Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    সৰভোগত নকল সোণৰ নাওঁসহ চাৰি সৰবৰাহকাৰী আটক

    ৰে’লৰ মুখামুখি সংঘৰ্ষ! গুৰুত্বৰভাৱে আহত ১৭ জন

    পশ্চিম বংগ বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়!

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    Basistha Police:বশিষ্ঠ আৰক্ষীৰ জালত চিলনী চোৰ

    Amritpal Singh :ডিব্ৰুগড় কাৰাগাৰাত পুনৰ গ্ৰেপ্তাৰ অমৃতপাল সিঙক

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

    সুৰ সম্ৰাজ্ঞী আশা ভোছলেৰ দেহাৱসান, সংগীত জগতত শোকৰ ছাঁ

    নীতিশ তিৱাৰী পৰিচালিত বহু প্রতীক্ষিত ‘ৰামায়ণ’ৰ চাৰি হেজাৰ কোটি টকাৰে নিৰ্মিত নীতিশ তিৱাৰীৰ ‘ৰামায়ণ’ৰ টীজাৰ মুক্তি

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ব্যায়ামৰ পাছত প্ৰ’টিন খোৱাৰ উপযুক্ত সময়

    ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

    ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

    পশু কিষাণ ক্রেডিট কার্ড আঁচনিৰ সবিশেষ

    পশু কিষাণ ক্রেডিট কার্ড আঁচনিৰ সবিশেষ

    গৰমতো আকর্ষণীয় হৈ থাকিবলৈ কি কৰিব ?

    গৰমতো আকর্ষণীয় হৈ থাকিবলৈ কি কৰিব ?

    আপোনাৰ দামী সুগন্ধিৰ গোন্ধ নাইকিয়া হয়?

    ইউটিউবত কন্টেন্ট ক্রিয়েটৰৰ উপাৰ্জনৰ সাতটা গোপন কথা জানি লওক

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home Entertainment

অৱশেষত গংগাত মিলি গ’ল সুশান্ত সিং ৰাজপুত

publisher by publisher
June 18, 2020
in Entertainment, India, News
Reading Time: 1 min read
0
অৱশেষত গংগাত মিলি গ’ল সুশান্ত সিং ৰাজপুত
1
SHARES
8
VIEWS
ShareShareShareShare

অভিনেতা সুশান্ত সিং ৰাজপুতৰ আত্মহত্যাৰ পিছত সম্প্ৰতি বলীউডৰ ভিতৰ চ’ৰাত ধুমুহাৰ সৃষ্টি হৈছে ৷ তাৰ মাজতে সুশান্তৰ আত্মহত্যাৰ প্ৰসংগত অব্যাহত আছে আৰক্ষীৰ তদন্ত ৷ আৰক্ষীয়ে ইতিমধ্যে অভিনেতাজনৰ বন্ধু বান্ধবীৰ লগতে ৰিয়া চক্ৰৱৰ্তীকো তদন্ত কাৰণে বিভিন্ন প্ৰশ্ন কৰে ৷ইয়াৰ পূৰ্বে বুধবাৰে বলীউডৰ কাষ্টিং ডাইৰেক্টৰ মুকেশ চাবৰাৰ লগতে বান্দ্ৰাৰ পুলিচে প্ৰায় সাত ঘন্টাৰ কাৰণে মতবিনিময় কৰে ৷

ADVERTISEMENT

মুকেশ চাব্ৰা আছিল সুশান্তৰ ভাল বন্ধু ৷চাব্ৰাই কয় “সুশান্তে মোক নিজৰ সপোনৰ কথা কৈছিল ৷কিন্তু ব্যক্তিগত জীৱনৰ কথা মোৰ আগত কেতিয়াও কোৱা নাছিল ৷লগতে সুশান্ত যে ডিপ্ৰেছনত আছে সেই সম্পৰ্কেও কেতিয়াও মোক অনুভৱ কৰিবলৈ দিয়া নাছিল ৷ইফালে সুশান্তৰ ঘৰত কৰ্মৰত এগৰাকী কৰ্মচাৰীয়ে কয় যে মৃত্যুৰ তিনিদিন আগত তেওঁক সুশান্তে দৰমহা আদায় দিছিল ৷লগতে সকলোকে দিবলগীয়া টকাসমূহ ঘূৰাই দিছিল ৷সুশান্তে ঘৰৰ কৰ্মচাৰীক কৈছিল যে তেওঁ আৰু আগলৈ পইচা দিব নোৱাৰে। সুশান্তৰ এই কথা শুনি আচৰিত হৈছিল কৰ্মচাৰীজন ৷

RelatedPosts

Mumbai:মুম্বাইৰ ৰাজপথত মহিলা সংৰক্ষণ বিধেয়কক লৈ আয়োজিত প্ৰতিবাদৰ মাজতে এগৰাকী মহিলাৰ ৰণচণ্ডী ৰূপ

দিল্লীত ব্যৰ্থ ভয়ংকৰ বোমা চক্ৰান্ত : মুম্বাইত গ্ৰেপ্তাৰ দুজন, দেশজুৰি সতৰ্কতা 

Sachin Tendulkar’s Son Arjun Tendulkar Just married বিবাহপাশত আবদ্ধ হ’ল শচীন-পুত্র অর্জুন তেন্ডুলকাৰে

sushant singh rajput 5d4ba41fab83c

আনহাতে ইতিমধ্যে সুশান্তৰ আত্মহত্যাৰ সন্দৰ্ভত ১০ জন লোকক সোধ পোচ কৰা হৈছে। সুশান্তৰ বিষয়ে কৰা তদন্ত অনুসৰি অধ্যয়ন কৰি ভাল পাইছিল অভিনেতাজনে। লগতে ফিজিক্স পঢ়ি ভাল পাইছিল সুশান্তে ৷ আৰু সুশান্তৰ ঘৰৰ পৰা ৫ খন ডায়েৰী পোৱা গৈছে ৷ ইপিনে আৰক্ষীয়ে সুশান্তৰ ঘৰৰ পৰা নাগালেণ্ড চৰকাৰক সহায় কৰা প্ৰায় ডেৰ কোটি টকাৰ কাগজ পত্ৰ উদ্ধাৰ কৰিছে। ইয়াৰ দ্বাৰা সুশান্তৰ মহানুভৱতাৰ কথা প্ৰমাণিত হয়।

উল্লেখযোগ্য যে অনুৰাগীসকলৰ লগতে মহাৰাষ্ট্ৰৰ মন্ত্ৰী ড° জীতেন্দ্ৰ আহৱাদে আশা প্ৰকাশ কৰিছে যে সুশান্ত আত্মহত্যাৰ যাতে সঠিক তদন্ত হয় ৷আজি পাটনাৰ গান্ধী ঘাটৰ গংগা নদীত পিতৃ ভগ্নী সহিতে সুশান্তৰ অস্থি বিসৰ্জন দিয়ে ৷পৰিয়ালৰ লোকৰ মত অনুসৰি সুশান্তৰ শ্ৰাদ্ধ পাটনাতেই সম্পন্ন হ’ব।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: Bollywood NewsMUMBAISushant Singh Rajput
publisher

publisher

Related Posts

সৰভোগত নকল সোণৰ নাওঁসহ চাৰি সৰবৰাহকাৰী আটক
News

April 23, 2026
ৰে’লৰ মুখামুখি সংঘৰ্ষ! গুৰুত্বৰভাৱে আহত ১৭ জন
News

ৰে’লৰ মুখামুখি সংঘৰ্ষ! গুৰুত্বৰভাৱে আহত ১৭ জন

April 23, 2026
পশ্চিম বংগ বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়!
India

পশ্চিম বংগ বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়!

April 23, 2026
৩০ বছৰ বয়সতে সকলো শেষ ! 
News

৩০ বছৰ বয়সতে সকলো শেষ ! 

April 23, 2026
Basistha Police:বশিষ্ঠ আৰক্ষীৰ জালত চিলনী চোৰ
News

Basistha Police:বশিষ্ঠ আৰক্ষীৰ জালত চিলনী চোৰ

April 23, 2026
Amritpal Singh :ডিব্ৰুগড় কাৰাগাৰাত পুনৰ গ্ৰেপ্তাৰ অমৃতপাল সিঙক
News

Amritpal Singh :ডিব্ৰুগড় কাৰাগাৰাত পুনৰ গ্ৰেপ্তাৰ অমৃতপাল সিঙক

April 23, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d