ADVERTISEMENT

Tag: Kaziranga National Park

কাজিৰঙাত অঘটন; গঁড়ৰ আক্ৰমণত গুৰুতৰভাৱে আহত এগৰাকী সুৰক্ষা কৰ্মী 

আজি পুৱা কাজিৰঙা ৰাষ্ট্ৰীয় উদ‍্যানৰ বন‍্যপ্ৰাণী সুৰক্ষাৰত এগৰাকী গৃহৰক্ষী বাহিনীৰ জোৱানৰ গঁড়ৰ আক্ৰমনত গুৰুতৰ ভাৱে আহত হৈছে । বুঢ়াপাহাৰ বনাঞ্চল ...

Read moreDetails

বিশ্বখ্যাত এশিঙীয়া গঁড় সুৰক্ষাৰ বাবে হাতত “ঘাতক” লৈ সাজু গঁড় সুৰক্ষা বাহিনী 

বিশ্বখ্যাত কাজিৰঙা সুৰক্ষাৰ লগতে ৰাজ্যৰ আন-আন বনাঞ্চলত চোৰাং চিকাৰীৰ বিৰুদ্ধে যুজঁ দিবলৈ হাতত "ঘাতক" লৈ সাজু হৈছে বিশেষ গঁড় সুৰক্ষা ...

Read moreDetails

কেএনপি-ত গঁড়ৰ সুৰক্ষা বৃদ্ধি কৰিবলৈ এআৰপিটিএফ-ক উপযোগী বাহন প্ৰদান আৰণ্যক-আইআৰ‌এফৰ

ইণ্টাৰনেচনেল ৰাইন' ফাউণ্ডেছন (IRF)ৰ সহযোগত জৈৱ-বৈচিত্ৰ্য সংৰক্ষণ আৰু গৱেষণা সংস্থা আৰণ্যকে (www.aaranyak.org) আজি ফ'ৰ-হুইল ড্ৰাইভ (4WD) মহিন্দ্ৰা ব'লেৰ' বাহন অসম ...

Read moreDetails

অতি শিঘ্ৰেই কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানলৈ আহিব বলিউডৰ ‘খিলাড়ী’ অক্ষয় কুমাৰ

অতি শিঘ্ৰেই বিশ্ব ঐতিহ্যক্ষেত্ৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত উপস্থিত হ’বহি বলিউদৰ তাৰকা শিল্পী অক্ষয় কুমাৰ৷ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান সুৰক্ষাৰ বাবে তেওঁ ...

Read moreDetails

টাটা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানলৈ সন্মান

অসমৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানক সন্মান জনাই টাটা মটৰ্ছে শেহতীয়াকৈ বজাৰত মুকলি কৰিছে একাধিক নতুন এছ‌ইউভি সংস্কৰণ । টাটা পাঞ্চ, টাটা ...

Read moreDetails

মানাহ-কাজিৰঙাত পৰ্যটকৰ বাহনলৈ হিংস্ৰ গঁড়ৰ চোঁচা

মানাহ ৰাষ্ট্ৰীয় উদ্যানত হাতী, ভালুক আৰু বনৰীয়া হৰিণাৰ পাছত এইবাৰ আৰম্ভ হৈছে গঁড়ৰ‌ সন্ত্ৰাস ৷ ৰাষ্ট্ৰীয় উদ্যানখন ভ্ৰমণৰ‌ বাবে যোৱা ...

Read moreDetails

‘কা’ ক’ভিডৰ পাছত পুনৰ ঠন ধৰি উঠিছে ৰাজ্যৰ পৰ্যটন উদ্যোগ

ক’ভিড সৃষ্ট পৰিৱেশৰ পাছত লাহে লাহে পুনৰ ঠন ধৰি উঠিছে ৰাজ্যৰ পৰ্যটন উদ্যোগটো । অসম তথা উত্তৰ পূৱৰ বিভিন্ন পৰ্যটন ...

Read moreDetails

এক অক্টোবৰৰ পৰা পৰ্যটকৰ বাবে মুকলি কৰা হ’ব কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান

এক অক্টোবৰৰ পৰা পৰ্যটকৰ বাবে মুকলি কৰা হ'ব কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান । উল্লেখযোগ্য যে কাজিৰঙা ৰেঞ্জ,কঁহৰা ৰেঞ্জ আৰু পশ্চিম ৰেঞ্জত ...

Read moreDetails

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত প্ৰথমবাৰলৈ পৰিলক্ষিত ভাগ্য উদয়ৰ প্ৰতীক ‘বগা হৰিণ’ৰ উপস্থিতি, উৎকণ্ঠিত প্ৰকৃতিপ্ৰেমী

বগা হৰিণ ওলাইছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত৷ আশ্চৰ্য্যৰ সমাহাৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত এইবাৰ পোহৰলৈ আহিছে আন এক আশ্চৰ্য্য৷ ৰাষ্ট্ৰীয় উদ্যানখনৰ অন্তঃভাগত ...

Read moreDetails

কাজিৰঙাত পাচলিত বিহ দি বন্যপ্ৰাণী হত্যাৰ অভিসন্ধি : দুজনী গৰুৰ মৃত্যু

বিশ্ব বিখ্যাত এশিঙীয়া গঁড়ৰ ৰম্যভূমি স্বৰূপ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত কোনো দুস্কৃতিকাৰীয়ে বন্য জন্তু নিধনৰ উদ্দেশ্যে পাচলিত কীটনাশক দ্ৰব্য প্ৰয়োগ কৰা ...

Read moreDetails
Page 5 of 8 1 4 5 6 8