Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Arunacal Pradesh:জলবিদ্যুৎ প্ৰকল্পৰ বাবে বন ধ্বংস কৰিব অৰুণাচলত

    Guwahati:গুৱাহাটীবাসীয়ে কেতিয়ালৈ পাব বিশুদ্ধ খোৱাপানী ? উত্তৰবিহীন প্রশ্ন

    Rahul Gandhi Announced: পহিলা নৱেম্বৰত দিল্লীৰ ঐতিহাসিক ৰামলীলা ময়দান কঁপাব ১০ লক্ষাধিকে !

    Rokibul hussain:মুখ্যমন্ত্ৰীৰ পৰামৰ্শ মতেই এআইইউডিএফ মুৰব্বী অৱতীৰ্ণ হৈছিল নগাঁৱৰ উপ-নির্বাচনক লৈ সাংসদ হুছেইন

    Sri Bhumi: এই অসমতে এইবাৰ নিগৃহীত হ’ল বিহু

    Public Protest in Europe:জীৱন যাপনৰ অত্যধিক মূল্যবৃদ্ধিৰ ক্ষোভত এখনৰ পাছত আনখন দেশত ৰাজপথলৈ ওলাইছে জনতা

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    অচিনাকি নম্বৰৰ পৰিচয়ো হ’ব স্পষ্ট পহিলা নৱেম্বৰৰ পৰা নতুন নিয়ম

    আকাশলৈ উৰণ টেছলাৰ ৰ’ডষ্টাৰৰ, ভাইৰেল ভিডিঅ’

    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    অৰিজিৎ সিঙৰ ১১জনে চাব পৰা পেকেজত ১১.৮ লাখ টকা

    ৮০ হেজাৰৰো অধিক আগতীয়া টিকট বুকিং কৰি ধুমুহাৰ সৃষ্টি ‘ৰামায়ণ-পার্ট ৱান’ৰ

    টাইগাৰ শ্ৰফৰ ওপৰত আক্ৰমণৰ ঘটনাত আৰু চাৰিজনক গ্ৰেপ্তাৰ, ধৃতৰ মাজত দুগৰাকী মহিলা

    বিজয় সালগাঁওকাৰৰ বক্স অফিচ মেজিক: দৃশ্যম ৩ৰ দ্বিতীয় শনিবাৰে ধুমুহাৰ সৃষ্টি, সিংহাম এগেইনৰ অভিলেখ ভংগ

    AI-ৰ নিৰ্মিত বিভ্ৰান্তিকৰ-আপত্তিজনক কনটেণ্ট আঁতৰোৱাৰ দাবীত দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ কংগনা ৰনৌত

    নানা পাটেকৰৰ বিয়োগত শোকস্তব্ধ বিনোদন জগত

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    আজি লক্ষ্মী পূজা: আই লক্ষ্মীৰ আৰাধনাৰে মুখৰিত ভক্তিৰ পৰিৱেশ

    আপোনাৰ ম’বাইল চাৰ্জাৰ বাৰে বাৰে সংযোগ বিচ্ছিন্ন হৈ আছে নেকি?

    উৎসৱৰ বতৰত দৈনিক মেকআপৰ বাবে ছালৰ জিলিকনি হেৰুৱাইছে?

    নিঃশব্দে মাইগ্রেন বৃদ্ধিৰ কাৰক

    নিঃশব্দে মাইগ্রেন বৃদ্ধিৰ কাৰক

    চুলি সৰা কেনেকৈ বন্ধ কৰিব ?

    চুলি সৰা কেনেকৈ বন্ধ কৰিব ?

    পকেটত ম’বাইল, কোলাত লেপটপৰ অভ্যাস!

    পকেটত ম’বাইল, কোলাত লেপটপৰ অভ্যাস!

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Crime

Public Protest in Europe:জীৱন যাপনৰ অত্যধিক মূল্যবৃদ্ধিৰ ক্ষোভত এখনৰ পাছত আনখন দেশত ৰাজপথলৈ ওলাইছে জনতা

মার্কিন ৰাষ্ট্ৰপতি ট্রাম্পৰ পৰিয়ালক ভূমি আবণ্টনক লৈও গভীৰ অসন্তুষ্টি. গণ প্রতিবাদত উত্তাল সমগ্র ইউৰোপ,লক্ষ লক্ষ লোকৰ বিক্ষোভ দমনত ব্যৰ্থ হৈছে চৰকাৰ. ফ্রান্সত কমেও ১৩শ প্রতিবাদকাৰীক গ্রেপ্তাৰ

publisher by publisher
October 26, 2026
in Crime, International, News
Reading Time: 4 mins read
0
Public Protest in Europe:জীৱন যাপনৰ অত্যধিক মূল্যবৃদ্ধিৰ ক্ষোভত এখনৰ পাছত আনখন দেশত ৰাজপথলৈ ওলাইছে জনতা
0
SHARES
3
VIEWS
ShareShareShareShare

RelatedPosts

Arunacal Pradesh:জলবিদ্যুৎ প্ৰকল্পৰ বাবে বন ধ্বংস কৰিব অৰুণাচলত

Guwahati:গুৱাহাটীবাসীয়ে কেতিয়ালৈ পাব বিশুদ্ধ খোৱাপানী ? উত্তৰবিহীন প্রশ্ন

Rahul Gandhi Announced: পহিলা নৱেম্বৰত দিল্লীৰ ঐতিহাসিক ৰামলীলা ময়দান কঁপাব ১০ লক্ষাধিকে !

Public Protest in Europe:

দৈনিক অগ্ৰদূত ডিজিটেল ডেস্ক: চৌদিশে মাথোঁ ক্ষুব্ধ জনতাৰ গর্জন। বিগত কিছুদিনৰ পৰা ইউৰোপৰ দেশে দেশে এনে পৰিস্থিতি বিৰাজ কৰিছে। চৰকাৰী ভুল নীতি, খাদ্যবস্তুৰ অত্যধিক মূল্যবৃদ্ধি, দৈনন্দিন খা-খবচ অস্বাভাৱেক বৃদ্ধিত অতিষ্ঠ হৈ লাখ লাখ লোক নিতৌ ৰাজপথলৈ ওলাবলৈ লৈছে। এনে পৰিৱেশ বিৰাজ কৰি আছে ফ্রান্স, ইটালী, আলবেনিয়া, স্পেইন, পর্তুগাল আদিত। পৰিস্থিতি সবাতোকৈ জটিল হৈছে ফ্লাগত। দেশখনব বাজধানী পেৰিছকে ধবি বিভিন্ন স্থানত উন্মত্ত প্রতিবাদকাৰীয়ে ৰাজহুৱা সা-সম্পত্তিৰো বিস্তৰ ক্ষতিসাধন কৰিছে। প্রতিবাদ নিয়ন্ত্রণৰ বাবে সম্ভৱপৰ সকলো ব্যৱস্থা গ্রহণ কৰিও চৰকাৰে ব্যৰ্থতা স্বীকাৰ কৰিছে।
এনে অৱস্থাতে একাংশই মন্তব্য কৰিছে যে শেহতীয়া ইৰান যুদ্ধৰ বাবেই বিশ্বৰ বজাৰত খাৰুৱা তেলৰ দাম বৃদ্ধিৰ ফলত মূল্যবৃদ্ধিয়ে সাগৰণ জনতাক কোঙা কৰি পেলাইছে। ইতিমধ্যে অগণন লোকে ক্রয় ক্ষমতা হেৰুৱাই পেলাইছে।
ইয়াৰ ক্ষোভত জনতা ৰাজপথলৈ ওলাবলৈ লৈছে। ঠায়ে ঠায়ে প্রতিবাদে হিংসাত্মক ৰূপ ধাৰণ কৰিছে। আনকি আৰক্ষীৰ দ্বাৰা গ্ৰেপ্তাৰ, কন্দুৱা গেছ প্রয়োগ আদিৰ জৰিয়তেও চৰকাৰে প্ৰতিবাদ দমন কৰিব পৰা নাই। বৰঞ্চ দিন অতিবাহিত হোৱাৰ লগে লগে প্ৰতিবাদৰ প্রকোপ বৃদ্ধিহে পাইছে। ফ্রান্সত ১৩শৰো অধিক প্রতিবাদকাৰীক গ্রেপ্তাৰ, আঠ লক্ষাধিকৰ প্ৰতিবাদসমগ্র ইউৰোপৰ ভিতৰতে ফ্ৰান্সত গণ প্রতিবাদে অধিক হিংসাত্মক ৰূপ ধাৰণ কৰিছে।
ইমানুৱেল মেক্ৰ’ চৰকাৰে চলিত বৰ্ষৰ বাজেটত শিক্ষা শিতানত ধার্য পুঁজিৰ পৰিমাণ হ্রাস কৰা, খাদ্য সামগ্রীৰ অত্যধিক মূল্যবৃদ্ধি আদিক লৈ লাখ লাখ লোকে প্রতিবাদ সাব্যস্ত কৰি আহিছে। ইতিমধ্যে উন্মত্ত প্রতিবাদকাৰীয়ে দেশখনৰ ৰাজধানী পেৰিছকে ধৰি বিভিন্ন স্থানত ঐতিহাসিক সম্পদসহ বহু ৰাজহুৱা সম্পত্তিৰ বিস্তৰ ক্ষতিসাধন কৰিছে।
এই হিংসাত্মক প্রতিবাদ দমনৰ বাবে চৰকাৰে কঠোৰ ব্যৱস্থা গ্রহণ কৰিছে। ক’লা পোছাক পিন্ধি ওলাই অহা লাখ লাখ প্রতিবাদকাৰীক নিয়ন্ত্রণ কৰিবলৈ চৰকাৰে আৰক্ষী নিয়োগ কৰিছে। আৰক্ষীয়ে আজি পর্যন্ত ১৩শৰো অধিক প্রতিবাদকাৰীক গ্ৰেপ্তাৰ কৰিছে। ইয়াৰ পূৰ্বে কালি দেশখনৰ বিভিন্ন স্থানত প্ৰতিবাদকাৰী আৰু আৰক্ষীৰ মাজত সংঘাতৰো সূত্রপাত ঘটে।
ৰাজধানী পেৰিছকে ধৰি একাংশ চহৰত উন্মত্ত প্ৰতিবাদকাৰীক নিয়ন্ত্ৰণৰ উদ্দেশ্যে আৰক্ষীয়ে কন্দুৱা গেছ আৰু পানী হিলৈ প্রয়োগ কৰে। অৱশ্যে অধিকাংশ অঞ্চলত কালিৰ প্ৰতিবাদ ঘাইকৈ শান্তিপূর্ণ আছিল।
আনহাতে, দেশখনৰ গৃহ মন্ত্রণালয়ে প্রকাশ কৰা অনুসৰি, কালি দেশজোৰা প্রতিবাদত চাৰি লাখ ১০ হেজাৰৰো অধিক লোকে অংশগ্রহণ কৰে। অৱশ্যে প্রতিবাদী কাৰ্যসূচীৰ উদ্যোক্তাসকলৰ মতে কালি আঠ লক্ষাধিক লোকে প্রতিবাদত অংশগ্রহণ কৰে। এই প্রতিবাদ নিয়ন্ত্ৰণৰ উদ্দেশ্যে চৰকাৰে কমেও ৭০ হেজাৰ আৰক্ষী বিষয়াও নিয়োগ কৰে। প্ৰতিবাদ দমনৰ চেষ্টা চলাওঁতে ৫৩ জন আৰক্ষী বিষয়াও আহত হয় বুলি গৃহ মন্ত্রণালয়ে সদৰী কৰিছে।
লক্ষ্যণীয়ভারে মার্কিন বাষ্ট্রপতি ড’নাল্ড ট্রাম্পে ফ্রান্সৰ এই অগ্নিগর্ভ পৰিস্থিতিৰ বাবে অনুপ্ৰৱেশক জগৰীয়া কৰিছে। ট্রাম্পে অভিযোগ উত্থাপন কৰিছে যে ফ্রান্সে অনুপ্ৰৱেশকাৰীৰ বাবে সীমান্ত মুকলি কৰি ৰখাৰ পৰিণতি সম্প্রতি ভোগ কৰিবলগীয়া হৈছে। ফ্রান্সক ঘিণ কৰা লোকৰ দ্বাৰা এই হিংসাত্মক প্রতিবাদ সাব্যস্ত হৈছে বুলিও মার্কিন ৰাষ্ট্ৰপতিজনে ক্ষোভ প্রকাশ কৰিছে। লক্ষ্যণীয়ভারে যোৱা সপ্তাহত ফৰাচী ৰাষ্ট্ৰপতি মেক্র’বে ঘোষণা কৰিছিল যে কেৱল ট্রেড ইউনিয়নসমুকহে প্রতিবাদৰ অনুমতি দিয়া হ’ব। ইয়াৰ বিপৰীতে বাস্তৱত দেখা গ’ল যে লাখ লাখ লোক পথলৈ ওলাই আহিছে। কালি প্ৰতিবাদৰ সময়ত পেৰিছৰ উপৰি লিঅ’, মাছাই আদিতো প্রতিবাদকাৰীৰ স’তে আৰক্ষীৰ খণ্ডযুদ্ধ হয়। চৰকাৰৰ এনে কঠোৰ স্থিতিৰ পাছতো প্রতিবাদে শাম কটাৰ ইংগিত স্পষ্ট হোৱা নাই।
# ট্রাম্পৰ পৰিয়ালে লগোবা কন্দলৰ জুই নির্বাপণ হোৱা নাই আলবেনিয়াত
মার্কিন ৰাষ্ট্ৰপতি ড’নাল্ড ট্রাম্পৰ পৰিয়ালৰ সদস্যই আলবেনিয়া উপকূলৰ ভূমি হস্তগত কৰি বিলাসী হোটেল নির্মাণৰ অনুমতি আলবেনিয়া চৰকাৰে প্ৰদান কৰাক লৈ দেশখন জনপ্রতিবাদত উত্তাল হৈ আছে। ইয়াক লৈ ইতিমধ্যে দেশখনত এলানি হিংসাত্মক প্রতিবাদো সাব্যস্ত হৈছে। কালিও দেশখনৰ ৰাজধানী তিৰানাত লক্ষাধিক লোক সমৰেত হৈ প্রতিবাদ সাব্যস্ত কৰে। প্ৰতিবাদকাৰীসকলক ছত্রভংগ দিয়াবলৈ আৰক্ষীয়ে কন্দুৱা গেছ প্রয়োগ কৰে। ফলত পৰিস্থিতি উত্তেজনাপূর্ণ হৈ পৰে। চৰকাৰে প্ৰকাশ কৰা অনুসৰি কালিৰ প্ৰতিবাদৰ সময়ত তিনি শতাধিক প্রতিবাদকাৰী আৰু বহুসংখ্যক আৰক্ষী আহত হয়। আনহাতে, একাংশ প্রতিবাদকাৰীয়ে আৰক্ষীক উদ্দেশি ফটকা নিক্ষেপ কৰে। তেতিয়া আৰক্ষীয়ে প্রতিবাদকাৰী সকলক লক্ষ্য কৰি ৰবৰৰ বুলেট নিক্ষেপ কৰে। ইটালীত ১১০ কিশোৰ-কিশোৰীসহ তিনি শতাধিকক গ্রেপ্তাৰ
প্রধানমন্ত্রী জর্জিয়া মেল ‘নী চৰকাৰৰ ভুল নীতিৰ বিৰুদ্ধে প্রতিবাদত উত্তাল হৈ আছে ইটালী। যোৱা সপ্তাহত দেশখনৰ বিভিন্ন স্থানত গণ প্রতিবাদে হিংসাত্মক ৰূপো ধাৰণ কৰে। কালিও লাখ লাখ লোকে ৰাজধানী ৰোমসহ বিভিন্ন স্থানত প্রতিবাদ সাব্যস্ত কৰে। আৰক্ষীয়ে ১১০ কিশোৰ-কিশোৰীসহ তিনি শতাধিক প্রতিবাদকাৰীক গ্ৰেপ্তাৰ কৰে। আনহাতে, প্রধানমন্ত্রী মেল’নীয়ে কয় যে এই প্রতিবাদ শান্তিপূর্ণ আছিল। অৱশ্যে ইয়াৰ মাজতে একাংশ প্রতিবাদকাৰীয়ে হিংসাত উচটনি যোগোৱাৰ অপচেষ্ট কৰে।
# নিৰ্বাচনৰ প্ৰাকক্ষণত উত্তাল স্পেইন
চৰকাৰী ভুল নীতি আৰু অত্যধিক মূল্যবৃদ্ধি বিৰোধী প্রতিবাদে কঁপাই আছে স্পেইন। কালিও ৰাজধানী মাদ্রিদত অগণন লোকে প্রতিবাদ সাব্যস্ত কৰে। উল্লেখ্য যে অহা মহাত স্পেইনত সাধাৰণ নির্বাচন অনুষ্ঠিত হ’ব। ইয়াৰ প্ৰাক্ষণত দেশখনত গণ প্রতিবাদক কেন্দ্ৰ কৰি একপ্ৰকাৰ অৰাজ পৰিস্থিতিৰ সৃষ্টি হৈছে।
# চ’ৰা দামে সৃষ্টি কৰা বাসস্থলীৰ সংকটক লৈ পর্তুগালত ধাৰাবাহিক প্রতিবাদ
ইউৰোপৰ বিভিন্ন দেশৰ দৰে বিগত কিছুদিনৰ পৰা গণ প্রতিবাদত উত্তাল হৈ আছে পর্তুগালো। মূলতঃ আৱাসৰ অত্যধিক চ’ৰা দামে সৃষ্টি কৰা বাসস্থলীৰ সংকটক কেন্দ্ৰ কৰি এই প্রতিবাদ গঢ় লৈ উঠিছে। নিতৌ লাখ লাখ লোক ৰাজপথলৈ ওলাই আহি চৰকাৰী নীতিৰ বিৰুদ্ধে প্রতিবাদত চামিল হৈছে। উল্লেখ্য যে ২০১৭ৰ পৰাই পর্তুগালৰ জনতা আৱাসকেন্দ্রিক সংকটৰ সম্মুখীন হৈ আহিছে।
#LatestNews #BreakingNews #InternationalNews #PublicProtests #europe
ADVERTISEMENT

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Breaking NewsEuropeInternational Newslatest newsPublic Protests
publisher

publisher

Related Posts

Arunacal Pradesh:জলবিদ্যুৎ প্ৰকল্পৰ বাবে বন ধ্বংস কৰিব অৰুণাচলত
National

Arunacal Pradesh:জলবিদ্যুৎ প্ৰকল্পৰ বাবে বন ধ্বংস কৰিব অৰুণাচলত

October 26, 2026
Guwahati:গুৱাহাটীবাসীয়ে কেতিয়ালৈ পাব বিশুদ্ধ খোৱাপানী ? উত্তৰবিহীন প্রশ্ন
Assam

Guwahati:গুৱাহাটীবাসীয়ে কেতিয়ালৈ পাব বিশুদ্ধ খোৱাপানী ? উত্তৰবিহীন প্রশ্ন

October 26, 2026
Rahul Gandhi Announced: পহিলা নৱেম্বৰত দিল্লীৰ ঐতিহাসিক ৰামলীলা ময়দান কঁপাব ১০ লক্ষাধিকে !
National

Rahul Gandhi Announced: পহিলা নৱেম্বৰত দিল্লীৰ ঐতিহাসিক ৰামলীলা ময়দান কঁপাব ১০ লক্ষাধিকে !

October 26, 2026
Rokibul hussain:মুখ্যমন্ত্ৰীৰ পৰামৰ্শ মতেই এআইইউডিএফ মুৰব্বী অৱতীৰ্ণ হৈছিল নগাঁৱৰ উপ-নির্বাচনক লৈ সাংসদ হুছেইন
Assam

Rokibul hussain:মুখ্যমন্ত্ৰীৰ পৰামৰ্শ মতেই এআইইউডিএফ মুৰব্বী অৱতীৰ্ণ হৈছিল নগাঁৱৰ উপ-নির্বাচনক লৈ সাংসদ হুছেইন

October 26, 2026
Sri Bhumi: এই অসমতে এইবাৰ নিগৃহীত হ’ল বিহু
Assam

Sri Bhumi: এই অসমতে এইবাৰ নিগৃহীত হ’ল বিহু

October 26, 2026
Supreme Court:ন্যায়াধীশ নিযুক্তিৰ বাবে চৰকাৰৰ পৰা আগতীয়া অনুমতি লৈছিল চন্দ্রচূড়ে

  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d