Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    দেশে-বিদেশে চর্চালৈ নেহা বৰাৰ ‘ৱান পিচ’ লিখা টি-শ্বার্ট

    কুম্ভমেলাৰ স্থানৰ কাষতে ভূগর্ভস্থ পানীত কৰ্কটৰ ‘বিষ’

    কৃত্ৰিম উপগ্ৰহৰ তথ্যঃ ভয়ংকৰ ভৱিষ্যতৰ আগজাননী!

    লাডাখ ভাৰতৰ অবিচ্ছেদ্য অংগ, এয়াই সত্য: চীনক প্ৰত্যুত্তৰ নতুন দিল্লীৰ

    বিআইটি মেছৰাৰ পৰা অভিযান্ত্ৰিক বিদ্যাত পিএইচডি অৰ্জন আৰতি মাহাতোৰ, গাঁৱৰ প্ৰথম মহিলা হিচাপে গঢ়িলে কৃতিত্ব

    কেন্দ্ৰীয় মন্ত্ৰী পদৰ পৰা পদত্যাগ এল মুৰগনৰ, ৰাজ্যসভাৰ সদস্য পদো ত্যাগৰ সিদ্ধান্ত

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    বিজয় সালগাঁওকাৰৰ বক্স অফিচ মেজিক: দৃশ্যম ৩ৰ দ্বিতীয় শনিবাৰে ধুমুহাৰ সৃষ্টি, সিংহাম এগেইনৰ অভিলেখ ভংগ

    AI-ৰ নিৰ্মিত বিভ্ৰান্তিকৰ-আপত্তিজনক কনটেণ্ট আঁতৰোৱাৰ দাবীত দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ কংগনা ৰনৌত

    নানা পাটেকৰৰ বিয়োগত শোকস্তব্ধ বিনোদন জগত

    মৃত্যুৰ মাত্ৰ চাৰি দিন পূৰ্বে মঞ্চত নানা পাটেকৰ, কৈছিল—‘এদিন সকলোৱেই গুচি যাব লাগিব…’

    বক্স অফিচত মুক্তিৰ দিনাই চমক ‘দৃশ্যম-৩’ৰঃ ৫০ কোটি টকাৰ ব্যৱসায়

    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    কোঠাত প্ৰৱেশৰ লগে লগে পাহৰি যায় কি প্রয়োজনত আহিছিল

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    গেছ চিলিণ্ডাৰ কিনিবলৈ ৬০০ টকালৈকে মাইক্র’ লোন, ১০০ টকাকৈ সাপ্তাহিক কিস্তি

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

বিপিএফৰ প্ৰাৰ্থী তথা প্ৰাক্তন সভাপতি তথা বিটিআৰ চুক্তি স্বাক্ষৰকাৰী বি ছাউৰাইগ্ৰাৰ দেহৰক্ষী প্ৰত্যাহাৰ

publisher by publisher
October 3, 2020
in Assam, News, Politics
Reading Time: 1 min read
0
বিপিএফৰ প্ৰাৰ্থী তথা প্ৰাক্তন সভাপতি তথা বিটিআৰ চুক্তি স্বাক্ষৰকাৰী বি ছাউৰাইগ্ৰাৰ দেহৰক্ষী প্ৰত্যাহাৰ
2
SHARES
20
VIEWS
ShareShareShareShare

RelatedPosts

Big Scam:প্রাক্তন অধ্যক্ষাৰ নেতৃত্বত দুষ্টচক্ৰৰ দ্বাৰা ১৮ কোটি টকা আত্মসাতৰ অভিযোগ

BTC:বিটিচিৰ এমচিএলএৰ বাবে ছয় সদস্য মনোনীত ৰাজ্যপালৰ

Hagrama Mohilary takes oath:কাইলৈ বিটিচিৰ মুৰব্বী হিচাপে শপত ল’ব হাগ্রামা মহিলাৰীয়ে

বিটিআৰ চুক্তি স্বাক্ষৰকাৰীসকলৰ মাজত ৰাজনৈতিক বিভাজনৰ ফলতে সৃষ্টি হৈছে নিৰাপত্তাহীনতাৰ । আজি এন ডি এফবি(ছা)ৰ প্ৰাক্তন সভাপতি,বিপিএফৰ ১৩নং চিৰাং সমষ্টিৰ প্ৰাৰ্থী বি ছাউৰাইগ্ৰা(ছাইকং বসুমতাৰী ওৰফে অমৰ বসুমতাৰী)য়ে চিৰাং জিলাৰ বামুনগাঁওৰ ডাংসিবাৰীস্থিত নিজৰ ঘৰতে আয়োজন কৰে এক সংবাদ মেলৰ ।

ADVERTISEMENT

সংবাদ মেলাত ছাউৰাইগ্ৰাই হঠাৎ কোনো কাৰণ নোহোৱাকৈ দেহৰক্ষী কৰ্তন কৰাক লৈ ক্ষোভ প্ৰকাশ কৰে বিটিআৰ শান্তি চুক্তিকাৰী নেতাজনে।ৰাজনৈতিক ষড়যন্ত্ৰৰ বলি হোৱাৰ সন্দেহ নেতা গৰাকীৰ৷ তেওঁ কয় যে কালি হঠাতেই কোনো নিৰ্দেশনা নোহোৱাকৈ মোৰ দেহৰক্ষী প্ৰত্যাহাৰ কৰিছে কোকৰাঝাৰ জিলাৰ আৰক্ষী অধীক্ষকে। তেখেতে মোক সোধপোছৰ নামত অকাৰণতে হাৰাশাস্তি কৰিছে । সংবাদমেলত কোকৰাঝাৰ জিলাৰ আৰক্ষী অধীক্ষক ৰাকেশ ৰৌচনৰ বিৰুদ্ধে মানসিক হৰাশাস্তি চলোৱাৰ অভিযোগ নেতা গৰাকীৰ৷

তেওঁ সংবাদমেলত স্পষ্ট কৰি কয় “হয় মই এটা সময়ত এনডিএফবিৰ সভাপতি আছিলো আৰু সকলো সদস্যই মোৰ কথা অনুসৰি চলিছিল । কিন্তু চুক্তি স্বাক্ষৰিত হোৱাৰ পিচত আমাৰ সংগঠন আনুষ্ঠানিক ভাৱে ভংগ কৰা হৈছে । সদস্যসকলক কোনো ধৰণৰ সংস্থাপনৰ ব্যৱস্থা কৰা হোৱা নাই। তেওঁলোকৰ থকাৰো কোনো ঠাই নোহোৱা হৈছে । প্লাষ্টিকৰ পলিথিনেৰে ঘৰ নিৰ্মাণ কৰিছে বহুতে। বড়ো জাতিৰ মুক্তিৰ বাবে হাতত অস্ত্ৰ তুলি লোৱা এইসকল সদস্যই বৰ্তমান দিন হাজিৰা কৰিয়ো চলি আছে।

এতিয়া মই তেওঁলোকক কোনো নিৰ্দেশনা দিব নোৱাৰো। তেওঁলোক এতিয়া মোৰ আওতাত নাই। এতিয়া যিকোনো লোক অসামাজিক কাৰ্যকলাপত জড়িত থাকিব পাৰে । মইয়ো বিচাৰো অসামাজিক কাৰ্যকলাপত জড়িত সকলৰ বিৰুদ্ধে ব্যৱস্থা লওক প্ৰশাসনে তাত মোৰ ক’বলগীয়া নাই। মই শান্তি বিচাৰো বাবেই আজি অস্ত্ৰ এৰি শান্তি আৰু উন্নয়নৰ স্বাৰ্থত চৰকাৰৰ সৈতে আলোচনাত বহিছো আৰু এতিয়া সামাজিক কাৰ্যত জড়িত হৈ আছো ।সেয়ে মই বিচাৰো কোনো অশান্তিৰ সৃষ্টা যাতে নকৰে প্ৰশাসনে । কালি হঠাতেই মোৰ দেহৰক্ষী প্ৰত্যাহাৰ কৰিছে । ইয়াত মোৰ কিবা হ’লে প্ৰশাসনে দায়ী হ’ব লাগিব সংবাদ মাধ্যমক এই দৰে জনায় ছাউৰাইগ্ৰাই।

ইয়াত নিশ্চিতভাৱে ৰাজনৈতিক ষড়যন্ত্ৰ জড়িত আছে নহ’লে আমাৰ সৈতে প্ৰশাসনৰ বহু ভাল সম্পৰ্ক আছিল । হঠাতে মই কিদৰে বেয়া হলো যে মোৰ দেহৰক্ষী প্ৰত্যাহাৰ কৰিছে । শান্তি চুক্তিৰ পিচতে মই দেহৰক্ষী লাভ কৰিছিলো । কালি দেহৰক্ষী উঠাই লোৱাত মই তেওঁলোকৰ ওচৰত নিৰ্দেশনা কি আছে সেয়া বিচাৰিছিলো । ছাউৰাইগ্ৰাই কয় “মই পাছত শীৰ্ষ বিষয়াৰে যোগাযোগ কৰি জানিব পাৰো যে দেহৰক্ষী প্ৰত্যাহাৰ কৰা সন্দৰ্ভত কোনো ধৰণৰ নিৰ্দেশনা নাই l

https://dainikagradoot.in/wp-content/uploads/2020/10/VID-20201003-WA0063.mp4

নিৰ্দেশনা নোহোৱাকৈ কি দৰে দেহৰক্ষী প্ৰত্যাহাৰ কৰিলে সেয়া ৰহস্যজনক বুলি কয় নেতাজনে ইপিনে এনডিএফবি(ছা)ৰ প্ৰাক্তন সাধাৰণ সম্পাদক তথা বৰ্তমান ইউপিপিএল দলৰ ১৪ নং চিৰাং দুৱাৰ পৰিষদীয় সমষ্টিৰ প্ৰাৰ্থী বি আৰ ফেৰেঙ্গা ওৰফে ৰঞ্জিত বসুমতাৰীৰো ব্যাক্তিগত দেহৰক্ষী যোৱা নিশা প্ৰত্যাহাৰ কৰিছে । ফেৰেঙ্গাৰ দেহৰক্ষী প্ৰত্যাহাৰ কৰাৰ পিচত নিৰাপত্তাহীনতাত পৰিছে ইউপিপিএল দলৰ প্ৰাৰ্থীজন । অৱশ্যে এই বিষয়ে তেওঁৰ সৈতে যোগাযোগ কৰাত দেহৰক্ষী প্ৰত্যাহাৰৰ কথা স্বীকাৰ কৰিলেও অইন কোনো ধৰণৰ মন্তব্য দিয়াৰ পৰা বিৰত থাকে বি আৰ ফেৰেঙ্গা ।

এইখিনিতে উল্লেখ্য যে কোকৰাঝাৰ জিলাৰ গোসাইগাঁও আৰু বগ্ৰিবাৰীৰ পৰা পৃথকে পৃথকে দুটা অপহৰণৰ ঘটনা সংঘটিত হৈছিল ।এই ঘটনাত এন ডি এফ বিৰ সদস্যৰ লগতে অন্য কিছু লোক জড়িত থকা বুলি জানিব পৰা গৈছে । এই ধৰনৰ বিভিন্ন অসামাজিক ঘটনাৰ পৰাই হয়তো প্ৰশাসনে দেহৰক্ষী প্ৰত্যাহাৰ কৰিছে বুলি ধাৰণা কৰা হৈছে । দুয়োজন নেতা পৃথক দুটা ৰাজনৈতিক দলৰ প্ৰাৰ্থী । নিৰ্বাচন অনুষ্ঠিত নোহোৱাত তেওঁলোকৰ দেহৰক্ষী প্ৰত্যাহাৰৰ বিষয়টো ব্যাপক চৰ্চা লাভ কৰিছে । এই ক্ষেত্ৰত নিৰ্বাচন আয়োগৰ কোনো নিৰ্দেশনা আছে নে নাই সেয়াও জানিব পৰা হোৱা নাই ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: BTCBTR
publisher

publisher

Related Posts

ব্রিটেইনৰ বিত্তীয় নীতিক লৈ উত্থাপিত প্রশ্ন, লিভিংষ্টন ভাতৃদ্বয়ৰ মনাকোত বসতি স্থাপন
International

ব্রিটেইনৰ বিত্তীয় নীতিক লৈ উত্থাপিত প্রশ্ন, লিভিংষ্টন ভাতৃদ্বয়ৰ মনাকোত বসতি স্থাপন

October 14, 2026
‘ছাইফনিং’ পদ্ধতিৰে হিমবাহ হ্ৰদৰ জলস্তৰ কমালে ভূটানে
India

‘ছাইফনিং’ পদ্ধতিৰে হিমবাহ হ্ৰদৰ জলস্তৰ কমালে ভূটানে

October 14, 2026
দেশে-বিদেশে চর্চালৈ নেহা বৰাৰ ‘ৱান পিচ’ লিখা টি-শ্বার্ট
India

দেশে-বিদেশে চর্চালৈ নেহা বৰাৰ ‘ৱান পিচ’ লিখা টি-শ্বার্ট

October 14, 2026
কুম্ভমেলাৰ স্থানৰ কাষতে ভূগর্ভস্থ পানীত কৰ্কটৰ ‘বিষ’
India

কুম্ভমেলাৰ স্থানৰ কাষতে ভূগর্ভস্থ পানীত কৰ্কটৰ ‘বিষ’

October 14, 2026
কৃত্ৰিম উপগ্ৰহৰ তথ্যঃ ভয়ংকৰ ভৱিষ্যতৰ আগজাননী!
India

কৃত্ৰিম উপগ্ৰহৰ তথ্যঃ ভয়ংকৰ ভৱিষ্যতৰ আগজাননী!

October 14, 2026
লাডাখ ভাৰতৰ অবিচ্ছেদ্য অংগ, এয়াই সত্য: চীনক প্ৰত্যুত্তৰ নতুন দিল্লীৰ
India

লাডাখ ভাৰতৰ অবিচ্ছেদ্য অংগ, এয়াই সত্য: চীনক প্ৰত্যুত্তৰ নতুন দিল্লীৰ

October 14, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d