Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    ধোঁৱাৰ লগত উৰি গ’ল দ্বিতীয় বিশ্বযুদ্ধৰ ৰক্তাক্ত অধ্যায়ৰ সাক্ষী

    প্ৰথমবাৰলৈ সন্ধান ওলাল সেউজীয়া নক্ষত্ৰৰ

    দেশজুৰি ই-চিগাৰেটৰ নিচাত আসক্ত অসংখ্য যুৱতী, উদ্বেগৰ সৃষ্টি

    ৰাজ্যত চুপাৰি ছিণ্ডিকেটৰ ভয়ংকৰ চক্ৰ

    ৰাজ্যত চুপাৰি ছিণ্ডিকেটৰ ভয়ংকৰ চক্ৰ

    ডুমডুমা-চামডাং বাইপাছত ভয়ংকৰ পথ দুৰ্ঘটনা, থিতাতে নিহত তিনিগৰাকী

    ভোটাৰ তালিকাৰ পুনৰীক্ষণক লৈ নিৰ্বাচন আয়োগ আৰু ৰাজ্য চৰকাৰৰ বিৰুদ্ধে সৰৱ প্ৰদেশ কংগ্ৰেছ: প্ৰতিটো বুথত নিয়োজিত হ’ব ‘ভোট ৰক্ষক’

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    অচিনাকি নম্বৰৰ পৰিচয়ো হ’ব স্পষ্ট পহিলা নৱেম্বৰৰ পৰা নতুন নিয়ম

    আকাশলৈ উৰণ টেছলাৰ ৰ’ডষ্টাৰৰ, ভাইৰেল ভিডিঅ’

    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    অৰিজিৎ সিঙৰ ১১জনে চাব পৰা পেকেজত ১১.৮ লাখ টকা

    ৮০ হেজাৰৰো অধিক আগতীয়া টিকট বুকিং কৰি ধুমুহাৰ সৃষ্টি ‘ৰামায়ণ-পার্ট ৱান’ৰ

    টাইগাৰ শ্ৰফৰ ওপৰত আক্ৰমণৰ ঘটনাত আৰু চাৰিজনক গ্ৰেপ্তাৰ, ধৃতৰ মাজত দুগৰাকী মহিলা

    বিজয় সালগাঁওকাৰৰ বক্স অফিচ মেজিক: দৃশ্যম ৩ৰ দ্বিতীয় শনিবাৰে ধুমুহাৰ সৃষ্টি, সিংহাম এগেইনৰ অভিলেখ ভংগ

    AI-ৰ নিৰ্মিত বিভ্ৰান্তিকৰ-আপত্তিজনক কনটেণ্ট আঁতৰোৱাৰ দাবীত দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ কংগনা ৰনৌত

    নানা পাটেকৰৰ বিয়োগত শোকস্তব্ধ বিনোদন জগত

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    আজি লক্ষ্মী পূজা: আই লক্ষ্মীৰ আৰাধনাৰে মুখৰিত ভক্তিৰ পৰিৱেশ

    আপোনাৰ ম’বাইল চাৰ্জাৰ বাৰে বাৰে সংযোগ বিচ্ছিন্ন হৈ আছে নেকি?

    উৎসৱৰ বতৰত দৈনিক মেকআপৰ বাবে ছালৰ জিলিকনি হেৰুৱাইছে?

    নিঃশব্দে মাইগ্রেন বৃদ্ধিৰ কাৰক

    নিঃশব্দে মাইগ্রেন বৃদ্ধিৰ কাৰক

    চুলি সৰা কেনেকৈ বন্ধ কৰিব ?

    চুলি সৰা কেনেকৈ বন্ধ কৰিব ?

    পকেটত ম’বাইল, কোলাত লেপটপৰ অভ্যাস!

    পকেটত ম’বাইল, কোলাত লেপটপৰ অভ্যাস!

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News

প্ৰথমবাৰলৈ সন্ধান ওলাল সেউজীয়া নক্ষত্ৰৰ

publisher by publisher
October 25, 2026
in News, Space
Reading Time: 1 min read
0
প্ৰথমবাৰলৈ সন্ধান ওলাল সেউজীয়া নক্ষত্ৰৰ
1
SHARES
8
VIEWS
ShareShareShareShare

RelatedPosts

আজি লক্ষ্মী পূজা: আই লক্ষ্মীৰ আৰাধনাৰে মুখৰিত ভক্তিৰ পৰিৱেশ

ধোঁৱাৰ লগত উৰি গ’ল দ্বিতীয় বিশ্বযুদ্ধৰ ৰক্তাক্ত অধ্যায়ৰ সাক্ষী

দেশজুৰি ই-চিগাৰেটৰ নিচাত আসক্ত অসংখ্য যুৱতী, উদ্বেগৰ সৃষ্টি

দৈনিক অগ্ৰদূত ডিজিটেল ডেস্ক : কোনো নক্ষত্ৰৰ ৰং সেউজীয়া হ’ব পাৰে বুলি ইমানদিনে জ্যোতির্বিজ্ঞানীসকলে কল্পনাও কৰা নাছিল। সাধাৰণতে কমলা, উজ্জ্বল বগা বা নীলা- এই ধৰণৰ ৰং দেখা যায় নক্ষত্রবোৰৰ। এইবাৰ এনে এক নক্ষত্ৰৰ বিষয়ে জনা গ’ল, যিটো দেখিবলৈ সেউজীয়া ৰঙৰ। একাংশ মহাকাশ বিজ্ঞানীয়ে দাবী কৰিছে যে এই প্রথমবাৰলৈ এনে কোনো সেউজ-ৰঙা নক্ষত্ৰৰ সন্ধান পোৱা গ’ল।

ADVERTISEMENT

ব্রিটেইনৰ ৱাৰউইক বিশ্ববিদ্যালয়ৰ জ্যোতির্পদার্থবিদ মার্ক হলেণ্ডছৰ নেতৃত্বত এই গৱেষণা চলে। সম্প্রতি ‘ৰাছ টেকনিকছ এণ্ড ইনস্ট্রুমেন্টছ’ জার্ণেলত তেওঁলোকৰ গৱেষণা প্রকাশ পায়। প্রাথমিকভাৱে ১৫১টা বামন নক্ষত্র বিশ্লেষণ কৰি এটাই এনে সেউজীয়া নক্ষত্ৰৰ সন্ধান পোৱা গৈছে।

অৱশ্যে গৱেষকৰ দলে অনুমান কৰিছে যে ব্রহ্মাণ্ডত এনে আৰু বহু সেউজীয়া নক্ষত্র সিঁচৰতি হৈ আছে। যিবোৰ এতিয়াও বিজ্ঞানীসকলৰ দৃষ্টিলৈ অহা নাই। বাস্তৱত এই প্ৰথমবাৰলৈ
সন্ধান ওলালেও কল্পবিজ্ঞানৰ কাহিনীত এনে ‘সেউজ নক্ষত্ৰ’ৰ কথা অৱশ্যে আগতেও কোৱা হৈছে।

যেনে ডিচি কমিক চৰিত্ৰ নিৰ্ভৰ ছবি ‘ছুপাৰ গার্ল’ত এনে সেউজীয়া ৰঙৰ নক্ষত্ৰৰ উল্লেখ পোৱা যায়। গৱেষক দলৰ প্ৰধান হলেণ্ডছে কয়, ‘আমাৰ এই মহাবিশ্ব মাজে মাজে কল্পবিজ্ঞানৰ দৰেই অদ্ভুত।’

অধিকাংশ নক্ষত্ৰৰ ৰং নিৰ্ভৰ কৰে সেই নক্ষত্ৰটোৰ তাপমাত্ৰাৰ ওপৰত। সেয়া কিছু নির্দিষ্ট ৰঙৰ আঙাৰ মাজতে সীমিত; কিন্তু জ্যোতির্পদার্থবিদ হলেণ্ডছৰ মতে, কিছু শ্বেত বামন নক্ষত্রই অপ্রত্যাশিত কোনো ৰঙেৰে জলমলাই থাকিব পাৰে।

তুলনামূলক কম ভৰৰ নক্ষত্রসমূহে যেতিয়া নিজৰ আয়ুসৰ একেবাৰে শেষ পর্যায়ত উপনীত হয় (পাৰমাণৱিক ইন্ধন শেষ হৈ পৰে), তেতিয়া সেই মৃতপ্রায় নক্ষত্ৰসমূহ শ্বেত বামন নক্ষত্রত পৰিণত হয়। সেই সময়ত নক্ষত্ৰৰ বাহিৰৰ স্তৰসমূহ মহাকাশত বিয়পি পৰে আৰু ভিতৰৰ অংশটোৱে শ্বেত বামন নক্ষত্ৰৰ ৰূপ লয়।

বিজ্ঞানীসকলৰ মতে, এই ধৰণৰ মৃতপ্রায় তৰাবোৰ এক প্ৰকাৰৰ ‘মহাজাগতিক খাদক’ত পৰিণত হয়। ইহঁতৰ ওচৰে-পাজৰে ঘুৰি ফুৰা গ্ৰহ, গ্রহাণুবোৰক মাধ্যাকর্ষণ শক্তিৰ বলত টানি আনি গিলি পেলায় বামন নক্ষত্রসমূহে। লগতে সেই গ্রহ আৰু গ্রহাণুত থকা কেলছিয়াম, ছ’ডিয়াম, লিথিয়াম বা আয়ৰণেও নক্ষত্ৰত থকা হিলিয়ামৰ স’তে বিক্রিয়া কৰে। তাৰ প্রকোপতে কোনো কোনো ক্ষেত্রত সেউজ বা গোলাপী বা আন কোনো অপ্রতাশিত ৰঙৰ দেখাব পাৰে এই গ্রহসমূহক।

আমাৰ সৌৰজগতৰ সূৰ্যৰ তাপমাত্ৰাৰ কেন্দ্ৰ ভাগৰ এক কোটি ৫০ লাখ-এক কোটি ৫৭ লাখ ডিগ্রী চেলছিয়াছ। পৃষ্ঠভাগৰ প্ৰায় ৫,৫০০ ডিগ্রী চেলছিয়াছ। সূৰ্যৰ বা ইয়াৰ সমপৰ্যায়ৰ তাপমাত্ৰাৰ আন কোনো নক্ষত্রক বগা ৰঙৰ দেখা যায়।

তুলনামূলক শীতল নক্ষত্রক কমলা আৰু উষ্ণ নক্ষত্রক পাতল নীলাভ ৰঙৰ দেখায়। গৱেষকসকলৰ মতে, অধিকাংশ শ্বেত বামন নক্ষত্ৰৰ ৰং আন সাধাৰণ নক্ষত্ৰৰ দৰেই বগা ৰঙৰ হয; কিন্তু সময়ৰ লগে লগে ইবোৰৰ গেছীয় মণ্ডলৰ ৰাসায়নিক গঠনত পৰিৱৰ্তনৰ ফলত কিছু ক্ষেত্রত বিৰল ৰং দেখা যাব পাৰে।

অৱশ্যে নির্দিষ্টভাবে কোন ৰাসায়নিক বিক্ৰিয়াৰ ফলত নক্ষত্ৰৰ ৰং সেউজীয়া দেখা যায়, সেয়া প্রাথমিকভাৱে স্পষ্ট নহয়।

ৰাসায়নিক বিক্ৰিয়াৰ কাৰণে যে শ্বেত বামন নক্ষত্রসমূহত ভিন ভিন ৰং দেখা যাব পাৰে, সেয়া পূর্বেও বিভিন্ন গবেষণাত উঠি আহিছে। সেইদৰেই বিভিন্ন শ্বেত বামন নক্ষত্রক পর্যবেক্ষণ কৰিছিল হলেণ্ডছ আৰু তেওঁৰ সহযোগীসকলে। সেই পৰ্যবেক্ষণৰ সময়তেই সেউজ নক্ষত্রটো বিজ্ঞানীসকলৰ দৃষ্টিগোচৰ হয়। আমাৰ ছায়াপথ হাতীপটিৰ মাজতে আছে এই নক্ষত্রটো। মহাকাশ বিজ্ঞানীসকলে ইয়াৰ নাম ৰাখিছে ‘ডব্লিউডি জে১৩৩৩+৬৪৩৫’।

পৃথিৱীৰ পৰা প্ৰায় ২৮০ আলোকবর্ষ দূৰৰ ড্রেকো নক্ষত্রপুঞ্জত আছে এই সেউজ তৰাটো। উল্লেখ্য যে পোহৰে এক ছেকেণ্ডত অতিক্রম কৰে প্ৰায় তিনি লাখ কিলোমিটাৰ। এবছৰত পোহৰে যি দূৰত্ব অতিক্ৰম কৰে, তাকেই আলোকবর্ষ বুলি কোৱা হয়। এক আলোকবর্ষ প্রায় ৯.৫ লাখ কোটি কিলোমিটাৰৰ সমান।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
publisher

publisher

Related Posts

ধোঁৱাৰ লগত উৰি গ’ল দ্বিতীয় বিশ্বযুদ্ধৰ ৰক্তাক্ত অধ্যায়ৰ সাক্ষী
International

ধোঁৱাৰ লগত উৰি গ’ল দ্বিতীয় বিশ্বযুদ্ধৰ ৰক্তাক্ত অধ্যায়ৰ সাক্ষী

October 25, 2026
দেশজুৰি ই-চিগাৰেটৰ নিচাত আসক্ত অসংখ্য যুৱতী, উদ্বেগৰ সৃষ্টি
India

দেশজুৰি ই-চিগাৰেটৰ নিচাত আসক্ত অসংখ্য যুৱতী, উদ্বেগৰ সৃষ্টি

October 25, 2026
ৰাজ্যত চুপাৰি ছিণ্ডিকেটৰ ভয়ংকৰ চক্ৰ
Assam

ৰাজ্যত চুপাৰি ছিণ্ডিকেটৰ ভয়ংকৰ চক্ৰ

October 25, 2026
ডুমডুমা-চামডাং বাইপাছত ভয়ংকৰ পথ দুৰ্ঘটনা, থিতাতে নিহত তিনিগৰাকী
Assam

ডুমডুমা-চামডাং বাইপাছত ভয়ংকৰ পথ দুৰ্ঘটনা, থিতাতে নিহত তিনিগৰাকী

October 25, 2026
ভোটাৰ তালিকাৰ পুনৰীক্ষণক লৈ নিৰ্বাচন আয়োগ আৰু ৰাজ্য চৰকাৰৰ বিৰুদ্ধে সৰৱ প্ৰদেশ কংগ্ৰেছ: প্ৰতিটো বুথত নিয়োজিত হ’ব ‘ভোট ৰক্ষক’
Assam

ভোটাৰ তালিকাৰ পুনৰীক্ষণক লৈ নিৰ্বাচন আয়োগ আৰু ৰাজ্য চৰকাৰৰ বিৰুদ্ধে সৰৱ প্ৰদেশ কংগ্ৰেছ: প্ৰতিটো বুথত নিয়োজিত হ’ব ‘ভোট ৰক্ষক’

October 25, 2026
‘ফ্ৰী কাশ্মীৰ’ শ্লোগানক লৈ উত্তপ্ত জামিয়া মিলিয়া ইছলামিয়া বিশ্ববিদ্যালয়, অনলাইনযোগে চলিব পাঠদান

October 24, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d