ADVERTISEMENT

Tag: Amazon

Festive Sale : অনলাইন বজাৰত শাৰদোৎসৱৰ প্রস্তুতি মিন্ট্রা, এমেজন আৰু ফ্লিপকার্টত ৰেহাইৰ বৰষুণ

উৎসৱৰ বতৰ প্রায় সমাগত। ইতিমধ্যে পূজাৰ বজাৰত ক্রেতাৰ সমাগম বৃদ্ধি পাইছে। অনলাইন বজাৰতাে খদমদম লাগিছে, চৌদিশে বিৰাজ কৰিছে উৎসৱৰ আনন্দই। ...

Read more
পূজাৰ বতৰত উপহাৰৰ প্ৰলোভনৰ পৰা সাৱধান : এমেজনৰ ভুৱা গ্ৰাহক সেৱা কেন্দ্ৰ উৎখাত

পূজাৰ বতৰত উপহাৰৰ প্ৰলোভনৰ পৰা সাৱধান : এমেজনৰ ভুৱা গ্ৰাহক সেৱা কেন্দ্ৰ উৎখাত

জনপ্রিয় ই কমার্চ প্রতিষ্ঠান এমেজনৰ নামত পশ্চিমবংগত একাধিক ভুৱা গ্রাহক সেৱা কেন্দ্র সক্রিয় হৈ আছে। গােপন সূত্ৰৰ খবৰৰ ভিত্তিত কলকাতা ...

Read more

এমেজন ত্যাগ বেজ’ছৰ, সমাজসেৱা-মহাকাশ গৱেষণাত কৰিব মনােনিৱেশ

গ্রন্থ বিপণনৰ ব্যৱসায়ৰ জৰিয়তে ব্যৱসায়িক জীৱন আৰম্ভ কৰা জেফ বেজ’ছে এমেজনৰ দৰে বিশ্বৰ সর্ববৃহৎ ই-কমার্চ প্রতিষ্ঠান গঢ় দি বিশ্বৰ অন্যতম ...

Read more

পাঁচ জুলাইত এমেজনৰ মুৰব্বী পদ ত্যাগ কৰিব বেজ’ছে

বিশ্বৰ দ্বিতীয়গৰাকী ধনাঢ্য ব্যক্তি তথা এমেজনৰ মুখ্য কাৰ্যবাহী বিষয়া-সহ প্রতিষ্ঠাপক জেফ বেজ’ছে ই-বাণিজ্য প্রতিষ্ঠানটোৰ মুৰব্বী বিষয়াৰ পদৰ পৰা অহা পাঁচ ...

Read more

ফিউছাৰ-আমাজন গোচৰত নতুন নিৰ্দেশ দিল্লী উচ্চতম ন্যায়ালয়ৰ ডিভিছন বেঞ্চৰ

আমাজন বনাম ফিউছাৰ কুপন্স প্ৰাইভেট লিমিটেড গোচৰত বিচাৰক বেঞ্চৰ নিৰ্দেশৰ ওপৰত স্থগিতাদেশ দিলে দিল্লী উচ্চতম ন্যায়ালয়ৰ ডিভিছন বেঞ্চে । বিগত ...

Read more

ৰিলায়েন্স আৰু ফিউচাৰ গ্ৰুপৰ মাজত বাণিজ্যিক স্থানান্তৰ প্ৰতিহত কৰিবলৈ আমাজনৰ উচ্চতম ন্যায়ালয়ত আবেদন

ৰিলায়েন্স আৰু ফিউচাৰ গ্ৰুপৰ মাজত বাণিজ্যিক স্থানান্তৰ প্ৰতিহত কৰিবলৈ আমাজনে উচ্চতম ন্যায়ালয়ত আবেদন কৰিছিল। দিল্লী উচ্চ ন্যায়ালয়ৰ একক বিচাৰপীঠে প্ৰথমতে ...

Read more

 ‘তাণ্ডৱ ‘ৱেব ছিৰিজৰ বিৰুদ্ধে অভিযোগ

এমাজ'ন প্ৰাইমৰ নতুন ৱেব ছিৰিজ "তাণ্ডৱ"ৰ বাবে উত্তৰ প্ৰদেশৰ আৰক্ষীয়ে, নিৰ্মাতা সকলৰ বিৰুদ্ধে হিন্দু দেৱতাসকলক অপমান কৰা আৰু ষ্ট্ৰিমিং ছাৰ্ভিছৰ ...

Read more

নিয়ন্ত্ৰণৰ আওতালৈ ছ’চিয়েল মিডিয়াৰ উপৰি নেটফ্লিক্স-এমাজন প্রাইম-হটষ্টাৰ আদি

অনলাইন নিউজ পর্নেল আৰু নেটফ্লিক্স, এমাজন প্রাইম ভিডিঅ’ আৰু হটষ্টাৰআদিৰ দৰে বিনােদনধর্মী অনলাইন প্লেটফৰ্মক কেন্দ্রীয় তথ্য আৰু সম্প্রচাৰ মন্ত্রণালয়ৰ অধীনলৈ ...

Read more
Page 2 of 3 1 2 3