রণত গুৰুত্বপূৰ্ণ ভূমিকা লয়।

অৱশ্যে পাইলটৰ খাদ্যৰ নিয়মৰ স’তে এই ঘটনাৰ কোনো পোনপটীয়া সম্পর্ক নাই। বিমানৰ নিৰাপত্তাৰ বাবে বহু বিমান সংস্থাই পূৰ্বৰে পৰা এই ব্যৱস্থা মানি চলি আহিছে। কাৰণ কেপ্টেইন আৰু ফার্স্ট অফিচাৰে যদি একেই খাদ্য খায় আৰু সেই খাদ্য কোনো কাৰণত দূষিত হয়, তেনেহ’লে দুয়ো একে সময়তে অসুস্থ হৈ পৰিব পাৰে।

সেই ক্ষেত্ৰত ককপিটত বিমান নিয়ন্ত্ৰণ কৰিব পৰাকৈ সুস্থ পাইলট নাথাকিবও পাৰে।
এই আশংকাৰ হাত সাৰিবলৈকে দুই পাইলটক পৃথক ধৰণৰ খাদ্য দিয়া হয়। যেনে এজনক যদি চিকেন বা মাছ দিয়া হয়, তেন্তে আনজনক হয়তো দিব পাৰে পাস্তা বা নিৰামিষ খাদ্য। খাদ্যৰ ধৰণৰ বিমান সংস্থাৰ নিজস্ব নিৰাপত্তা প্রটোকলৰ ওপৰত নিৰ্ভৰ কৰে।

সমান্তৰালকৈ দুজন পাইলটে সাধাৰণতে একে সময়তে আহাৰ গ্ৰহণ নকৰে। এজনে আহাৰ গ্ৰহণ কৰাৰ সময়ত আনজনে ককপিটৰ দায়িত্ব চন্তালে।

অৱশ্যে এয়া কোনো আন্তর্জাতিক বিমান চলাচলকাৰী সংস্থাৰ বাধ্যতামূলক আইন নহয়। বৰঞ্চ বহু বিমান সংস্থাই সম্ভাব্য খাদ্য বিষক্ৰিয়াৰ আশংকা হ্রাস কৰিবলৈ নিৰাপত্তা ব্যৱস্থাৰ অংশৰূপে এই নিয়ম অনুসৰণ কৰে। লক্ষ্য এটাই, যিকোনো পৰিস্থিতিতে অন্ততঃ এজন পাইলট যাতে সম্পূর্ণ সুস্থ আৰু বিমান পৰিচালনাৰ বাবে প্রস্তুত থাকে।

গাড়ী চলোৱাৰ ক্ষেত্ৰত চালকে ৰাস্তাৰ দাঁতিত গাড়ী ৰখাই খাদ্য খাব পাৰে; কিন্তু আকাশত উৰন্তবিমানৰ ক্ষেত্ৰত পৰিস্থিতি সম্পূৰ্ণ ভিন্ন। কে’বাশ যাত্ৰীৰ নিৰাপত্তা নিৰ্ভৰ কৰে ককপিটৰ পাইলটসকলৰ ওপৰত। সেয়ে পাইলটসকলৰ খাদ্যৰ পৰা বিশ্রাম- সকলো ক্ষেত্ৰতে নিৰাপত্তাক সর্বাধিক গুৰুত্ব দিয়া হয়। ফ্লাইডুবাইৰ দৰে সাম্প্ৰতিক ঘটনাৰ দৰে পৰিস্থিতিয়ে পুনৰ মনত পেলাই দিলে, বিমানত একাধিক প্রশিক্ষিত ক্রু সদস্য আৰু বিকল্প ব্যৱস্থা থকাটো কিমান গুৰুত্বপূৰ্ণ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
publisher

publisher

Related Posts

আইচকিউব নিউট্ৰিনো অবজাৰভেটৰীলৈ অৱদানৰ বাবে পদাৰ্থ বিজ্ঞানত ন’বেল ফ্ৰান্সিছ হালজেনৰ
International

আইচকিউব নিউট্ৰিনো অবজাৰভেটৰীলৈ অৱদানৰ বাবে পদাৰ্থ বিজ্ঞানত ন’বেল ফ্ৰান্সিছ হালজেনৰ

October 6, 2026
বাহিৰৰ পৰা অহা চেনিয়েই পৃথিৱীত আদিম প্ৰাণৰ কাৰিকৰ?
News

বাহিৰৰ পৰা অহা চেনিয়েই পৃথিৱীত আদিম প্ৰাণৰ কাৰিকৰ?

October 6, 2026
আমেৰিকা-জার্মানীৰ তিনি বিজ্ঞানীলৈ চিকিৎসা বিজ্ঞানৰ ন’বেল বঁটা ঘোষণা
International

আমেৰিকা-জার্মানীৰ তিনি বিজ্ঞানীলৈ চিকিৎসা বিজ্ঞানৰ ন’বেল বঁটা ঘোষণা

October 6, 2026
জ্ঞানেশৰ মুখা খুলিল সর্বোচ্চ ন্যায়ালয়ত
India

জ্ঞানেশৰ মুখা খুলিল সর্বোচ্চ ন্যায়ালয়ত

October 6, 2026
গাদী হেৰুওৱাটো নিশ্চিত হ’ল হৰদ্বীপ পুৰীসহ দুই মন্ত্ৰীৰ
India

গাদী হেৰুওৱাটো নিশ্চিত হ’ল হৰদ্বীপ পুৰীসহ দুই মন্ত্ৰীৰ

October 6, 2026
জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত পথত বিৰোধী সাংসদ, ৰাহুলৰ স’তে মিছিলত অভিষেক

  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d