Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    মুম্বাইত CJPৰ প্ৰতিবাদত বিনোদন জগতৰ কেবাগৰাকীও তাৰকা

    নিৰ্বাচনী সংস্কাৰ আৰু CEC জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত মুম্বাইত CJPৰ প্ৰতিবাদ

    বৈধ ভোটাৰৰ নাম তালিকাত অন্তৰ্ভুক্ত কৰিবলৈ নিৰ্বাচন আয়োগৰ বৃহৎ অভিযান

    দিল্লীত জ্ঞানেশ কুমাৰৰ বিৰুদ্ধে প্ৰতিবাদ, আটক অন্তত ৭০০

    দুৰ্ঘটনাপতিত হ’ল দুৰ্গা প্ৰতিমা কঢ়িয়াই নিয়া টেম্পো !

    ‘ফ্লাইডুবাই’ৰ আহত ভাৰতীয় পাইলট স্মিতৰ স’তে মোদীৰ ভিডিঅ’ কল, সাহসিকতাৰ প্ৰশংসা প্ৰধানমন্ত্ৰীৰ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

    ‘পাকিস্তান জিন্দাবাদ’ ধ্বনি দি বিতৰ্কত আয়ুষ্মান: অৱশেষত মুখ খুলিলে অভিনেতাই

    পুনৰ আহিব আৰিয়ান খানৰ ‘দ্য বেছ অৱ বলিউদ ২’

    কৰীনাই ক্ৰেচ ডায়েট ভাল নাপায়, টাইমুৰৰ জন্মৰ পিছত কেনেকৈ কমি গ’ল অভিনেত্ৰীগৰাকীৰ ওজন?

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    মানসিক চাপে মনটোৱেই নহয়, শৰীৰতো যথেষ্ট প্ৰভাৱ পেলায়

    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

আত্মহত্যাৰ কাৰণে প্ৰৰোচিত কৰাৰ অভিযোগত গ্ৰেপ্তাৰ ৰিপাব্লিক টিভিৰ মুখ্য সম্পাদক অৰ্ণৱ গোস্বামীঃ দেশজুৰি প্ৰতিক্ৰিয়া

publisher by publisher
November 4, 2020
in India, News
Reading Time: 1 min read
0
আত্মহত্যাৰ কাৰণে প্ৰৰোচিত কৰাৰ অভিযোগত গ্ৰেপ্তাৰ ৰিপাব্লিক টিভিৰ মুখ্য সম্পাদক অৰ্ণৱ গোস্বামীঃ দেশজুৰি প্ৰতিক্ৰিয়া
4
SHARES
40
VIEWS
ShareShareShareShare

RelatedPosts

গ্ৰেপ্তাৰ হ’ল জুবিন গাৰ্গৰ আকস্মিক বিয়োগৰ মূল অভিযুক্ত 

উত্তপ্ত লাডাখ: পৰিৱেশ কৰ্মী ৱাংচুকক এনএছএত গ্ৰেপ্তাৰ কৰি লৈ গ’ল অজ্ঞাত স্থানলৈ

Sonapur: সোণাপুৰৰ কমাৰকুছিৰ জুবিন গাৰ্গৰ সমাধিক্ষেত্ৰত নিশা উত্তপ্ত পৰিস্থিতি

আজি পুৱা ৮ বজাত ৰিপাব্লিক টিভিৰ প্ৰতিষ্ঠাপক তথা মুখ্য সম্পাদক অৰ্ণৱ গোস্বামীক মুম্বাই আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে ৷এগৰাকী ৫৩ বছৰীয়া ইন্টীৰিয়ৰ ডিজাইনাৰক আত্মহত্যা কৰাৰ কাৰণে প্ৰৰোচিত কৰাৰ অভিযোগত মুম্বাই আৰক্ষীয়ে আজি গ্ৰেপ্তাৰ কৰে অৰ্ণৱ গোস্বামীক।

ADVERTISEMENT

ছ’চিয়েল মিডিয়াত ভাইৰেল হোৱা এক ভিডিঅ’ত অৰ্ণৱ গোস্বামীক আৰক্ষীয়ে এখন ভানত জোৰ জবৰদস্তি লৈ যোৱা দেখা গৈছে ৷ইয়াৰ কিছু সময়ৰ পাছতে প্ৰকাশ জাভেডকাৰ,মন্ত্ৰী স্মৃতি ইৰানীৰ লগতে অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱাল,মন্ত্ৰী ড°হিমন্ত বিশ্ব শৰ্মা আৰু বিভিন্ন ব্যক্তি,দল সংগঠনে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ৷

২০১৬ ত আনভাই নায়ক নামৰ ইন্টীৰিয়ৰ ডিজাইনাৰ গৰাকীয়ে মাতৃৰ স’তে আত্মহত্যা কৰে ৷তেওঁলোকৰ আত্মহত্যা কৰাৰ প্ৰাকমুহূৰ্তত লিখি থৈ যোৱা ন’ট অনুসৰি অৰ্ণৱ গোস্বামীৰ লগতে ফিৰোজ শ্বেখ আৰু নিতেশ শাৰদা নামৰ লোক দুজনে আনভাইক ৫ কোটি ৪০ লাখ টকা পৰিশোধ কৰা নাছিল৷ গতিকে আৰ্থিক সমস্যাৰ সন্মুখীন হৈ আত্মহত্যাৰ দৰে পথ বাছি লৈছিল অন্বয়ে ।

আনভাইৰ আত্মহত্যাৰ পাছতে আত্মহত্যাৰ কাৰণে প্ৰৰোচিত কৰা সন্দৰ্ভত এটা গোচৰ দাখিল হয়। কিন্তু ২০১৯ ত ৰায়গড় আৰক্ষীয়ে এই সমগ্ৰ ঘটনাটো বন্ধ কৰি দিয়ে। ইয়াৰ পাছত চলিত বৰ্ষৰ মে’ ত মহাৰাষ্ট্ৰৰ গৃহমন্ত্ৰী অনিল দেশমুখে টুইট কয় কৰে ” আনভাইৰ কন্যাই মোক অভিযোগ কৰিছে যে আলিবাগ আৰক্ষীয়ে ৰিপাব্লিক টিভিয়ে ধন পৰিশোধ নকৰা বিষয়টো সঠিককৈ তদন্ত কৰা নাই ।মই CID ৰ এই বিষয়টো সঠিককৈ তদন্ত কৰিবলৈ আহ্বান কৰিছো “৷

ইতিমধ্যে অৰ্ণৱ গোস্বামীক গ্ৰেপ্তাৰৰ সন্দৰ্ভত বিভিন্ন লোকসকলে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ৷ইয়াৰ ভিতৰত কেন্দ্ৰীয় মন্ত্ৰী স্মৃতি ইৰাণীৰ মন্তব্য ” অৰ্ণৱক সমৰ্থন নকৰা লোকসকলে ফেচীবাদক সমৰ্থন কৰে।”আনহাতে প্ৰকাশ জাভেডকাৰৰ মন্তব্য “মহাৰাষ্ট্ৰত সংবাদমাধ্যমৰ স্বাধীনতাক গৰিহনা দিছো। এইয়া সংবাদমাধ্যমক কৰা ব্যৱহাৰ নহয় ।”

উল্লেখযোগ্য যে বিগত দিনত ৰিপাব্লিক টিভিৰ বিৰুদ্ধে টি আৰ পিৰ সন্দৰ্ভত বিভিন্ন অভিযোগ উঠিছিল। ইয়াৰ পাছত অৰ্ণৱ গোস্বামীৰ গ্ৰেপ্তাৰৰ সন্দৰ্ভত শিৱসেনাৰ চৰকাৰক সমালোচনা কৰিছে একাংশই ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Anvay NaikArnab GoswamiArrestMumbai Police
publisher

publisher

Related Posts

১০ অক্টোবৰত ‘দিল্লী চলো’ৰ আহ্বান CJPৰ
India

১০ অক্টোবৰত ‘দিল্লী চলো’ৰ আহ্বান CJPৰ

October 3, 2026
মুম্বাইত CJPৰ প্ৰতিবাদত বিনোদন জগতৰ কেবাগৰাকীও তাৰকা
India

মুম্বাইত CJPৰ প্ৰতিবাদত বিনোদন জগতৰ কেবাগৰাকীও তাৰকা

October 3, 2026
নিৰ্বাচনী সংস্কাৰ আৰু CEC জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত মুম্বাইত CJPৰ প্ৰতিবাদ
India

নিৰ্বাচনী সংস্কাৰ আৰু CEC জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত মুম্বাইত CJPৰ প্ৰতিবাদ

October 2, 2026
বৈধ ভোটাৰৰ নাম তালিকাত অন্তৰ্ভুক্ত কৰিবলৈ নিৰ্বাচন আয়োগৰ বৃহৎ অভিযান
India

বৈধ ভোটাৰৰ নাম তালিকাত অন্তৰ্ভুক্ত কৰিবলৈ নিৰ্বাচন আয়োগৰ বৃহৎ অভিযান

October 2, 2026
দিল্লীত জ্ঞানেশ কুমাৰৰ বিৰুদ্ধে প্ৰতিবাদ, আটক অন্তত ৭০০
India

দিল্লীত জ্ঞানেশ কুমাৰৰ বিৰুদ্ধে প্ৰতিবাদ, আটক অন্তত ৭০০

October 2, 2026
দুৰ্ঘটনাপতিত হ’ল দুৰ্গা প্ৰতিমা কঢ়িয়াই নিয়া টেম্পো !
India

দুৰ্ঘটনাপতিত হ’ল দুৰ্গা প্ৰতিমা কঢ়িয়াই নিয়া টেম্পো !

October 2, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d