Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    সৰভোগত নকল সোণৰ নাওঁসহ চাৰি সৰবৰাহকাৰী আটক

    ৰে’লৰ মুখামুখি সংঘৰ্ষ! গুৰুত্বৰভাৱে আহত ১৭ জন

    পশ্চিম বংগ বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়!

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    Basistha Police:বশিষ্ঠ আৰক্ষীৰ জালত চিলনী চোৰ

    Amritpal Singh :ডিব্ৰুগড় কাৰাগাৰাত পুনৰ গ্ৰেপ্তাৰ অমৃতপাল সিঙক

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

    সুৰ সম্ৰাজ্ঞী আশা ভোছলেৰ দেহাৱসান, সংগীত জগতত শোকৰ ছাঁ

    নীতিশ তিৱাৰী পৰিচালিত বহু প্রতীক্ষিত ‘ৰামায়ণ’ৰ চাৰি হেজাৰ কোটি টকাৰে নিৰ্মিত নীতিশ তিৱাৰীৰ ‘ৰামায়ণ’ৰ টীজাৰ মুক্তি

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ব্যায়ামৰ পাছত প্ৰ’টিন খোৱাৰ উপযুক্ত সময়

    ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

    ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

    পশু কিষাণ ক্রেডিট কার্ড আঁচনিৰ সবিশেষ

    পশু কিষাণ ক্রেডিট কার্ড আঁচনিৰ সবিশেষ

    গৰমতো আকর্ষণীয় হৈ থাকিবলৈ কি কৰিব ?

    গৰমতো আকর্ষণীয় হৈ থাকিবলৈ কি কৰিব ?

    আপোনাৰ দামী সুগন্ধিৰ গোন্ধ নাইকিয়া হয়?

    ইউটিউবত কন্টেন্ট ক্রিয়েটৰৰ উপাৰ্জনৰ সাতটা গোপন কথা জানি লওক

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Crime

পুনৰ ২০ অক্টোবৰলৈ বৃদ্ধি হ’ল ৰিয়া চক্ৰৱৰ্তীৰ ন্যায়িক জিম্মাৰ সময়সীমা

publisher by publisher
October 6, 2020
in Crime, News
Reading Time: 1 min read
0
পুনৰ ২০ অক্টোবৰলৈ বৃদ্ধি হ’ল ৰিয়া চক্ৰৱৰ্তীৰ ন্যায়িক জিম্মাৰ সময়সীমা
1
SHARES
5
VIEWS
ShareShareShareShare

আজি মুম্বাইৰ এক বিশেষ আদালতে বৃদ্ধি কৰিলে ৰিয়া চক্ৰৱৰ্তীৰ ন্যায়িক জিম্মাৰ সময়সীমা ২০ অক্টোবৰলৈ বৃদ্ধি কৰিছে । উল্লেখযোগ্য যে অভিনেত্ৰীগৰাকীক ৯ ছেপ্টেম্বৰত NCB য়ে সুশান্ত সিং ৰাজপুতৰ বাবে অবৈধভাবে মাদকদ্ৰব্য সৰবৰাহ কৰাৰ অভিযোগত গ্ৰেপ্তাৰ কৰিছিল।

ADVERTISEMENT

আনহাতে ৰিয়াই মুম্বাই উচ্চ ন্যায়ালয়ত জামিনৰ বাবে আবেদন কৰিছিল। কিন্তু ২৯ চেপ্টেম্বৰলৈকে এই ৰায় স্থগিত ৰাখিছিল আদালতে । ইয়াৰ পূৰ্বে এইসময়সীমা বৃদ্ধি কৰিছিল ৬ অক্টোবৰলৈ । ৰিয়া চক্ৰৱৰ্তীৰ লগতে তেওঁৰ ভাতৃ সৌভিক চক্ৰৱৰ্তী, সুশান্তৰ মেনেজাৰ চেমুৱেল মিৰাণ্ডা আৰু আন সকল অভিযুক্তৰো ন্যায়িক জিম্মাৰ সময়সীমা ২০ তাৰিখলৈ বৃদ্ধি কৰা হৈছে। বৰ্তমান অভিনেত্ৰীগৰাকী মুম্বাইৰ ভাইখলা কাৰাগাৰত আছে।

RelatedPosts

ৰূপালী পৰ্দাত দেখা যাব সুশান্ত সিং ৰাজপুত-ৰিয়া চক্ৰৱৰ্তীৰ প্ৰেম! 

Sushant Singh Rajput : সুশান্ত সিং ৰহস্যত বিৰাট চমক !

Sushant singh Rajput : সুশান্তৰ ভাড়াঘৰক লৈ সমস্যাত মালিক, আঢ়ৈ বছৰে নাই ভাড়াতীয়া

ইপিনে লোকসভাত ৰিয়া চক্ৰৱৰ্তীক মুকলি দাবী কৰিছে কংগ্ৰেছৰ নেতা অধিৰ ৰঞ্জন চৌধুৰীয়ে ৷ তেওঁৰ মতে ৰিয়া ষড়যন্ত্ৰৰ বলি হৈছে ৷

উল্লেখযোগ্য যে শেহতীয়াকৈ AAIMS ৰ এক পেনেলে সদৰী কৰে যে অভিনেতা সুশান্ত সিং ৰাজপুতক হত্যা কৰা নাছিল। তেওঁ আত্মহত্যাহে কৰিছিল ৷AIIMS ৰ এক বিশেষ সূত্ৰৰ মতে পেনেলে পৰিয়াল আৰু বন্ধুসকলৰ সুশান্তক হত্যা কৰা অভিযোগক খাৰিজ কৰে।

৩৪ বছৰীয়া বলীউডৰ অভিনেতা সুশান্ত সিং ৰাজপুতৰ মুম্বাইস্থিত বাসগৃহত ১৪ জুনত মৃতদেহ পোৱা গৈছিল ৷ইয়াৰ পাছতে মুম্বাইৰ পুলিছে সুশান্তে আত্মহত্যা কৰিছিল বুলি প্ৰকাশ কৰিলেও ছ’চিয়েল মিডিয়াত অভিনেতাজনৰ অনুৰাগী,আৰু পৰিয়ালে এয়া হত্যা বুলি অভিযোগ কৰিছিল।

সুশান্তক ন্যায় দিয়াৰ কাৰণে চলোৱা অভিযান আৰু পৰিয়ালৰ সন্দেহৰ পাছত এই সমগ্ৰ ঘটনাটো তদন্তৰ কাৰণে CBI ৰ হাতত দিয়া হয়। সূত্ৰৰ মতে AIIMSৰ পেনেলে তদন্ত সম্পূৰ্ণ কৰিছে ৷সম্প্ৰতি CBIয়ে AIIMS ৰ প্ৰতিবেদনৰ লগত নিজৰ প্ৰতিবেদন সংলগ্ন কৰি তদন্ত আগবঢ়াব পাৰে ৷ইপিনে মুম্বাই পুলিছে এইয়া আত্মহত্যা বুলি ধৰি লৈ তদন্ত আগবঢ়াব ৷ আনহাতে মাদকদ্ৰব্য সৰবৰাহ আৰু সেৱনত কেৱল ৰিয়া চক্ৰৱৰ্তীয়েই নহয় বলীউডৰ বহু সুন্দৰী জৰিত আছে ৷এই সন্দৰ্ভত সম্প্ৰতি সোধ পোছ অব্যাহত ৰাখিছে ৷

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: custodyRhea ChakrabortySushant Singh Rajput
publisher

publisher

Related Posts

সৰভোগত নকল সোণৰ নাওঁসহ চাৰি সৰবৰাহকাৰী আটক
News

April 23, 2026
ৰে’লৰ মুখামুখি সংঘৰ্ষ! গুৰুত্বৰভাৱে আহত ১৭ জন
News

ৰে’লৰ মুখামুখি সংঘৰ্ষ! গুৰুত্বৰভাৱে আহত ১৭ জন

April 23, 2026
পশ্চিম বংগ বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়!
India

পশ্চিম বংগ বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়!

April 23, 2026
৩০ বছৰ বয়সতে সকলো শেষ ! 
News

৩০ বছৰ বয়সতে সকলো শেষ ! 

April 23, 2026
Basistha Police:বশিষ্ঠ আৰক্ষীৰ জালত চিলনী চোৰ
News

Basistha Police:বশিষ্ঠ আৰক্ষীৰ জালত চিলনী চোৰ

April 23, 2026
Amritpal Singh :ডিব্ৰুগড় কাৰাগাৰাত পুনৰ গ্ৰেপ্তাৰ অমৃতপাল সিঙক
News

Amritpal Singh :ডিব্ৰুগড় কাৰাগাৰাত পুনৰ গ্ৰেপ্তাৰ অমৃতপাল সিঙক

April 23, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d