Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    মইতো যাম গুচি জীৱনৰ ভাও এৰি গুৱাহাটীত মোৰ আৰু চিকিৎসা নাই

    মানৱ সৃষ্ট বানপানীৰ আঁৰৰ ‘গণশত্রু’ক শাস্তিৰ দাবীত সাপেখাতীত ৰাইজৰ ধৰ্ণা

    ‘ডিমাগী বনো, অন্ধ ভক্ত নেহী’

    ‘ডিমাগী বনো, অন্ধ ভক্ত নেহী’

    জিএমচিয়ে নলা-নর্দমা পৰিষ্কাৰ নকৰাত জীয়াতু ভুগিছে মহানগৰে

    শ্বিলঙত অসমৰ ১৫খনকৈ পৰ্যটকৰ বাহন ভঙাক লৈ উত্তপ্ত পৰিস্থিতি যোৰাবাটত

    বিভাগৰ নাম সলনিয়ে সাৰ, অসমত চৰকাৰী ফাইলতহে বতৰ পৰিৱৰ্তন ৰোধৰ উদ্বেগ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    সৰিয়হৰ নে ৰিফাইন তেল? কোনটো বেছি নিৰাপদ?

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    গৰমত আপুনি অতিপাত ঘামি থাকে নেকি? ছাল সতেজ ৰাখিবলৈ ঘৰুৱা সহজ উপায়

    ওজন হ্ৰাসৰ বাবে চাৰিটা জাপানী খোজকঢ়াৰ কৌশল

    সাৱধান! যিকোনো মুহূৰ্ততে বোমাৰ দৰে বিস্ফোৰণ হ’ব পাৰে ফ্ৰীজৰ

    কলৰ খোলাৰে আপোনাৰ চুলিক ৰেচমী জিলিকনি দিয়ক

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home COVID-19

‘কনটেইনমেন্ট জ’ন’ত ২৪ ঘণ্টাই পহৰাৰ ব্যৱস্থা

publisher by publisher
May 14, 2020
in COVID-19, News
Reading Time: 1 min read
0
‘কনটেইনমেন্ট জ’ন’ত ২৪ ঘণ্টাই পহৰাৰ ব্যৱস্থা
7
SHARES
70
VIEWS
ShareShareShareShare

RelatedPosts

আমেৰিকাত নতুনকৈ ত্রাস সৃষ্টি কৰিছে ক’ভিডে

ক’ভিড ভেকচিনৰ ফলত বৃদ্ধি পাইছে নেকি অকাল মৃত্যু?

দেশত দ্ৰুতগতিত হ্ৰাস পাইছে ক’ভিড আক্ৰান্তৰ সংখ্যা

সমগ্ৰ বিশ্বত ত্ৰাসৰ সৃষ্টি কৰা কৰ’না ভাইৰাছ(ক’ভিড -১৯)ৰ সংক্ৰমণ প্ৰতিৰোধৰ স্বাৰ্থত প্ৰশাসনে নিৰ্ধাৰণ কৰা ‘কনটেইনমেন্ট জ’নত’ থাকিবলগীয়া হৈছে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লোক । ইয়াৰ বাবে স্বাভাৱিক জীৱন যাত্ৰা ব্যাহত হ’লেও পৰিৱেশৰে সহৱস্থান কৰিবলৈ বাধ্য হৈছে সংশ্লিষ্ট লোকসকলে । নিজৰ লগতে সমাজৰ সুৰক্ষা নিশ্চিতকৰণৰ স্বাৰ্থতে ক্ষণিকৰ বাবে পোৱা অসুবিধাসমূহ আওকান কৰি চলাৰ অভ্যাস গঢ়ি তোলা বুলি কয় বৰ্তমানে ‘কনটেইনমেন্ট জ’ন’ হিচাপে চিহ্নিত হোৱা মহানগৰীৰ অমিয় নগৰ নিবাসী তুলতুল ডেকাই । ‘দৈনিক অগ্ৰদূত’ৰ আগত আজি এই কথা অৱগত কৰি তেওঁ কয়, ‘মহানগৰীৰ অমিয় নগৰ নিবাসী বৰদা দাসৰ শৰীৰত কৰ’না ভাইৰাছৰ অৱস্থিতি ধৰা পৰাৰ পাছতে যোৱা আঠ মে’ পৰা আমাৰ অঞ্চলটো কনটেইনমেন্ট জ’ন হিচাপে ঘোষণা কৰে জিলা প্ৰশাসনে । তেতিয়াৰে পৰা আমি এবাৰৰ বাবেও বাহিৰলৈ ওলাব পৰা নাই আৰু বাহিৰৰ পৰা অহা কোনো লোক আমাক সাক্ষাৎ কৰাৰ সুযোগ পোৱা নাই ।’

ADVERTISEMENT

২৪ ঘণ্টাই অঞ্চলতটোত নিৰাপত্তাৰক্ষীয়ে পহৰাৰ ব্যৱস্থা কৰা বুলি উল্লেখ কৰি তেওঁ কয় যে ঘৰতে একেৰাহে আবদ্ধ হৈ থকা বাবে সময়বোৰ নোযোৱা যেন লাগে । প্ৰথমাৱস্থাত অঞ্চলটোৰ বহুলোক বিৰক্ত হৈছিল । কিন্তু কৰ’না ভাইৰাছৰ ভয়াবহতাৰ প্ৰতি লক্ষ্য ৰাখি অঞ্চলটোৰ প্ৰতিজন লোকে পৰিৱেশেৰ সহবস্থান কৰিছে ।অঞ্চলটোত যাতে দ্বিতীয় কোনো এজন ব্যক্তিয়ে কৰ’না ভাইৰাছৰ দ্বাৰা সংক্ৰমিত নহয়; তাৰবাবে প্ৰশাসনে বান্ধি দিয়া নীতি-নিৰ্দেশনা সমূহ সঠিকভাৱে পালন কৰিছে ।

নিজৰ লগতে সমাজৰ সুৰক্ষাৰ বাবে ক্ষণিকৰ বাবে পোৱা অসুবিধাসমূহ আওকাণ কৰি চলা বুলি উল্লেখ কৰি ডেকাই কয়, ‘মই সংগীত চর্চা কৰো বাবে ব্যক্তিগতভাৱে অসুবিধা পোৱা নাই । সন্ধিয়া দীর্ঘসময় ধৰি ঘৰতে কী ব’ৰ্ডত হাত বুলাইছো । দিনৰ ভাগত টিভিত বিভিন্ন অনুষ্ঠানৰ লগতে বা-বাতৰিও চাইছো । অলপ-অচৰপ বাসগৃহ চৌহদতে সময় উলিয়াই খোজ কাঢ়িছো । এনেকৈয়ে আজি দুদিন অতিক্ৰম হ’ল । কিন্ত অঞ্চলটোৰ বহু মানুহে বিৰক্ত হৈ বাহিৰলৈ যোৱাৰ চেষ্টা চলাইছিল । কিন্ত সকলোৰে সুৰক্ষাৰ বাবে এতিয়া সকলোৱে পৰিৱেশেৰে মুখামুখি হোৱাৰ বাবে সাজু হৈছে । সৰু-সুৰা অসুবিধাবোৰ এতিয়া আওকাণ কৰিব লৈছে ।

প্ৰয়োজনীয় দুই-এপদ সামগ্ৰী ওচৰৰ চাৰিআলিৰ দোকানীয়ে দি থৈ যোৱা বুলি উল্লেখ কৰি তেওঁ পুনৰ কয় যে অমিয় নগৰত প্ৰায় ৩৪টা পৰিয়াল আছে । এই পৰিয়ালসমূহত প্ৰয়োজনীয় খাদ্য সামগ্ৰী জিলা প্ৰশাসনে যোগান ধৰিছে । ইয়াৰ পাছতো দৈনন্দিন ব্যৱহাৰ্য সামগ্ৰী প্রয়োজন হ’লে ওচৰৰ চাৰিআলিত থকা দোকানীয়ে আহি নিৰ্দিষ্ট দূৰত্বৰ পৰা দি থৈ যায় । অঞ্চলটোৰ নিৰাপত্তাৰ দায়িত্বত থকা নিৰাপত্তাৰক্ষীসকলে থকা ঠাইত এখন বেঞ্চ থোৱা আছে । এই বেঞ্চতে দূৰৰ পৰা গাখীৰ ,বিস্কুটকে ধৰি অন্যান্য সামগ্ৰী দি থৈ যায় ।অঞ্চলটোৰ প্ৰায় ৩৫জন লোকৰ লেলাউটিৰ নমুনা সংগ্ৰহ কৰিছে ।বাকী থকা সকলৰো নমুনা সংগ্ৰহ কৰিব ।

কিন্ত ‘কনটেইনমেন্ট জ’ন’ৰ বাবে জাৰি কৰা নিৰ্দেশনা কেতিয়া প্রত্যহাৰ হ’ব সেয়া নিশ্চিত হোৱা নাই । অহা ২২মে’ত ১৮ দিন হ’ব যদিও অঞ্চলটোত আঁৰি থোৱা হৰ্ডিঙত পাঁচ জুনলৈ বুলি উল্লেখ আছে । এই সময়ছোৱাত সকলোৰে সুৰক্ষাৰ বিষয়টো অত্যন্ত জৰুৰী । ইয়াৰ বাবে কষ্ট হ’লেও সকলো দিশতে প্রশাসনক সহযোগ কৰা বুলি ডেকাই কয় । অনুৰূপ মন্তব্য ফাঁচী বজাৰৰ এম এছ ৰোড নিৱাসী মনোজ জালানৰো ।তেওঁ কয়, ‘ঘৰতে আবদ্ধ হৈ থাকিবলগীয়া হোৱা বাবে যথেষ্ট অসুবিধা হৈছে । কিন্ত নিজৰ লগতে ৰাইজৰ সুৰক্ষাৰ স্বাৰ্থত এই অসুবিধা মানি লোৱাৰ বাহিৰে অন্য বিকল্প নাই ।’ অঞ্চলটোত খাদ্য সামগ্ৰীৰ অভাৱ নাই বুলি উল্লেখ কৰি তেওঁ কয় যে খাদ্য সামগ্ৰীৰ অভাৱ নাই । কিন্তু দৈনন্দিন ব্যৱহার্য সা-সামগ্ৰী আৰু ব্যৱসায়িক প্ৰতিষ্ঠানসমূহত কৰ্মৰত কৰ্মচাৰীৰ বাবে পৰিয়ালৰ লোকে প্ৰস্তুত কৰা খাদ্য দিয়াৰ সময়ত কৰ্তব্যৰত নিৰাপত্তাৰক্ষীয়ে হাৰাশাস্তি কৰিছে ।

এই ক্ষেত্ৰত প্ৰশাসনক প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণৰ বাবে আহ্বান জনাই তেওঁ কয় যে প্ৰত্যেক দিনাই অঞ্চলটোৰ নিৰাপত্তাৰক্ষীসকল সঘনাই সলনি হয় । ফলত গাখীৰ, পাচলিকে ধৰি দৈনন্দিন ব্যৱহার্য সামগ্ৰী সংগ্ৰহৰ ক্ষেত্ৰত পৰিয়ালসমূহে কিছু অসুবিধাৰ সন্মুখীন হৈছে । লগতে অঞ্চলটোত কে’বাজনো শ্ৰমিক আবদ্ধ হৈ আছে । সংশ্লিষ্টসকলে খোৱা -লোৱাৰ অসুবিধা পোৱা বুলি তেওঁ জনায় । অনুৰূপ মন্তব্য এম এছ ৰোড নিবাসী মুকুল জালানৰো । তেওঁ কয় কনটেইনমেন্ট জ’নত আবদ্ধ হৈ থাকিলেও বিশেষ অসুবিধা নাই ।কিন্ত কৰ্তব্যৰত নিৰাপত্তাৰক্ষীয়ে সা-সামগ্ৰী দিবলৈ অহা লোকক অযথা হাৰাশাস্তি কৰিছে ।

লগতে তেওঁ কয় যে ফাঁচী বজাৰত কনটেইনমেন্ট জ’ন হিচাপে চিহ্নিত অঞ্চলটোত দুখনকৈ আলু ভৰ্তি ট্ৰাক আবদ্ধ হৈ আছে । এই ট্ৰাক দুখনৰ আলু খিনি উলিওৱাৰ ব্যৱস্থা নকৰিলে পচি যোৱাৰ সম্ভাৱনা আছে । এই ক্ষেত্ৰত প্ৰশাসনে ব্যৱস্থা লোৱা উচিত বুলি তেওঁ কয় । উল্লেখযোগ্য যে কৰ’না ভাইৰাছৰ দ্বাৰা আক্ৰান্ত হোৱা লোকৰ কৰ্মস্থলী অথবা বাসস্থানসমূহক কেন্দ্ৰীয় চৰকাৰৰ নিৰ্দেশত জিলা প্ৰশাসন সমূহে কনটেইনমেন্ট জ’ন হিচাপে ঘোষণা কৰি আহিছে । এই সম্পৰ্কত জাৰি কৰা নিৰ্দেশনা প্ৰত্যাহাৰ নকৰা পর্যন্ত সংশ্লিষ্ট অঞ্চলৰ ভিতৰত থকা কোনো লোকে বাহিৰলৈ যাব নোৱাৰে আৰু বাহিৰৰ পৰাও কোনো লোক অঞ্চলটোৰ ভিতৰলৈ যাব নোৱাৰে । এই সম্পৰ্কত জাৰি কৰা নিৰ্দেশনা যাতে কোনো কাৰণতে উলংঘা নহয়, তাৰ প্ৰতি লক্ষ্য ৰাখি সংশ্লিষ্ট অঞ্চলসমূহত ২৪ঘণ্টাই নিৰাপত্তাৰক্ষীয়ে পহৰা দিয়ে বুলি জিলা প্ৰশাসনৰ এক সূত্ৰই জনায়।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: ASSAM FIGHTS CORONACORONAVIRUSCovid-19FIGHT AGAINST COVID-19
publisher

publisher

Related Posts

মইতো যাম গুচি জীৱনৰ ভাও এৰি গুৱাহাটীত মোৰ আৰু চিকিৎসা নাই
Assam

August 20, 2026
মানৱ সৃষ্ট বানপানীৰ আঁৰৰ ‘গণশত্রু’ক শাস্তিৰ দাবীত সাপেখাতীত ৰাইজৰ ধৰ্ণা
Assam

মানৱ সৃষ্ট বানপানীৰ আঁৰৰ ‘গণশত্রু’ক শাস্তিৰ দাবীত সাপেখাতীত ৰাইজৰ ধৰ্ণা

August 20, 2026
‘ডিমাগী বনো, অন্ধ ভক্ত নেহী’
India

‘ডিমাগী বনো, অন্ধ ভক্ত নেহী’

August 20, 2026
জিএমচিয়ে নলা-নর্দমা পৰিষ্কাৰ নকৰাত জীয়াতু ভুগিছে মহানগৰে
Assam

জিএমচিয়ে নলা-নর্দমা পৰিষ্কাৰ নকৰাত জীয়াতু ভুগিছে মহানগৰে

August 20, 2026
শ্বিলঙত অসমৰ ১৫খনকৈ পৰ্যটকৰ বাহন ভঙাক লৈ উত্তপ্ত পৰিস্থিতি যোৰাবাটত
Assam

শ্বিলঙত অসমৰ ১৫খনকৈ পৰ্যটকৰ বাহন ভঙাক লৈ উত্তপ্ত পৰিস্থিতি যোৰাবাটত

August 20, 2026
বিভাগৰ নাম সলনিয়ে সাৰ, অসমত চৰকাৰী ফাইলতহে বতৰ পৰিৱৰ্তন ৰোধৰ উদ্বেগ
Assam

বিভাগৰ নাম সলনিয়ে সাৰ, অসমত চৰকাৰী ফাইলতহে বতৰ পৰিৱৰ্তন ৰোধৰ উদ্বেগ

August 20, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d