Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    সৰভোগত নকল সোণৰ নাওঁসহ চাৰি সৰবৰাহকাৰী আটক

    ৰে’লৰ মুখামুখি সংঘৰ্ষ! গুৰুত্বৰভাৱে আহত ১৭ জন

    পশ্চিম বংগ বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়!

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    Basistha Police:বশিষ্ঠ আৰক্ষীৰ জালত চিলনী চোৰ

    Amritpal Singh :ডিব্ৰুগড় কাৰাগাৰাত পুনৰ গ্ৰেপ্তাৰ অমৃতপাল সিঙক

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

    সুৰ সম্ৰাজ্ঞী আশা ভোছলেৰ দেহাৱসান, সংগীত জগতত শোকৰ ছাঁ

    নীতিশ তিৱাৰী পৰিচালিত বহু প্রতীক্ষিত ‘ৰামায়ণ’ৰ চাৰি হেজাৰ কোটি টকাৰে নিৰ্মিত নীতিশ তিৱাৰীৰ ‘ৰামায়ণ’ৰ টীজাৰ মুক্তি

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ব্যায়ামৰ পাছত প্ৰ’টিন খোৱাৰ উপযুক্ত সময়

    ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

    ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

    পশু কিষাণ ক্রেডিট কার্ড আঁচনিৰ সবিশেষ

    পশু কিষাণ ক্রেডিট কার্ড আঁচনিৰ সবিশেষ

    গৰমতো আকর্ষণীয় হৈ থাকিবলৈ কি কৰিব ?

    গৰমতো আকর্ষণীয় হৈ থাকিবলৈ কি কৰিব ?

    আপোনাৰ দামী সুগন্ধিৰ গোন্ধ নাইকিয়া হয়?

    ইউটিউবত কন্টেন্ট ক্রিয়েটৰৰ উপাৰ্জনৰ সাতটা গোপন কথা জানি লওক

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home COVID-19

বিশ্ব ভ্ৰমণ শেষ কৰিহে কৰ’নাৰ ধ্বংসলীলা গম পালে দম্পতীয়ে

publisher by publisher
April 27, 2020
in COVID-19, News
Reading Time: 1 min read
0
বিশ্ব ভ্ৰমণ শেষ কৰিহে কৰ’নাৰ ধ্বংসলীলা গম পালে দম্পতীয়ে
4
SHARES
36
VIEWS
ShareShareShareShare

একঘেয়ামিৰে ভৰা জীৱনটোৱে যেন মাত্ৰাধিকভাৱে বিৰক্ত কৰি তুলিছিল ৰায়ান অ’ছবাৰ্ণ আৰু এলিনা মেনহেটিক।অফিচ আৰু ঘৰ ,এই নিদিৰ্ষ্ট গণ্ডীৰ ভিতৰত দিনৰ পাছত দিন পাৰ কৰি যেন উশাহ বন্ধ হোৱাৰ উপক্ৰম ঘটিছিল দুয়োৰে ।সেয়ে এদিন ঠিক কৰিলে ,চাকৰি এৰি দুয়ো পতি-পত্নী ওলাই যাব বিশ্ব ভ্ৰমণলৈ ।

ADVERTISEMENT

কিন্তু এই ভ্ৰমণৰ মাজতে যে সমগ্ৰ পৃথিৱীখনেই সলনি হৈ পৰিব ,সেয়া তেওঁলোকে সপোনতো ভবা নাছিল।আটলাণ্টিক মহাসাগৰত নৌকা ভ্ৰমণ সম্পূৰ্ণ কৰিহে তেওঁলোকে গম পালে যে ইতিমধ্যে ন’ভেল কৰ’না ভাইৰাছে সমগ্ৰ পৃথিৱীতে ধংশলীলা চলাইছে য’ত তেওঁলোকৰো বহু পৰিচিতই চিৰকাললৈ বিদায় লৈছে ।ৰায়ান অ’ছবাৰ্ণ আৰু এলিনা মেনহেটি দুয়োৰে আছে ভ্ৰমণৰ নিচা।বান্ধোনৰ মাজত বেছি দিন কটাবলৈ পছন্দ নকৰে ।

RelatedPosts

আমেৰিকাত নতুনকৈ ত্রাস সৃষ্টি কৰিছে ক’ভিডে

‘লকডাউনৰ কোনো প্ৰস্তাৱ নাই, সকলো উৰাবাতৰি’! 

ক’ভিড ভেকচিনৰ ফলত বৃদ্ধি পাইছে নেকি অকাল মৃত্যু?

সেয়ে এদিন দুয়ো ঠিক কৰিলে ,চাকৰি ত্যাগ কৰি দুয়ো ওলাই যাব বিশ্ব ভ্ৰমণলৈ ।এখন সৰু নাও ক্ৰয় কৰি ৰায়ান আৰু এলিনা ওলাই গৈছিল বিশ্ব ভ্ৰমণলৈ।কিন্ত আটলাণ্টিক মহাসাগৰৰ মাজত জনশূন্য অৱস্থাৰে প্ৰায় দুমাহ কটোৱাৰ সময়ত তেওঁলোকে ভূ কে নাপালে যে পৃথিৱীখনত ইয়াৰ মাজতে প্ৰলয় সদৃশ কাণ্ড ঘটিছে।কৰ’না প্ৰলয়ে এফালৰ পৰা বুৰাই নিছে সকলোকে ।

কৰ’না নামৰ ভাইৰাছে যে সমগ্ৰ বিশ্বতে তাণ্ডৱ চলাই আছে ,সেই কথা তেওঁলোকে ইমানদিনে গমেই পোৱা নাছিল ।মানচেষ্টাৰৰ বাসিন্দা ৰায়ান আৰু এলিনাই কেৰিবিয়ান দ্বীপপুঞ্জৰ এটা সৰু বন্দৰত উপস্থিত হোৱাৰ পাছতহে কৰ’না ভাইৰাছৰ তাণ্ডৱৰ বিষয়ে অৱগত হয়।

কাৰণ ভ্ৰমণৰ সময়ত তেওঁলোকৰ এজনেও নিজৰ পৰিয়াল বা ঘনিষ্ঠজনৰ স’তে যোগাযোগ কৰা নাছিল।ফেব্ৰুৱাৰীৰ  প্ৰথম ভাগতে বিশ্ব ভ্ৰমণলৈ ওলাই যোৱাৰ পাছৰে পৰা তেওঁলোক সমগ্ৰ পৃথিৱীৰ পৰা যোগাযোগ বিচ্ছিন্ন হৈ আছিল।কেৱল অনন্ত জলাধাৰত ভাহি দুয়ো পৰস্পৰৰ মাজতে বিলীন হৈ আছিল।উল্লেখ্য যে এলিনাৰ প্ৰকৃত ঘৰ ইটালীৰ লম্বাৰ্ডি চহৰ ।

সেই অঞ্চলতে কৰ’নাৰ প্ৰভাৱ দেশখনৰ ভিতৰত সৰ্বাধিক আছিল যাৰবাবে তেওঁৰ বহু পৰিচিত লোকৰো ইতিমধ্যে মৃত্যু ঘটিছে ।উল্লেখ্য যে ৰায়ান আৰু এলিনাই ২০১৭ তে বিশ্ব ভ্ৰমণৰ সিদ্ধান্ত লৈ চাকৰি ত্যাগ কৰিছিল।তাৰ পাছত দুয়ো ভ্ৰমণৰ যাৱতীয় প্ৰস্তুতি সম্পূৰ্ণ কৰি যোৱা ফেব্ৰুৱাৰীত ইচ্ছাপূৰণৰ বাবে ওলাই গৈছিল।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: ASSAM CORONA VIRUSCorona VirusCovid-19INDIA FIGHTS CORONA VIRUSLockdownWORLD FIGHTS CORONAVIRUS
publisher

publisher

Related Posts

সৰভোগত নকল সোণৰ নাওঁসহ চাৰি সৰবৰাহকাৰী আটক
News

April 23, 2026
ৰে’লৰ মুখামুখি সংঘৰ্ষ! গুৰুত্বৰভাৱে আহত ১৭ জন
News

ৰে’লৰ মুখামুখি সংঘৰ্ষ! গুৰুত্বৰভাৱে আহত ১৭ জন

April 23, 2026
পশ্চিম বংগ বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়!
India

পশ্চিম বংগ বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়!

April 23, 2026
৩০ বছৰ বয়সতে সকলো শেষ ! 
News

৩০ বছৰ বয়সতে সকলো শেষ ! 

April 23, 2026
Basistha Police:বশিষ্ঠ আৰক্ষীৰ জালত চিলনী চোৰ
News

Basistha Police:বশিষ্ঠ আৰক্ষীৰ জালত চিলনী চোৰ

April 23, 2026
Amritpal Singh :ডিব্ৰুগড় কাৰাগাৰাত পুনৰ গ্ৰেপ্তাৰ অমৃতপাল সিঙক
News

Amritpal Singh :ডিব্ৰুগড় কাৰাগাৰাত পুনৰ গ্ৰেপ্তাৰ অমৃতপাল সিঙক

April 23, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d