ADVERTISEMENT

Tag: Mamata Banerjee

‘বঙালি প্ৰধানমন্ত্ৰী’ হেছটেগেৰে মমতাৰ সমৰ্থনত প্ৰচাৰ, বিপুল দাবী টুইটাৰত

পৰৱৰ্তী নিৰ্বাচনত নৰেন্দ্ৰ মোদী-বিৰোধী 'মুখ' হিচাপে মমতা বেনাৰ্জীক বিচাৰি এইবাৰ প্ৰচাৰ আৰম্ভ হ'ল সামাজিক মাধ্যমত । সোমাবাৰৰ পৰা টুইটাৰত ট্ৰেণ্ড ...

Read more

য়াছৰ ক্ষয়-ক্ষতি আৰু অৰ্থ সাহায্য সন্দৰ্ভত কলাইকুণ্ডাত প্ৰধানমন্ত্ৰীৰ স’তে বৈঠক মমতাৰ

য়াছ ঘূৰ্ণিবতাহৰ পৰৱৰ্তী পৰিস্থিতিৰ পৰ্যৱেক্ষণ কৰিবৰ বাবে পশ্চিমবংগলৈ যাব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী । শুকুৰবাৰে পশ্চিম মেদিনীপুৰ জিলাৰ কলাইকুণ্ডাত যোৱাৰ সম্ভাৱনা ...

Read more

নিৰ্বাচনৰ পৰৱৰ্তী হিংসাৰ তদন্তত শ্বাহ-মন্ত্ৰণালয়ৰ চাৰি সদস্যৰ দল নবান্নত

পশ্চিমবংগ নিৰ্বাচনৰ পৰৱৰ্তী হিংসাৰ তদন্ত কৰিবৰ বাবে চাৰিজনীয়া এটা দল প্ৰক্ষেপ কৰিছে কেন্দ্ৰীয় গৃহমন্ত্ৰণালয়ে । আজি নবান্নত উপস্থিত হয় দলটো ...

Read more

উত্তৰ বংগৰ নিৰ্বাচনোত্তৰ ৰাজনৈতিক হিংসাত জৰ্জৰিত পৰিস্থিতিত গভীৰ উদ্বেগ প্ৰকাশ কামতাপুৰ প্ৰগ্ৰেছিভ পাৰ্টিৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক উত্তম কুমাৰ ৰায়ৰ

আজি এক প্ৰেছ বিবৃতিত কামতাপুৰ প্ৰগ্ৰেছিভ পাৰ্টি (কেপিপি)ৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক উত্তম কুমাৰ ৰায়ে উত্তৰ বংগৰ তথা ঐতিহাসিক কামতাপুৰৰ নিৰ্বাচনোত্তৰ ...

Read more

মমতাৰ শপত গ্ৰহণৰ দিনাখনে দেশজুৰি ধৰ্ণা কৰ্মসূচী পালনৰ আহ্বান বিজেপিৰ

বিধানসভা নিৰ্বাচনত জয়ী হোৱাৰ পাছতে তৃণমূলৰ বিৰুদ্ধে ৰাজ্যজুৰি সন্ত্ৰাসৰ অভিযোগ উত্থাপন কৰিলে বিজেপিৰ কেন্দ্ৰীয় নেতাই । অভিযোগ অনুসৰি, তৃণমূলে আশ্ৰয় ...

Read more

বাংলাদেশী-ৰােহিংগ্যা হৈছে মমতাৰ সৰ্ববৃহৎ শক্তি : বিতর্কিত টুইট কংগনাৰ

পশ্চিমবংগত তৃণমূল কংগ্ৰেছে আকৌ এবাৰ চৰকাৰ গঠনৰ পথত অগ্ৰসৰ হােৱাৰ সময়তে ৰাজ্যখনৰ মুখ্যমন্ত্রী মমতা বেনাৰ্জীক লৈ বিতর্কিত মন্তব্য প্রকাশ কৰিলে ...

Read more

মোদীৰ পশ্চিমবংগ ভ্ৰমণ বাতিল

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বাতিল কৰিলে পশ্চিমবংগ ভ্ৰমণৰ কাৰ্যসূচী।বৃহস্পতিবাৰে ক'ভিডক লৈ উচ্চ পৰ্যায়ৰ বৈঠক কৰিব মোদীয়ে। টুইটাৰত তেওঁ কয়,"কাইলৈ উচ্চ পৰ্যায়ৰ ...

Read more

দিছপুৰ পুনৰ বিজেপি মিত্ৰজোঁটৰ দখললৈ

পাঁচ বছৰ পূর্বে অসমত ইতিহাস সৃষ্টি কৰি ক্ষমতালৈ অহা মুখ্যমন্ত্রী সর্বানন্দ সােণােৱালৰ নেতৃত্বাধীন চৰকাৰ ২০২১ত কিমান সুৰক্ষিত? পুনৰ দিছপুৰত অধিষ্ঠিত ...

Read more
Page 3 of 4 1 2 3 4