Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025

    তামিলনাডুত নতুন যুগৰ সূচনা! 

    দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 

    ট্ৰাম্পৰ শুল্ক নীতিত আদালতৰ পুনৰ কোব! ‘অবৈধ’ ঘোষণা ১০% আমদানি কৰ

    বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন

    মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ

    অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    সৰিয়হৰ নে ৰিফাইন তেল? কোনটো বেছি নিৰাপদ?

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    গৰমত আপুনি অতিপাত ঘামি থাকে নেকি? ছাল সতেজ ৰাখিবলৈ ঘৰুৱা সহজ উপায়

    ওজন হ্ৰাসৰ বাবে চাৰিটা জাপানী খোজকঢ়াৰ কৌশল

    সাৱধান! যিকোনো মুহূৰ্ততে বোমাৰ দৰে বিস্ফোৰণ হ’ব পাৰে ফ্ৰীজৰ

    কলৰ খোলাৰে আপোনাৰ চুলিক ৰেচমী জিলিকনি দিয়ক

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home COVID-19

সমগ্ৰ ইউৰোপত পুনৰ কৰ’নাৰ বিপদঘণ্টা

publisher by publisher
October 13, 2020
in COVID-19, News
Reading Time: 1 min read
0
সমগ্ৰ ইউৰোপত পুনৰ কৰ’নাৰ বিপদঘণ্টা
1
SHARES
10
VIEWS
ShareShareShareShare

RelatedPosts

আমেৰিকাত নতুনকৈ ত্রাস সৃষ্টি কৰিছে ক’ভিডে

তীব্ৰ গৰমত ইউৰোপত মৃত্যু আঠ জন!

ক’ভিড ভেকচিনৰ ফলত বৃদ্ধি পাইছে নেকি অকাল মৃত্যু?

ক’ভিডৰ বিদায়োৎসৱ পতা চেক গণৰাজ্যৰ অৱস্থা তথৈবচ

ADVERTISEMENT

ফ্লুৰ বতৰ আহিলে কৰ’না ভাইৰাছৰ সংক্রমণ বাঢ়িব বুলি আগতেই আশংকা কৰা হৈছিল । অথচ তাৰ আগতেই দ্বিতীয় সংক্ৰমণৰ লহৰে খুন্দা মাৰিলেহি ইউৰােপত। বৰঞ্চ মহাদেশখনৰ কিছু দেশত সংক্রমণৰ হাৰ আগৰ বাৰৰ তুলনাত বেছি দেখা গৈছে । আনকি প্রশাসনৰ তৰফৰ পৰা কোৱা হৈছে, “বিপদঘণ্টা ইতিমধ্যে বাজিছেই।”

শেহতীয়াকৈ পৰিস্থিতি ইমান জটিল হৈ পৰিছে যে ইউৰােপৰ দেশসমূহৰ কোনাে কোনাে স্থানত ভৰি পৰিছে আইচিইউৰ শয্যা । চলিত সপ্তাহতে মাদ্রিদত জৰুৰী অৱস্থা ঘােষণা কৰিছে স্পেইন প্রশাসনে । অন্যান্য অঞ্চলতাে কঠোৰতা আৰম্ভ হৈছে । হটস্পট চিহ্নিত কৰাৰ বাবে সেনাবাহিনীৰ সাহায্য বিচাৰিছে জার্মান চৰকাৰে। বাহিৰলৈ ওলালে মাস্ক পৰিধান কৰিবই লাগিব বুলি ইটালীত নতুনকৈ নির্দেশনা জাৰি কৰা হৈছে ।

চৰকাৰৰ তৰফৰ পৰা কোৱা হৈছে যে এই প্রথম কোনাে অতিমাৰীত ইউৰােপৰ ভৰকেন্দ্ৰত পৰিণত হ’ল ইটালী । হাস্পতালসমূহত ৰােগীৰ ভিৰ ইমানেই বেছি যে তেওঁলােকক চম্ভালিবলৈ চিকিৎসক-স্বাস্থ্য কর্মীৰ গতি নােহােৱা অৱস্থা হৈছে । এই সপ্তাহতে ৰোমত পৰিলক্ষিত হ’ল এক আশংকাজনক পৰিস্থিতি । উপসর্গ থকাৰ বাবে ক’ভিড পৰীক্ষা কৰাবলৈ অহা ৰােগীয়ে সাত-আঠ ঘণ্টা ধৰি দীঘলীয়া শাৰীত অপেক্ষা কৰিবলগীয়া হৈছে ।

পেৰিছ আৰু কিয়েভত চিকিৎসক-স্বাস্থ্য কর্মীসকলৰ অৱস্থা দুর্বিসহ হৈ পৰিছে। ক’ভিড-১৯ ৰােগীয়ে গিজগিজাই আছে বিভিন্ন চিকিৎসালয়ৰ কক্ষ, অথচ স্বাস্থ্যকর্মীৰ সংখ্যা আঙুলিৰ মূৰত লেখিব পৰা।

উল্লেখ্য যে যােৱা জুনত ‘ফেয়াৰৱেল ক’ভিড পার্টি’ৰ আয়ােজন কৰি কৰ’নাক বিদায় দিছিল চেক গণৰাজ্যই। চার্লছ ব্রীজৰ সমীপত পাঁচশ মিটাৰ অঞ্চলজুৰি দেশখনৰ ৰাজধানী প্ৰাগৰ নিবাসীসকলে কৰনাৰ পৰা মুক্তিৰ আনন্দত উৎসৱত মতলীয়া হৈ পৰিছিল । এতিয়া ইউৰােপৰ দেশসমূহৰ ভিতৰত চেক গণৰাজ্যৰ অৱস্থা অতিশয় জটিল ।

দেশখনৰ গাইপতি সংক্ৰমণৰ হাৰ ইউৰােপৰ আন দেশসমূহৰ ভিতৰত সবাতােকৈ বেছি। এক লাখ বাসিন্দাৰ ভিতৰত ৩৯৮জনেই সংক্রমিত  হৈছে। স্পেইনৰ এগৰাকী বিশেষজ্ঞ মার্গাৰিটা ডেল ভালে এই সন্দৰ্ভত আক্ষেপ কৰি কয়, যথেষ্ট সতর্ক কৰা হৈছিল। হাতত সংক্রমণ ৰােধৰ বাবে প্রয়ােজনীয় সময়ো আছিল। কিন্তু সেয়া কৰা নহ’ল। গৰমত আৰম্ভ হােৱা সংক্রমণেই চম্ভালিব পৰা নগ’ল, এতিয়া আকৌ দ্বিতীয় সংক্ৰমণৰ লহৰ আহি উপস্থিত হৈছে ।

জটন্স হপকিন্স বিশ্ববিদ্যালয়ৰ তৰফৰ পৰা জনােৱা হয় যে দৈনিক গাইপতি সংক্ৰমণৰ হাৰ এতিয়া  আমেৰিকাতকৈ বেছি বেলজিয়াম, নেদাৰলেণ্ড, ব্রিটেইন, স্পেইন আৰু ফ্রান্সত। সম্প্রতি ফ্রান্স চৰকাৰৰ তৰফৰ পৰা জনােৱা হৈছে যে প্রথমবাৰৰ তুলনাত এইবাৰ দৈনিক সংক্রমণৰ হাৰ বেছি।

আনহাতে, বিশ্ব স্বাস্থ্য সংস্থাৰ ইউৰােপৰ কাৰ্যালয়ৰ মুৰব্বী ৰব বাটলাৰে কয়, ‘বিগত ২৪ ঘণ্টাত ৯৮ হেজাৰ লােক সংক্রমিত হৈছে। ইউৰােপত এয়া অভিলেখ।’ ইপিনে, ‘লণ্ডন স্কুল অৱ হাইজিন এণ্ড ট্ৰ’ পিকেল মেডিচিন’ৰ বিশেষজ্ঞ মার্টিন মেকীয়ে কয়, ‘চিন্তাৰ বিষয় এয়াই যে এতিয়াও ইউৰােপৰ বহু দেশতেই ব্যাপক ৰূপত কৰনাৰ পৰীক্ষা হােৱা নাই। আক্রান্তক চিহ্নিত কৰা, তেওঁক কোৱাৰেণ্টাইনত ৰখাৰ দৰে আন্তঃগাঁথনিৰাে অভাৱ আছে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Covid-19Europe
publisher

publisher

Related Posts

India

তামিলনাডুত নতুন যুগৰ সূচনা! 

May 10, 2026
দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 
Assam

দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 

May 10, 2026
ট্ৰাম্পৰ শুল্ক নীতিত আদালতৰ পুনৰ কোব! ‘অবৈধ’ ঘোষণা ১০% আমদানি কৰ
News

May 8, 2026
বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন
India

বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন

May 8, 2026
মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ
News

মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ

May 8, 2026
অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!
India

অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!

May 8, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d