Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    শ্বিলং-চেৰাপুঞ্জী-ডাউকিৰ হোটেলৰ ৮০-৯০ শতাংশ বুকিং বাতিল

    সাৱধান! ২০২৭ইতিহাসতে সবাতোকৈ গৰম বছৰ হ’ব!

    গা ধুবলৈ একেলগে পুখুৰীত নামি মৃত্যুক সাবটিলে চাৰি নাবালিকাই

    মাথোঁ এটা ম’বাইল ফোনৰ বাবে নিঃশেষ হ’ল এটা তিনিজনীয়া পৰিয়াল

    শিক্ষাখণ্ডৰ দুৰৱস্থাক উদঙাই এবছৰতে ১৪ৰ পৰা ১৮ বছৰৰ ৪.৫২ লক্ষাধিকৰ শিক্ষা জীৱন ত্যাগ 

    কেৱল এটিএম নহয়, ডিজিটেল লেনদেনৰো সীমা বান্ধিলে এছবিআয়ে

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    দুহেজাৰ বছৰ পূৰ্বৰ গৰ্ভনিৰোধক

    দুহেজাৰ বছৰ পূৰ্বৰ গৰ্ভনিৰোধক

    পাহাৰত শুই-বহি মেঘ চোৱাটোৱেই চাকৰি

    পাহাৰত শুই-বহি মেঘ চোৱাটোৱেই চাকৰি

    গৰম ননষ্টিক কেৰাহীত পানী ঢালি দিয়ে নেকি?

    সৰিয়হৰ নে ৰিফাইন তেল? কোনটো বেছি নিৰাপদ?

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    গৰমত আপুনি অতিপাত ঘামি থাকে নেকি? ছাল সতেজ ৰাখিবলৈ ঘৰুৱা সহজ উপায়

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News

কৰ’নাত আক্ৰান্ত হোৱা যোৰহাট ৪ বছৰীয়া শিশু

publisher by publisher
March 22, 2020
in News
0
কৰ’নাত আক্ৰান্ত হোৱা যোৰহাট ৪ বছৰীয়া শিশু

Children wearing face masks cross a road during a Lunar New Year of the Rat public holiday in Hong Kong on January 27, 2020, as a preventative measure following a coronavirus outbreak which began in the Chinese city of Wuhan. (Photo by Anthony WALLACE / AFP) (Photo by ANTHONY WALLACE/AFP via Getty Images)

2
SHARES
15
VIEWS
ShareShareShareShare

RelatedPosts

নগালেণ্ডত খনিজ সম্পদৰ খনন-সৰবৰাহ অসমৰ লোকৰ দ্বাৰা হয়

ইথানলযুক্ত পেট্র’ল উৎপাদনৰ বাবে দেশত প্রতিদিনে চেনিৰ মূল্যবৃদ্ধি!

আইফোনৰ আসক্তিয়ে ধাৰত পুতিছে ভাৰতৰ কোটি কোটি পৰিয়ালক

গুৱাহাটী,২২মাৰ্চঃ কৰ’না ভাইৰাছত আক্ৰান্ত হোৱা নাই যোৰহাট পুলিবৰৰ ৪ বছৰীয়া কণমানি শিশুটি। আজি স্বাস্থ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই টুইটাৰ যোগে প্ৰকাশ কৰে এই তথ্য ৷ মাৰাত্মক কৰ’না ভাইৰাছত আক্ৰান্ত বুলি সন্দেহ কৰা যোৰহাটৰ এই পৰিয়ালটো গৈছিল কেৰেলালৈ। শিশুটিকে ধৰি পৰিয়ালৰ বাকী সদস্যকেইজনো জ্বৰ,চৰ্দি,কাঁহত আক্ৰান্ত হৈছিল ৷ কেৰেলাৰ পৰা যোৰহাটত উপস্থিত হোৱাৰ পিছত প্ৰথমবাৰৰ যোৰহাট মেডিকেল চিকিৎসালয়ত পৰীক্ষা কৰাৰ পিছত শিশুটি কৰ’নাত আক্ৰান্ত হোৱা বুলি প্ৰকাশ কৰে ৷আনকি স্বাস্থ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাও শিশুটিক কৰ’নাত আক্ৰান্ত বুলি মন্তব্য কৰে ৷অৱশ্য আৰু এবাৰ পৰীক্ষা কৰাৰ পিছতহে নিশ্চিত তথ্য প্ৰকাশ কৰিব বুলি প্ৰকাশ কৰে চিকিৎসক তথা স্বাস্থ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই । ইয়াৰ পিছতে শিশুটি কৰ’নাত আক্ৰান্ত হৈছে নে তাক সেয়া পৰীক্ষা কৰিবলৈ দ্বিতীয়বাৰৰ বাবে নমুনা আই চি এম আৰলৈ পঠোৱা হয়। আৰু এই পৰীক্ষাৰ নমুনাত শিশুটি কৰ’নাত আক্ৰান্ত যে নহয় সেয়া নিশ্চিত হয়। ইয়াৰ লগে লগে শিশুটিৰ পৰিয়ালৰ লগতে সকলো অসমবাসীয়ে সকাহ লাভ কৰে। উল্লেখ্য যে,যোৰহাট পুলিবৰৰ সৰুচৰাই অঞ্চলৰ শিশুটি মাতৃ আৰু ভগ্নীৰ স’তে যোৱা ১৯ মাৰ্চত ৰেলযোগে বিহাৰৰ পৰা মোমায়েকৰ ঘৰলৈ আহিছিল ৷ শিশুটিৰ পিতৃৰ ঘৰ বিহাৰত ৷তেওঁৰ পিতৃ সম্প্ৰতি বিহাৰতে আছে। মোমায়েকৰ ঘৰত উপস্থিত হোৱাৰ পিছত শিশুটিৰ মাতৃ আৰু ভগ্নীসহ জ্বৰত আক্ৰান্ত হোৱাত আশা কৰ্মী,এ এন এম নাৰ্ছ আৰু এম পি ডব্লিউৱে পৰিয়ালটোৰ ঘৰলৈ গৈ প্ৰয়োজনীয় দিহা পৰামৰ্শ আগবঢ়াইছিল ৷কন্যা শিশুটিৰ অসুস্থতাৰ লক্ষণবোৰৰ লগত কৰ’না ভাইৰাছত আক্ৰান্ত ৰোগীৰ বহু সাদৃশ্য লাভ কৰিছিল ৷সেই বাবে শিশুটিৰ লগতে মাতৃ আৰু ভগ্নীকো যোৰহাট চিকিৎসা মহাবিদ্যালয়লৈ আনি ভৰ্ত্তি কৰোৱা হয় । আনহাতে এই তথ্য পোহৰলৈ অহাৰ লগে লগে যোৰহাটৰ পুলিবৰৰ লগতে সমগ্ৰ অসমতে কৰ’নাৰ আতংকই বিৰাজ কৰে ৷ ইপিনে শনিবাৰে যোৰহাটৰ ৰৰৈয়া বিমানকোঠত দিল্লী আৰু কলকাতাৰ পৰা অহা দুখন বিমানৰ ২৬৪ জন যাত্ৰীক ঘৰত পৃথককৈ থকাৰ জাননী জাৰি কৰা হৈছে ।

ADVERTISEMENT

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
publisher

publisher

Related Posts

নগালেণ্ডত খনিজ সম্পদৰ খনন-সৰবৰাহ অসমৰ লোকৰ দ্বাৰা হয়
Assam

August 23, 2026
ইথানলযুক্ত পেট্র’ল উৎপাদনৰ বাবে দেশত প্রতিদিনে চেনিৰ মূল্যবৃদ্ধি!
India

ইথানলযুক্ত পেট্র’ল উৎপাদনৰ বাবে দেশত প্রতিদিনে চেনিৰ মূল্যবৃদ্ধি!

August 23, 2026
আইফোনৰ আসক্তিয়ে ধাৰত পুতিছে ভাৰতৰ কোটি কোটি পৰিয়ালক
India

আইফোনৰ আসক্তিয়ে ধাৰত পুতিছে ভাৰতৰ কোটি কোটি পৰিয়ালক

August 23, 2026
অস্থিৰতাৰ পৰা স্বাভাৱিকলৈ দুই ৰাজ্য
Assam

অস্থিৰতাৰ পৰা স্বাভাৱিকলৈ দুই ৰাজ্য

August 23, 2026
শ্বিলং-চেৰাপুঞ্জী-ডাউকিৰ হোটেলৰ ৮০-৯০ শতাংশ বুকিং বাতিল
Assam

শ্বিলং-চেৰাপুঞ্জী-ডাউকিৰ হোটেলৰ ৮০-৯০ শতাংশ বুকিং বাতিল

August 23, 2026
সাৱধান! ২০২৭ইতিহাসতে সবাতোকৈ গৰম বছৰ হ’ব!
India

সাৱধান! ২০২৭ইতিহাসতে সবাতোকৈ গৰম বছৰ হ’ব!

August 23, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d