Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    নগেন ভৰালীৰ ‘মানুহৰ বাবে ‘ নামৰ কাব্য সংকলন উন্মোচন

    মুখ্যমন্ত্ৰীৰ সমষ্টিৰ ৰামছাৰাণী উন্নয়ন খণ্ড অঞ্চলত কাম নকৰাকৈয়ে আঁচনিৰ ধন উলিয়াই নিয়াৰ অভিযোগ ৰাইজৰ

    পৰ্যটকৰ বাবে সাজু  মতাপুং মাগুৰি বিল

    পৰ্যটকৰ বাবে সাজু  মতাপুং মাগুৰি বিল

    CJPৰ প্ৰতিবাদত মহিলা সাংবাদিকক যৌন হাৰাশাস্তিৰ অভিযোগ

    বিশ্বই হেৰুৱালে এশ কোটি ৫৬ লাখ হেক্টৰ ভূমিৰ বনাঞ্চল

    পুত্র-কন্যাক নেদেখাকৈয়ে জীৱন অৱসান ঘটাৰ আশংকা

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    বক্স অফিচত মুক্তিৰ দিনাই চমক ‘দৃশ্যম-৩’ৰঃ ৫০ কোটি টকাৰ ব্যৱসায়

    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

    ‘পাকিস্তান জিন্দাবাদ’ ধ্বনি দি বিতৰ্কত আয়ুষ্মান: অৱশেষত মুখ খুলিলে অভিনেতাই

    পুনৰ আহিব আৰিয়ান খানৰ ‘দ্য বেছ অৱ বলিউদ ২’

    কৰীনাই ক্ৰেচ ডায়েট ভাল নাপায়, টাইমুৰৰ জন্মৰ পিছত কেনেকৈ কমি গ’ল অভিনেত্ৰীগৰাকীৰ ওজন?

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    মানসিক চাপে মনটোৱেই নহয়, শৰীৰতো যথেষ্ট প্ৰভাৱ পেলায়

    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home Entertainment

মণিকৰ্ণিকা প্ৰডাকচন হাউচ বিএমচিয়ে দখল কৰাৰ অভিযোগ কংগনা ৰণৌটৰ

publisher by publisher
September 7, 2020
in Entertainment, News
Reading Time: 1 min read
0
মণিকৰ্ণিকা প্ৰডাকচন হাউচ বিএমচিয়ে দখল কৰাৰ অভিযোগ কংগনা ৰণৌটৰ
1
SHARES
14
VIEWS
ShareShareShareShare

RelatedPosts

মুম্বাইৰ পথত এইবাৰ চালক বিহীন টেক্সী

Mumbai:মুম্বাইৰ ৰাজপথত মহিলা সংৰক্ষণ বিধেয়কক লৈ আয়োজিত প্ৰতিবাদৰ মাজতে এগৰাকী মহিলাৰ ৰণচণ্ডী ৰূপ

দিল্লীত ব্যৰ্থ ভয়ংকৰ বোমা চক্ৰান্ত : মুম্বাইত গ্ৰেপ্তাৰ দুজন, দেশজুৰি সতৰ্কতা 

সম্প্ৰতি একপ্ৰকাৰ চর্চাত থকা বলিউডৰ অভিনেত্ৰী কংগনা ৰণৌটে মণিকৰ্ণিকা প্ৰডাকচন হাউচৰ সন্দৰ্ভত আজি এক টুইট কৰে। বলিউডৰ অভিনেত্ৰী কংগনা ৰণৌটে অভিযোগ কৰে যে, মুম্বাই পৌৰনিগমৰ সদস্যই তেওঁৰ মনিকৰ্ণিকা প্ৰডাকচন হাউচটো দখল কৰি লৈছে ।

ADVERTISEMENT

টুইটাৰযোগে অভিনেত্ৰীগৰাকীয়ে কয় যে, সোমবাৰে বিএমচিৰ সদস্যই নিৰীক্ষণ কৰিবৰ বাবে হঠাৎ তেঁওৰ কাৰ্যালয়ত প্ৰৱেশ কৰে । সকলো জোখ মাখ কৰি চোৱাৰ উপৰিও তেওঁলোকে মোৰ চুবুৰীয়াকো অশান্তি ককৰিবলৈ আৰম্ভ কৰে ।

“মণিকৰ্ণিকা প্ৰডাকচন হাউচ, যিটোৰ বাবে মই ১৫ বছৰ পৰিশ্ৰম কৰিছো। মই জীৱনত মাত্ৰ এটাই সপোন দেখিছিলো যে যেতিয়াই মই চিত্ৰনিৰ্মাতা হিচাপে কাম কৰিম তেতিয়া মোৰ এটা নিজৰেই প্ৰডাকচন হাউচ থাকিব । কিন্তু এতিয়া সময় আহিছে সেই সপোন চূৰমাৰ হোৱাৰ । আজি হঠাৎ বি এম চি ৰ লোক আহি উপস্থিত হয় মোৰ কাৰ্যালয়ত ।” এটা ভিডিঅ’ শ্বেয়াৰ কৰি কংগনাই এই কথা প্ৰকাশ কৰে ।

লগতে লিখে যে, তেওঁলোকে বলপূৰ্বকভাৱে কাৰ্যালয়টোৰ জোখমাখ কৰে আৰু চুবুৰীয়াক অশান্তি কৰি বেলেগ ধৰণৰ ব্যৱহাৰ কৰি কয় যে, “वो जो मैडम है उसकी करतूत का परिणाम सबको भरना होगा “। ইয়াৰোপৰি তেওঁলোকে মোক কালি সম্পত্তি ধ্বংস কৰি দিম বুলিও জনাইছিল।

উল্লেখ্য যে, কংগনাই চলিত জানুৱাৰী মাহত মণিকৰ্ণিকা চিনেমাখনৰ নামেৰে নিজৰ প্ৰডাকচন হাউচৰ উদ্বোধন কৰিছিল । আনহাতে, বলিউডত ড্ৰাগছ মাফিয়াৰ সন্দৰ্ভত কংগনাই মুকলিকৈ কৰা প্ৰতিক্ৰিয়াৰ সন্দৰ্ভত মুম্বাইলৈ আহিলেই কংগনাক উচিত শিক্ষা দিয়া হ’ব বুলিও ভাবুকি প্ৰদান কৰিছিল বিভিন্ন দল সংগঠনে ।

শিৱসেনাৰ সাংসদ সঞ্জয় ৰাউটেও টুইট যোগে অভিনেত্ৰী গৰাকীক মুম্বাইলৈ নাহিবলৈ একপ্ৰকাৰ ভাবুকি দিছিল । সেই টুইটৰ প্ৰত্যুত্তৰত কংগনাইও ৯ ছেপ্টেম্বৰত মুম্বাইলৈ অহাৰ তাৰিখ ঘোষণা কৰিছিল । ৯ ছেপ্টেম্বৰত কংগনা মুম্বাইলৈ আহিব আৰু মুম্বাইত উপস্থিত হোৱাৰ পূৰ্বে অভিনেত্ৰী গৰাকীক কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে Y প্লাচৰ সুৰক্ষা প্ৰদান কৰিব ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: BMCBOLLYWOODKangana RanautManikarnika Production HouseMUMBAI
publisher

publisher

Related Posts

তিনি বছৰ পুৰণি বাহন ক্রয়-বিক্রয় কৰিলে ভৰিব লাগিব সেউজ উপকৰ
Assam

October 5, 2026
কে’বাশ বানাক্রান্ত পৰিয়ালে তৎকালীন সাহায্যৰ প্ৰথম কিস্তিৰ ধন নাপালে দুমাহে

বেদখলৰ কবলত বি বৰুৱা কলেজৰ গাতে লাগি থকা সাত বিঘা চৰকাৰী ভূমি

কোনো অসংলগ্ন কথাই পাইকাৰী হাৰত ভোটাধিকাৰ কৰ্তনক যুক্তিযুক্ত নকৰে
India

ধুবুৰীত শিল্পী সঞ্জীৱ বসাকৰ ব্যতিক্ৰমী প্ৰয়াস
Assam

ধুবুৰীত শিল্পী সঞ্জীৱ বসাকৰ ব্যতিক্ৰমী প্ৰয়াস

October 5, 2026
নগেন ভৰালীৰ ‘মানুহৰ বাবে ‘ নামৰ কাব্য সংকলন উন্মোচন
Assam

নগেন ভৰালীৰ ‘মানুহৰ বাবে ‘ নামৰ কাব্য সংকলন উন্মোচন

October 4, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d