Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    চাৰ ধামৰ অন্যতম বদ্ৰীনাথত বিপদ ! ওলমি আছে তিনিটাকৈ হিমবাহ, ভাঙি পৰিলেই নামিব পাৰে ভয়াৱহ হিমস্খলন

    পুনৰ হিংসাৰ জুইত জ্বলিছে মণিপুৰ

    পুনৰ হিংসাৰ জুইত জ্বলিছে মণিপুৰ

    দুজন ব্যক্তিৰ চকুলৈ চাব নোৱাৰে ৰণবীৰে

    দুজন ব্যক্তিৰ চকুলৈ চাব নোৱাৰে ৰণবীৰে

    ১০ হেজাৰ টকা দৰমহা পোৱা যুৱকে বেংক একাউণ্টত পালে ১০ হেজাৰ কোটি!

    আমেৰিকাৰ ভার্জিনিয়াৰ ৩০ একৰ ভূমি বেদখলকাৰীৰ পৰা ঘূৰাই পালে মহাত্মা গান্ধীৰ আত্মীয়ই

    জুৰীয়াত শ শ শামুকভঙা চৰাইৰ নান্দনিক দৃশ্য

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    অচিনাকি নম্বৰৰ পৰিচয়ো হ’ব স্পষ্ট পহিলা নৱেম্বৰৰ পৰা নতুন নিয়ম

    আকাশলৈ উৰণ টেছলাৰ ৰ’ডষ্টাৰৰ, ভাইৰেল ভিডিঅ’

    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    দুজন ব্যক্তিৰ চকুলৈ চাব নোৱাৰে ৰণবীৰে

    দুজন ব্যক্তিৰ চকুলৈ চাব নোৱাৰে ৰণবীৰে

    অৰিজিৎ সিঙৰ ১১জনে চাব পৰা পেকেজত ১১.৮ লাখ টকা

    ৮০ হেজাৰৰো অধিক আগতীয়া টিকট বুকিং কৰি ধুমুহাৰ সৃষ্টি ‘ৰামায়ণ-পার্ট ৱান’ৰ

    টাইগাৰ শ্ৰফৰ ওপৰত আক্ৰমণৰ ঘটনাত আৰু চাৰিজনক গ্ৰেপ্তাৰ, ধৃতৰ মাজত দুগৰাকী মহিলা

    বিজয় সালগাঁওকাৰৰ বক্স অফিচ মেজিক: দৃশ্যম ৩ৰ দ্বিতীয় শনিবাৰে ধুমুহাৰ সৃষ্টি, সিংহাম এগেইনৰ অভিলেখ ভংগ

    AI-ৰ নিৰ্মিত বিভ্ৰান্তিকৰ-আপত্তিজনক কনটেণ্ট আঁতৰোৱাৰ দাবীত দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ কংগনা ৰনৌত

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    আজি লক্ষ্মী পূজা: আই লক্ষ্মীৰ আৰাধনাৰে মুখৰিত ভক্তিৰ পৰিৱেশ

    আপোনাৰ ম’বাইল চাৰ্জাৰ বাৰে বাৰে সংযোগ বিচ্ছিন্ন হৈ আছে নেকি?

    উৎসৱৰ বতৰত দৈনিক মেকআপৰ বাবে ছালৰ জিলিকনি হেৰুৱাইছে?

    নিঃশব্দে মাইগ্রেন বৃদ্ধিৰ কাৰক

    নিঃশব্দে মাইগ্রেন বৃদ্ধিৰ কাৰক

    চুলি সৰা কেনেকৈ বন্ধ কৰিব ?

    চুলি সৰা কেনেকৈ বন্ধ কৰিব ?

    পকেটত ম’বাইল, কোলাত লেপটপৰ অভ্যাস!

    পকেটত ম’বাইল, কোলাত লেপটপৰ অভ্যাস!

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

পুনৰ হিংসাৰ জুইত জ্বলিছে মণিপুৰ

নগা আৰু কুকি-জো গোষ্ঠীৰ মাজত সংঘৰ্ষত নিহত তিনি 

publisher by publisher
November 1, 2026
in India, News
Reading Time: 1 min read
0
পুনৰ হিংসাৰ জুইত জ্বলিছে মণিপুৰ
1
SHARES
10
VIEWS
ShareShareShareShare

RelatedPosts

No Content Available

ManipurViolence : দৈনিক অগ্ৰদূত ডিজিটেল ডেস্ক : ২০২৩ চনত গোষ্ঠীগত সংঘৰ্ষৰ জুইত জ্বলি উঠিছিল মণিপুৰ। প্ৰায় তিনি বছৰৰ পাছত পুনৰ অশান্ত হৈ পৰিছে উত্তৰ-পূবৰ ৰাজ্যখন। বিগত কেবাদিনো ধৰি ৰাজ্যখনত বিয়পি পৰিছে হিংসাত্মক ঘটনা। তথ্য অনুসৰি, শনিবাৰে নিশা মণিপুৰত হিংসাৰ বলি হয় কমেও তিনিজন লোক। প্ৰাথমিকভাৱে অনুমান কৰা হৈছে যে নগা গোষ্ঠীৰ সৈতে হোৱা গুলীয়াগুলীত নিহত হৈছে কুকি-জো সম্প্ৰদায়ৰ তিনিজন লোক।

ADVERTISEMENT

শনিবাৰেই মণিপুৰৰ ৰাজধানী ইম্ফলত মেইতেই আৰু নগা সম্প্ৰদায়ৰ লোকে এক বৃহৎ সমদল উলিয়াইছিল। তেওঁলোকৰ অভিযোগ, কুকি-জো সম্প্ৰদায়ক ব্যৱহাৰ কৰি ৰাজ্যখনত ছায়াযুদ্ধ চলাইছে কেন্দ্ৰীয় চৰকাৰে। এই বৃহৎ সমদলৰ ফলত কাৰ্যতঃ অৱৰুদ্ধ হৈ পৰে ইম্ফল।

অৱশ্যে, হিংসাত্মক ঘটনাটো সমদলৰ কেইঘণ্টামান পূৰ্বেই সংঘটিত হৈছিল। তথ্য অনুসৰি, শনিবাৰে পুৱা প্ৰায় ৯ বজাত নগা অধ্যুষিত ৰংমেই জিলাৰ তাজেইকাইফুন গাঁৱত সংঘটিত হয় এই ঘটনা। প্ৰাথমিক খবৰ অনুসৰি, নগাসকলৰ গুলীতেই তিনিজন লোকৰ মৃত্যু হৈছে।

কুকিসকলৰ সংগঠন কুকি ইনপি মণিপুৰে চৰকাৰক কঠোৰ সমালোচনা কৰি অভিযোগ উত্থাপন কৰিছে যে কুকি অধ্যুষিত অঞ্চলসমূহত নিৰাপত্তা প্ৰদান কৰা নাই চৰকাৰে। কোনো ধৰণৰ উচটনি নোহোৱা সত্ত্বেও কুকিসকলৰ ওপৰত নগাসকলে আক্ৰমণ অব্যাহত ৰাখিছে।

সংগঠনটোৰ অভিযোগ, ইচ্ছাকৃতভাৱে নিৰাপত্তা প্ৰদানৰ পৰা বিৰত আছে চৰকাৰ। কুকিসকলৰ ওপৰত পৰিকল্পিতভাৱে নিৰ্যাতন চলোৱা হৈছে।

উল্লেখ্য যে কেইদিনমান পূৰ্বে দুৰ্বৃত্তৰ গুলীত দুজন গাঁওবাসীৰ মৃত্যুক কেন্দ্ৰ কৰি উত্তপ্ত হৈ পৰিছিল ইম্ফল। ইম্ফল ইষ্ট আৰু কাংপোকপি জিলাৰ সীমান্তৱৰ্তী খোংবাল সুনুৰোক উয়োক অঞ্চলত শেহতীয়াকৈ ১৬জন গাঁওবাসী জংঘললৈ খৰি সংগ্ৰহ কৰিবলৈ গৈছিল।

সেই সময়তে পাহাৰৰ পৰা নামি আহি সশস্ত্ৰ উগ্ৰপন্থীয়ে তেওঁলোকৰ ওপৰত ধাৰাসাৰে গুলীচালনা কৰে। এই ঘটনাত দুজন লোকৰ মৃত্যু হয়। ইয়াৰ পিছত পৰিস্থিতি ইমানেই গুৰুতৰ হৈ পৰে যে প্ৰতিবাদৰ অংশ হিচাপে ক্ষুব্ধ জনতাই স্বয়ং মুখ্যমন্ত্ৰীৰ বাসভৱনৰ প্ৰৱেশদ্বাৰৰ সন্মুখত মৃতদেহ দুটা থৈ যায়। এই ঘটনাৰ পিছতে মুখ্যমন্ত্ৰীৰ বাসভৱনত নিৰাপত্তা ব্যৱস্থা ব্যাপকভাৱে বৃদ্ধি কৰা হয়।

ৰাজ্যখনত নতুনকৈ হিংসা বিয়পি পৰাৰ পিছতে মণিপুৰৰ মুখ্যমন্ত্ৰী ৱাই খেমচাঁদ সিঙে পোনে পোনে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ কাষ চাপিছে। সূত্ৰৰ খবৰ অনুসৰি, ৰাজ্যখনত শান্তি ঘূৰাই অনাৰ ক্ষেত্ৰত মণিপুৰ চৰকাৰক সকলো ধৰণে সহায় কৰাৰ আশ্বাস দিছে প্ৰধানমন্ত্ৰীয়ে। অৱশ্যে, তাৰ পিছতো হিংসা বন্ধ হোৱা নাই।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: #ManipurViolence #ManipurUnrest #EthnicClashes #NagaCommunity #KukiZoCommunity #ManipurConflict #NortheastIndia #SecurityCrisis #ViolenceInManipur #DainikAgradoot
publisher

publisher

Related Posts

চাৰ ধামৰ অন্যতম বদ্ৰীনাথত বিপদ ! ওলমি আছে তিনিটাকৈ হিমবাহ, ভাঙি পৰিলেই নামিব পাৰে ভয়াৱহ হিমস্খলন
India

চাৰ ধামৰ অন্যতম বদ্ৰীনাথত বিপদ ! ওলমি আছে তিনিটাকৈ হিমবাহ, ভাঙি পৰিলেই নামিব পাৰে ভয়াৱহ হিমস্খলন

November 1, 2026
দুজন ব্যক্তিৰ চকুলৈ চাব নোৱাৰে ৰণবীৰে
Entertainment

দুজন ব্যক্তিৰ চকুলৈ চাব নোৱাৰে ৰণবীৰে

November 1, 2026
১০ হেজাৰ টকা দৰমহা পোৱা যুৱকে বেংক একাউণ্টত পালে ১০ হেজাৰ কোটি!
India

১০ হেজাৰ টকা দৰমহা পোৱা যুৱকে বেংক একাউণ্টত পালে ১০ হেজাৰ কোটি!

November 1, 2026
আমেৰিকাৰ ভার্জিনিয়াৰ ৩০ একৰ ভূমি বেদখলকাৰীৰ পৰা ঘূৰাই পালে মহাত্মা গান্ধীৰ আত্মীয়ই
India

আমেৰিকাৰ ভার্জিনিয়াৰ ৩০ একৰ ভূমি বেদখলকাৰীৰ পৰা ঘূৰাই পালে মহাত্মা গান্ধীৰ আত্মীয়ই

November 1, 2026
জুৰীয়াত শ শ শামুকভঙা চৰাইৰ নান্দনিক দৃশ্য
Assam

পশ্চিমবংগৰ পৰা ৰয়েল বেংগল টাইগাৰ প্ৰজাতিৰ এটি বাঘিনীৰ অসমত প্ৰৱেশ

  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d