Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Indo-Bangla Border:ভাৰত-বাংলাদেশ সীমান্তৰ চাহাদ গণত মহানগৰ আৰক্ষীৰ অভিযানত বৃহৎ চুৰি চক্ৰৰ ঘাটি উৎখাত

    Bongaigaon:বঙাইগাঁও জংচনত মানৱ সৰবৰাহকাৰীৰ কবলৰ পৰা উদ্ধাৰ ৩ শিশু, ৪ মহিলা সহ ১৩ জন লোকক

    চীনত বিশ্বৰ ভিতৰতে সৰ্বাধিক ৬৬.৪ কোটি লোক পৰোক্ষ ধূমপানৰ দ্বাৰা প্ৰভাৱিত হৈছে

    Nalbari:নলবাৰী আৰক্ষীৰ জালত ৰোলাৰ চোৰ

    Nalbari:নলবাৰী আৰক্ষীৰ জালত ৰোলাৰ চোৰ

    Insurance of livestock:ৰাজ্যত প্ৰথমবাৰৰ বাবে হ’ব পশুধনৰ বীমা কেন্দ্ৰীয় চৰকাৰে মুকলি কৰিলে পুঁজি

    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    ১১ কেজি ওজন বাঢ়িছে, সন্তানৰ অপেক্ষাত ছামান্থা

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    ২০২৬ ৰ আটাইতকৈ লাভজনক ছবি নহয় ‘ধুৰন্ধৰ ২’, নিৰ্মাণ ব্যয়ৰ তুলনাত ২০ গুণতকৈও অধিক আয় ‘হনুমান আনছা’ৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    সাৱধান, এই ভুলৰ বাবে আপোনাৰ ইউটিউব চেনেল বন্ধ হৈ যাব পাৰে

    পুৰণি কাপোৰত নতুন সপোন, সৃষ্টিশীলতাৰে স্বাৱলম্বী নাৰী

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    হঠাতে গেছৰ গোন্ধ বা শিখাৰ পৰিৱৰ্তন? ৰেগুলেটৰত এই চিন দেখা পালে সাৱধান হওক

    সাগৰৰ পানীৰে ৪৮শ কিলোমিটাৰ যাত্ৰাৰ পাছতো অক্ষত থাকে

    ভ্রাতৃৰ সোঁ হাততে কিয় ৰাখী পিন্ধোৱা হয়?

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

ছালফাৰ সহায়ত নেপাললৈ পি কে

publisher by publisher
October 4, 2020
in Assam, News
Reading Time: 1 min read
0
ছালফাৰ সহায়ত নেপাললৈ পি কে
2
SHARES
20
VIEWS
ShareShareShareShare

RelatedPosts

Dergaon:দেৰগাঁও লাচিত বৰফুকন পুলিচ একাডেমিৰ দীক্ষান্ত সমাৰোহত মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মা

Hailakandi:পাক সন্ত্ৰাসবাদীৰে সম্পৰ্ক থকাৰ অভিযোগত হাইলাকান্দিত জেহাদী গ্ৰেপ্তাৰ

LPG Cylinder :ৰন্ধন গেছ, পেট্ৰ’ল-ডিজেলক লৈ কেন্দ্ৰৰ বৈঠক

আত্মসমৰ্পণকাৰী আলফা ছত্ৰছায়াত নেপালত আত্মগোপন কৰিছে আৰক্ষী নিযুক্তি পৰীক্ষাত প্ৰশ্নকাকত ফাদিল কৰা চক্ৰটোৰ অন্যতম খলনায়কৰূপে চিহ্নিত অৱসৰপ্ৰাপ্ত আৰক্ষী উপ পৰিদৰ্শক প্ৰশান্ত কুমাৰ দত্তই ৷ চোৰাংচোৱা সন্থাই এই তথ্য নিশ্চিত কৰাৰ পাছতে চুবুৰীয়া ৰাজ্য পশ্চিমবংগৰ শিলিগুৰিত বাহৰ পাতি থকা চি আই ডিৰ দলে নেপাললৈ ৰাওনা হোৱাৰ প্ৰস্তুতি চলাইছে। বৈদেশিক পৰিক্ৰমা মন্ত্ৰণালয়ৰ পৰা এই সন্দৰ্ভত প্ৰয়োজনীয় অনুমতি লাভ কৰিলেই চি আই ডিৰ দলটো চুবুৰীয়া ৰাষ্ট্ৰখনলৈ ৰাওনা হ’ব ।

ADVERTISEMENT

চোৰাংচোৱা সূত্ৰই জনোৱা মতে আৰক্ষীৰ উপপৰিদৰ্শক পদৰ বাবে আয়োজিত প্ৰশ্ন কাকত ফাদিল ঘটনাত নাম সাঙোৰ খাই পৰাৰ পাছতে কনিষ্ঠ সহযোগী ডিব্ৰুগড়ৰ বৰপথাৰৰ ভাইৰ বাহনেৰে ২৩ ছেপ্টেম্বৰত গুৱাহাটীৰ পৰা চুবুৰীয়া ৰাজ্য পশ্চিমবংগৰ শিলিগুৰি অভিমুখে ৰাওনা হয়। প্ৰাক্তন ডি আই জি দত্তই ৷ সিদিনা নিশাটো শিলিগুৰিৰ হোটেল পাৰ্ক হেভেনৰ ২১৬ নম্বৰ কোঠাত বাহৰ পতা দত্তই জোঁৱায়েকৰ লগত চুবুৰীয়া ৰাষ্ট্ৰ নেপাললৈ ৰাওনা হয় । ইয়াৰ পাছৰে পৰা চোৰাংচোৱা সংস্থাই দত্তৰ জোঁৱায়েকৰ লগতে পৰিয়ালৰ আন সদস্যসকলৰ গতি বিধিৰ ওপৰত তীক্ষ্ণ দৃষ্টি ৰাখিছে যদিও এই সম্পৰ্কত উদ্ধাৰ হোৱা নাই কোনো নিৰ্দিষ্ট তথ্য । আন বাদেই দত্তই এই পৰ্যন্ত বেংক একাউণ্টৰ পৰা ATM ৰ জৰিয়তে ধনৰ লেনদেন কৰা নাই বুলি সূত্ৰটোৱে জনায় ।

প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তৰ দ্বিতীয়টো কাৰ্যকালত উগ্ৰপন্থী বিৰোধী অভিযানৰ ক্ষেত্ৰত তদানীন্তন অতিৰিক্ত আৰক্ষী অধীক্ষক পৰ্যায়ৰ বিষয়া দত্তই সক্ৰিয় ভূমিকা গ্ৰহণ কৰে ৷ইয়াৰ সুবাদতে ৰাজ্যৰ ভালেসংখ্যক আত্মসমৰ্পণকৰী আলফাৰে দত্তৰ বৃদ্ধি পায় ঘনিষ্ঠতা। সংশ্লিষ্টসকলৰ কে’বাজনো ছালফাই বৰ্তমানে নেপালত বাহৰ পাতি বিভিন্ন ব্যৱসায়েৰে জড়িত হৈ আছে ৷ এনে একাংশ ছালফাৰ ছত্ৰছায়াতে সম্পূৰ্ণ সুৰক্ষিত অৱস্থাত প্ৰাক্তন ডি আই ডিজনে আত্ম গোপন কৰি থকাৰ তথ্য লাভ কৰা বুলি সূত্ৰটোৱে জনায় । প্ৰশ্নকাকত ফাদিল কৰা চক্ৰটোৰ অন্যতম অভিযুক্তৰূপে চিহ্নিত হোৱা পি কে দত্তৰ সন্ধানত অভিযান চলোৱাৰ বাবে কেন্দ্ৰীয় গৃহমন্ত্ৰণালয়ে অনুমতি দিলেও চি আই ডিৰ অভিযানকাৰী দলটোৱে সফল সম্ভাৱনা তেনেই ক্ষীণ বুলি স্বয়ং আৰক্ষী বিভাগেৰে উচ্চস্তৰীয় সূত্ৰই আঙুলিয়াই দিয়ে ৷

ফলত চি আই ডিৰ দলটো যোৱা বাটে উভতিলেও আচৰিত হ’ব লগীয়া নাই বুলি সূত্ৰটোৱে জনায়। এই সম্পৰ্কত সূত্ৰটোৱে জনোৱা মতে আহোম সম্প্ৰদায়ৰ বিৰুদ্ধে কটুক্তি কৰা পশ্চিমবংগৰ বুদ্ধিজীৱী গৰ্গ চেটাৰ্জীৰ সন্ধানত যোৱা অসম আৰক্ষীক কোনো ধৰণৰ সহযোগ নকৰিলে পশ্চিমবংগ আৰক্ষীয়ে। কেৱল ৰাজনৈতিক কাৰণত অসম আৰক্ষীৰ দলক সহায় নকৰিলে মমতা বেনাৰ্জী নেতৃত্বাধীন পশ্চিমবংগ আৰক্ষীয়ে। নেপাললৈ পলায়নৰ ক্ষেত্ৰত ব্যক্তিগত বাহনেৰে শিলিগুৰিত থৈ অহা পি কে দত্তৰ অন্যতম ঘনিষ্ঠ সহযোগী তিনিজন পুনৰ গ্ৰেপ্তাৰ কৰিছে চি আই ডিয়ে ৷

যোৱা নিশা ডিব্ৰুগড়ৰ বৰপথাৰ আৰু জীৱন নগৰত অভিযান চলাই চি আই ডিয়ে গ্ৰেপ্তাৰ কৰা অভিযুক্তদ্বয় হৈছে ক্ৰমে দীপক গগৈ আৰু প্ৰিয়নাথ গগৈ ৷আৰক্ষী উপপৰিদৰ্শক পদত নিযুক্তিৰ নামত উৎকোচ আদায় দিয়া চাকৰি প্ৰত্যাশী ছাবিৰ আহমেদক বিচাৰি যোৱা নিশা চি আই ডিৰ অভিযানকাৰী এটা দলে মহানগৰীৰ নটবমাৰ ১১৭ নম্বৰ বাসগৃহত অভিযান চলাই। বৰ্তমানে আত্মগোপন কৰি থকা নটবমাৰ যুৱকজন এজন অৱসৰপ্ৰাপ্ত আৰক্ষী বিষয়াৰ পুত্ৰ । ইয়াৰ সুবাদতে পি কে দত্তই চাকৰি দিয়াৰ নামত যুৱকজনৰ পিতৃৰ পৰা নগদ ধন লোৱাৰ তথ্য লাভ কৰা বুলি সূত্ৰটোৱে জনায়।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Assam PoliceP K DuttaSI Exam
publisher

publisher

Related Posts

Indo-Bangla Border:ভাৰত-বাংলাদেশ সীমান্তৰ চাহাদ গণত মহানগৰ আৰক্ষীৰ অভিযানত বৃহৎ চুৰি চক্ৰৰ ঘাটি উৎখাত
Assam

September 9, 2026
Bongaigaon:বঙাইগাঁও জংচনত মানৱ সৰবৰাহকাৰীৰ কবলৰ পৰা উদ্ধাৰ ৩ শিশু, ৪ মহিলা সহ ১৩ জন লোকক
Assam

Bongaigaon:বঙাইগাঁও জংচনত মানৱ সৰবৰাহকাৰীৰ কবলৰ পৰা উদ্ধাৰ ৩ শিশু, ৪ মহিলা সহ ১৩ জন লোকক

September 9, 2026
চীনত বিশ্বৰ ভিতৰতে সৰ্বাধিক ৬৬.৪ কোটি লোক পৰোক্ষ ধূমপানৰ দ্বাৰা প্ৰভাৱিত হৈছে
India

চীনত বিশ্বৰ ভিতৰতে সৰ্বাধিক ৬৬.৪ কোটি লোক পৰোক্ষ ধূমপানৰ দ্বাৰা প্ৰভাৱিত হৈছে

September 9, 2026
Nalbari:নলবাৰী আৰক্ষীৰ জালত ৰোলাৰ চোৰ
Assam

Nalbari:নলবাৰী আৰক্ষীৰ জালত ৰোলাৰ চোৰ

September 9, 2026
Insurance of livestock:ৰাজ্যত প্ৰথমবাৰৰ বাবে হ’ব পশুধনৰ বীমা কেন্দ্ৰীয় চৰকাৰে মুকলি কৰিলে পুঁজি
Assam

Insurance of livestock:ৰাজ্যত প্ৰথমবাৰৰ বাবে হ’ব পশুধনৰ বীমা কেন্দ্ৰীয় চৰকাৰে মুকলি কৰিলে পুঁজি

September 9, 2026
আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী
News

  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d