Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    হৰমুজত পুনৰ তেলবাহী জাহাজত আক্ৰমণ, সন্ধানহীন দুই ভাৰতীয় নাবিক

    লণ্ডনৰ পূজাত আকাশবাণীৰ শতবর্ষ উদ্যাপন

    লণ্ডনৰ পূজাত আকাশবাণীৰ শতবর্ষ উদ্যাপন

    চমকি উঠিল অস্ত্রোপচাৰ কৰা চিকিৎসক, যুৱকৰ শৰীৰত উদ্ধাৰ নাৰীৰ অংগ

    আন্দোলন গঢ়ি তুলি মোদী চকুৰ কুটা দাঁতৰ শূলত পৰিণত

    ‘ভোট চুৰি’, এছ আই আৰ বন্ধ আৰু মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত ‘দিল্লী চলো—মাৰ্চ ফৰ ডেম’ক্ৰেচি’

    বার্মিজ চুপাৰি জব্দৰ এটা ঘটনাতে ৪০৯ কোটি টকাৰ শুল্ক লোকচানৰ তথ্য

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    AI-ৰ নিৰ্মিত বিভ্ৰান্তিকৰ-আপত্তিজনক কনটেণ্ট আঁতৰোৱাৰ দাবীত দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ কংগনা ৰনৌত

    নানা পাটেকৰৰ বিয়োগত শোকস্তব্ধ বিনোদন জগত

    মৃত্যুৰ মাত্ৰ চাৰি দিন পূৰ্বে মঞ্চত নানা পাটেকৰ, কৈছিল—‘এদিন সকলোৱেই গুচি যাব লাগিব…’

    বক্স অফিচত মুক্তিৰ দিনাই চমক ‘দৃশ্যম-৩’ৰঃ ৫০ কোটি টকাৰ ব্যৱসায়

    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

    ‘পাকিস্তান জিন্দাবাদ’ ধ্বনি দি বিতৰ্কত আয়ুষ্মান: অৱশেষত মুখ খুলিলে অভিনেতাই

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    কোঠাত প্ৰৱেশৰ লগে লগে পাহৰি যায় কি প্রয়োজনত আহিছিল

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    গেছ চিলিণ্ডাৰ কিনিবলৈ ৬০০ টকালৈকে মাইক্র’ লোন, ১০০ টকাকৈ সাপ্তাহিক কিস্তি

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

ইথানলযুক্ত পেট্র’ল উৎপাদনৰ বাবে দেশত প্রতিদিনে চেনিৰ মূল্যবৃদ্ধি!

publisher by publisher
August 23, 2026
in India, News
Reading Time: 1 min read
0
ইথানলযুক্ত পেট্র’ল উৎপাদনৰ বাবে দেশত প্রতিদিনে চেনিৰ মূল্যবৃদ্ধি!
2
SHARES
18
VIEWS
ShareShareShareShare

RelatedPosts

অৰ্থনীতি বিজ্ঞানৰ নোবেল বঁটা লাভ ৰবাৰ্ট ই. হল আৰু মাইকেল উডফৰ্ডৰ, অৰ্থনৈতিক সুস্থিৰতাৰ গৱেষণাৰ স্বীকৃতি

পিতৃৰ পাইলট হোৱাৰ সপোন পূৰণ কৰিব পৰা নাছিল, কিন্তু সেই সপোন বাস্তৱায়িত কৰি ইতিহাস ৰচিলে কন্যা ভাবনাই

জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত ‘ছুপ্ৰিম কোৰ্ট চলো’ কাৰ্যসূচী, দিল্লীত বিৰোধী মিত্ৰজোঁটৰ সমদল

SugarIndustry :দৈনিক অগ্ৰদূত ডিজিটেল ডেস্ক : বজাৰত চেনিৰ মূল্য হোৰাহোৰে বৃদ্ধি পাইছে। গৃহস্থই মূৰে কপালে হাত দিছে। মিঠাইৰ ব্যৱসায়ীসকলৰ মাজতো হাহাকাৰ। বিগত দুসপ্তাহত চেনিৰ মূল্য প্রতি কিলোত দেশজুৰি গড়ে ৪৭-৪৮ৰ পৰা বৃদ্ধি হৈ প্রায় ৭০ টকা হৈছে। অর্থাৎ এই বৃদ্ধিৰ হাৰ ৪৫ শতাংশৰ অধিক। এসপ্তাহ পূর্বেও চেনিৰ মূল্য আছিল ৬০ টকা। শনিবাৰে পাইকাৰী বজাৰত ৫০ কিলোৰ এবস্তা চেনিৰ মূল্য ৩,২৫০ টকা। অর্থাৎ ৬৫ টকা এক কিলো চেনিৰ মূল্য। ইয়াৰ স’তে সৰবৰাহ ব্যয় আৰু লাভৰ বিষয়টো আছে।

ADVERTISEMENT

পাইকাৰী ব্যৱসায়ীসকলৰ অভিযোগ অনুসৰি সকলো খেল মালিকৰে। সুযোগ বুজি প্ৰতিদিনে চেনিৰ মূল্য বঢ়াইছে। দেশৰ চেনি উৎপাদনকাৰী ৰাজ্যসমূহৰ ভিতৰত আছে মূলতঃ মহাৰাষ্ট্ৰ, উত্তৰ প্ৰদেশ, কর্ণাটক।

এই মূল্যবৃদ্ধিৰ স’তে এতিয়া ইথানল বিতর্কয়ো দেশত তোলপাৰ লগাইছে। ইৰান আৰু ৰাছিয়াৰ যুদ্ধৰ পৰিস্থিতিত পেট্র’লত ২০ শতাংশ পর্যন্ত ইথানল মিহলি কৰাৰ অনুমতি দিছে কেন্দ্ৰীয় চৰকাৰে। ইয়াৰ ফলত গাড়ীৰ ক্ষতিসাধন হোৱা বুলি অভিযোগ আছে। ইয়াৰ প্ৰভাৱ মানুহৰ পাকঘৰতো পৰিছে।

ইথানল প্ৰস্তুত কৰিবলৈ চেনিৰ প্ৰয়োজন। ব্যৱসায়ীসকলৰ মতে চলিত বর্ষত ৩২ লাখ মেট্রিকটন চেনি ইথানল বনাওতে ব্যৱহাৰ কৰা হৈছে। কংগ্ৰেছৰ অভিযোগ অনুসৰি পেট্ৰ’লত ইথানল মিলাবলৈ গৈ দেশৰ খাদ্য সুৰক্ষাৰ স’তে কেন্দ্ৰই আপোচ কৰিছে।

ইপিনে, কেন্দ্ৰীয় চৰকাৰৰ মতে চেনিৰ মূল্যবৃদ্ধিৰ স’তে ই-২০ পেট্র’ল প্রস্তুতৰ কোনো সম্পর্ক নাই। খাদ্য মন্ত্রণালয়ৰ বিবৃতি অনুসৰি ইথানল ব্যৱহাৰত চেনিৰ ব্যৱহাৰ লাহে লাহে কমোৱা হৈছে। ২০২২-২৩ত ১২ শতাংশ চেনি ব্যৱহাৰ কৰা হয় ইথানল প্রস্তুত। ২০২৫-২৬ত ই ন শতাংশলৈ হ্রাস পায়।

তদুপৰি তিনি চতুর্থাংশ ইথানল প্ৰস্তুত কৰা হয় মাকৈৰ দৰে শস্যৰ পৰা। কিন্তু এটা দশকৰ অধিক সময়ৰ পাছত বিদেশৰ পৰা চেনি আমদানিৰ অনুমতি দিছে কেন্দ্ৰীয় চৰকাৰে। ৩১ অক্টোবৰ পৰ্যন্ত ১০ লাখ টন চেনি আমদানি কৰা হ’ব। ইয়াৰ বাবে কোনো শুল্ক আদায় দিব নালাগে।

এই প্রসংগতে একাংশই চেনিৰ পাইকাৰী ব্যৱসায়ে প্রশ্ন কৰে যে ছমাহৰ পূৰ্বে সাত লাখ মেট্রিকন লৈ চেনি কিয় ৰপ্তানি কৰিবলৈ দিয়া হ’ল। চলিত বর্ষত কুঁহিয়াৰৰ খেতি যে কম হ’ব সেই বিষয়ে চৰকাৰৰ খবৰ নাছিল নেকি?

অক্টোবৰৰ পৰা জুনলৈ চেনি উৎপাদন হয়। ২০২৫-২৬ত দেশত চেনি উৎপাদন হৈছে দুই কোটি ৭৩ লাখ মেট্রিকটন। তাৰ পূৰ্বৱৰ্তী বৰ্ষত হৈছিল দুই কোটি ৯৩ লাখ মেট্রিকটন। এবছৰত ২০ লক্ষ মেট্রিকটন উৎপাদন হ্রাস পাইছে।

দেশত চেনিৰ চাহিদা আৰু যোগানৰ হিচাপ প্ৰতি বছৰে চেনি উদ্যোগীয়ে চৰকাৰক যোগান ধৰে। বৰষুণ কিমান হ’ব আৰু ক’ত কেনে ধৰণৰ খেতি হ’ব সেই সম্পর্কীয় তথ্য উপগ্রহীয় চিত্র বিশ্লষণ কৰি চৰকাৰে উমান লয়। চলিত বৰ্ষত এলনিনোৰ প্ৰভাৱত কুঁহিয়াৰ উৎপাদন হ্রাস পাব বুলি চৰকাৰে অৱগত আৰু এতিয়া চেনি আমদানি কৰিও সংকট মোচন কৰাটো জটিল হ’ব বুলি চেনি ব্যৱসায়ীসকলে ধাৰণা কৰে।

উল্লেখ্য যে মহাৰাষ্ট্ৰ, উত্তৰ প্ৰদেশ, কৰ্ণাটকৰ পৰা কলকাতাৰ দানকুনি ৰেল য়ার্ডলৈ অহা চেনি উত্তৰ-পূব ভাৰতলৈ আহে। একেদৰে শিলিগুৰিৰ পৰা অসমলৈ আহে চেনি। পাকঘৰত ব্যৱহৃত চেনি মূলতঃ তিনি ধৰণৰ। মোটা দানাৰ ‘এম৩০ ডমেস্টিক’ চেনি উচ্চজাতৰ।

চেনিকলত ইয়াৰ মূল্য এতিয়া প্রতি কুইন্টিলত ৬,৪৫০ টকা। তাতকৈ সৰু দানাৰ ‘এছএছ’ চেনিৰ মূল্য ৬,৩৫০ টকা। একেবাৰে সৰু দানাৰ ‘এছ ৩০’ চেনিৰ মূল্য সকলোতকৈ কম। ৬,২৭০ৰ পৰা ৬,৩১০ টকা মূল্য প্রতি কুইণ্টলত। মিঠাইৰ দোকানত প্রয়োজনীয় চেনিৰ জাত আকৌ ভিন্ন।

ইয়াত মূলতঃ দুই ধৰণৰ চেনি ব্যৱহাৰ হয়। সেয়া হৈছে ‘এল-৩০’ আৰু ‘এম-৩০’। প্রথমবিধ চেনিৰ দাম কুইণ্টলত ৬,৬৫০ৰ পৰা ৬,৬৭০ টকা। দ্বিতীয় জাতৰ মূল্য ৬,০৫০ টকাৰ পৰা ৬,৬০০ টকা। এই মূল্য হৈছে চেনি কলৰ। ইয়াৰ স’তে জিএছটি, পৰিবহণ ব্যয় আৰু লাভৰ অংশ আছে।

ডিলাৰ, ছাব-ডিলাৰ, পাইকাৰী দোকানী, খুচুৰা ব্যৱসায়ী সকলোৰে চাহিদা পূৰণ কৰি পাকঘৰলৈ অহা চেনিৰ মূল্য ৭০ টকা প্রতিকিলোত হৈছে। সম্প্রতি এই পৰিস্থিতিত মিঠাইৰ দাম বৃদ্ধি পাইছে। সন্মুখত আৰম্ভ হ’ব দুর্গা পূজাকে ধৰি উৎসৱৰ বতৰ। এই বতৰত স্বাভাৱিকতে মিঠাইৰ মূল্য অধিক বৃদ্ধি পাব বুলিও শংকা আছে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
publisher

publisher

Related Posts

অৰ্থনীতি বিজ্ঞানৰ নোবেল বঁটা লাভ ৰবাৰ্ট ই. হল আৰু মাইকেল উডফৰ্ডৰ, অৰ্থনৈতিক সুস্থিৰতাৰ গৱেষণাৰ স্বীকৃতি
International

অৰ্থনীতি বিজ্ঞানৰ নোবেল বঁটা লাভ ৰবাৰ্ট ই. হল আৰু মাইকেল উডফৰ্ডৰ, অৰ্থনৈতিক সুস্থিৰতাৰ গৱেষণাৰ স্বীকৃতি

October 12, 2026
পিতৃৰ পাইলট হোৱাৰ সপোন পূৰণ কৰিব পৰা নাছিল, কিন্তু সেই সপোন বাস্তৱায়িত কৰি ইতিহাস ৰচিলে কন্যা ভাবনাই
India

পিতৃৰ পাইলট হোৱাৰ সপোন পূৰণ কৰিব পৰা নাছিল, কিন্তু সেই সপোন বাস্তৱায়িত কৰি ইতিহাস ৰচিলে কন্যা ভাবনাই

October 12, 2026
জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত ‘ছুপ্ৰিম কোৰ্ট চলো’ কাৰ্যসূচী, দিল্লীত বিৰোধী মিত্ৰজোঁটৰ সমদল
India

জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত ‘ছুপ্ৰিম কোৰ্ট চলো’ কাৰ্যসূচী, দিল্লীত বিৰোধী মিত্ৰজোঁটৰ সমদল

October 12, 2026
মণিপুৰত নিহত ব্যক্তিৰ কটা মূৰ ঘূৰাই দিয়াৰ দাবী, ৪৮ ঘণ্টাৰ সময়সীমা বান্ধি দিলে নাগা সংগঠনে

ছ’চিয়েল মিডিয়াৰ ইনফ্লুৱেঞ্চাৰৰ পৰা স্বাধীন সাংবাদিকলৈ ধ্ৰুৱ ৰাঠী

যন্তৰ-মন্তৰত আৰু নহ’ব প্ৰতিবাদ, দিল্লীত প্ৰতিবাদৰ বাবে নিৰ্ধাৰণ তিনিটা স্থান

  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d