Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    জুৰীয়াত শ শ শামুকভঙা চৰাইৰ নান্দনিক দৃশ্য

    পশ্চিমবংগৰ পৰা ৰয়েল বেংগল টাইগাৰ প্ৰজাতিৰ এটি বাঘিনীৰ অসমত প্ৰৱেশ

    পানীৰ দৰে ধন ব্যয়ঃ ৰাজকোষত বৃহৎ ঘাটিক লৈ মূৰে-কপালে হাত কেন্দ্ৰৰ

    শীতৰ আগমনৰ লগে লগে প্ৰদূষণৰ ভয়াৱহতা !

    শীতৰ আগমনৰ লগে লগে প্ৰদূষণৰ ভয়াৱহতা !

    সৌৰজগতৰ বাহিৰত তিনিটা নতুন গ্ৰহ আৱিষ্কাৰ চীনৰ বিজ্ঞানীৰ

    মানুহৰ কাম কৰিব ৰবটে : ৬০ হেজাৰ কৰ্মচাৰীক চাটাইৰ যোজা মাইক্ৰ’ছফটৰ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    অচিনাকি নম্বৰৰ পৰিচয়ো হ’ব স্পষ্ট পহিলা নৱেম্বৰৰ পৰা নতুন নিয়ম

    আকাশলৈ উৰণ টেছলাৰ ৰ’ডষ্টাৰৰ, ভাইৰেল ভিডিঅ’

    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    অৰিজিৎ সিঙৰ ১১জনে চাব পৰা পেকেজত ১১.৮ লাখ টকা

    ৮০ হেজাৰৰো অধিক আগতীয়া টিকট বুকিং কৰি ধুমুহাৰ সৃষ্টি ‘ৰামায়ণ-পার্ট ৱান’ৰ

    টাইগাৰ শ্ৰফৰ ওপৰত আক্ৰমণৰ ঘটনাত আৰু চাৰিজনক গ্ৰেপ্তাৰ, ধৃতৰ মাজত দুগৰাকী মহিলা

    বিজয় সালগাঁওকাৰৰ বক্স অফিচ মেজিক: দৃশ্যম ৩ৰ দ্বিতীয় শনিবাৰে ধুমুহাৰ সৃষ্টি, সিংহাম এগেইনৰ অভিলেখ ভংগ

    AI-ৰ নিৰ্মিত বিভ্ৰান্তিকৰ-আপত্তিজনক কনটেণ্ট আঁতৰোৱাৰ দাবীত দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ কংগনা ৰনৌত

    নানা পাটেকৰৰ বিয়োগত শোকস্তব্ধ বিনোদন জগত

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    আজি লক্ষ্মী পূজা: আই লক্ষ্মীৰ আৰাধনাৰে মুখৰিত ভক্তিৰ পৰিৱেশ

    আপোনাৰ ম’বাইল চাৰ্জাৰ বাৰে বাৰে সংযোগ বিচ্ছিন্ন হৈ আছে নেকি?

    উৎসৱৰ বতৰত দৈনিক মেকআপৰ বাবে ছালৰ জিলিকনি হেৰুৱাইছে?

    নিঃশব্দে মাইগ্রেন বৃদ্ধিৰ কাৰক

    নিঃশব্দে মাইগ্রেন বৃদ্ধিৰ কাৰক

    চুলি সৰা কেনেকৈ বন্ধ কৰিব ?

    চুলি সৰা কেনেকৈ বন্ধ কৰিব ?

    পকেটত ম’বাইল, কোলাত লেপটপৰ অভ্যাস!

    পকেটত ম’বাইল, কোলাত লেপটপৰ অভ্যাস!

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

শীতৰ আগমনৰ লগে লগে প্ৰদূষণৰ ভয়াৱহতা !

দিল্লীৰ বায়ুৰ মান অৱনমিত, দূষণ নিয়ন্ত্ৰণৰ বাবে জাৰি কঠোৰ নিৰ্দেশনা

publisher by publisher
November 1, 2026
in India, News
Reading Time: 1 min read
0
শীতৰ আগমনৰ লগে লগে প্ৰদূষণৰ ভয়াৱহতা !
1
SHARES
9
VIEWS
ShareShareShareShare

RelatedPosts

জুৰীয়াত শ শ শামুকভঙা চৰাইৰ নান্দনিক দৃশ্য

পশ্চিমবংগৰ পৰা ৰয়েল বেংগল টাইগাৰ প্ৰজাতিৰ এটি বাঘিনীৰ অসমত প্ৰৱেশ

পানীৰ দৰে ধন ব্যয়ঃ ৰাজকোষত বৃহৎ ঘাটিক লৈ মূৰে-কপালে হাত কেন্দ্ৰৰ

দৈনিক অগ্ৰদূত ডিজিটেল ডেস্ক: শীতৰ আগমনৰ উমান পোৱাৰ লগে লগে প্ৰদূষণৰ আশংকাই দেখা দিছে দিল্লীত। প্ৰদূষণৰ কবলত পৰিছে ৰাজধানী। অক্টোবৰ মাহৰ মাজভাগৰ পৰাই দিল্লীৰ বায়ুৰ মান ‘বেয়া’ পৰ্যায়লৈ অৱনমিত হৈছে। এনে পৰিস্থিতিত প্ৰদূষণ নিয়ন্ত্ৰণৰ বাবে দেওবাৰৰ পৰাই দিল্লীত জাৰি কৰা হৈছে কঠোৰ নিৰ্দেশনা। নিষিদ্ধ কৰা হৈছে পুৰণি বাহনৰ চলাচল। ইয়াৰ উপৰি চৰকাৰী আৰু ব্যক্তিগত খণ্ডৰ ৫০ শতাংশ কৰ্মচাৰীক ঘৰৰ পৰাই কাম কৰাৰ নিৰ্দেশ দিয়া হৈছে।

চৰকাৰী নিৰ্দেশনা অনুসৰি, বিএছ৬ মানদণ্ড অনুসৰি নিৰ্মিত নোহোৱা বাহনৰ দিল্লীত প্ৰৱেশ আৰু চলাচল নিষিদ্ধ কৰা হৈছে। ১ নৱেম্বৰৰ পৰা ৩১ জানুৱাৰী, ২০২৭লৈকে এই নিষেধাজ্ঞা কাৰ্যকৰী হৈ থাকিব। অৱশ্যে বৈদ্যুতিক বাহন, চিএনজিচালিত বাহন, এম্বুলেন্স আৰু অগ্নিনিৰ্বাপক বাহনৰ ক্ষেত্ৰত বিশেষ ৰেহাই দিয়া হৈছে। বিবৃতিত উল্লেখ কৰা অনুসৰি, এই নিষেধাজ্ঞা কাৰ্যকৰী কৰাৰ বাবে বিশেষ এনফৰ্চমেণ্ট টীম, অটোমেটিক নম্বৰ প্লেট ৰিকগনিশ্যন (এএনপিআৰ) কেমেৰা আৰু কৃত্ৰিম বুদ্ধিমত্তা (এআই) চালিত ‘ইণ্টিগ্ৰেটেড কমাণ্ড এণ্ড কণ্ট্ৰ’ল চেণ্টাৰ’ (আইচিচিচি) ব্যৱহাৰ কৰা হ’ব। নিয়ম উলংঘা কৰিলে প্ৰেৰণ কৰা হ’ব ই-চালান।

ADVERTISEMENT

উল্লেখ্য যে প্ৰদূষণ নিয়ন্ত্ৰণৰ বাবে যোৱা ২১ অক্টোবৰত দিল্লীত ‘গ্ৰেডেড ৰেছপন্স একশ্যন প্লেন’ (জিআৰএপি)-১ জাৰি কৰা হৈছিল।

নিৰ্দেশনাত লগতে জনোৱা হৈছে যে ১ নৱেম্বৰৰ পৰা ৩১ জানুৱাৰীলৈকে দিল্লীত সকলো ধৰণৰ নিৰ্মাণকাৰ্য আৰু ঘৰ ভঙাৰ কাম নিষিদ্ধ কৰা হৈছে। অৱশ্যে নিৰ্দিষ্ট কেতবোৰ অত্যাৱশ্যকীয় চৰকাৰী প্ৰকল্পৰ ক্ষেত্ৰত চৰ্তসাপেক্ষে ৰেহাই দিয়া হৈছে।

ইয়াৰ উপৰি যান-জঁট হ্ৰাস কৰাৰ উদ্দেশ্যে বিভিন্ন চৰকাৰী কাৰ্যালয়ৰ সময়সূচীতো পৰিৱৰ্তন অনা হৈছে। দিল্লী পৌৰ নিগমৰ কাৰ্যালয়সমূহ পুৱা ৮ বজাৰ পৰা বিয়লি ৫ বজালৈ আৰু দিল্লী চৰকাৰৰ কাৰ্যালয়সমূহ পুৱা ১০ বজাৰ পৰা সন্ধিয়া ৬.৩০ বজালৈ খোলা থাকিব। আনহাতে, ব্যক্তিগত বাহনৰ ব্যৱহাৰ হ্ৰাস কৰাৰ বাবে পাৰ্কিং মাচুল দুগুণ কৰা হৈছে।

নিৰ্দেশনা অনুসৰি, প্ৰদূষণ নিয়ন্ত্ৰণ প্ৰমাণপত্ৰ (পিইউচি) নাথাকিলে ১ নৱেম্বৰৰ পৰা দিল্লীৰ পেট্ৰ’ল পাম্পসমূহত বাহনক ইন্ধনো যোগান ধৰা নহ’ব। এই নিয়ম কাৰ্যকৰী কৰাৰ বাবে দিল্লীৰ ৫০০টা পেট্ৰ’ল পাম্পত এএনপিআৰ কেমেৰা স্থাপন কৰা হৈছে। এই কেমেৰাসমূহে বাহনৰ নম্বৰ প্লেট আৰু অন্যান্য তথ্য স্কেন কৰিব পাৰে। যদি কোনো বাহনৰ পিইউচি বৈধ নহয় বুলি ধৰা পৰে, তেন্তে সেই বাহনক ইন্ধন যোগান ধৰা নহ’ব।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
publisher

publisher

Related Posts

জুৰীয়াত শ শ শামুকভঙা চৰাইৰ নান্দনিক দৃশ্য
Assam

জুৰীয়াত শ শ শামুকভঙা চৰাইৰ নান্দনিক দৃশ্য

November 1, 2026
পশ্চিমবংগৰ পৰা ৰয়েল বেংগল টাইগাৰ প্ৰজাতিৰ এটি বাঘিনীৰ অসমত প্ৰৱেশ
India

পশ্চিমবংগৰ পৰা ৰয়েল বেংগল টাইগাৰ প্ৰজাতিৰ এটি বাঘিনীৰ অসমত প্ৰৱেশ

November 1, 2026
পানীৰ দৰে ধন ব্যয়ঃ ৰাজকোষত বৃহৎ ঘাটিক লৈ মূৰে-কপালে হাত কেন্দ্ৰৰ
India

পানীৰ দৰে ধন ব্যয়ঃ ৰাজকোষত বৃহৎ ঘাটিক লৈ মূৰে-কপালে হাত কেন্দ্ৰৰ

November 1, 2026
সৌৰজগতৰ বাহিৰত তিনিটা নতুন গ্ৰহ আৱিষ্কাৰ চীনৰ বিজ্ঞানীৰ
News

October 31, 2026
মানুহৰ কাম কৰিব ৰবটে : ৬০ হেজাৰ কৰ্মচাৰীক চাটাইৰ যোজা মাইক্ৰ’ছফটৰ
International

বিশ্ববিখ্যাত স্বর্ণ বজাৰ ডেৰাক সংযোগ কৰি ডুবাইত সোণৰ পথ নিৰ্মাণ

  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d