Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    মুম্বাইত CJPৰ প্ৰতিবাদত বিনোদন জগতৰ কেবাগৰাকীও তাৰকা

    নিৰ্বাচনী সংস্কাৰ আৰু CEC জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত মুম্বাইত CJPৰ প্ৰতিবাদ

    বৈধ ভোটাৰৰ নাম তালিকাত অন্তৰ্ভুক্ত কৰিবলৈ নিৰ্বাচন আয়োগৰ বৃহৎ অভিযান

    দিল্লীত জ্ঞানেশ কুমাৰৰ বিৰুদ্ধে প্ৰতিবাদ, আটক অন্তত ৭০০

    দুৰ্ঘটনাপতিত হ’ল দুৰ্গা প্ৰতিমা কঢ়িয়াই নিয়া টেম্পো !

    ‘ফ্লাইডুবাই’ৰ আহত ভাৰতীয় পাইলট স্মিতৰ স’তে মোদীৰ ভিডিঅ’ কল, সাহসিকতাৰ প্ৰশংসা প্ৰধানমন্ত্ৰীৰ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

    ‘পাকিস্তান জিন্দাবাদ’ ধ্বনি দি বিতৰ্কত আয়ুষ্মান: অৱশেষত মুখ খুলিলে অভিনেতাই

    পুনৰ আহিব আৰিয়ান খানৰ ‘দ্য বেছ অৱ বলিউদ ২’

    কৰীনাই ক্ৰেচ ডায়েট ভাল নাপায়, টাইমুৰৰ জন্মৰ পিছত কেনেকৈ কমি গ’ল অভিনেত্ৰীগৰাকীৰ ওজন?

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    মানসিক চাপে মনটোৱেই নহয়, শৰীৰতো যথেষ্ট প্ৰভাৱ পেলায়

    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News

 কোন হ’ব আমাজনৰ পৰৱৰ্তী চিইঅ’ ?

publisher by publisher
February 3, 2021
in News
Reading Time: 1 min read
0
 কোন হ’ব আমাজনৰ পৰৱৰ্তী চিইঅ’ ?
2
SHARES
19
VIEWS
ShareShareShareShare

RelatedPosts

দেশত ৰন্ধন গেছৰ নাটনি বৃদ্ধি পাইছে ইনডাকচনৰ চাহিদা : অনলাইনত ৩০ গুণ অধিক বিক্রী

মহাকাশ পর্যটনত প্রতিদ্বন্দ্বীহীন হ’ল মাস্ক!

ভাৰতত ৩১ লাখ কোটি বিনিয়োগ!

বৰ্ষৰ অন্তত শীৰ্ষপদ পৰিৱৰ্তন হ’ব আমাজনৰ । বৰ্তমানৰ চিইঅ’ জেফ বেজ’ছৰ পদত বহিব ‌এণ্ডি জেছি । আমাজনৰ ভাবী কৰ্তা এণ্ডিৰ সম্পৰ্কে বহু তথ্যই সাধাৰণ লোকে নাজানে । তথ্য অনুসৰি, জেছি এজন আমেৰিকান ব্যৱসায়ী । ২০২০ৰ নৱেম্বৰ লৈকে তেওঁৰ মুঠ সম্পত্তিৰ মূল্য আছিল ৩৭.৭ কোটি মাৰ্কিন ডলাৰ । আমাজনৰ ভাবী কৰ্তাগৰাকী ফেশ্বন ডিজাইনাৰ পত্নী আৰু দুই সন্তানৰ স’তে ছিয়াটেলত বাস কৰে ।

ADVERTISEMENT

১৯৯৭ৰ পৰা আমাজনৰ স’তে জড়িত জেছি । কেৰিয়াৰৰ আৰম্ভণিত বিপনী ব্যৱস্থাপক পদত কাম আৰম্ভ কৰিছিল তেওঁ । অতিশীঘ্ৰে সংস্থাৰ প্ৰযুক্তিগত ভাৰ গ্ৰহণ কৰে জেছিয়ে । আমাজন ৱেব ছাৰ্ভিছ বিভাগৰ নতুন কাম তেঁৱে আৰম্ভ কৰে । তেওঁৰ ‌নেতৃত্বতে আমাজন ৱেব ছাৰ্ভিছে এতিয়া পাঁচ হেজাৰ কোটি ডলাৰৰ ব্যৱসায় দিয়ে প্ৰতি বছৰে ।

৫৩ বছৰীয়া জেছি হাৰ্ভাৰ্ড বিজনেছ স্কুলৰ ছাত্ৰ আছিল । এক সাক্ষাৎকাৰত জেছিয়ে কয়, ‘বিজনেছ স্কুলৰ চূড়ান্ত পৰীক্ষা সমাপ্ত হোৱাৰ তিনিদিন পাছতে আমাজানত যোগ দিবলগীয়া হৈছিল । তেতিয়াও গম পোৱা নাছিলো মই কি কাম কৰিব লাগিব, কি পদৰ দায়িত্ব দিব । ১৯৯৭ ৰ মে’ৰ এটা শুক্ৰবাৰত পৰীক্ষা সমাপ্ত হৈছিল আৰু সোমবাৰে আমাজনত যোগ দিছিলো । কিয় নাজানো, আমাজনৰ তৰফৰ পৰা জনায় দিয়া হৈছিল সিদিনাখনৰ পৰাই সংস্থাটোত যোগ দিব লাগিব ।’

ইয়াৰ প্ৰায় ন বছৰৰ পাছত ২০০৬ত আমাজনৰ ৱেব ছাৰ্ভিছ আৰম্ভ কৰে জেছিয়ে । ৫৭ জনীয়া দলৰ স’তে আমাজনৰ প্ৰযুক্তিগত ৰূপেই পৰিৱৰ্তন কৰি দিয়ে তেওঁ । কিদৰে আমাজনে প্ৰযুক্তি ক্ৰয় কৰিব, ক্লাউড কম্পিউটিঙৰ জৰিয়তে কিদৰে কাম কৰিব এই সকলোবোৰ । দ্ৰুত ফলাফলো পোৱা যায় । ক্ৰমশঃ অমাজনৰ ৱেব ছাৰ্ভিছৰ ব্যৱসায় বৃদ্ধি পায় ।

জেছিয়ে মত প্ৰকাশ কৰে যে, দীৰ্ঘম্যাদী সাফল্য লাভ কৰিবলৈ হ’লে পুনৰ্বিন্যাস প্ৰয়োজনীয় । কামৰ বাহিৰে প্ৰচাৰৰ পৰা আঁতৰি থাকিয়ে ভাল পায় জেছিয়ে । খেলা-ধূলাটো যথেষ্ট ৰুচি আছে জেছিৰ । দুটা আন্তৰ্জাতিক হকি দলৰো সদস্য তেওঁ । স্বৰচিত সংগীত প্ৰেমিও । সামাজিক বিষয়ভোৰতো সক্ৰিয় । সামাজিক মাধ্যমত কৃষ্ণাংগ মহিলাৰ ওপৰত শ্বেতাংগ পুলিচৰ অত্যাচাৰৰ ঘটনাক প্ৰতিবাদ কৰিছিল, সমকামীসকলৰ প্ৰতি থকা বৈষম্যৰ বিষয়তো সৰব তেওঁ ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Amazonchief Andy JassyJeff Bezos
publisher

publisher

Related Posts

মুম্বাইত CJPৰ প্ৰতিবাদত বিনোদন জগতৰ কেবাগৰাকীও তাৰকা
India

October 3, 2026
নিৰ্বাচনী সংস্কাৰ আৰু CEC জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত মুম্বাইত CJPৰ প্ৰতিবাদ
India

নিৰ্বাচনী সংস্কাৰ আৰু CEC জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত মুম্বাইত CJPৰ প্ৰতিবাদ

October 2, 2026
বৈধ ভোটাৰৰ নাম তালিকাত অন্তৰ্ভুক্ত কৰিবলৈ নিৰ্বাচন আয়োগৰ বৃহৎ অভিযান
India

বৈধ ভোটাৰৰ নাম তালিকাত অন্তৰ্ভুক্ত কৰিবলৈ নিৰ্বাচন আয়োগৰ বৃহৎ অভিযান

October 2, 2026
দিল্লীত জ্ঞানেশ কুমাৰৰ বিৰুদ্ধে প্ৰতিবাদ, আটক অন্তত ৭০০
India

দিল্লীত জ্ঞানেশ কুমাৰৰ বিৰুদ্ধে প্ৰতিবাদ, আটক অন্তত ৭০০

October 2, 2026
দুৰ্ঘটনাপতিত হ’ল দুৰ্গা প্ৰতিমা কঢ়িয়াই নিয়া টেম্পো !
India

দুৰ্ঘটনাপতিত হ’ল দুৰ্গা প্ৰতিমা কঢ়িয়াই নিয়া টেম্পো !

October 2, 2026
‘ফ্লাইডুবাই’ৰ আহত ভাৰতীয় পাইলট স্মিতৰ স’তে মোদীৰ ভিডিঅ’ কল, সাহসিকতাৰ প্ৰশংসা প্ৰধানমন্ত্ৰীৰ
International

‘ফ্লাইডুবাই’ৰ আহত ভাৰতীয় পাইলট স্মিতৰ স’তে মোদীৰ ভিডিঅ’ কল, সাহসিকতাৰ প্ৰশংসা প্ৰধানমন্ত্ৰীৰ

October 2, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d