Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    মহানগৰীৰ হোমষ্টেত যুৱতীৰ মৃতদেহ উদ্ধাৰ

    মহানগৰীৰ হোমষ্টেত যুৱতীৰ মৃতদেহ উদ্ধাৰ

    সাত দিনৰ ভিতৰত মধ্যপ্ৰাচ্যত যুদ্ধবিৰতিৰ ইৰানৰ প্ৰস্তাৱ নাকচ ট্ৰাম্পৰ, পুনৰ তেহৰানত বোমা আক্ৰমণৰ হুংকাৰ

    বিশিষ্ট লেখক তথা অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক ভুৱন চন্দ্ৰ বৰাৰ বিয়োগ

    খাৰৈ নৈ পাৰ হৈ বিদ্যালয়লৈ শিক্ষাৰ্থী

    খাৰৈ নৈ পাৰ হৈ বিদ্যালয়লৈ শিক্ষাৰ্থী

    কৰীনাই ক্ৰেচ ডায়েট ভাল নাপায়, টাইমুৰৰ জন্মৰ পিছত কেনেকৈ কমি গ’ল অভিনেত্ৰীগৰাকীৰ ওজন?

    Guwahati:বন্দে মাতৰম শিবিৰ ২০২৬–২৭’ৰ আনুষ্ঠানিক উদ্বোধনী কাৰ্যসূচীত মন্ত্ৰী বিশ্বজিৎ দৈমাৰী

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    পর্দাত মহিলা আৰক্ষীৰ ধাৰণা সলনি কৰিছে কৰীণাই

    মাতৃত্ব অর্জন লেডী গাগাৰ, সন্তানৰে ফটো হ’ল ভাইৰেল

    ৬৯ বছৰতো বয়সক বান্ধি ৰাখিছে অনিল কাপুৰে

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    মানসিক চাপে মনটোৱেই নহয়, শৰীৰতো যথেষ্ট প্ৰভাৱ পেলায়

    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    গণেশ চতুর্থীত গণপতি বাপ্পা ‘মোৰিয়া’ কোৱাৰ কাৰণ

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Crime

প্ৰসংগঃ সুশান্ত সিং ৰাজপুতৰ আত্মহত্যা

publisher by publisher
September 6, 2020
in Crime, News
Reading Time: 1 min read
0
প্ৰসংগঃ সুশান্ত সিং ৰাজপুতৰ আত্মহত্যা
5
SHARES
54
VIEWS
ShareShareShareShare

RelatedPosts

Bibekraj Singh:Narcotics Control Bureau ৰ উপ-সঞ্চালক প্রধান পদত নিযুক্তি অসম আৰক্ষীৰ আইজিপি বিবেক ৰাজ সিং

ৰূপালী পৰ্দাত দেখা যাব সুশান্ত সিং ৰাজপুত-ৰিয়া চক্ৰৱৰ্তীৰ প্ৰেম! 

Aryan Khan : মাদক গোচৰত শ্বাহৰুখ-পুত্রক ক্লিনচিট দিলে এনচিবি-য়ে

সুশান্ত সিং ৰাজপুতৰ আত্মহত্যাৰ সন্দৰ্ভত NCB ৰ পৰা জাননী পোৱাৰ পিছত আজি ৰিয়া চক্ৰৱৰ্তীয়ে বিভাগীয় কৰ্তৃপক্ষক সাক্ষাৎ কৰিবলৈ কাৰ্যালয়ত উপস্থিত হয় । ইয়াৰ পিছত NCB ৰ কাৰ্যালয়ত বাহিৰত উপস্থিত থকা একাংশ সংবাদমাধ্যমৰ লোকে ৰিয়াক আগুৰি ধৰে ৷ যাৰ ফলত আৰক্ষীয়ে যেতে তেনে ৰিয়াক ঠেলা হেঁচাৰ মাজত NCB ৰ কাৰ্যালয়ৰ ভিতৰলৈ লৈ যায় ।

ADVERTISEMENT

সম্প্ৰতি সংবাদমাধ্যমৰ লোকে ৰিয়াৰ লগত কৰা এনে ব্যৱহাৰত বলীউডৰ বহু তাৰকাই ক্ষোভ প্ৰকাশ কৰিছে। ৰিয়া চক্ৰৱৰ্তী NCBৰ কাৰ্যালয়ত উপস্থিত হোৱাৰ পিছত সৃষ্টি হোৱা ঠেলা হেঁচাৰ পৰিস্থিতিৰ ভিডিঅ’টো বহু বলীউডৰ তাৰকাই শ্বেয়াৰ কৰি নিজৰ মনোভাৱ ব্যক্ত কৰিছে ৷

বলীউডত বিভিন্ন প্ৰসংগক লৈ চৰ্চাত থকা অভিনেত্ৰী তাপ্সী পান্নুৱে কয় “ন্যায়ৰ নামত এই লোকসকলে দোষী প্ৰমাণিত হোৱাৰ আগতেই জীয়াই থকাৰ অধিকাৰৰ পৰা বঞ্চিত কৰিছে । মই নিৰপেক্ষভাৱে প্ৰাৰ্থনা কৰিছো যে কৰ্মই সকলো লোকৰ হিচাপ কৰিব । আৰু আমি তাৰ সাক্ষী হৈ ৰ’ম ৷”

বলীউড তথা দক্ষিণ ভাৰতৰ অভিনেত্ৰী ভূমিকা চাউলাই কয় “আমাৰ সংবাদ মাধ্যম আৰু লোকসকলৰ শাৰীৰিক দূৰত্বক সন্মান কৰাটো প্ৰয়োজনীয় ৷” বলীউডৰ অভিনেত্ৰী দিয়া মিৰ্জাই কয় “আইনে এই সন্দৰ্ভত প্ৰয়োজনীয় ব্যৱস্থা ল’ব লাগে । এই ব্যৱহাৰ সকলো ফালৰ পৰা নিন্দনীয় ৷ বহুত হ’ল, ৰিয়াক যাবৰ কাৰণে পথ আৰু শাৰীৰিক দূৰত্বৰ অধিকাৰ কিয় দিয়া হোৱা নাই? সংবাদমাধ্যমে এনে ধৰণৰ ব্যৱহাৰ কিয় কৰিছে? ৰিয়াৰ পৰিয়ালক মানসিক শাৰীৰিক নিৰ্যাতন কৰা বন্ধ কৰিব লাগে ।”

হুমা কুৰেশ্বীয়ে কয় “আমাৰ লগত কি সমস্যা আছে? আমি এনেকুৱা ব্যৱহাৰ কৰিব নোৱাৰো ৷ নিশ্চিতভাৱে প্ৰকৃত ঘটনা সন্মুখলৈ আহিব লাগে । এই ছোৱালীজনী এগৰাকী মহিলা হোৱাৰ কাৰণে প্ৰাথমিক সন্মান আৰু সামাজিক দূৰত্ব অতিকে প্ৰয়োজন ৷”

ইফালে সুশান্ত সিং ৰাজপুতৰ আত্মহত্যাৰ পিছত উত্থাপন হোৱা স্বজনপ্ৰীতিৰ সন্দৰ্ভত বিভিন্ন মন্তব্য কৰা স্বৰা ভাস্কৰে এই ঘটনাক নিন্দনীয় বুলি কয় । উল্লেখযোগ্য যে ১৪ জুনত মুম্বাইৰ বান্দ্ৰাস্থিত বাসগৃহত আত্মহত্যা কৰিছিল সুশান্ত সিং ৰাজপুতে ৷ইয়াৰ পিছত মুম্বাই আৰক্ষীয়ে এই ঘটনাটোৰ তদন্ত কৰিছিল যদিও সম্প্ৰতি তদন্ত কৰিছে চিবিআই, ইডি আৰু NCB য়ে। সম্প্ৰতি সুশান্ত আত্মহত্যাৰ প্ৰসংগত সকলো ঘটনা ক্ৰমাৎ ৰহস্যৰ মাজলৈ সোমাই গৈছে । আৰু প্ৰতিদিনে ফাদিল হৈছে নিত্য নতুন তথ্য।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: NCBRhea Chakraborty
publisher

publisher

Related Posts

মহানগৰীৰ হোমষ্টেত যুৱতীৰ মৃতদেহ উদ্ধাৰ
Assam

মহানগৰীৰ হোমষ্টেত যুৱতীৰ মৃতদেহ উদ্ধাৰ

September 26, 2026
সাত দিনৰ ভিতৰত মধ্যপ্ৰাচ্যত যুদ্ধবিৰতিৰ ইৰানৰ প্ৰস্তাৱ নাকচ ট্ৰাম্পৰ, পুনৰ তেহৰানত বোমা আক্ৰমণৰ হুংকাৰ
International

সাত দিনৰ ভিতৰত মধ্যপ্ৰাচ্যত যুদ্ধবিৰতিৰ ইৰানৰ প্ৰস্তাৱ নাকচ ট্ৰাম্পৰ, পুনৰ তেহৰানত বোমা আক্ৰমণৰ হুংকাৰ

September 26, 2026
বিশিষ্ট লেখক তথা অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক ভুৱন চন্দ্ৰ বৰাৰ বিয়োগ
Assam

বিশিষ্ট লেখক তথা অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক ভুৱন চন্দ্ৰ বৰাৰ বিয়োগ

September 25, 2026
খাৰৈ নৈ পাৰ হৈ বিদ্যালয়লৈ শিক্ষাৰ্থী
Assam

খাৰৈ নৈ পাৰ হৈ বিদ্যালয়লৈ শিক্ষাৰ্থী

September 25, 2026
কৰীনাই ক্ৰেচ ডায়েট ভাল নাপায়, টাইমুৰৰ জন্মৰ পিছত কেনেকৈ কমি গ’ল অভিনেত্ৰীগৰাকীৰ ওজন?
Entertainment

কৰীনাই ক্ৰেচ ডায়েট ভাল নাপায়, টাইমুৰৰ জন্মৰ পিছত কেনেকৈ কমি গ’ল অভিনেত্ৰীগৰাকীৰ ওজন?

September 25, 2026
Guwahati:বন্দে মাতৰম শিবিৰ ২০২৬–২৭’ৰ আনুষ্ঠানিক উদ্বোধনী কাৰ্যসূচীত মন্ত্ৰী বিশ্বজিৎ দৈমাৰী
Assam

Guwahati:বন্দে মাতৰম শিবিৰ ২০২৬–২৭’ৰ আনুষ্ঠানিক উদ্বোধনী কাৰ্যসূচীত মন্ত্ৰী বিশ্বজিৎ দৈমাৰী

September 25, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d