ভোটাৰৰ অভিযোগ গ্ৰহণৰ বাবে ধুবুৰী নিৰ্বাচন জিলাত ছটাকৈ টেলিফোন নম্বৰ সক্ৰিয়
ধুবুৰী নিৰ্বাচন জিলাৰ অন্তৰ্গত ধুবুৰী, গৌৰীপুৰ আৰু গোলকগঞ্জ বিধানসভা সমষ্টিৰ নিৰ্বাচন প্ৰক্ৰিয়া নিকা আৰু স্বচ্ছ কৰিবলৈ আৰু ভোটাৰ ৰাইজৰ সুবিধাৰ্থে ...
Read moreDetailsধুবুৰী নিৰ্বাচন জিলাৰ অন্তৰ্গত ধুবুৰী, গৌৰীপুৰ আৰু গোলকগঞ্জ বিধানসভা সমষ্টিৰ নিৰ্বাচন প্ৰক্ৰিয়া নিকা আৰু স্বচ্ছ কৰিবলৈ আৰু ভোটাৰ ৰাইজৰ সুবিধাৰ্থে ...
Read moreDetailsআজি সন্ধিয়া প্ৰায় চাৰে ছয় বজাত ধুবুৰীত ভয়ংকৰ অগ্নিকাণ্ড সংঘটিত হয়। অগ্নিকাণ্ডৰ ফলত ধুবুৰী চহৰৰ ইন্দিৰা গান্ধী পথৰ ১৪ নং ...
Read moreDetailsধুবুৰী ঝগৰাৰপাৰৰ অসমাৰিক চিকিৎসালয়ৰ অন্তৰ্গত সংঘটিত হয় ভয়ংকৰ পথ দূৰ্ঘটনা । এখন ব্যক্তিগত এম্বুলেন্স আৰু ইৰিক্সাৰ মাজত সংঘটিত হোৱা দূৰ্ঘটনাত ...
Read moreDetails২৩ নং ধুবুৰী বিধানসভা সমষ্টিৰ বিজেপি প্ৰাৰ্থী ডঃ দেৱময় সন্ন্যাল ৰ মনোনয়ন পত্ৰ দাখিল ।হেজাৰ হেজাৰ সমৰ্থকৰ স'তে বিশাল শোভাযাত্ৰা ...
Read moreDetailsধুবুৰী বালাজনত জঘন্য হত্যাকাণ্ড নিশা স্বামীয়ে পত্নীক হত্যা কৰি ৰচিৰে ওলমাই ৰাখিলে ঘৰৰ চোতালত । সোমবাৰে সন্ধিয়া পত্নী আনোৱাৰাক মাৰপিট ...
Read moreDetailsনির্বাচনী অধিসূচনা জাৰি হােৱাৰ পাছৰ পৰাই যোৱা কেইটা দিনত ধুবুৰী জিলাৰ বিভিন্ন প্রান্তত ফ্লাইং স্কোর্ট আৰু এছএছটি দলে অভিযান চলাই ...
Read moreDetailsধুবুৰী ৰাজহ চক্ৰ বিষয়াৰ কাৰ্য্যালয়ত মাটি নামজাৰী আৰু কিনা-বেচাৰ ক্ষেত্ৰত বিভিন্ন সময়ত ব্যাপক দুৰ্নীতি অনিয়ম সংঘটিত হোৱাৰ অভিযোগ উত্থাপিত হৈছে ...
Read moreDetailsৰাজ্যত কে'বাদিনমানৰ পাছত অনুষ্ঠিত হ'ৱ ২০২১ ৰ বিধান সভাৰ নিৰ্বাচন। ইতিমধ্যে ২১ ৰ বিধান সভাৰ নিৰ্বাচনক লৈ তৎপৰ হৈছে প্ৰতিটো ...
Read moreDetailsনামনি অসমৰ প্ৰখ্যাত ধুবুৰী ভোলানাথ মহাবিদ্যালয়ত সপ্তম অসম বেটেলিয়ন আৰু মহাবিদ্যালয় ইউনিটৰ সহযোগত এখনি পাঁচ দিনীয়া(২২ - ২৬ ফেব্ৰুৱাৰী) এ.টি.চি.কেম্পৰ ...
Read moreDetailsধুবুৰীৰ ১০ নং ৱাৰ্ডৰ বিদ্যাপাৰাত হস্ত নিৰ্মিত বোমা উদ্ধাৰ। ছমীৰ শেখ নামৰ লোকজনৰ বাসগৃহৰ পৰা উদ্ধাৰ দুটাকৈ হস্ত নিৰ্মিত বোমা। ...
Read moreDetails© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.
© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.