Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    এদিনৰ বাবে স্কুল বন্ধ ৰখাৰ পৰিকল্পনা

    এদিনৰ বাবে স্কুল বন্ধ ৰখাৰ পৰিকল্পনা

    ধোঁৱাৰ লগত উৰি গ’ল দ্বিতীয় বিশ্বযুদ্ধৰ ৰক্তাক্ত অধ্যায়ৰ সাক্ষী

    প্ৰথমবাৰলৈ সন্ধান ওলাল সেউজীয়া নক্ষত্ৰৰ

    দেশজুৰি ই-চিগাৰেটৰ নিচাত আসক্ত অসংখ্য যুৱতী, উদ্বেগৰ সৃষ্টি

    ৰাজ্যত চুপাৰি ছিণ্ডিকেটৰ ভয়ংকৰ চক্ৰ

    ৰাজ্যত চুপাৰি ছিণ্ডিকেটৰ ভয়ংকৰ চক্ৰ

    ডুমডুমা-চামডাং বাইপাছত ভয়ংকৰ পথ দুৰ্ঘটনা, থিতাতে নিহত তিনিগৰাকী

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    অচিনাকি নম্বৰৰ পৰিচয়ো হ’ব স্পষ্ট পহিলা নৱেম্বৰৰ পৰা নতুন নিয়ম

    আকাশলৈ উৰণ টেছলাৰ ৰ’ডষ্টাৰৰ, ভাইৰেল ভিডিঅ’

    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    অৰিজিৎ সিঙৰ ১১জনে চাব পৰা পেকেজত ১১.৮ লাখ টকা

    ৮০ হেজাৰৰো অধিক আগতীয়া টিকট বুকিং কৰি ধুমুহাৰ সৃষ্টি ‘ৰামায়ণ-পার্ট ৱান’ৰ

    টাইগাৰ শ্ৰফৰ ওপৰত আক্ৰমণৰ ঘটনাত আৰু চাৰিজনক গ্ৰেপ্তাৰ, ধৃতৰ মাজত দুগৰাকী মহিলা

    বিজয় সালগাঁওকাৰৰ বক্স অফিচ মেজিক: দৃশ্যম ৩ৰ দ্বিতীয় শনিবাৰে ধুমুহাৰ সৃষ্টি, সিংহাম এগেইনৰ অভিলেখ ভংগ

    AI-ৰ নিৰ্মিত বিভ্ৰান্তিকৰ-আপত্তিজনক কনটেণ্ট আঁতৰোৱাৰ দাবীত দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ কংগনা ৰনৌত

    নানা পাটেকৰৰ বিয়োগত শোকস্তব্ধ বিনোদন জগত

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    আজি লক্ষ্মী পূজা: আই লক্ষ্মীৰ আৰাধনাৰে মুখৰিত ভক্তিৰ পৰিৱেশ

    আপোনাৰ ম’বাইল চাৰ্জাৰ বাৰে বাৰে সংযোগ বিচ্ছিন্ন হৈ আছে নেকি?

    উৎসৱৰ বতৰত দৈনিক মেকআপৰ বাবে ছালৰ জিলিকনি হেৰুৱাইছে?

    নিঃশব্দে মাইগ্রেন বৃদ্ধিৰ কাৰক

    নিঃশব্দে মাইগ্রেন বৃদ্ধিৰ কাৰক

    চুলি সৰা কেনেকৈ বন্ধ কৰিব ?

    চুলি সৰা কেনেকৈ বন্ধ কৰিব ?

    পকেটত ম’বাইল, কোলাত লেপটপৰ অভ্যাস!

    পকেটত ম’বাইল, কোলাত লেপটপৰ অভ্যাস!

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

এদিনৰ বাবে স্কুল বন্ধ ৰখাৰ পৰিকল্পনা

বোমাৰ ভাবুকিৰ ভুৱা ই-মেইল পঠিয়াই আৰক্ষীৰ জালত ছাত্ৰী

publisher by publisher
October 25, 2026
in India, News
Reading Time: 1 min read
0
এদিনৰ বাবে স্কুল বন্ধ ৰখাৰ পৰিকল্পনা
0
SHARES
0
VIEWS
ShareShareShareShare

RelatedPosts

No Content Available

SchoolBombThreat: দৈনিক অগ্ৰদূত ডিজিটেল ডেস্ক: স্কুললৈ যাবলৈ মন যোৱা নাছিল এগৰাকী কিশোৰীৰ। প্ৰয়োজন আছিল এদিনৰ ছুটিৰ। সেয়েহে স্কুলখন এদিনৰ বাবে বন্ধ হৈ থকাটো বিচাৰিছিল তাই। এই উদ্দেশ্যে বুদ্ধি খটুৱাই স্কুলৰ ই-মেইল আইডিলৈ এটা বাৰ্তা প্ৰেৰণ কৰে কিশোৰীগৰাকীয়ে।

ADVERTISEMENT

ই-মেইলটোত লিখে, ‘স্কুলৰ বিল্ডিঙত বোমা ৰখা আছে।’ তদন্তৰ দুদিনৰ ভিতৰতে এই ভুৱা ই-মেইল প্ৰেৰণ কৰোঁতাক চিনাক্ত কৰিছে আৰক্ষীয়ে। কিশোৰীগৰাকীৰ বিৰুদ্ধে জুভেনাইল জাষ্টিচ আইনৰ অধীনত ব্যৱস্থা গ্ৰহণ কৰা হ’ব।

অভিযুক্ত কিশোৰীগৰাকী দিল্লীৰ লোধি ৰোডৰ এয়াৰ ফ’ৰ্চ বাল ভাৰতী স্কুলৰ ছাত্ৰী। যোৱা ২৩ অক্টোবৰত, শুকুৰবাৰে, তাই স্কুলখনলৈ এটা ই-মেইল প্ৰেৰণ কৰিছিল। ই-মেইলটোৰ ‘ছাবজেক্ট’ শাৰীত লিখা আছিল, ‘আপোনালোকৰ বিল্ডিঙত বোমা ৰখা আছে।’

এনে ই-মেইল লাভ কৰাৰ পিছতে স্কুল কৰ্তৃপক্ষ তৎপৰ হৈ পৰে। ততাতৈয়াকৈ স্কুলৰ বিল্ডিং খালী কৰি আৰক্ষীক খবৰ দিয়া হয়। কিন্তু পুংখানুপুংখ তালাচী চলোৱাৰ পিছতো তাত কোনো বোমা উদ্ধাৰ নহ’ল।

যোৱা কেইসপ্তাহমানত দিল্লীৰ একাধিক স্কুলত বোমা থকাৰ ভুৱা আতংকৰ সৃষ্টি হৈছে। কোনে এনে বাৰ্তা প্ৰেৰণ কৰিছে, সেয়া এতিয়াও স্পষ্ট হোৱা নাই। সেয়েহে লোধি ৰোডৰ ঘটনাটোকো আৰক্ষীয়ে অত্যন্ত গুৰুত্বসহকাৰে লৈছিল।

দিল্লী আৰক্ষীৰ চাইবাৰ শাখাই ঘটনাটোৰ তদন্ত আৰম্ভ কৰে। প্ৰযুক্তিগত দিশসমূহ বিশ্লেষণ কৰাৰ লগতে সকলো ডিজিটেল নথি-পত্ৰ আৰু প্ৰমাণ পৰীক্ষা কৰি ই-মেইল প্ৰেৰণ কৰোঁতাক চিনাক্ত কৰা হয়।

শনিবাৰে আৰক্ষীয়ে জনোৱা অনুসৰি, ভুৱা ই-মেইল প্ৰেৰণ কৰোঁতা দিল্লীৰ সেইখন স্কুলৰে এগৰাকী ছাত্ৰী। তাই বিচাৰিছিল স্কুলখন এদিনৰ বাবে বন্ধ হওক। সেয়েহে বোমা থকাৰ আতংক বিয়পোৱাৰ সিদ্ধান্ত লৈছিল।

কিশোৰীগৰাকীক জেৰা কৰি তদন্তকাৰীসকলে অধিক তথ্য সংগ্ৰহৰ চেষ্টা চলাইছে। ইয়াৰ পূৰ্বেও তাই এনে কাম কৰিছিল নেকি, আন কোনো স্থানলৈ ‘বোমা ৰখা আছে’ বুলি ই-মেইল প্ৰেৰণ কৰিছিল নেকি আৰু দিল্লীৰ আন স্কুলসমূহত বোমা থকাৰ আতংক সৃষ্টিৰ ঘটনাৰ স’তে তাইৰ কোনো সম্পৰ্ক আছে নেকি, সেই সকলো দিশ তদন্ত কৰি থকা হৈছে। আৰক্ষীয়ে জনোৱা অনুসৰি, জুভেনাইল জাষ্টিচ আইনৰ অধীনত কিশোৰীগৰাকীৰ বিৰুদ্ধে উপযুক্ত ব্যৱস্থা গ্ৰহণ কৰা হ’ব।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: #DelhiNews #SchoolBombThreat #FakeBombThreat #DelhiPolice #CyberCrime #SchoolNews #AirForceBalBharatiSchool #LodhiRoad #JuvenileJustice #EmailThreat #PoliceInvestigation#IndiaNews #DainikAgadoot
publisher

publisher

Related Posts

ধোঁৱাৰ লগত উৰি গ’ল দ্বিতীয় বিশ্বযুদ্ধৰ ৰক্তাক্ত অধ্যায়ৰ সাক্ষী
International

ধোঁৱাৰ লগত উৰি গ’ল দ্বিতীয় বিশ্বযুদ্ধৰ ৰক্তাক্ত অধ্যায়ৰ সাক্ষী

October 25, 2026
প্ৰথমবাৰলৈ সন্ধান ওলাল সেউজীয়া নক্ষত্ৰৰ
News

প্ৰথমবাৰলৈ সন্ধান ওলাল সেউজীয়া নক্ষত্ৰৰ

October 25, 2026
দেশজুৰি ই-চিগাৰেটৰ নিচাত আসক্ত অসংখ্য যুৱতী, উদ্বেগৰ সৃষ্টি
India

দেশজুৰি ই-চিগাৰেটৰ নিচাত আসক্ত অসংখ্য যুৱতী, উদ্বেগৰ সৃষ্টি

October 25, 2026
ৰাজ্যত চুপাৰি ছিণ্ডিকেটৰ ভয়ংকৰ চক্ৰ
Assam

ৰাজ্যত চুপাৰি ছিণ্ডিকেটৰ ভয়ংকৰ চক্ৰ

October 25, 2026
ডুমডুমা-চামডাং বাইপাছত ভয়ংকৰ পথ দুৰ্ঘটনা, থিতাতে নিহত তিনিগৰাকী
Assam

ডুমডুমা-চামডাং বাইপাছত ভয়ংকৰ পথ দুৰ্ঘটনা, থিতাতে নিহত তিনিগৰাকী

October 25, 2026
ভোটাৰ তালিকাৰ পুনৰীক্ষণক লৈ নিৰ্বাচন আয়োগ আৰু ৰাজ্য চৰকাৰৰ বিৰুদ্ধে সৰৱ প্ৰদেশ কংগ্ৰেছ: প্ৰতিটো বুথত নিয়োজিত হ’ব ‘ভোট ৰক্ষক’

  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d