Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    আইচকিউব নিউট্ৰিনো অবজাৰভেটৰীলৈ অৱদানৰ বাবে পদাৰ্থ বিজ্ঞানত ন’বেল ফ্ৰান্সিছ হালজেনৰ

    বাহিৰৰ পৰা অহা চেনিয়েই পৃথিৱীত আদিম প্ৰাণৰ কাৰিকৰ?

    একে খাদ্য খাব নোৱাৰে বিমানৰ দুই পাইলটে

    একে খাদ্য খাব নোৱাৰে বিমানৰ দুই পাইলটে

    আমেৰিকা-জার্মানীৰ তিনি বিজ্ঞানীলৈ চিকিৎসা বিজ্ঞানৰ ন’বেল বঁটা ঘোষণা

    জ্ঞানেশৰ মুখা খুলিল সর্বোচ্চ ন্যায়ালয়ত

    গাদী হেৰুওৱাটো নিশ্চিত হ’ল হৰদ্বীপ পুৰীসহ দুই মন্ত্ৰীৰ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    বক্স অফিচত মুক্তিৰ দিনাই চমক ‘দৃশ্যম-৩’ৰঃ ৫০ কোটি টকাৰ ব্যৱসায়

    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

    ‘পাকিস্তান জিন্দাবাদ’ ধ্বনি দি বিতৰ্কত আয়ুষ্মান: অৱশেষত মুখ খুলিলে অভিনেতাই

    পুনৰ আহিব আৰিয়ান খানৰ ‘দ্য বেছ অৱ বলিউদ ২’

    কৰীনাই ক্ৰেচ ডায়েট ভাল নাপায়, টাইমুৰৰ জন্মৰ পিছত কেনেকৈ কমি গ’ল অভিনেত্ৰীগৰাকীৰ ওজন?

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    শেৱালি ফুলৰো আছে ঔষধি গুণ

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    গেছ চিলিণ্ডাৰ কিনিবলৈ ৬০০ টকালৈকে মাইক্র’ লোন, ১০০ টকাকৈ সাপ্তাহিক কিস্তি

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

জ্ঞানেশৰ মুখা খুলিল সর্বোচ্চ ন্যায়ালয়ত

publisher by publisher
October 6, 2026
in India, News
Reading Time: 1 min read
0
জ্ঞানেশৰ মুখা খুলিল সর্বোচ্চ ন্যায়ালয়ত
1
SHARES
8
VIEWS
ShareShareShareShare

RelatedPosts

আইচকিউব নিউট্ৰিনো অবজাৰভেটৰীলৈ অৱদানৰ বাবে পদাৰ্থ বিজ্ঞানত ন’বেল ফ্ৰান্সিছ হালজেনৰ

বাহিৰৰ পৰা অহা চেনিয়েই পৃথিৱীত আদিম প্ৰাণৰ কাৰিকৰ?

একে খাদ্য খাব নোৱাৰে বিমানৰ দুই পাইলটে

CJP : দৈনিক অগ্ৰদূত ডিজিটেল ডেস্ক : এটাৰ পাছত আনটো বিতৰ্কৰ গৰাহত পৰিছে দেশৰ গণতন্ত্র ৰক্ষাৰ অন্যতম ধ্বজাবাহী সংস্থা নির্বাচন আয়োগ। মুখ্য নির্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰৰ কুকীর্তি ফাদিলৰ পাছত বিভিন্ন পক্ষই তেওঁৰ বিৰুদ্ধে ব্যবস্থা গ্রহণৰ বাবে উচ্চতম ন্যায়ালয়ৰ শৰণাপন্ন হোৱাত এইবাৰ সৰ্বোচ্চ ন্যায়ালয়তো উন্মোচিত হৈছে তেওঁৰ একাধিক মিথ্যাচাৰ।

ADVERTISEMENT

ভোটাৰ তালিকাৰ বিশেষ গভীৰ পুনৰীক্ষণ (এছআইআৰ) ক লৈ যিমান বিতর্ক হৈছে নতুন ভোটাৰৰ নাম তালিকাভুক্ত কৰাৰ প্ৰপত্ৰ ৬ৰ সালসলনিক লৈও সমানে বিতর্ক হৈছে। যোৱা ২৬ ছেপ্টেম্বৰত নিৰ্বাচন আয়োগে এক বিবৃতিত দাবী কৰিছিল যে প্ৰপত্ৰ ৬ৰ আবেদনৰ স’তে ভোটাৰসকলক যি ঘোষণাপত্র দিবলৈ কোৱা হৈছে, তাত অনুমোদন দিছিল উচ্চতম ন্যায়ালয়ে।

এইবাৰ আয়োগৰ এই বক্তব্যক লৈয়ে সর্বোচ্চ ন্যায়ালয়ে প্রশ্ন উত্থাপন কৰিছে। মুখ্য ন্যায়াধীশ সূর্য কান্তৰ বিচাৰপীঠে আজি আবেদনসমূহৰ শুনানিত কয় যে প্ৰপত্ৰ ৬ৰ সালসলনিত উচ্চতম ন্যায়ালয়ে কোনো অনুমোদন দিয়া নাই। এই সালসলনিত কোনে অনুমোদন দিছিল সেয়া জানিব বিচাৰিছে উচ্চতম ন্যায়ালয়ে।

উল্লেখ্য যে এইবাৰ এছআইআৰৰ সময়ত নতুন ভোটাৰসকলে এই প্ৰপত্ৰৰ স’তে সংলগ্ন অতিৰিক্ত ঘোষণাপত্ৰত পূৰ্বৰ এছআইআৰত তেওঁৰ নিজৰ, পিতৃ-মাতৃ বা ককাক-আইতাকৰ নাম আছিল নে নাই সেয়া জনাবলগীয়া হৈছে। তাকে লৈয়ে বিতৰ্কৰ সৃষ্টি হয়। ইয়াৰ ফলত বৈধ ভোটাৰৰ নাম বাদ পৰিব পাৰে বুলি অভিযোগ উত্থাপিত হয়।

এই বিষয়ে ‘দ্য ইণ্ডিয়ান এক্সপ্রেছ’ত প্রকাশ পোৱাত দেশজুৰি হুলস্থুলৰ সৃষ্টি হয়। জ্ঞানেশৰ মুখা খুলি দিয়া এই প্রতিবেদন অনুসৰি নিৰ্বাচন আয়ুক্ত সুখবীন্দৰ সিং সান্ধুরে হতবাক হৈ কৈছিল যে চৰকাৰে এই সম্পৰ্কীয় ১৯৮০ৰ ভোটাৰ তালিকাৰ পঞ্জীয়ন সংযোজন কৰাৰ পূৰ্বে প্ৰপত্ৰ সলনি কৰাটো সঠিক নহ’ব। কিয়নো আইন অনুসৰি, সংশোধন অবিহনে এই সিদ্ধান্ত গ্রহণ কৰিব নোৱাৰি।

অভিযোগ অনুসৰি, সান্ধুৰএই সতর্কবাণী গ্রাহ্য কৰা নহ’ল। সান্ধুৱে প্ৰপত্ৰ ৬ৰ এই সালসলনিত অনুমোদনহীন আৰু বেআইনী বুলি আপত্তি দর্শাইছিল আৰু ইয়াক প্ৰত্যাহাৰৰ কথা কৈছিল। ইপিনে, যোৱা ২৬ ছেপ্টেম্বৰত এক বিবৃতিত আয়োগে দাবী কৰে যে প্ৰপত্ৰ ৬ৰ আবেদনৰ স’তে সংলগ্ন ঘোষণাপত্র বাহাল ৰাখিছে উচ্চতম ন্যায়ালয়ে।

কালি মুখ্য ন্যায়াধীশ সূর্য কান্তই প্রশ্ন কৰে, ‘সংশোধিত প্ৰপত্ৰ ৬ৰ অনুমোদন আমি দিয়া নাই। এয়া স্পষ্ট কৰাৰ প্ৰয়োজন আছে।’ তাৰ পাছত তেওঁ পুনৰ কয়, ‘যেতিয়াই নথি জমা কৰা হয়, তেতিয়া চাব বিচাৰো যে তাত কোনে অনুমোদন দিছে।’ ইয়াকে লৈ বিৰোধী নেতাসকলে কটাক্ষ কৰে।

তৃণমূল সাংসদ অভিষেক বন্দোপাধ্যায়ে সামাজিক মাধ্যম ‘এক্স’ত প্রশ্ন কৰে, ‘কোনে দেশক ভুল পথে পৰিচালিত কৰিছে? এই দ্বন্দ্ব আমাৰ দেশৰ ভিতৰত আছে।’ তেওঁ শাসক পক্ষৰ ভোট চুৰি কৰা বুলি দাবী কৰে।

উল্লেখ্য যে পাটনাৰ বাসিন্দা ৰাকেশ কুমাৰ সিং আৰু অধিবক্তা শৈলেন্দ্র মণি ত্রিপাঠীয়ে ৰুজু কৰা গোচৰৰ শুনানিৰ পর্যবেক্ষণত উচ্চতম ন্যায়ালয়ে সোমবাৰে এই কথা কয়। জ্ঞানেশৰ নেতৃত্বত আয়োগৰ বিভিন্ন সিদ্ধান্ত গ্রহণৰ পদ্ধতিক লৈ গোচৰ ৰুজু কৰা হৈছে উচ্চতম ন্যায়ালয়ত।

এই গোচৰসমূহৰ সমাধান নোহোৱা পর্যন্ত জ্ঞানেশক নিলম্বিত কৰাৰ বাবেও এক জনস্বার্থজড়িত গোচৰ ৰুজু হয়। এছআইআৰ প্ৰক্ৰিয়াত ১৩ কোটি ভোটাৰৰ নাম কৰ্তনৰ অভিযোগ চালিজাৰি চাবলৈ এক তদন্ত আয়োগ অথবা বিশেষ তদন্তকাৰী দল গঠনৰ আবেদন জনোৱা হৈছে।

এই সম্পৰ্কীয় গোচৰসমূহৰ সোমবাৰে মুখ্য ন্যায়াধীশ সূর্য কান্ত, ন্যায়াধীশ জয়মাল্য বাগচী আৰু ন্যায়াধীশ ভি মোহনাৰ বিচাৰপীঠত শুনানি গ্রহণ কৰা হয়। তদন্তৰ আবেদনৰ পৰিপ্ৰেক্ষিতত কেন্দ্ৰৰ বক্তব্য জানিব বিচাৰিছে সর্বোচ্চ ন্যায়ালয়ে। কেন্দ্ৰীয় চৰকাৰ আৰু নির্বাচন আয়োগক উচ্চতম ন্যায়ালয়ে জাননী প্ৰেৰণ কৰিছে।

ন্যায়ালয়ে পর্যবেক্ষণত কয়, ‘কোনো বাতৰি এশ শতাংশ সুস্থ, আংশিকভাবে শুদ্ধ বা ভুল হ’ব পাৰে ইয়াৰ ভিত্তিত আদালতে এই মুহূর্তত কোনো নির্দেশ দিব নোৱাৰে। আমি নিশ্চিতভাৱে আয়োগৰ উত্তৰ বিচাৰো। যদি আমি দেখো যে আইন অমান্য কৰা হৈছে তেন্তে আমি বাতিল কৰিব পাৰিম।’

জ্ঞানেশক নিলম্বন কৰাৰ বাবে যি আবেদন জনোৱা হৈছে তাক লৈ কোনো অন্তর্বর্তীকালীন নির্দেশ দিয়া নাই ন্যায়ালয়ে।

অৱশ্যে জ্ঞানেশ কুমাৰৰ বিৰুদ্ধে গোচৰত কেন্দ্ৰীয় চৰকাৰ আৰু নিৰ্বাচন আয়োগক সর্বোচ্চ ন্যায়ালয়ে জাননী জাৰি কৰিছে। এসপ্তাহৰ ভিতৰত উত্তৰ দিবলৈ নির্দেশ দিছে উচ্চতম ন্যায়ালয়ে। নির্দেশ প্ৰেৰণৰ পাছত মুখ্য ন্যায়াধীশৰ বিচাৰপীঠে কয়, ‘জাননীৰ পাছত যদি দেখা যায় যে এই সম্পর্কীয় সিদ্ধান্ত সর্বসম্মতিক্রমে গ্ৰহণ কৰা হোৱা নাছিল, তেন্তে তেতিয়া আমি এই সিদ্ধান্ত প্রত্যাহাৰ কৰিব পাৰিম। সকলো সিদ্ধান্ত একপক্ষীয় বুলি ধাৰণা কৰিব নোৱাৰি।’

জ্ঞানেশৰ পদত্যাগ অবিহনে নির্বাচন অর্থহীন

জ্ঞানেশ কুমাৰৰ বিৰুদ্ধে দেশজুৰি তোলপাৰ লগোৱা ককৰোচ জনতা পার্টি (চিজেপি)ৰ মুৰব্বী অভিজিৎ দিপকেই কয় যে মুখ্য নির্বাচন আয়ুক্তজনে যদি পদত্যাগ নকৰে আৰু এছআইআৰ স্থগিত ৰখা নহয় তেন্তে নির্বাচনী যুঁজ অর্থহীন হৈ পৰিব। তেওঁ কয় যে নিৰ্বাচনৰ ফলাফল পূর্ব নির্ধাৰিত হৈ থাকে আৰু সেয়েহে নৰেন্দ্ৰ মোদীৰ ঢৌৰ সময়তো যিসমূহ ৰাজ্যত বিজেপিয়ে বিজয় সাব্যস্ত কৰিব পৰা নাই, পৰৱৰ্তী সময়ত সেইসমূহ বিজেপিৰ দখললৈ গৈছে। তেওঁ সাংবাদিকক কয়, ‘মই ভাবো জ্ঞানেশ কুমাৰে পদত্যাগ নকৰিলে আৰু নিকা তথা স্বচ্ছ নির্বাচন সুনিশ্চিত নকৰিলে এনে নির্বাচনত অংশগ্রহণ কৰাটো অর্থহীন। কিয়নো কোন বিজয় হ’ব সেয়া পূৰ্বৰ পৰাই ঠিক কৰা আছে।’

তেওঁ লগতে কয়, ‘বিজেপিয়ে এনে ৰাজ্যসমূহত বিজয়ী হৈছে য’ত মোদী ঢৌৰ সময়তো জিকিব পৰা নাই। এয়া সম্ভৱ হৈছে জ্ঞানেশ কুমাৰৰ বাবে। জ্ঞানেশ কুমাৰে পদত্যাগ কৰিলে আৰু এছআইআৰ স্থগিত কৰিলে স্পষ্ট হ’ব যে বিজেপিয়ে প্রকৃতার্থত কিমান আসনত বিজয়ী হৈছে।’

ইতিমধ্যে সামাজিক মাধ্যমৰ এটা প’ষ্টত দিপকেই বিৰোধী দলসমূহক আহ্বান জনাইছে এইদৰে, ‘নিৰ্বাচনত জালিয়াতি হৈছে, কিন্তু আপুনি যদি এই জালিয়াতিৰ নিৰ্বাচনত অংশগ্ৰহণ কৰে সেইসমূহত বৈধতা প্রদান কৰা হয়। নির্বাচন নিকা আৰু স্বচ্ছ বুলি ভুল ধাৰণাৰ সৃষ্টি হয়।’ দিপকেই কয় যে বিৰোধী ৰাজনৈতিক দলসমূহে নিজৰ অস্তিত্ব ৰক্ষাৰ বাবে জালিয়াতিৰে অনুষ্ঠিত নির্বাচনত প্রতিদ্বন্দ্বিতা কৰে।

তেওঁ প্ৰশ্ন কৰে বিৰোধীক, ‘যেতিয়া ভোট চুৰি হৈছে, আপোনালোকৰ বিধায়ক-সাংসদক আঁজুৰি লৈ গৈছে, দল ভাঙি পেলোৱা হৈছে, তেন্তে কি অস্তিত্ব বজাই ৰাখিবলৈ চেষ্টা কৰিছে আপোনালোকে।’

যন্ত্ৰৰ মন্তৰত প্ৰতিবাদৰ পূৰ্বে কেন্দ্ৰই গ্ৰেপ্তাৰৰ ষড়যন্ত্ৰ কৰিছে

অহা ১০ অক্টোবৰত যন্তৰ মন্তৰত জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত প্রতিবাদী কাৰ্যসূচীৰ আহ্বান জনাইছে চিজেপিয়ে। এই কাৰ্যসূচীৰ পূৰ্বেই সংগঠনটোৰ শীর্ষ নেতাসকলক গ্ৰেপ্তাৰ কৰিব পাৰে বুলি আশংকা প্রকাশ কৰে চিজেপি নেতৃত্বই। এই ধৰণৰ পৰিকল্পনা যদি কেন্দ্ৰীয় চৰকাৰে কৰিছে তেন্তে ভুল হ’ব বুলিও তেওঁলোকে দাবী কৰে। দেওবাৰে নিশা সামাজিক মাধ্যমৰ এটা প’ষ্টত চিজেপি নেতা সৌৰভ দাসে লিখিছে, ‘চৰকাৰে অভিজিৎ, আশুতোষ, মোক আৰু তথা চিজেপিৰ অন্যান্য নেতাসকলক গ্ৰেপ্তাৰৰ পৰিকল্পনা ৰচিছে। চৰকাৰে যদি ভাবে যে এই ধৰণৰ স্বৈৰাচাৰী পদক্ষেপত কাম হ’ব, তেন্তে ভুল কৰিছে। যুৱ সমাজ জাগি উঠিছে। সকলোকে আমি আবেদন জনাওঁ অধিকাৰ আৰু ভৱিষ্যতৰ বাবে যুঁজ দিয়ক। সেয়া আমাৰ স’তেও কৰিব পাৰে আৰু আমাৰ লগ নোহোৱাকৈও কৰিব পাৰে।’

কেন্দ্ৰক সকীয়নি দি সৌৰভে কয় যে তেওঁলোক জেললৈ যাবলৈ সাজু আছে। সৌৰভৰ এই প’ষ্টৰ পাছতে দিপকেই কেন্দ্ৰীয় গৃহমন্ত্ৰীক কটাক্ষ কৰি লিখিছে, ‘কিমানজনক গ্ৰেপ্তাৰ কৰিব অমিত শ্বাহে? ১০ অক্টোবৰত যন্তৰ মন্তৰলৈ সমগ্র দেশ আহিব।’ যোৱা শুকুৰবাৰে গান্ধী জয়ন্তীৰ দিনা জ্ঞানেশৰ পদত্যাগসহ একাধিক দাবীত মুম্বাইৰ শিৱাজী পাৰ্কত লক্ষাধিক লোক চিজেপিৰ আহ্বানত সমৱেত হৈছিল। তাৰ পৰাই ‘দিল্লী চলো’ কাৰ্যসূচীৰ আহ্বান জনায় দিপকেই। সামাজিক মাধ্যমত তেওঁ লিখিছে, ‘জ্ঞানেশ কুমাৰে পদত্যাগ নকৰিলে সমগ্ৰ দেশৰ ককৰোচ বাহিনীয়ে সমদল কৰি দিল্লীলৈ যাব আৰু অহা ১০ অক্টোবৰত যন্তৰ মন্তৰত বিক্ষোভপ্ৰদৰ্শন কৰিব। দিল্লী আৰক্ষীয়ে যদি আমাক আটক কৰিবলৈ চেষ্টা কৰে, তেন্তে য’তেই আটক কৰিব সেই স্থানেই আমাৰ বাবে যন্তৰ মন্তৰ হ’ব।’

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
publisher

publisher

Related Posts

আইচকিউব নিউট্ৰিনো অবজাৰভেটৰীলৈ অৱদানৰ বাবে পদাৰ্থ বিজ্ঞানত ন’বেল ফ্ৰান্সিছ হালজেনৰ
International

আইচকিউব নিউট্ৰিনো অবজাৰভেটৰীলৈ অৱদানৰ বাবে পদাৰ্থ বিজ্ঞানত ন’বেল ফ্ৰান্সিছ হালজেনৰ

October 6, 2026
বাহিৰৰ পৰা অহা চেনিয়েই পৃথিৱীত আদিম প্ৰাণৰ কাৰিকৰ?
News

বাহিৰৰ পৰা অহা চেনিয়েই পৃথিৱীত আদিম প্ৰাণৰ কাৰিকৰ?

October 6, 2026
একে খাদ্য খাব নোৱাৰে বিমানৰ দুই পাইলটে
News

একে খাদ্য খাব নোৱাৰে বিমানৰ দুই পাইলটে

October 6, 2026
আমেৰিকা-জার্মানীৰ তিনি বিজ্ঞানীলৈ চিকিৎসা বিজ্ঞানৰ ন’বেল বঁটা ঘোষণা
International

আমেৰিকা-জার্মানীৰ তিনি বিজ্ঞানীলৈ চিকিৎসা বিজ্ঞানৰ ন’বেল বঁটা ঘোষণা

October 6, 2026
গাদী হেৰুওৱাটো নিশ্চিত হ’ল হৰদ্বীপ পুৰীসহ দুই মন্ত্ৰীৰ
India

জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত পথত বিৰোধী সাংসদ, ৰাহুলৰ স’তে মিছিলত অভিষেক

  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d