ADVERTISEMENT

Tag: Supreme Court of India

শীৰ্ষ ন্যায়ালয়ে বাতিল কৰিলে পুৰীৰ ৰথযাত্ৰা, জগন্নাথৰ মন্দিৰতেই কৰিব লাগিব পূজা

এইবাৰো বাতিল পুৰীৰ ৰথযাত্ৰা। পূজা কৰিব লাগিব জগন্নাথৰ মন্দিৰতেই । কোনো ভক্তৰ সমাগম নহ'ব । কৰ'না আক্ৰান্তৰ সংখ্যা সামান্য কম ...

Read more

স্তম্ভিত উচ্চতম ন্যায়ালয়ৰ কেন্দ্ৰক তীব্র ভৎসনা, সর্বাধিক গােচৰ মহাৰাষ্ট্ৰত, অসমতাে ৰুজু ৫৯টাকৈ গােচৰ, ২০১৫ৰ মাৰ্চতে প্রত্যাহাৰ হৈছিল আইন : কাৰণ দর্শোৱাৰ জাননী

ভাৰতৰ পৰা কাহানিবাই বাতিল কৰা হৈছিল একাধিক বিতর্কিত আইন, কিন্তু এনে আইনৰ অধীনতে এতিয়াও অসংখ্য লােকৰ বিৰুদ্ধে ৰুজু কৰা হৈছে ...

Read more

চৰকাৰ দায়বদ্ধঃ ক’ভিডত মৃতকৰ পৰিয়ালক দিব‌ই লাগিব ক্ষতিপূৰণ

ক'ভিডত মৃত্যু হোৱা লোকৰ পৰিয়ালক ক্ষতিপূৰণ আদায় দিব‌ই লাগিব চৰকাৰে । এই নিৰ্দেশনা জাৰি কৰিলে উচ্চতম ন্যায়ালয়ে । ইয়াৰ বাবে ...

Read more

‘এক দেশ, এক ৰেচন কাৰ্ড’ ৩১জুলাইৰ ভিতৰত , ৰাজ্যসমূহক নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ

সকলো ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলক 'এক দেশ এক ৰেচন কাৰ্ড' আৰম্ভ কৰিবলৈ নিৰ্দেশ দিছে উচ্চতম ন্যায়ালয়ে ।অহা ৩১ জুলাইৰ ...

Read more

৩১ জুলাইৰ ভিতৰত দ্বাদশ শ্ৰেণীৰ পৰীক্ষাৰ ফলাফল প্ৰকাশ কৰিব লাগিব

অহা ৩১ জুলাইৰ ভিতৰত দেশৰ সকলো ৰাজ্যৰ শিক্ষা ব'ৰ্ডে দ্বাদশ শ্ৰেণীৰ পৰীক্ষাৰ ফলাফল প্ৰকাশ কৰিব লাগিব । উচ্চতম ন্যায়ালয়ে এইদৰে ...

Read more

উচ্চ ন্যায়ালয়ৰ ৰায় অৱজ্ঞা কৰি ‘লিভ-ইন’ সম্পৰ্কক সুৰক্ষাৰ নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ

লিভ-ইনত থকা পুৰুষ মহিলাসকলক প্ৰয়োজনীয় সুৰক্ষা দিয়াৰ আবেদন বিবেচনা কৰাৰ বাবে পাঞ্জাৱ আৰু হাৰিয়ানা আৰক্ষীক বিশেষ নিৰ্দেশ দিলে উচ্চতম ন্যায়ালয়ে ...

Read more

প্ৰত্যেক সাংবাদিকৰে সুৰক্ষা লাভৰ অধিকাৰ আছে, দেশদ্ৰোহীৰ গোচৰত উচ্চতম ন্যায়ালয়ৰ ৰায়

সাংবাদিক বিনোদ দোৱাৰ বিৰুদ্ধে থকা দেশদ্ৰোহীৰ গোচৰ খাৰিজ কৰিলে উচ্চতম ন্যায়ালয়ে । লগতে শীৰ্ষ ন্যায়ালয়ে জনায় যে, ১৯৬২ৰ এক নিৰ্দেশনা ...

Read more

অনলাইন পাঠদানৰ মাছুল হ্ৰাস কৰাৰ নিৰ্দেশ শীৰ্ষ ন্যায়ালয়ৰ

ক'ভিড পৰিস্থিতিৰ ফলত বিদ্যালয় বন্ধ কৰি অনলাইন পাঠদান কৰিবলগীয়া হোৱাৰ বাবে সোমবাৰে উচ্চতম ন্যায়ালয়ে শৈক্ষিক প্ৰতিষ্ঠানসমূহক  মাছুল হ্ৰাস কৰাৰ নিৰ্দেশ ...

Read more

বাতৰি প্ৰকাশৰ অধিকাৰ সংবাদ মাধ্যমৰ আছে : নির্বাচন আয়ােগৰ মুখ থেকেচা উচ্চতম ন্যায়ালয়ত

উচ্চতম ন্যায়ালয়তাে মুখ থেকেচা খালে নির্বাচন আয়ােগে। আদালতৰ ভিতৰৰ সকলাে কথােপকথন প্রকাশ কৰাৰ অধিকাৰ সংবাদ মাধ্যমৰ আছে বুলি স্পষ্টভাৱে জনালে ...

Read more

সোমবাৰ মাজনিশা পৰ্যন্ত দিল্লীত অক্সিজেনৰ যোগান নিশ্চিত কৰক কেন্দ্ৰ‌ইঃ শীৰ্ষ ন্যায়ালয়

দেশত সংক্ৰমণ বৃদ্ধি পোৱাৰ লগে লগে অক্সিজেনৰ সমস্যাই দেখা দিছে । অক্সিজেনৰ অভাৱত দিল্লীত বিগত সপ্তাহত ২৫ জন আৰু শনিবাৰে ...

Read more
Page 4 of 6 1 3 4 5 6