Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Dibrugarh Don Bosco School:ডিব্ৰুগড়ৰ ডন বস্কো’ স্কুলত চাঞ্চল্যকৰ ঘটনা

    Guwahati:মহানগৰীৰ মালিগাঁৱত আবকাৰী বিভাগৰ অভিযান জব্দ বৃহৎ পৰিমাণৰ অবৈধ সুৰা

    Cattle Seized in Khetri: ক্ষেত্ৰীৰ টেঘেৰীয়াত জব্দ অবৈধ গৰুভৰ্তি বাহন

    kidnapped incident in Birubari:মহানগৰীত পুনৰ চাঞ্চল্যকৰ অপহৰণ কাণ্ড

    Bank Strike:দেশজুৰি বেংক কৰ্মচাৰীৰ ধৰ্মঘট ঘোষণা

    Guwahati accident:মহানগৰীৰ ৰুক্মিণীগাঁও উৰণ সেতুত নিশা দুর্ঘটনা

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    ১১ কেজি ওজন বাঢ়িছে, সন্তানৰ অপেক্ষাত ছামান্থা

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    ২০২৬ ৰ আটাইতকৈ লাভজনক ছবি নহয় ‘ধুৰন্ধৰ ২’, নিৰ্মাণ ব্যয়ৰ তুলনাত ২০ গুণতকৈও অধিক আয় ‘হনুমান আনছা’ৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    সাৱধান, এই ভুলৰ বাবে আপোনাৰ ইউটিউব চেনেল বন্ধ হৈ যাব পাৰে

    পুৰণি কাপোৰত নতুন সপোন, সৃষ্টিশীলতাৰে স্বাৱলম্বী নাৰী

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    হঠাতে গেছৰ গোন্ধ বা শিখাৰ পৰিৱৰ্তন? ৰেগুলেটৰত এই চিন দেখা পালে সাৱধান হওক

    সাগৰৰ পানীৰে ৪৮শ কিলোমিটাৰ যাত্ৰাৰ পাছতো অক্ষত থাকে

    ভ্রাতৃৰ সোঁ হাততে কিয় ৰাখী পিন্ধোৱা হয়?

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home Education

শিক্ষাখণ্ডত ব্যাপক সালসলনিঃ শিক্ষানীতিক লৈ চৰ্চা দেশজুৰি

publisher by publisher
July 31, 2020
in Education, News
Reading Time: 1 min read
0
১৫ আগষ্টৰ পাছতহে খুলিব স্কুল কলেজ : মানৱ সম্পদ উন্নয়ন মন্ত্ৰী
2
SHARES
20
VIEWS
ShareShareShareShare

RelatedPosts

মধ্য প্রাচ্যৰ যুদ্ধই কাঢ়িলে শিশুৰ ভৱিষ্যৎ শৰণাৰ্থী শিবিৰত পৰিণত শ্ৰেণীকোঠা

গণিত-উচ্চ গণিতৰ পৰা দ্রুতপাঠ-আধুনিক ভাৰতীয় ভাষা বিষয়লৈকে সলনি

ভাৰতত আজিও বিদ্যালয়লৈ নাযায় ৪৫.৪ শতাংশ কন্যা

সদ্যঘোষিত নতুন শিক্ষানীতি ২০২০ক লৈ দেশজুৰি ব্যাপক চৰ্চা আৰম্ভ হৈছে ৷ শিক্ষা আৰু শিক্ষণৰ ওপৰত দৃষ্টিপাতৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে সুদীৰ্ঘ ৩০ বছৰৰ পাছত সংশোধিত এই নতুন নীতিয়ে । এই পৰ্যন্ত বিভিন্ন ডীমড বিশ্ববিদ্যালয়ৰ বাবে আমাৰ ভিন ভিন নীতি চলি আহিছে ৷ কেন্দ্ৰীয় বিশ্ববিদ্যালয়, বিভিন্ন ব্যক্তিগত শিক্ষানুষ্ঠানৰ বাবেও ভিন ভিন নীতি আছে। নতুন শিক্ষানীতিৰ জৰিয়তে সকলোৰে বাবে গুণগত আৰু নীতি একে হ’ব ৷ চৰ্চাৰ সম্পৰ্কত এইদৰে কয় কেন্দ্ৰীয় উচ্চ শিক্ষা সচিব অমিত খাবেই ৷

ADVERTISEMENT

ইতিমধ্যে এই শিক্ষানীতিক কেন্দ্ৰ কৰি দেশত মিশ্ৰিত প্ৰতিক্ৰিয়া পৰিলক্ষিত হৈছে ৷ গৰিষ্ঠসংখ্যক দল তথা সংগঠনে এই শিক্ষানীতিয়ে ইতিবাচক প্ৰভাৱ পেলাব বুলি মন্তব্য কৰাৰ বিপৰীতে একাংশ ব্যক্তি তথা দল সংগঠনে ই দেশৰ শিক্ষাব্যৱস্থাত মাধমাৰ শোধাব বুলি আশংকা প্ৰকাশ কৰিছে ৷ অৱশ্যে বিতৰ্ক সপক্ষে অথবা বিপক্ষে হওক, এই শিক্ষানীতিয়ে যে আমূল পৰিৱৰ্তনৰ সূচনা কৰিব তাক লৈ সকলোৱে একমত প্ৰকাশ কৰিছে  ৷

স্কুলীয়া শিক্ষাত বৃহৎ সংস্কাৰ :

১. বৰ্ডৰ পৰীক্ষাৰ অংশীদাৰিত্ব হ্ৰাস পাব আৰু মুখস্থ বিদ্যাৰ সলনি প্ৰকৃত জ্ঞানৰ পৰীক্ষা হ’ব ৷

২. পঞ্চম শ্ৰেণীলৈ মাতৃভাষা হ’ব শিক্ষাৰ মাধ্যম ৷

৩. কেৱল নম্বৰৰ সলনি ৰিপৰ্ট কাৰ্ডত থাকিব দক্ষতা আৰু সামৰ্থ্যৰ বিতং প্ৰতিবেদন ৷

৪. দশম আৰু দ্বাদশ শ্ৰেণীৰ পৰিষদৰ পৰীক্ষা নতুনকৈ ডিজাইন কৰা হ’ব আৰু এক নতুন ৰাষ্ট্ৰীয় মূল্যায়ন কেন্দ্ৰ পৰখ” গঠন কৰা হ’ব ৷ ই মান নিৰ্ধাৰণ কৰিব ৷

৫. দশম আৰু দ্বাদশ শ্ৰেণীৰ পৰীক্ষা দুটা পৰ্যায়ত হ’ব আৰু ছাত্ৰ ছাত্ৰীৰ নম্বৰ বঢ়াবলৈ পৰিষদসমূহত দুটাকৈ সুযোগ দিয়া হ’ব ৷ পৰিষদৰ পৰীক্ষাত ছেমিষ্টাৰ বা বাৰ্ষিক পৰীক্ষা অনুষ্ঠিত হ’ব পাৰে যাতে পৰীক্ষাৰ চাপ ভগাই দিব পাৰি আৰু বোজা কম হয় ।

ইপিনে নতুন শিক্ষা নীতিয়ে স্কুলীয়া শিক্ষাৰ পৰিসৰ তিনিৰ পৰা ১৮ বছৰ বয়সলৈ কৰিব ৷ তিনিৰ পৰা ছবছৰীয়া শিক্ষাৰ্থীও বিদ্যালয়ৰ পাঠ্যক্ৰমৰ অন্তৰ্ভুত হ’ব ৷ নতুন ব্যৱস্থা অনুসৰি ১২ বছৰীয়া স্কুলীয়া শিক্ষা হ’ব আৰু তিনি বছৰ অংগনবাড়ী প্ৰাক বিদ্যালয় শিক্ষা ব্যৱস্থা ৷

উচ্চ শিক্ষাৰ কেইটামান উল্লেখযোগ্য সংস্কাৰ :

১. কে’বাতৰপীয়া প্ৰবেশ প্ৰস্থান ব্যৱস্থা ।

২. স্নাতক কাৰ্যসূচীৰ বাবে তিনিৰ পৰা চাৰিবছৰ  ৷

৩. স্নাতকোত্তৰৰ বাবে একৰ পৰা দুবচৰৰ পাঠ্যক্ৰম ৷

৪. এম ফিল নাথাকিব ৷

মন কৰিবলগীয়া যে নতুন শিক্ষানীতিত নাথাকিব পূৰ্বৰ দৰে বিজ্ঞান, কলা আৰু বাণিজ্য বিভাগৰ ভিন্নতা ৷ ছাত্ৰ ছাত্ৰীয়ে বিভিন্ন শাখাৰ পৰা পছন্দৰ মতে বিষয় বাছনি কৰিব পাৰিব ৷ ষষ্ঠ শ্ৰেণীৰ পৰাই বিদ্যালয়ত বৃত্তিমুখী শিক্ষা আৰম্ভ হ’ব ৷ তদুপৰি উচ্চ শিক্ষাখণ্ডত স্নাতক মহলাৰ ছাত্ৰ ছাত্ৰীৰ শিক্ষাগ্ৰহণৰ সময় তিনিৰ পৰা চাৰি বছৰ হ’ব ৷ এবছৰ কলেজত অধ্যয়ন কৰিলেও চাৰ্টিফিকেট পাব ৷ দুবছৰ অধ্যয়ন কৰিলে ডিপ্ল’মা চাৰ্টিফিকেট পাব আৰু সম্পূৰ্ণ শ্ৰেণী অধ্যয়ন কৰিলে ডিগ্ৰী লাভ কৰিব ৷ এই নতুন শিক্ষানীতিৰ সন্দৰ্ভত দিল্লীৰ সৰ্বভাৰতীয় প্ৰযুক্তি প্ৰতিষ্ঠানৰ সঞ্চালক ৰামগোপাল ৰাৱে উচ্চ শিক্ষাৰ প্ৰতিষ্ঠানৰ বাবে ইয়াক মৰীল মমেন্ট আখ্যা দিয়ে ৷

সম্বলপুৰৰ আইআইএমৰ সঞ্চালক মহাদেৱ জয়ছোৱালে কয় যে ১০+২ গাঁথনিৰ সলনি ৫+৩+৩+৪ ব্যৱস্থা আন্তৰ্জাতিক শৈক্ষিক মানৰ স’তে ৰজিতা খোৱা হৈছে ৷ জামিয়া মিলিয়া ইছলামিয়া বিশ্ববিদ্যালয়ৰ উপাচাৰ্য নাজমা আখতাৰে এই নতুন শিক্ষা নীতিক যুগান্তকাৰী আখ্যা দিয়ে । অৱশ্যে একাংশ শিক্ষাবিদে এই নীতিক লৈ যথেষ্ট সন্দিহান হোৱা পৰিলক্ষিত হৈছে ।

পঞ্চম শ্ৰেণীলৈ শিক্ষাৰ মাধ্যম স্থানীয় ভাষা হোৱাটো গুৰুত্বপূৰ্ণ ৷ বিশ্বজুৰি প্ৰতিখন দেশ বা ৰাজ্যত প্ৰাথমিক শিক্ষা স্থানীয় অথবা মাতৃভাষাত দিয়া হয় ৷ কিন্তু এই সময়ত সন্তানে জনা, ভবা আৰু নিজকে প্ৰকাশ কৰা মাতৃভাষাৰ মাধ্যমেৰে ৷ এইদৰে কয় আঁচনিৰ শিক্ষা নীতিৰ সমিতিৰ অধ্যক্ষ কৃষ্ণস্বামী কস্তুৰীৰংগনে ৷

তেওঁ কয় যে পঞ্চম শ্ৰেণীলৈ মাতৃভাষাৰ শিক্ষা শুদ্ধ আৰু জ্ঞানী ৷ কিয়নো দেশজুৰি ৮৫ শতাংশ জনসংখ্যাই নিজৰ ভাষাত লিখে আৰু পঢ়ে । ১৫ শতাংশইহে ইংৰাজী ব্যৱহাৰ কৰে । গতিকে দেশজুৰি বিভিন্ন ক্ষেত্ৰৰ বিশেষজ্ঞ, আগশাৰীৰ শিক্ষাবিদে এই নীতি প্ৰস্তুত কৰিছে বুলি সদৰী কৰে ড° কস্তুৰীৰংগনে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Education
publisher

publisher

Related Posts

তিনিটা বছৰ ৱাৰ্ডৰোবত পৰি থকা পোছাকেই এদিন উজলাইছিল বিশ্বক, পুনৰ নিলামত ডায়নাৰ ‘ৰিভেঞ্জ ড্ৰেছ’
International

তিনিটা বছৰ ৱাৰ্ডৰোবত পৰি থকা পোছাকেই এদিন উজলাইছিল বিশ্বক, পুনৰ নিলামত ডায়নাৰ ‘ৰিভেঞ্জ ড্ৰেছ’

September 11, 2026
Dibrugarh Don Bosco School:ডিব্ৰুগড়ৰ ডন বস্কো’ স্কুলত চাঞ্চল্যকৰ ঘটনা
Assam

Dibrugarh Don Bosco School:ডিব্ৰুগড়ৰ ডন বস্কো’ স্কুলত চাঞ্চল্যকৰ ঘটনা

September 11, 2026
Guwahati:মহানগৰীৰ মালিগাঁৱত আবকাৰী বিভাগৰ অভিযান জব্দ বৃহৎ পৰিমাণৰ অবৈধ সুৰা
Assam

Guwahati:মহানগৰীৰ মালিগাঁৱত আবকাৰী বিভাগৰ অভিযান জব্দ বৃহৎ পৰিমাণৰ অবৈধ সুৰা

September 11, 2026
Cattle Seized in Khetri: ক্ষেত্ৰীৰ টেঘেৰীয়াত জব্দ অবৈধ গৰুভৰ্তি বাহন
Assam

Cattle Seized in Khetri: ক্ষেত্ৰীৰ টেঘেৰীয়াত জব্দ অবৈধ গৰুভৰ্তি বাহন

September 11, 2026
kidnapped incident in Birubari:মহানগৰীত পুনৰ চাঞ্চল্যকৰ অপহৰণ কাণ্ড
Assam

kidnapped incident in Birubari:মহানগৰীত পুনৰ চাঞ্চল্যকৰ অপহৰণ কাণ্ড

September 11, 2026
Bank Strike:দেশজুৰি বেংক কৰ্মচাৰীৰ ধৰ্মঘট ঘোষণা
Assam

Bank Strike:দেশজুৰি বেংক কৰ্মচাৰীৰ ধৰ্মঘট ঘোষণা

September 11, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d