Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Nagaon Theft:নগাঁও ইটাচালি আৰক্ষীৰ জালত দুই গভাইত চোৰ

    AGP:জন্ম শতবাৰ্ষিকীত সুধাকণ্ঠ, ভাৰতৰত্ন ড° ভুপেন হাজৰিকাক সশ্ৰদ্ধ সোঁৱৰণ অগপৰ

    Jagiroad:জাগীৰোডৰ টাটা ছেমিকণ্ডাক্টৰ প্ৰকল্পত চোৰৰ হাতোৰা

    Two Govt Joint meeting in shillong:অসম-মেঘালয়ৰ কেব চালকৰ সংঘাতক লৈ শ্বিলঙত অনুষ্ঠিত হ’ল দুই চৰকাৰৰ বৈঠকত

    TMC:নগাঁও উপ-নিৰ্বাচনৰ বাবে তৃণমূল কংগ্ৰেছৰ প্ৰাৰ্থীৰ নাম ঘোষণা

    দেশীয় প্ৰযুক্তিৰ বুলেট ট্ৰেইন কেতিয়া চলিব ভাৰতত?

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

  • Entertainment
    • All
    • Movie
    • Music
    ১১ কেজি ওজন বাঢ়িছে, সন্তানৰ অপেক্ষাত ছামান্থা

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    ২০২৬ ৰ আটাইতকৈ লাভজনক ছবি নহয় ‘ধুৰন্ধৰ ২’, নিৰ্মাণ ব্যয়ৰ তুলনাত ২০ গুণতকৈও অধিক আয় ‘হনুমান আনছা’ৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    সাৱধান, এই ভুলৰ বাবে আপোনাৰ ইউটিউব চেনেল বন্ধ হৈ যাব পাৰে

    পুৰণি কাপোৰত নতুন সপোন, সৃষ্টিশীলতাৰে স্বাৱলম্বী নাৰী

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    হঠাতে গেছৰ গোন্ধ বা শিখাৰ পৰিৱৰ্তন? ৰেগুলেটৰত এই চিন দেখা পালে সাৱধান হওক

    সাগৰৰ পানীৰে ৪৮শ কিলোমিটাৰ যাত্ৰাৰ পাছতো অক্ষত থাকে

    ভ্রাতৃৰ সোঁ হাততে কিয় ৰাখী পিন্ধোৱা হয়?

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

ক্ৰুটিপূৰ্ণ বোমা বাৰুদৰ বলি ২৭ জোৱান, পানীত পৰিল ৯৬০ কোটি

publisher by publisher
October 1, 2020
in India, News
Reading Time: 1 min read
0
এবছৰলৈ কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীৰ এদিনৰ দৰমহা কৰ্তন, বাতিল মৰগীয়া বানছ
3
SHARES
27
VIEWS
ShareShareShareShare

RelatedPosts

Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

ইন্ধন সংকটত পৰা শ্ৰীলংকাক সহায়ৰ হাত ভাৰতৰ

Impact of Middle East war on India:মধ্যপ্রাচ্যৰ যুদ্ধৰ অশুভ প্ৰভাৱ !

হঠাৎ প্রশ্নৰ সন্মুখীন হৈছে কেন্দ্রীয় চৰকাৰৰ ‘মেক ইন ইণ্ডিয়া’ বা স্বাৱলম্বী ভাৰতৰ উদ্যোগ। স্বয়ং দেশৰ সেনাবাহিনীয়েই এই ক্ষেত্ৰত অসন্তুষ্টি ব্যক্ত কৰিছে। কিয়নাে ২০১৪ৰ পৰা ত্রুটিপূর্ণ’ বােমা-বাৰুদৰ বাবে নষ্ট হৈছে ৯৬০ কোটি টকা । লগতে প্রাণ বিসর্জন দিবলগীয়া হৈছে ২৭জন সেনা জোৱানে। এক আভ্যন্তৰীণ সমীক্ষাৰ অন্তত ভাৰতীয় সেনাবাহিনীয়ে এই কথা সদৰী কৰিছে। সেনাবাহিনীৰ তৰফৰ পৰা জনােৱা হৈছে যে ‘অর্ডিনেন্স ফেক্ট’ৰী ব’র্ড (এএফবি)ৰ দ্বাৰা নির্মিত গুলি, বাৰুদ, বােমা আদিত থকা ত্ৰুটিৰ মূল্য দিবলগীয়া হৈছে বাহিনীয়ে।

ADVERTISEMENT

২০১৪ৰ পৰা ২০১৯ পর্যন্ত, অর্থাৎ বিগত প্রায় পাঁচ বছৰত বিভিন্ন অস্ত্র গুলি আৰু বােমাত ত্রুটি থকাত প্রায় চাৰিশটা দুর্ঘটনা সংঘটিত হৈছে । ইয়াৰ ফলত মৃত্যু হৈছে ২৭জন জোৱানৰ। আর্থিক দিশৰ পৰা সেই সময়সীমাত প্রায় ৬৫৮ কোটি টকাৰ ত্রুটিপূর্ণ গুলি সেনাই নষ্ট কৰিবলৈ বাধ্য হয়। ২০১৬ত মহাৰাষ্ট্রৰ পুলগাঁৱত এটা মাইন বিস্ফোৰণ ঘটিছিল। তদন্তত প্রমাণ হয় যে সেই মাইনত ত্রুটি আছিল।

ইয়াৰ পাছত সেনাবাহিনীয়ে প্রায় ৩০৩ কোটি টকাৰ মাইন নষ্ট কৰি পেলায়। বিগত কিছু বছৰত যি পৰিমাণৰ টকা পানীত পৰিছে, সেই টকাৰে ১৫৫ মিলিমিটাৰ মধ্য দূৰত্বৰ আর্টিলাৰী গান বা মধ্য দূৰত্বৰ এশটা কামান ক্রয় কৰিব পৰা গ’লহেঁতেন বুলি সেনাবাহিনীয়ে খেদ প্রকাশ কৰে। ইপিনে, সেনাৰ এই প্রতিবেদন প্রকাশ পােৱাৰ লগে লগে স্বাভাৱিকতে প্রশ্নৰ সন্মুখীন হৈছে প্রধানমন্ত্রীৰ ‘মেক ইন ইণ্ডিয়া’ উদ্যোগ। কিয়নাে প্রতিক্ষা ক্ষেত্ৰত স্বাৱলম্বী হােৱাৰ বাবে ভাৰতৰ চেষ্টাত অ’এফবি বা বােমা-বাৰুদ নির্মাণকাৰী কাৰখানাসমূহে অন্যতম অবদান আগবঢ়াইছিল।

প্ৰতিৰক্ষা দপ্তৰৰ আওতাত কাম কৰা এই অ’এফবি সমূহৰ দ্বাৰা নির্মিত বােমা-বাৰুদৰ মানক কেন্দ্ৰ কৰি পূর্বেও প্রশ্ন উত্থাপন হৈছিল। এইবাৰ স্বয়ং সেনাবাহিনীয়ে এই বিষয়ত ক্ষোভ প্রকাশ কৰাত পৰিস্থিতি স্বাভাৱিকতে জটিল হৈ পৰিছে। উল্লেখ্য যে, শীতৰ সত্ৰ আহিছে। ইপিনে, পূর্ব লাডাখত চীনৰ ৰঙা বাহিনীয়ে চকু ৰঙা কৰি আছে।

প্রচণ্ড শীতত চীনা সৈন্যৰ মােকাবিলা কৰাৰ বাবে ভাৰতীয় সেনায়াে কঁকালত টঙালি বান্ধিছে। ১৪ হেজাৰ পাঁচশ হেজাৰ ফুট উচ্চতাৰ চৰম প্রতিকূল পৰিস্থিতিত ভাৰতীয় সেনাই সম্ভাৱ্য যুদ্ধৰ বাবে সাজু কৰিছে টেংক, যুদ্ধযান আদি। আনকি এই সামৰিক সজ্জাৰ অনুশীলনাে আৰম্ভ হৈছে। তেনে সময়তে যুদ্ধৰ ৰচদৰ মান সন্দৰ্ভত প্রশ্ন উঠাত স্বাভাৱিকতে প্রতিক্ষা মহলত তােলপাৰ লাগিছে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Central GovernmentindiaMake in India
publisher

publisher

Related Posts

Nagaon Theft:নগাঁও ইটাচালি আৰক্ষীৰ জালত দুই গভাইত চোৰ
Assam

September 8, 2026
AGP:জন্ম শতবাৰ্ষিকীত সুধাকণ্ঠ, ভাৰতৰত্ন ড° ভুপেন হাজৰিকাক সশ্ৰদ্ধ সোঁৱৰণ অগপৰ
Assam

AGP:জন্ম শতবাৰ্ষিকীত সুধাকণ্ঠ, ভাৰতৰত্ন ড° ভুপেন হাজৰিকাক সশ্ৰদ্ধ সোঁৱৰণ অগপৰ

September 8, 2026
Jagiroad:জাগীৰোডৰ টাটা ছেমিকণ্ডাক্টৰ প্ৰকল্পত চোৰৰ হাতোৰা
Assam

Jagiroad:জাগীৰোডৰ টাটা ছেমিকণ্ডাক্টৰ প্ৰকল্পত চোৰৰ হাতোৰা

September 8, 2026
Two Govt Joint meeting in shillong:অসম-মেঘালয়ৰ কেব চালকৰ সংঘাতক লৈ শ্বিলঙত অনুষ্ঠিত হ’ল দুই চৰকাৰৰ বৈঠকত
Assam

Two Govt Joint meeting in shillong:অসম-মেঘালয়ৰ কেব চালকৰ সংঘাতক লৈ শ্বিলঙত অনুষ্ঠিত হ’ল দুই চৰকাৰৰ বৈঠকত

September 8, 2026
TMC:নগাঁও উপ-নিৰ্বাচনৰ বাবে তৃণমূল কংগ্ৰেছৰ প্ৰাৰ্থীৰ নাম ঘোষণা
Assam

TMC:নগাঁও উপ-নিৰ্বাচনৰ বাবে তৃণমূল কংগ্ৰেছৰ প্ৰাৰ্থীৰ নাম ঘোষণা

September 8, 2026
দেশীয় প্ৰযুক্তিৰ বুলেট ট্ৰেইন কেতিয়া চলিব ভাৰতত?
India

  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d