Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    শিলচৰৰ এম্বুলেঞ্চ কাণ্ডৰ পাছত মুখ্যমন্ত্ৰীৰ কনভয় হ্ৰাসৰ নিৰ্দেশ

    সমগ্র শিক্ষাই লাভ কৰা ৮১,৭৭২টা কামৰ মাত্র ২৮,৮৭৫টাহে সম্পূর্ণ

    মুখ্যমন্ত্ৰীৰ আশ্বাসতে ৰ’ল যোৰহাটবাসীৰ বহু আকাংক্ষিত জুবিন উদ্যান

    চোৰাং চুপাৰিৰ বেহা-পৰিবহণৰ নামত বৃহৎ অবৈধ লেনদেন, অসম-পশ্চিমবংগৰ ১৬ স্থানত ইডি

    Asian Games 2026:এছিয়ান গেমছত স্বর্ণপদক লাভ অসমকন্যা লাভলীনা বৰগোহাঁইৰ

    শ্বেয়াৰ বজাৰত ভয়াৱহ স্খলন অব্যাহত, একেদিনাই ন লাখ কোটি টকা উধাও

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

    ‘পাকিস্তান জিন্দাবাদ’ ধ্বনি দি বিতৰ্কত আয়ুষ্মান: অৱশেষত মুখ খুলিলে অভিনেতাই

    পুনৰ আহিব আৰিয়ান খানৰ ‘দ্য বেছ অৱ বলিউদ ২’

    কৰীনাই ক্ৰেচ ডায়েট ভাল নাপায়, টাইমুৰৰ জন্মৰ পিছত কেনেকৈ কমি গ’ল অভিনেত্ৰীগৰাকীৰ ওজন?

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    মানসিক চাপে মনটোৱেই নহয়, শৰীৰতো যথেষ্ট প্ৰভাৱ পেলায়

    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home Uncategorized

শংকৰদেৱ আমাৰ জাতীয় গুৰু

publisher by publisher
September 27, 2019
in Uncategorized
Reading Time: 1 min read
0
দুলীয়াজানত আবকাৰী বিভাগে জব্দ কৰিলে ১০০ টকৈ অধিক বস্তা লালী গুড়ঃ সন্দেহ্ত এজনক আটক
2
SHARES
15
VIEWS
ShareShareShareShare

RelatedPosts

মোদীৰ নিৰপেক্ষ স্থিতিৰ প্ৰশংসা পুটিনৰ, ইউক্ৰেইন সংঘাতক লৈ ভাৰতৰ ভূমিকাক জনালে সন্মান

ৰাছিয়াত ব্যাপক হাৰত বন্ধ হৈছে চৰকাৰী স্কুল

আইফেল টাৱাৰৰ মুৰব্বীৰ পদত্যাগৰ যো-জা

                          “চৰাইদেউ মৈদামক বিশ্ব ঐতিহ্যক্ষেত্ৰ হিচাপে গঢ়ি তোলাৰ প্ৰয়াস কৰা হৈছে “

নগাঁও: “প্ৰাচীন আৰু প্ৰত্নতাত্ত্বিক সম্বল সমূহ আমাৰ জাতীয় ঐতিহ্য। এই ঐতিহ্য আমাৰ জাতিৰ পৰিচয়। সেয়ে এই সম্বল সমূহক আমি উপযুক্ত ভাবে সংৰক্ষণ কৰিব লাগিব।” এই মন্তব্য অসমৰ জলসম্পদ দপ্তৰৰ মন্ত্ৰী কেশৱ মহন্তৰ। আজি নগাঁও জিলাৰ আমনিস্থ অসম ৰাজ্যিক উদ্যোগিক সম্প্ৰসাৰণ কেন্দ্ৰত অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগ, প্ৰত্নতত্ত্ব সঞ্চালকালয়ৰ উদ্যোগত আৰু কলিয়াবৰ মহকুমাৰ প্ৰশাসনৰ সহযোগত অনুষ্ঠিত ঐতিহ্য সজাগতা অনুষ্ঠানৰ সভাত মুখ্য অতিথি হিচাপে অংশ গ্ৰহণ কৰি মন্ত্ৰী মহন্তই আৰু কয়যে,ঐতিহ্য সংৰক্ষণ হলে জাতীয় পৰিচয় শক্তিশালী হব। পূৰ্বৰ চৰকাৰ সমূহক সমালোচনা কৰি মহন্তই কয়,” অসমৰ এই ঐতিহ্য সমূহ সংৰক্ষণ কৰাত পূৰ্বৰ চৰকাৰ সমূহে বিশেষ ধৰণৰ গুৰুত্ব প্ৰদান কৰা নাছিল। আমি পূৰ্বৰ চৰকাৰৰ দিনতবিধান সভাত এই প্ৰাচীন ঐতিহ্য সমূহ সংৰক্ষণৰ বাবে প্ৰশ্ন উত্থাপন কৰিছিলো। চৰকাৰেও সংৰক্ষণ কৰাৰ প্ৰতিশ্ৰুতি দিছিল যদিও কোনো ব্যৱস্থা গ্ৰহণ নকৰিলে। মূখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱাল নেতৃত্বাধীন বৰ্তমানৰ চৰকাৰ খনে অসমৰ প্ৰচীন আৰু প্ৰত্নতাত্ত্বিক সম্বল সমূহ সংৰক্ষণৰ বাবে ব্যৱহা গ্ৰহন কৰিছে।” মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱক অসমৰ জাতীয় গুৰু বুলি অভিহিত কৰি মন্ত্ৰী গৰাকীয়ে কয়,”আমাৰ চৰকাৰে ঐতিহ্য সংৰক্ষণৰ পদক্ষেপ হিচাপে গুৰুজনাৰ পবিত্ৰ জন্মভূমি শ্ৰী শ্ৰী বটদ্ৰৱা থানৰ ভূমি বেদখল মুক্ত কৰাৰ লগতে থান খনৰ উন্নয়নৰ বাবে ১৫০ কোটিৰো অধিক টকা ধাৰ্য্য কৰিছে। তদুপৰি ৰাজ্য খনৰ বহু কেইখন সত্ৰৰ ভূমি বেদখল মুক্ত কৰাৰ লগতে আহোম ৰাজত্বৰ সময়ৰ বহু ঐতিহাসিক সম্বল আৰু ঐতিহ্য ক্ষেত্ৰ সমূহক বেদখল মুক্ত কৰি প্ৰত্নতত্ত্ব সঞ্চালকালয়ৰ অধীনলৈ অনা হৈছে।” প্ৰসংগক্ৰমে তেওঁ কয়,” আহোম ৰাজত্বৰ সময়ত অন্যতম ঐতিহ্য ক্ষেত্ৰ চৰাইদেউ মৈদামক বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে গঢ়ি তুলিবলৈ চৰকাৰে প্ৰচেষ্টা অব্যাহত ৰাখিছে।আহোম ৰাজত্ব সময়ৰ অন্যতম শক্তিশালী প্ৰতিৰক্ষা ক্ষেত্ৰ হিচাপে চিহ্নিত চীনৰ প্ৰাচীৰ সদৃশ চামধৰা গড় আৰু মিছাকুট সংৰক্ষণৰ বাবে চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰিছে।” ভাষন প্ৰসংগত মন্ত্ৰী গৰকীয়ে এই ক্ষেত্ৰত সকলোৰে সহায় সহযোগিতা কামনা কৰিছে।

ADVERTISEMENT

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
publisher

publisher

Related Posts

দিনটোৰ ৰাশিফল
Uncategorized

Today’s Horoscope:দিনটোৰ ৰাশিফল

September 30, 2026
Doner Ministry:অসম চৰকাৰৰ চূড়ান্ত ব্যৰ্থতাৰ বাবেই ২১১ কোটিৰ উন্নয়ন প্রকল্প বাতিল কৰিলে ড’নাৰে
Uncategorized

Doner Ministry:অসম চৰকাৰৰ চূড়ান্ত ব্যৰ্থতাৰ বাবেই ২১১ কোটিৰ উন্নয়ন প্রকল্প বাতিল কৰিলে ড’নাৰে

September 22, 2026
তথ্যৰ অমিল আৰু মেপিং নথকাৰ বাবে নিৰ্বাচন আয়ুক্ত আৰু শীৰ্ষ আমোলালৈ জাননী প্ৰেৰণ
Uncategorized

তথ্যৰ অমিল আৰু মেপিং নথকাৰ বাবে নিৰ্বাচন আয়ুক্ত আৰু শীৰ্ষ আমোলালৈ জাননী প্ৰেৰণ

September 20, 2026
বিহপুৰীয়াৰ জুবিন ক্ষেত্ৰত প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ প্ৰতিমূৰ্তিৰ স্থাপনৰ কাম শুভাৰম্ভ
Uncategorized

বিহপুৰীয়াৰ জুবিন ক্ষেত্ৰত প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ প্ৰতিমূৰ্তিৰ স্থাপনৰ কাম শুভাৰম্ভ

September 20, 2026
গুৱাহাটীত য়ামাহাৰ ৰোমাঞ্চকৰ ট্ৰেক ডে’ অভিজ্ঞতাৰ আয়োজন
Uncategorized

গুৱাহাটীত য়ামাহাৰ ৰোমাঞ্চকৰ ট্ৰেক ডে’ অভিজ্ঞতাৰ আয়োজন

September 20, 2026
ৰামদিয়াত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ৫৭৮ সংখ্যক আবিৰ্ভাৱ মহোৎসৱ:  হৰিনাম ধ্বনিৰে মুখৰিত ৰামদিয়া
Uncategorized

ৰামদিয়াত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ৫৭৮ সংখ্যক আবিৰ্ভাৱ মহোৎসৱ:  হৰিনাম ধ্বনিৰে মুখৰিত ৰামদিয়া

September 20, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d