Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    আন্দোলন গঢ়ি তুলি মোদী চকুৰ কুটা দাঁতৰ শূলত পৰিণত

    ‘ভোট চুৰি’, এছ আই আৰ বন্ধ আৰু মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত ‘দিল্লী চলো—মাৰ্চ ফৰ ডেম’ক্ৰেচি’

    বার্মিজ চুপাৰি জব্দৰ এটা ঘটনাতে ৪০৯ কোটি টকাৰ শুল্ক লোকচানৰ তথ্য

    প্ৰতিবাদৰত অৱস্থাতে ৰাজপথত কিশোৰীক প্ৰহাৰ হিন্দু সুৰক্ষা দলৰ

    পশ্চিম কাৰ্বি আংলংঙৰ চিনঠংঙত পৰিষদীয় সমষ্টি বিৰুদ্ধি কংগ্ৰেছ দলৰ শক্তি প্ৰদৰ্শন

    বিজনীত ব্ৰাইম- ৰে’ল যাত্ৰী সংস্থাৰ স্মাৰক পত্ৰ প্ৰদান

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    AI-ৰ নিৰ্মিত বিভ্ৰান্তিকৰ-আপত্তিজনক কনটেণ্ট আঁতৰোৱাৰ দাবীত দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ কংগনা ৰনৌত

    নানা পাটেকৰৰ বিয়োগত শোকস্তব্ধ বিনোদন জগত

    মৃত্যুৰ মাত্ৰ চাৰি দিন পূৰ্বে মঞ্চত নানা পাটেকৰ, কৈছিল—‘এদিন সকলোৱেই গুচি যাব লাগিব…’

    বক্স অফিচত মুক্তিৰ দিনাই চমক ‘দৃশ্যম-৩’ৰঃ ৫০ কোটি টকাৰ ব্যৱসায়

    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

    ‘পাকিস্তান জিন্দাবাদ’ ধ্বনি দি বিতৰ্কত আয়ুষ্মান: অৱশেষত মুখ খুলিলে অভিনেতাই

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    কোঠাত প্ৰৱেশৰ লগে লগে পাহৰি যায় কি প্রয়োজনত আহিছিল

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    গেছ চিলিণ্ডাৰ কিনিবলৈ ৬০০ টকালৈকে মাইক্র’ লোন, ১০০ টকাকৈ সাপ্তাহিক কিস্তি

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home COVID-19

শ্ৰমিকৰ পৰা ল’ব নোৱাৰিব ৰেলৰ ভাড়া

publisher by publisher
May 29, 2020
in COVID-19, India, News
Reading Time: 1 min read
0
ন মে’ পৰ্যন্ত দেশত ২৮৩ খন ‘বিশেষ শ্ৰমিক ৰে’ল’ৰ চলাচল
1
SHARES
12
VIEWS
ShareShareShareShare

RelatedPosts

Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

ইন্ধন সংকটত পৰা শ্ৰীলংকাক সহায়ৰ হাত ভাৰতৰ

আমেৰিকাত নতুনকৈ ত্রাস সৃষ্টি কৰিছে ক’ভিডে

দেশজুৰি কৰ’না সংক্ৰমণৰ পৰিস্থিতিত নিজ গৃহলৈ উভতিছে লক্ষ লক্ষ প্ৰব্ৰজিত শ্ৰমিকে ৷ এই যাত্ৰাপথত তেওঁলোকে বিভিন্ন যাতনাৰ সন্মুখীন হ’বলগীয়া হৈছে  ৷ কৰ’না ভাইৰাছৰ সংক্ৰমণৰ ফলত অনাহাৰ অনিদ্ৰাৰে বিভিন্ন স্থানত দিন টাবলগীয়া হোৱা এনে শ্ৰমিকক লৈ সৰ্বোচ্চ ন্যায়ালয়ৰ প্ৰশ্নৰ সন্মুখীন হয় কেন্দ্ৰীয় চৰকাৰ ৷ উচ্চতম ন্যায়ালয়ে প্ৰব্ৰজিত শ্ৰমিকৰ যাতায়তক লৈ এক বিতং অন্তৱৰ্তীকালীন নিৰ্দেশ জাৰি কৰে ৷ দেশৰ বিভিন্ন প্ৰান্তত জীৱন জীৱিকাৰ তাড়নাত সংস্থাপন বিচাৰি যোৱা এইসকল শ্ৰমিকৰ স্বগৃহলৈ ওভতনি যাত্ৰাৰ বিষয়টোক লৈ আৰম্ভণিৰে পৰা বিতৰ্ক অব্যাহত আছে ৷ যোৱা পহিলা মে’ত কেন্দ্ৰীয় চৰকাৰে প্ৰব্ৰজিত শ্ৰমিকৰ বাবে বিশেষ শ্ৰমিক ৰেলৰ ব্যৱস্থা কৰাৰে পৰা অধিক বিতৰ্কৰ সৃষ্টি হৈছে ৷এই শ্ৰমিকসকলৰ ৰেলৰ ভাৰাক লৈও শেহতীয়াকৈ বিতৰ্কৰ সূত্ৰপাত হৈছিল । উচ্চতম ন্যায়ালয়ে এই সমগ্ৰ বিষয়টোৰ সন্দৰ্ভত কেন্দ্ৰীয় চৰকাৰৰ হৈ দেশৰ চলিছিটৰ জেনেৰেল তুষাৰ মেহতাই আদালতত দাঙি ধৰা তথ্য অনুসৰি এই পৰ্যন্ত ৯১ লাখ প্ৰব্ৰজিত শ্ৰমিক স্বগৃহলৈ ওভতি আহিছে ৷ ৰেলেৰে কৰা যাত্ৰাত তেওঁলোকৰ খাদ্য যোগান ধৰিছে ৰেল বিভাগে ।

ADVERTISEMENT

একে সময়তে তেওঁ কয় যে প্ৰব্ৰজিত শ্ৰমিকৰ দুৰ্দশা দূৰ কৰিবলৈ কেন্দ্ৰীয় চৰকাৰে বহু পদক্ষেপ লৈছে ৷ইফালে বিগত সময়ছোৱাত এই শ্ৰমিকসকলৰ লগত বিভিন্ন ঘটনা সংঘটিত হৈছে। উচ্চতম ন্যায়ালয়ে এই সন্দৰ্ভত দিয়া নিৰ্দেশত কয় যে ৰাজ্য চৰকাৰে ৰেলৰ বাবে যেতিয়াই অনুৰোধ জনাব তেতিয়াই ৰেল বিভাগে ইয়াৰ ব্যৱস্থা কৰিব লাগিব ৷ প্ৰব্ৰজিত শ্ৰমিকৰ পৰা কোনো ৰেল অথবা বাছৰ ভাড়া ল’ব নোৱাৰিব ৷এই ভাড়া আদায় দিব লাগিব ৰাজ্য চৰকাৰসমূহে ৷ দ্বিতীয় গুৰুত্বপূৰ্ণ নিৰ্দেশটো হৈছে আৱদ্ধ হৈ পৰা শ্ৰমিকসকলক সেই সংশ্লিষ্ট চৰকাৰসমূহে খাদ্যৰ যোগান ধৰিব লাগিব ৷ আৰু এই ক্ষেত্ৰত জাননী জাৰি কৰিব লাগিব তথা ৰাজহুৱা কৰিব লাগিব ৷ তদুপৰি উচ্চতম ন্যায়ালয়ে নিৰ্দেশত কয় যে ৰেলযাত্ৰাৰ আৰম্ভণিত যিখন ৰাজ্যৰ পৰা প্ৰব্ৰজিত শ্ৰমিকসকলে যাত্ৰা কৰিব সেইখন ৰাজ্যই খাদ্য পানীৰ যোগান ধৰিব লাগিব ৷

ইপিনে নাম পঞ্জীয়নৰ পিছত নিশ্চিত কৰিব লাগিব যাতে শ্ৰমিকসকলে সোনকালে যাত্ৰা কৰিব পাৰে ৷ শ্ৰমিকসকলৰ দ্ৰুত যাত্ৰাৰ ব্যৱস্থাৰ বাবে উচ্চলম ন্যায়ালয়ে নিৰ্দেশ দিয়ে ৷ যিসকল শ্ৰমিকে বাটে পথে ঘূৰি ফুৰিছে তেওঁলোকক আশ্ৰয় শিবিৰলৈ নিব লাগিব ৷ আৰু খাদ্যকে ধৰি সকলো সুবিধা দিব লাগিব । উচ্চতম ন্যায়ালয়ৰ তিনিজন ন্যায়াধীশে আদালতত শুনানি পিছত কয় যে প্ৰধান সমস্যা হ’ল প্ৰব্ৰজিত শ্ৰমিকসকলক ঘৰলৈ পঠিওৱা আৰু তেওঁলোকক খাদ্যৰ যোগান ধৰা ৷ ইয়াৰ পাছতে ৰেলৰ ভাড়াসহ একাধিক নিৰ্দেশ দিয়ে ৷ এই শুনানি গ্ৰহণ কৰে ন্যায়াধীশ আশোক ভূষণ, ন্যায়াধীশ এছ কে ক’ল আৰু ন্যায়াধীশ এম আৰ শ্বাহৰ যৌথ বিচাৰপীঠে ৷

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Covid-19FIGHT AGAINST COVID-19indiaLockdown
publisher

publisher

Related Posts

আন্দোলন গঢ়ি তুলি মোদী চকুৰ কুটা দাঁতৰ শূলত পৰিণত
India

October 12, 2026
‘ভোট চুৰি’, এছ আই আৰ বন্ধ আৰু মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত ‘দিল্লী চলো—মাৰ্চ ফৰ ডেম’ক্ৰেচি’
India

‘ভোট চুৰি’, এছ আই আৰ বন্ধ আৰু মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত ‘দিল্লী চলো—মাৰ্চ ফৰ ডেম’ক্ৰেচি’

October 12, 2026
বার্মিজ চুপাৰি জব্দৰ এটা ঘটনাতে ৪০৯ কোটি টকাৰ শুল্ক লোকচানৰ তথ্য
Assam

বার্মিজ চুপাৰি জব্দৰ এটা ঘটনাতে ৪০৯ কোটি টকাৰ শুল্ক লোকচানৰ তথ্য

October 12, 2026
প্ৰতিবাদৰত অৱস্থাতে ৰাজপথত কিশোৰীক প্ৰহাৰ হিন্দু সুৰক্ষা দলৰ
India

প্ৰতিবাদৰত অৱস্থাতে ৰাজপথত কিশোৰীক প্ৰহাৰ হিন্দু সুৰক্ষা দলৰ

October 12, 2026
পশ্চিম কাৰ্বি আংলংঙৰ চিনঠংঙত পৰিষদীয় সমষ্টি বিৰুদ্ধি কংগ্ৰেছ দলৰ শক্তি প্ৰদৰ্শন
Assam

পশ্চিম কাৰ্বি আংলংঙৰ চিনঠংঙত পৰিষদীয় সমষ্টি বিৰুদ্ধি কংগ্ৰেছ দলৰ শক্তি প্ৰদৰ্শন

October 11, 2026
বিজনীত ব্ৰাইম- ৰে’ল যাত্ৰী সংস্থাৰ স্মাৰক পত্ৰ প্ৰদান
Assam

বিজনীত ব্ৰাইম- ৰে’ল যাত্ৰী সংস্থাৰ স্মাৰক পত্ৰ প্ৰদান

October 11, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d