Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025

    তামিলনাডুত নতুন যুগৰ সূচনা! 

    দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 

    ট্ৰাম্পৰ শুল্ক নীতিত আদালতৰ পুনৰ কোব! ‘অবৈধ’ ঘোষণা ১০% আমদানি কৰ

    বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন

    মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ

    অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    সৰিয়হৰ নে ৰিফাইন তেল? কোনটো বেছি নিৰাপদ?

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    গৰমত আপুনি অতিপাত ঘামি থাকে নেকি? ছাল সতেজ ৰাখিবলৈ ঘৰুৱা সহজ উপায়

    ওজন হ্ৰাসৰ বাবে চাৰিটা জাপানী খোজকঢ়াৰ কৌশল

    সাৱধান! যিকোনো মুহূৰ্ততে বোমাৰ দৰে বিস্ফোৰণ হ’ব পাৰে ফ্ৰীজৰ

    কলৰ খোলাৰে আপোনাৰ চুলিক ৰেচমী জিলিকনি দিয়ক

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home COVID-19

সৰুসজাইৰ কোৱাৰেণ্টাইন কেন্দ্ৰত নিশা উত্তেজনাপূৰ্ণ পৰিস্থিতি 

publisher by publisher
April 23, 2020
in COVID-19, News
Reading Time: 1 min read
0
সৰুসজাইৰ কোৱাৰেণ্টাইন কেন্দ্ৰত নিশা উত্তেজনাপূৰ্ণ পৰিস্থিতি 
1
SHARES
13
VIEWS
ShareShareShareShare

RelatedPosts

Deadbody Recovered in Guwahati:মহানগৰীৰ জিএমচিএইছৰ সমীপত গছত ওলমি থকা অৱস্থাত উদ্ধাৰ মৃতদেহ

Lok Bhawan:ৰাজ্যিক মুখ্য নির্বাচনী বিষয়াৰ ৰাজ্যপালক সাক্ষাৎ

Cm Pressmeet:বিধানসভা নিৰ্বাচনত বিজেপিৰ বিজয়ৰ পিছত সংবাদমেল সম্বোধন ড:হিমন্ত বিশ্বশৰ্মাৰ

প্ৰয়োজনীয় ঔষধ নোপোৱালৈকে লৈও সৰৱ কোৱাৰেণ্টাইনত থকা লোকৰ ঘটনাস্থলীত উপস্থিত স্বাস্থ্যমন্ত্ৰী ড° শৰ্মাৰ অভিযোগ অস্বীকাৰ,

ADVERTISEMENT

প্ৰয়োজনত সৰুসজাই কেন্দ্ৰক অস্থায়ী কাৰাগৰ ঘোষণাৰ সকীয়নি 

ক’ভিড-১৯ত আক্ৰান্তৰ সন্দেহ ওপজা লোকক ৰাখিবলৈ মহানগৰীৰ সৰুসজাই ক্ৰীড়া প্ৰকল্পত স্থাপন কৰা কেন্দ্ৰত যোৱা নিশা এক অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি হয়। কোৱাৰেণ্টাইনত  থকা একাংশ লোকে তেওঁলোকক অপ্ৰয়োজনীয়ভাবে আবদ্ধ কৰি থোৱা অস্বাস্থ্যকৰ পৰিবেশত ৰখা, প্ৰয়োজনীয় ঔষধ যোগান নধৰা আদি অভিযোগ উক্ষাপন কৰি কেন্দ্ৰৰ ভিতৰতে প্ৰতিবাদ সাব্যস্ত কৰে। ইয়াৰ পৰিপ্ৰেক্ষিতত আজি দুপৰীয়া কেন্দ্ৰটোত স্বাস্থ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা, ৰাজ্যিক স্বাস্থ্যমন্ত্ৰী পিয়ুষ হাজৰিকা উপস্থিত হবলৈ বাধ্য হয়। মন্ত্ৰী ডঃ শৰ্মাই লোক সকলৰ অভিযোগ নাকচ কৰাৰ লগতে প্ৰয়োজন সাপেক্ষে কোৱাৰেন্টাইন কেন্দ্ৰটোক অস্থায়ী কাৰাগৰ কৰিব বুলি সকীয়াই দিয়ে। অৱশ্যে চিকিৎসকৰ অনুমতি সাপেক্ষে একাংশ লোকে ৰমজানৰ পূৰ্বে ঘৰলৈ যাব পাৰিব বুলি মন্ত্ৰীজনে আশ্বাস দিয়ে।

উল্লেখ্য যে সৰুসজাইৰ কেন্দ্ৰটোত কমেও ১২৮ জন লোকক ৰখা হৈছে। নিশা তাৰে একাংশ লোকে তেওঁলোকৰ অভিযোগৰ ভিত্তিত অনশনত বহে। নিশাৰ খাদ্য গ্ৰহণ নকৰাৰ উপৰিও পুৱাৰ খাদ্যও সংশ্লিষ্ট লোকসকলে বৰ্জন কৰে। আন একাংশ লোকে কোৱাৰেণ্টাইন কেন্দ্ৰৰ অৱস্থাক লৈও অভিযোগ কৰে। তেওঁলোকে অভিযোগ কৰে যে কেন্দ্ৰটোত থকা লোকৰ বাবে ১২টা শৌচ-প্ৰস্ৰাৱগাৰ আছে যদিও ইমানবোৰ লোকে আঠটাহে ব্যৱহাৰ কৰিব পৰা অৱস্থাত আছে। বাকীকেইটা লেতেৰা পৰিৱেশৰ বাবে মুঠেই ব্যৱহাৰ কৰিব নোৱাৰি। ইপিনে, নিশা মহৰ প্ৰকোপত কোনো লোক শুব নোৱাৰে। একাংশ লোকে পুনৰ অভিযোগ কৰে যে কেন্দ্ৰটোত ৰখা কেবাজনো লোক মধুমেহকে ধৰি কেবাটাও বিভিন্ন ৰোগত আক্ৰান্ত। তাৰ বাবে প্ৰয়োজনীয় ঔষধ বিচাৰিলেও তেওঁলোকে সঁহাৰি পোৱা নাই।

নিশা সৃষ্টি হোৱা এনে পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত আজি সৰুসজাইত উপস্থিত হোৱা স্বাস্থ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই  কয় যে যদি মানুহবোৰৰ কিবা অসুবিধা হৈছে সেয়া তৎকালে আঁতৰোৱা হ’ব। কিন্তু দাবী উত্থাপন কৰিলেই কোনো মানুহক কোৱাৰেণ্টাইনৰ পৰা ঘৰলৈ যাবলৈ দিয়া নহয়। তেনে ক্ষেত্ৰত যোৱা নিশাৰ দৰে যদি পুনৰ একে পৰিৱেশৰ সৃষ্টি হয় কোৱাৰেণ্টাইন কেন্দ্ৰটোক অস্থায়ী কাৰাগাৰৰূপে ঘোষণা কৰা হ’ব। তদুপৰি ড° শৰ্মাই কয় যে, ‘তবলিগি জামাত আৰু কৰ’নাত আক্ৰান্তৰ লগত যিসকল প্ৰত্যক্ষ সম্পৰ্কলৈ আহিছিল তেওঁলোক এতিয়াই ইয়াৰ পৰা যাব নোৱাৰিব। কিন্তু যিসকল প্ৰত্যক্ষ সম্পৰ্কলৈ অহা নাছিল তেওঁলোক হয়তো সোনকালে বিশেষকৈ ৰমজানৰ আগে আগে যাব পাৰিব। অৱশ্যে সেয়াও নিৰ্ভৰ কৰিব চিকিৎসকৰ অনুমতিৰ ওপৰতহে।’ তদুপৰি মন্ত্ৰীজনে কয় যে চিকিৎসকৰ অনুমতি অবিহনে যাবলৈ দিয়াসকল নিজেই সমাজত অস্বস্তিত পৰাই নহয় পিতৃ মাতৃৰ বাবেও বিপদ মাতি আনিব। অপ্ৰয়োজনত কোনো লোকক চৰকাৰী ধন খৰচ কৰি ৰাখি থোৱা নহয় বুলিও ড° শৰ্মাই কয়।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: ASSAM FIGHTS CORONACovid-19FIGHT AGAINST COVID-19GuwahatiHIMANTA BISWA SHARMA
publisher

publisher

Related Posts

India

তামিলনাডুত নতুন যুগৰ সূচনা! 

May 10, 2026
দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 
Assam

দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 

May 10, 2026
ট্ৰাম্পৰ শুল্ক নীতিত আদালতৰ পুনৰ কোব! ‘অবৈধ’ ঘোষণা ১০% আমদানি কৰ
News

May 8, 2026
বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন
India

বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন

May 8, 2026
মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ
News

মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ

May 8, 2026
অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!
India

অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!

May 8, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d