Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    আকাশলৈ উৰণ টেছলাৰ ৰ’ডষ্টাৰৰ, ভাইৰেল ভিডিঅ’

    আমেৰিকাৰ বিদ্যালয়ত পুনৰ বন্দুকধাৰীৰ আক্ৰমণ, শিক্ষকসহ নিহত চাৰি

    ককৰোচ জনতা পাৰ্টিৰ প্ৰতিবাদত অংশ ল’বলৈ আহি বিপাঙত ধ্ৰুৱ ৰাঠী

    জম্মু-কাশ্মীৰৰ কুপৱাৰাত অনুপ্ৰৱেশৰ চেষ্টা ব্যৰ্থ ,সেনাৰ স’তে হোৱা গুলীয়াগুলীত নিহত দুই সন্ত্ৰাসবাদী

    ৰাজস্থানত ভয়ংকৰ দুৰ্ঘটনা, সাতজনৰ মৃত্যু, গুৰুতৰভাৱে আহত প্ৰায় ১০জন

    নেপালৰ জলপ্ৰলয়ত নিৰুদ্দিষ্ট অৰুণ মহন্ত উভতি নাহিল আজিও

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup

    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

  • Entertainment
    • All
    • Movie
    • Music
    বিজয় সালগাঁওকাৰৰ বক্স অফিচ মেজিক: দৃশ্যম ৩ৰ দ্বিতীয় শনিবাৰে ধুমুহাৰ সৃষ্টি, সিংহাম এগেইনৰ অভিলেখ ভংগ

    AI-ৰ নিৰ্মিত বিভ্ৰান্তিকৰ-আপত্তিজনক কনটেণ্ট আঁতৰোৱাৰ দাবীত দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ কংগনা ৰনৌত

    নানা পাটেকৰৰ বিয়োগত শোকস্তব্ধ বিনোদন জগত

    মৃত্যুৰ মাত্ৰ চাৰি দিন পূৰ্বে মঞ্চত নানা পাটেকৰ, কৈছিল—‘এদিন সকলোৱেই গুচি যাব লাগিব…’

    বক্স অফিচত মুক্তিৰ দিনাই চমক ‘দৃশ্যম-৩’ৰঃ ৫০ কোটি টকাৰ ব্যৱসায়

    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    পকেটত ম’বাইল, কোলাত লেপটপৰ অভ্যাস!

    পকেটত ম’বাইল, কোলাত লেপটপৰ অভ্যাস!

    কোঠাত প্ৰৱেশৰ লগে লগে পাহৰি যায় কি প্রয়োজনত আহিছিল

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    গেছ চিলিণ্ডাৰ কিনিবলৈ ৬০০ টকালৈকে মাইক্র’ লোন, ১০০ টকাকৈ সাপ্তাহিক কিস্তি

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home COVID-19

জামাতৰ পৰা ১৮ মাৰ্চতে আহি তথ্যগোপন কৰিছিল মফিজউদ্দিনে

publisher by publisher
April 5, 2020
in COVID-19, News
Reading Time: 1 min read
0
জামাতৰ পৰা ১৮ মাৰ্চতে আহি তথ্যগোপন কৰিছিল মফিজউদ্দিনে
1
SHARES
10
VIEWS
ShareShareShareShare

RelatedPosts

Accident:কামৰূপৰ বংশৰত শোকাৱহ পথ দুৰ্ঘটনাত প্ৰাণ গ’ল দুই বন্ধুৰ

আমেৰিকাত নতুনকৈ ত্রাস সৃষ্টি কৰিছে ক’ভিডে

ক’ভিড ভেকচিনৰ ফলত বৃদ্ধি পাইছে নেকি অকাল মৃত্যু?

অসমত এই পৰ্যন্ত ক’ভিড-১৯ ত আক্ৰান্ত হোৱা ২৬ জন লোকৰ অধিকাংশই দিল্লীৰ নিজামুদ্দিন মাৰ্কাজত অনুষ্ঠিত তবলিগি জামাতত অংশগ্ৰহণ কৰি উভতি আহিছিল বুলি সদৰী কৰিছে ৰাজ্য চৰকাৰে। এই সকল ক’ভিড-১৯ আক্ৰান্তৰ ভিতৰত অন্যতম হৈছে কামৰূপ জিলাৰ সোণতলী মৌজাৰ অন্তৰ্গত পুৰাণগাঁও নিবাসী মফিজউদ্দিন(৪০)। পৰীক্ষাৰ অন্তত আজি লোকজনৰ শৰীৰত কৰ’না ভাইৰাছ পোৱা বুলি চিকিৎসকে স্পষ্ট কৰাৰ পাছতে সম্প্ৰতি পুৰাণ গাৱঁৰ লগতে সমগ্ৰ অঞ্চলটোতে আতংকময় পৰিস্থিতিৰ উদ্ভৱ হৈছে।

ADVERTISEMENT

প্ৰাপ্ত তথ্য অনুসৰি, যোৱা ১৮ মাৰ্চত মফিজউদ্দিনে পুৰাণ গাঁৱলৈ উভতি অহাৰ পাছত ভ্ৰমণৰ তথ্য গোপন কৰি মুকলিমূৰীয়াকৈ ঘূৰি ফুৰিছিল। যাৰ বাবে তেওঁ বহু লোকৰে সংস্পৰ্শলৈ অহাত এতিয়া অঞ্চলটোত গণ সংক্ৰমনৰ আশংকা ঘনীভূত হৈ পৰিছে। স্থানীয় সূত্ৰই জনোৱা মতে, আক্ৰান্ত লোকজনে যোৱা ১৩ মাৰ্চত দিল্লীত তবলিগি জামাতত অংশ লৈছিল। ১৮ মাৰ্চত মফিজউদ্দিনে ৰেলযোগে আহি গুৱাহাটীৰ কামাখ্যা ৰেল ষ্টেচনত নমাৰ পিছত জালুকবাৰীৰ পৰা যাত্ৰীবাহী বাহনেৰে সোণতলীলৈ আহিছিল।

ইতিমধ্যে কৰ’না ভাইৰাছৰ আতংকই দেশক গ্ৰাস কৰিবলৈ আৰম্ভ কৰিছিল যদিও চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ নকৰি নিজগৃহতে আছিল। আনকি লোকজনে ‘হোম কোৱাৰেণ্টাইন’ত থকাৰ পৰিবৰ্তে ভ্ৰমণৰ তথ্য গোপন কৰি অঞ্চলটোত নিৰ্বিবাদে ঘূৰি ফুৰাৰ ফলত তেওঁ বহু লোকৰ সংস্পৰ্শলৈ আহিছিল। পৰবৰ্তী সময়ত মফিজউদ্দিনক বামুণীগাওঁ আদৰ্শ চিকিৎসালয়ত  আছুতীয়াকৈ ৰাখি পৰীক্ষা কৰাৰ পিছত ক’ভিড-১৯ ত আক্ৰান্ত হোৱা বুলি চিকিৎসকে নিশ্চিত কৰে। ইয়াৰ পিছত তেওঁক গুৱাহাটীৰ মহেন্দ্ৰ মোহন চৌধুৰী হস্পিতাললৈ প্ৰেৰণ কৰা হয়।

ইপিনে, তেওঁ ক’ভিড-১৯ ত আক্রান্ত বুলি খবৰ পোৱাৰ পিছতে তেওঁৰ পত্নী তথা দুই সন্তানক  আইছ’লেছনৰ ব্যৱস্থা কৰা হয়। একেদৰে সোণতলীৰ কাছাৰীপামৰ আশ্রফুল আনোৱাৰ নামৰ এজন লোককওঁ তেওঁৰ পত্নী আৰু দুই সন্তানসহ হাজো কলিতাকুছি মডেল হাস্পতালত কোৱাৰেণ্টাইন কৰা হয়। ইফালে, ছমৰিয়া চক্ৰ বিষয়া অডিতি গগৈ, আৰক্ষী আৰু স্বাস্থ্যকৰ্মীৰ উপস্হিতিত গণ সংক্ৰমনৰ আশংকাত প্ৰশাসনে পুৰাণ গাওঁ ছীল কৰে। গাওঁখনৰ পৰা তিনি কিলোমিটাৰ দূৰত্বলৈ ছীল কৰাৰ উপৰিও জৰুৰী সেৱাৰ বাহিৰে গাঁওখনত অহা-যোৱা সম্পূৰ্ণৰূপে নিষিদ্ধ কৰিছে প্ৰশাসনে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: ASSAM FIGHTS CORONACovid-19FIGHT AGAINST COVID-19KAMRUPSTAY HOME STAY SAFE
publisher

publisher

Related Posts

মণ্ডপে মণ্ডপে অঘোষিত প্রতিযোগিতা, পূজাৰ ধৰ্মীয় ৰীতিৰে বিধৌত মহাষষ্ঠী
Assam

October 17, 2026
আকাশলৈ উৰণ টেছলাৰ ৰ’ডষ্টাৰৰ, ভাইৰেল ভিডিঅ’
News

আকাশলৈ উৰণ টেছলাৰ ৰ’ডষ্টাৰৰ, ভাইৰেল ভিডিঅ’

October 17, 2026
আমেৰিকাৰ বিদ্যালয়ত পুনৰ বন্দুকধাৰীৰ আক্ৰমণ, শিক্ষকসহ নিহত চাৰি
International

আমেৰিকাৰ বিদ্যালয়ত পুনৰ বন্দুকধাৰীৰ আক্ৰমণ, শিক্ষকসহ নিহত চাৰি

October 17, 2026
ককৰোচ জনতা পাৰ্টিৰ প্ৰতিবাদত অংশ ল’বলৈ আহি বিপাঙত ধ্ৰুৱ ৰাঠী
India

ককৰোচ জনতা পাৰ্টিৰ প্ৰতিবাদত অংশ ল’বলৈ আহি বিপাঙত ধ্ৰুৱ ৰাঠী

October 17, 2026
জম্মু-কাশ্মীৰৰ কুপৱাৰাত অনুপ্ৰৱেশৰ চেষ্টা ব্যৰ্থ ,সেনাৰ স’তে হোৱা গুলীয়াগুলীত নিহত দুই সন্ত্ৰাসবাদী
India

জম্মু-কাশ্মীৰৰ কুপৱাৰাত অনুপ্ৰৱেশৰ চেষ্টা ব্যৰ্থ ,সেনাৰ স’তে হোৱা গুলীয়াগুলীত নিহত দুই সন্ত্ৰাসবাদী

October 17, 2026
ৰাজস্থানত ভয়ংকৰ দুৰ্ঘটনা, সাতজনৰ মৃত্যু, গুৰুতৰভাৱে আহত প্ৰায় ১০জন
India

ৰাজস্থানত ভয়ংকৰ দুৰ্ঘটনা, সাতজনৰ মৃত্যু, গুৰুতৰভাৱে আহত প্ৰায় ১০জন

October 17, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d