Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    অসমত এনৰেগাৰ ব্যৰ্থতাৰ অভিলেখ

    অসমত এনৰেগাৰ ব্যৰ্থতাৰ অভিলেখ

    বাংলাদেশতকৈও শোচনীয় অৱস্থা ভাৰতৰ : জনমূৰি জিডিপিত চেৰ পেলালে

    Guwahati High Court rejected bail of Pawan Khera:কংগ্ৰেছ নেতা পৱন খেড়াৰ জামিন নাকচ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ

    Shocking robbery in Nagaon:নগাঁও চহৰৰ মৰিকলঙত নিশা চাঞ্চল্যকৰ ডকাইতি

    লুইজিয়ানাত পুনৰ গুলিচালনা, শ্বপিং মলত আতংক!

    মণিপুৰত নতুন সমীকৰণ,নাগা–কুকি সংঘাতত বৃদ্ধি উত্তেজনা, গুলিচালনাত নিহত দুজন

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

    সুৰ সম্ৰাজ্ঞী আশা ভোছলেৰ দেহাৱসান, সংগীত জগতত শোকৰ ছাঁ

    নীতিশ তিৱাৰী পৰিচালিত বহু প্রতীক্ষিত ‘ৰামায়ণ’ৰ চাৰি হেজাৰ কোটি টকাৰে নিৰ্মিত নীতিশ তিৱাৰীৰ ‘ৰামায়ণ’ৰ টীজাৰ মুক্তি

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ব্যায়ামৰ পাছত প্ৰ’টিন খোৱাৰ উপযুক্ত সময়

    ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

    ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

    পশু কিষাণ ক্রেডিট কার্ড আঁচনিৰ সবিশেষ

    পশু কিষাণ ক্রেডিট কার্ড আঁচনিৰ সবিশেষ

    গৰমতো আকর্ষণীয় হৈ থাকিবলৈ কি কৰিব ?

    গৰমতো আকর্ষণীয় হৈ থাকিবলৈ কি কৰিব ?

    আপোনাৰ দামী সুগন্ধিৰ গোন্ধ নাইকিয়া হয়?

    ইউটিউবত কন্টেন্ট ক্রিয়েটৰৰ উপাৰ্জনৰ সাতটা গোপন কথা জানি লওক

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Crime

আৰক্ষীৰ জালত “চাইনাইড”মোহন

publisher by publisher
June 21, 2020
in Crime, India, News
Reading Time: 1 min read
0
আৰক্ষীৰ জালত “চাইনাইড”মোহন
1
SHARES
7
VIEWS
ShareShareShareShare

কৰ্ণাটকৰ এখন স্থানীয় আদালতে চিৰিয়েল কিলাৰ “চাইনাইড” মোহনক দোষী সাব্যস্ত কৰে৷ চিৰিয়েল কিলাৰ মোহনে ২০০৯ ত কেৰেলাৰ কাচৰগোড”ত এগৰাকী যুৱতীক ধৰ্ষণ আৰু হত্যা কৰাৰ অভিযোগত দোষী সাব্যস্ত কৰিছে ৷উল্লেখযোগ্য যে মোহনৰ বিৰুদ্ধে ২০ টা হত্যাৰ গোচৰ আছে ৷ইয়াৰ ভিতৰত বহু মহিলাক অচেতন কৰি ধৰ্ষণ কৰাৰ পিছত “চাইনাইড” ব্যৱহাৰ কৰিছিল ৷ আনহাতে, হত্যাৰ সন্মুখীন হোৱা ২৫ বছৰীয়া মহিলাগৰাকীৰ কাচৰগড়ৰ এখন হোষ্টেলত ৰান্ধনী হিচাপে কৰ্মৰত আছিল ।

ADVERTISEMENT

২০০৯ চনৰ মোহনৰ স’তে চিনাকি হৈছিল মহিলাগৰাকী ৷কিছুদিনৰ পিছত প্ৰেমসূত্ৰে মোহনে মহিলাগৰাকীক বেংগালুৰুলৈ লৈ গৈছিল,তেতিয়া মহিলাগৰাকীয়ে পৰিয়ালৰ লোকক জনাইছিল যে তেওঁ বিবাহ পাশত আৱদ্ধ হৈছে ৷ অনতি পলমে ঘৰলৈ উভতি আহিব ৷ ইপিনে মোহনে মহিলাগৰাকীক এটা ল’জলৈ লৈ গৈছিল ।ইয়াৰ পিছদিনা মহিলাগৰাকীক মোহনে এটি ঔষধ খাবলৈ দিয়ে ৷মহিলাগৰাকীয়ে ঔষধটো খোৱাৰ পিছতেই মাটিত ঢলি পৰে। কাৰণ গৰ্ভনিৰোধক বুলি খোৱা ঔষধটো আছিল “চাইনাইড”৷ মহিলাগৰাকীক চিকিৎসালয়লৈ নিয়ে যদিও চিকিৎসকে মৃত বুলি ঘোষণা কৰে।

RelatedPosts

কেৰালাত শশী থাৰুৰ কনভয়ত আক্ৰমণঃ নিৰ্বাচনী প্ৰচাৰত উত্তেজনা বৃদ্ধি

পাঁচ ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ সূচী আজি ঘোষণা কৰিব নিৰ্বাচন আয়োগ

‘কেৰেলা’ৰ পৰা ‘কেৰালম’! নাম সলনিৰ দিশে আগবাঢ়িছে ৰাজ্যখন

আনহাতে যিসময়ত এই মহিলাগৰাকীৰ মৃত্যু হৈছিল সেই সময়ত এখন সাধাৰণ এজাহাৰ দাখিল কৰিছিল পৰিয়ালৰ লোকে। কিন্তু সম্প্ৰতি মৃত মহিলাগৰাকীৰ ভগ্নীয়ে মোহনৰ ফ’টো চাই চিনিব পাৰি পুনৰ মোহনৰ বিৰুদ্ধে আৰক্ষীক গোচৰ দিয়ে ৷ আৰু সংশ্লিষ্ট কৰ্তৃপক্ষই ইতিমধ্যে এই ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে ৷

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: CyanideKeralaSerial Killer
publisher

publisher

Related Posts

অসমত এনৰেগাৰ ব্যৰ্থতাৰ অভিলেখ
News

অসমত এনৰেগাৰ ব্যৰ্থতাৰ অভিলেখ

April 24, 2026
বাংলাদেশতকৈও শোচনীয় অৱস্থা ভাৰতৰ : জনমূৰি জিডিপিত চেৰ পেলালে
News

বাংলাদেশতকৈও শোচনীয় অৱস্থা ভাৰতৰ : জনমূৰি জিডিপিত চেৰ পেলালে

April 24, 2026
Guwahati High Court rejected bail of Pawan Khera:কংগ্ৰেছ নেতা পৱন খেড়াৰ জামিন নাকচ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ
News

Guwahati High Court rejected bail of Pawan Khera:কংগ্ৰেছ নেতা পৱন খেড়াৰ জামিন নাকচ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ

April 24, 2026
Shocking robbery in Nagaon:নগাঁও চহৰৰ মৰিকলঙত নিশা চাঞ্চল্যকৰ ডকাইতি
News

Shocking robbery in Nagaon:নগাঁও চহৰৰ মৰিকলঙত নিশা চাঞ্চল্যকৰ ডকাইতি

April 24, 2026
লুইজিয়ানাত পুনৰ গুলিচালনা, শ্বপিং মলত আতংক!
News

লুইজিয়ানাত পুনৰ গুলিচালনা, শ্বপিং মলত আতংক!

April 24, 2026
মণিপুৰত নতুন সমীকৰণ,নাগা–কুকি সংঘাতত বৃদ্ধি উত্তেজনা, গুলিচালনাত নিহত দুজন
India

  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d