Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    মহাভৈৰৱত দুৰ্ঘটনাত নিহত দৰং কলেজৰ ছাত্ৰ ,

    ১৫ ছেপ্টেম্বৰত পুনৰ ১৪শ কোটিৰ ঋণ ল’ব অসম চৰকাৰে

    দক্ষিণ দিল্লীৰ হোটেলত উদ্ধাৰ এয়াৰ ইণ্ডিয়াৰ পাইলটৰ মৃতদেহ

    মোদীৰ নৈশভোজত অনুপস্থিত জিনপিং, কিয় নাহিল চীনৰ ৰাষ্ট্ৰপতি?

    দিল্লী ঘোষণাপত্ৰত মুখ থেকেচা খালে পাকিস্তানে ! পহলগাম আক্ৰমণৰ নিন্দা ৰাছিয়া-চীন-ইৰানৰ

    চাকৰি জীৱন শেষ হোৱাৰ পূৰ্বেই সেনাৰ পৰা অৱসৰ, ৰাষ্ট্ৰপতিৰ এডিচি পদ এৰিলে ‘নেচনেল ক্ৰাছ’ ঋষভ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    ১১ কেজি ওজন বাঢ়িছে, সন্তানৰ অপেক্ষাত ছামান্থা

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    ২০২৬ ৰ আটাইতকৈ লাভজনক ছবি নহয় ‘ধুৰন্ধৰ ২’, নিৰ্মাণ ব্যয়ৰ তুলনাত ২০ গুণতকৈও অধিক আয় ‘হনুমান আনছা’ৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    আপোনাৰ ফোনটো ব্যৱহাৰ নকৰাকৈয়ে গৰম হৈ আছে নেকি?

    সাৱধান, এই ভুলৰ বাবে আপোনাৰ ইউটিউব চেনেল বন্ধ হৈ যাব পাৰে

    পুৰণি কাপোৰত নতুন সপোন, সৃষ্টিশীলতাৰে স্বাৱলম্বী নাৰী

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    হঠাতে গেছৰ গোন্ধ বা শিখাৰ পৰিৱৰ্তন? ৰেগুলেটৰত এই চিন দেখা পালে সাৱধান হওক

    সাগৰৰ পানীৰে ৪৮শ কিলোমিটাৰ যাত্ৰাৰ পাছতো অক্ষত থাকে

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home COVID-19

ভগৱানৰ ঘৰতো তলাবন্ধৰ কোপ দৃষ্টি

publisher by publisher
June 21, 2020
in COVID-19, News
Reading Time: 1 min read
0
ভগৱানৰ ঘৰতো তলাবন্ধৰ কোপ দৃষ্টি
2
SHARES
21
VIEWS
ShareShareShareShare

RelatedPosts

‘লকডাউনৰ কোনো প্ৰস্তাৱ নাই, সকলো উৰাবাতৰি’! 

China : এদিনত নতুনকৈ আক্রান্ত তিনিশ, চীনৰ আনহুইত ১৭ লাখ বাসিন্দা গৃহবন্দী

Startup Sector : আর্থিক মন্দাৰ প্রভাৱ ষ্টার্টআপত, ছাটাই ১২ হেজাৰ কর্মচাৰী

তলাবন্ধৰ সময়ত নেদেখা জনৰ কোপদৃষ্টি স্বয়ং ভগৱানৰ ঘৰৰ ওপৰতো পৰিছে । দেশৰ প্ৰায় প্ৰতিটো মন্দিৰতে সম্প্ৰতি নগদ ধনৰ অভাৱে দেখা দিছে । মন্দিৰৰ কৰ্মচাৰীসকলক দৰমহা দিয়াৰ ক্ষেত্ৰতো সমস্যাৰ সন্মুখীন হৈছে দেশৰ বহু বৃহৎ ধৰ্মানুষ্ঠানে।তিৰুপতি বালাজি মন্দিৰকে ধৰি দেশৰ বহুকেইটা প্ৰসিদ্ধ ধৰ্মীয় অনুষ্ঠানে এনে সমস্যাৰ সন্মুখীন হোৱাৰ পাছত ইয়াৰ তালিকাত শেহতীয়াকৈ নাম সংলগ্ন হৈছে পশ্চিমবংগৰ নদিয়াৰ মায়াপুৰ ইস্কন মন্দিৰৰ নাম ।

ADVERTISEMENT

মন্দিৰটোৰ পৰা ইতিমধ্যে ডেৰ হেজাৰ কৰ্মচাৰীয়ে কাম হেৰুৱাবলগীয়া হৈছে । মন্দিৰৰ কৰ্তৃপক্ষই জনোৱা অনুসৰি তলাবন্ধৰ আৰম্ভণিৰ সময়ৰে পৰা দুৰ্গত সকলক সাহায্য আগবঢ়াই অহা হৈছে । মন্দিৰৰ তহবিলৰ পৰা পানীৰ দৰে এই ক্ষেত্ৰত ধন ব্যয় কৰা হয় । কৰ্মচাৰী সকলৰ মাজতো মন্দিৰ কৰ্তৃপক্ষই যথাসম্ভৱ আৰ্থিক সাহায্য বিতৰণ কৰে এই সময়ছোৱাত । মন্দিৰ চৌহদৰ প্ৰধান প্ৰৱেশদ্বাৰ বৰ্তমানেও মুকলি কৰা হোৱা নাই । সেয়েহে মন্দিৰলৈ ভক্তৰ আগমন বন্ধ হৈ আছে ।

স্বাভাৱিকতে এনে পৰিস্থিতিত মন্দিৰৰ আয়ৰ পথো বন্ধ হৈ পৰিছে । ফলত মন্দিৰ কৰ্তৃপক্ষই সেৱামূলক কামত জড়িত কৰ্মচাৰীৰ সংখ্যা হ্ৰাস কৰিবলৈ বাধ্য হৈছে । অৰ্থনৈতিক সংকটৰ সন্মুখীন হ’লেও মন্দিৰ কৰ্তৃপক্ষই সাহায্য সামগ্ৰী বিতৰণ অব্যাহত ৰাখিছে । তলাবন্ধ আৰম্ভ হোৱাৰ সময়ৰে পৰা মন্দিৰৰ বাহিৰত দৈনিক পাঁচ হেজাৰৰো অধিক লোকৰ মাজত খিচিৰি বিতৰণ কৰি অহা হৈছে । মন্দিৰ চৌহদৰ ভিতৰত বহু লোকে কাম কৰি আছে ।এই লোকসকলৰ লগতে অধ্যয়নৰ বাবে অহা বহু শিক্ষাৰ্থীও আবদ্ধ হৈ আছে মন্দিৰ চৌহদতে । এই ক্ষেত্ৰত ইতিমধ্যে প্ৰচুৰ ব্যয় কৰিবলগীয়া মন্দিৰ কৰ্তৃপক্ষই । তদুপৰি মন্দিৰৰ দৈনিক পূজা-অৰ্চনা তথা অন্যান্য নিত্য প্ৰয়োজনীয় দিশতো দৈনিক ব্যয় কৰিবলগীয়া হয় বহু ধন । এনে ক্ষেত্ৰত এইবাৰ ৰথযাত্ৰা মন্দিৰৰ চৌহদতে অনুষ্টুপীয়াকৈ অনুষ্ঠিত কৰিবলৈ সিদ্ধান্ত লৈছে মন্দিৰ কৰ্তৃপক্ষই ।

জগন্নাথ, বলদেৱ আৰু সুভদ্ৰাৰ ৰথ তিনি খনৰ ৰছী টানিব মাত্ৰ ২০ জন ভক্তই । কীৰ্তন বা পূজাৰ বাবে থাকিব মাত্ৰ পাঁচজন পুৰোহিত । মন্দিৰৰ মুখ্যজনসম্পৰ্কৰক্ষী বিষয়া ৰচিক গৌৰাংগ দাসে জনোৱা অনুসৰি কাম হেৰুওৱা কৰ্মচাৰী সকলক মন্দিৰৰ তৰফৰ পৰা কিছু নগদ ধনৰ লগতে সাহায্য সামগ্ৰীও প্ৰদান কৰা হয় । এনে কাৰণটো মন্দিৰ কৰ্তৃপক্ষই বহু লক্ষ টকা ব্যয় কৰিবলগীয়া হয় । মন্দিৰ কৰ্তৃপক্ষই শেহতীয়াকৈ মন্দিৰৰ বাবে সাহায্য বিচাৰি দেশে-বিদেশে অনলাইনযোগে আহ্বান জনাইছে । বহুজনে এই আহ্বানৰ প্ৰতি সঁহাৰি জনাই সাহায্য প্ৰদানো কৰিছে ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: ISKCON TempleLockdownMayapur
publisher

publisher

Related Posts

আছাম নৰ্থ ইষ্ট কা সবসে বড়া ভাই হে, হামলোগ ছেভেন ষ্টেট আছাম কা উংগুলি পকৰকে বড়া হুৱা
Assam

September 13, 2026
দৈনিক অগ্ৰদূত ডিজিটেল ডেস্ক: ২,৩৭৫ ডিগ্রী চেলচিয়াছ উষ্ণতাত নতুন ৰূপৰ বৰফ সৃষ্টি বিজ্ঞানীৰ
International

কিতাপে মানুহক অপৰাধী নকৰে!
Assam

কিতাপে মানুহক অপৰাধী নকৰে!

September 13, 2026
কেৱল শুই থাকোতেই হ’ব লাখপতি
International

কেৱল শুই থাকোতেই হ’ব লাখপতি

September 13, 2026
থাইলেণ্ডৰ জংঘলত ওলাল ‘চয়তানৰ ফুল
International

থাইলেণ্ডৰ জংঘলত ওলাল ‘চয়তানৰ ফুল

September 13, 2026
৬৯ বছৰতো বয়সক বান্ধি ৰাখিছে অনিল কাপুৰে
Entertainment

৬৯ বছৰতো বয়সক বান্ধি ৰাখিছে অনিল কাপুৰে

September 13, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d