Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    উন্নত দেশৰ ১০ শতাংশ দৰিদ্ৰৰ আয়ো ভাৰতৰ ১০ শতাংশ ধনীতকৈ বেছি

    ‘সৰু ল’ৰা’ৰ প্ৰকোপত সলনি হৈছে বিশ্বৰ বতৰ

    ৭.৬৫ ত্রিলিয়ন টকা ব্যয়ৰে গঢ়ি তোলা সামৰিক বাহিনীৰ নিষ্ফল সংগ্রাম

    তিনি বছৰ বয়সতে গ্রন্থ প্রকাশ পালে অডভয় জৈনৰ

    অৰ্থনীতি বিজ্ঞানৰ নোবেল বঁটা লাভ ৰবাৰ্ট ই. হল আৰু মাইকেল উডফৰ্ডৰ, অৰ্থনৈতিক সুস্থিৰতাৰ গৱেষণাৰ স্বীকৃতি

    পিতৃৰ পাইলট হোৱাৰ সপোন পূৰণ কৰিব পৰা নাছিল, কিন্তু সেই সপোন বাস্তৱায়িত কৰি ইতিহাস ৰচিলে কন্যা ভাবনাই

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    বিজয় সালগাঁওকাৰৰ বক্স অফিচ মেজিক: দৃশ্যম ৩ৰ দ্বিতীয় শনিবাৰে ধুমুহাৰ সৃষ্টি, সিংহাম এগেইনৰ অভিলেখ ভংগ

    AI-ৰ নিৰ্মিত বিভ্ৰান্তিকৰ-আপত্তিজনক কনটেণ্ট আঁতৰোৱাৰ দাবীত দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ কংগনা ৰনৌত

    নানা পাটেকৰৰ বিয়োগত শোকস্তব্ধ বিনোদন জগত

    মৃত্যুৰ মাত্ৰ চাৰি দিন পূৰ্বে মঞ্চত নানা পাটেকৰ, কৈছিল—‘এদিন সকলোৱেই গুচি যাব লাগিব…’

    বক্স অফিচত মুক্তিৰ দিনাই চমক ‘দৃশ্যম-৩’ৰঃ ৫০ কোটি টকাৰ ব্যৱসায়

    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    কোঠাত প্ৰৱেশৰ লগে লগে পাহৰি যায় কি প্রয়োজনত আহিছিল

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    গেছ চিলিণ্ডাৰ কিনিবলৈ ৬০০ টকালৈকে মাইক্র’ লোন, ১০০ টকাকৈ সাপ্তাহিক কিস্তি

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

উত্তপ্ত লাডাখ: পৰিৱেশ কৰ্মী ৱাংচুকক এনএছএত গ্ৰেপ্তাৰ কৰি লৈ গ’ল অজ্ঞাত স্থানলৈ

publisher by publisher
September 27, 2025
in India, News
Reading Time: 1 min read
0
বাস্তৱৰ ‘ৰেঞ্চো’ৰ বাবেই লাডাখত ‘অল ইজ নট বেল?’
1
SHARES
14
VIEWS
ShareShareShareShare

RelatedPosts

 Sonam Wangchuk:লাডাখৰ লেহত সোনম ৱাংচুকৰ মমবাতি সমদল

লাডাখৰ জোজিলাত হিমস্খলনত সাতজনৰ মৃত্যু!

গ্ৰেপ্তাৰ হ’ল জুবিন গাৰ্গৰ আকস্মিক বিয়োগৰ মূল অভিযুক্ত 

ৰাজ্য গঠনৰ দাবীৰ আন্দোলনে অগ্নিগর্ভ কৰা লাডাখৰ বিখ্যাত পৰিৱেশ কর্মী সোনম বাংচুকক গ্রেপ্তাৰ কৰিলে চৰকাৰে। কেৱল গ্রেপ্তাৰেই নহয়, তেওঁৰ ওপৰত আৰোপ কৰিলে কঠোৰ ৰাষ্ট্ৰীয় নিৰাপত্তা আইন (এনএছএ)।

ADVERTISEMENT

প্রতিবাদ দমনৰ অংশৰূপে কেন্দ্রই পৰিৱেশ কর্মীজনক গ্রেপ্তাৰ কৰে। চৰকাৰৰ এই দমনমূলক নীতিৰ বিৰুদ্ধে সমালোচনাৰ জোৱাৰ উঠিছে। কালি গ্রেপ্তাৰৰ পাছতে বাংচুকক আৰক্ষীয়ে অজ্ঞাত স্থানলৈ লৈ যায়। সুত্রই জনোৱা মতে, আজি নিশা বা কাইলৈ পুৱা তেওঁক লাডাখৰ বাহিৰলৈ স্থানান্তৰ কৰিব নিৰাপত্তা বাহিনীয়ে।

লক্ষ্যণীয় যে এনএছএ আৰোপ হোৱা ধৃত অভিযুক্তক দীর্ঘদিন ধৰি নিৰোধমূলকভাৱে চৰকাৰে আটক কৰি ৰাখিব পাৰে। এই আটকাধীন সময়ত অভিযুক্তজনে জামিনৰ কোনো সুযোগ নাপায়। উল্লেখ্য যে লাডাখক ৰাজ্যলৈ উন্নীতকৰণৰ দাবীত দুসপ্তাহ ধৰি ৱাংচুকসহ একাংশই কৰি অহা আমৰণ অনশন তথা প্রতিবাদে যোৱা বুধবাৰে হিংসাত্মক ৰূপ ধাৰণ কৰে।

কেন্দ্ৰৰ নিৰ্বিকাৰ স্থিতিত ক্ষুব্ধ হৈ একাংশ প্রতিবাদকাৰীয়ে এটা বিজেপি কার্যালয় আৰু এখন আৰক্ষীৰ বাহনত অগ্নিসংযোগ কৰে। এই হিংসাত্মক ঘটনাত কমেও চাৰিজন লোক নিহত হোৱাৰ লগতে আন অর্ধ-শতাধিক আহত হয়। ইয়াৰ পাছতে বাংচুকে অনশন কার্যসূচী প্রত্যাহাৰ কৰে।

পাছত বৃহস্পতিবাৰে তেওঁ হুংকাৰ দিয়ে যে লাডাখৰ বাবে উত্থাপন কৰা উক্ত দাবীত যিকোনো সময়তে তেওঁ গ্ৰেপ্তাৰবৰণ কৰিলে সুখী হ’ব। তেওঁৰ এই হুংকাৰৰ এদিন পাছত কালি চৰকাৰে তেওঁক গ্ৰেপ্তাৰ কৰোৱায়। লক্ষ্যণীয়ভাৱে কেন্দ্রীয় শাসিত অঞ্চল হোৱাৰ পৰিপ্ৰেক্ষিতত লাডাখৰ শাসন প্রত্যক্ষভাবে কেন্দ্রই নিয়ন্ত্ৰণ কৰে।

মূলতঃ লাডাখত গঢ়ি উঠা প্রতিবাদ দমনৰ উদ্দেশ্যে কেন্দ্রীয় গৃহ মন্ত্রণালয়ে বৃহস্পতিবাৰে ২০১৮ৰ ৰমন মেগছেছে বঁটাপ্ৰাপ্ত ৱাংচুকৰ স্বেচ্ছাসেবী সংগঠন ‘স্টুডেন্টছ এডুকেছনেল এণ্ড কালচাৰেল মুভমেন্ট অৱ লাডাখ’ৰ বিদেশী পুঁজি (নিয়ন্ত্রণ) আইন ২০১০ৰ অধীনৰ পঞ্জীয়ন বাতিল কৰে।

চৰকাৰী পক্ষই অভিযোগ উত্থাপন কৰা অনুসৰি ৱাংচুকৰ এই স্বেচ্ছাসেৱী সংগঠনে বিদেশৰ পৰা অনুদান লাভ কৰি আছে। উক্ত আইনৰ ৮, ১২, ১৭, ১৮ আৰু ১৯ ধাৰা উলংঘনৰ অভিযোগত ৱাংচুকৰ সংস্থাটোৰ পঞ্জীয়ন কেন্দ্ৰই বাতিল কৰিছে। সূত্ৰৰ মতে, ২০২১-২২ত সংস্থাটোৱে বিদেশৰ পৰা তিনি লাখ ৩৭ হেজাৰ টকাৰ বৰঙণি লাভ কৰে। অৱশ্যে তেওঁ চৰকাৰী পক্ষৰ এই অভিযোগ খণ্ডন কৰি কয় যে তেওঁৰ সংগঠনে বিদেশী বৰঙণি গ্রহণ কৰা নাই। তৎসত্ত্বেও ৰাষ্ট্ৰসংঘ, ছুইজাৰলেণ্ড আৰু ইটালীৰ সংগঠনৰ স’তে ব্যৱসায়িক লেনদেন আছে বুলি তেওঁ সদৰী কৰে।

এই ব্যৱসায়ী লেনদেনৰ বিনিময়ত কৰ আদায় দিয়া হৈছে বুলিও পৰিৱেশ কৰ্মীজনে দাবী কৰে। এই সম্পৰ্কত তেওঁ আৰু কয়, ‘তেওঁলোকে বিদেশী বৰঙণি বুলি ভুল বুজিছে। ইয়াক মই কেন্দ্ৰৰ ভুল বুলি বিবেচনা কৰো। গতিকে মই চিন্তা কৰা নাই। এয়া বিদেশী বৰঙণি নহয়।’ ইয়াৰ পূৰ্বে যোৱা সোমবাৰে ৱাংচুকে সংবাদ মাধ্যমৰ আগত কয়, ‘চৰকাৰী নির্দেশনা মর্মে ১০ দিন পূর্বে চিবিআই তদন্তকাৰী দল মোৰ ওচৰলৈ আহে। মোক জনায় যে আমাৰ বিৰুদ্ধে এফচিআৰএৰ অধীনৰ প্ৰয়োজনীয় অনুমতি অবিহনে বিদেশী অনুদান গ্ৰহণৰ অভিযোগ উত্থাপন হৈছে।’ চিবিআয়ে ২০২২ৰ পৰা ২০২৪লৈ ৱাংচুকৰ সংস্থাটোৰ বিদেশী বৰঙণি সম্পৰ্কীয় তথ্য পৰীক্ষা কৰে বুলিও তেওঁ সদৰী কৰে। উল্লেখ্য যে ২০১৯৩ মোদী চৰকাৰে সংবিধানৰ ৩৭০ অনুচ্ছেদ প্রত্যাহাৰ কৰাৰ সময়ত জম্মু-কাশ্মীৰৰ পৰা লাডাখক আঁতৰাই আনি অঞ্চলটোক কেন্দ্রীয় শাসিত অঞ্চলৰ মৰ্যাদা প্রদান কৰাৰ সময়ত কেন্দ্ৰৰ এই সিদ্ধান্তক ৱাংচুকে আদৰণি জনায়। অৱশ্যে কেন্দ্ৰৰ প্ৰত্যক্ষ শাসনত বাস কৰি ক্ৰমে ক্ষুব্ধ হ’বলৈ ধৰে লাডাখবাসী। শেহতীয়াভাৱে ক্ষোভৰ মাত্রা বৃদ্ধি পায়। বাংচুকৰ নেতৃত্বত লাডাখবাসীয়ে অঞ্চলটোক সুকীয়া ৰাজ্যৰ স্বীকৃতি প্ৰদান কৰি দেশৰ সংবিধানৰ ষষ্ঠ অনুসূচীভুক্ত কৰাৰ দাবী উত্থাপন কৰি আহিছে। লাডাখত চেপা উত্তেজনা: কমেও ৫০ প্ৰতিবাদকাৰীক আটক বিগত দুদিন ধৰি অশান্ত হৈ থকাৰ পাছত লাডাখত হিংসাত্মক ঘটনা সম্প্রতি হ্রাস পালেও চেপা উত্তেজনা বিৰাজ কৰি আছে।

এনে পৰিস্থিতিৰ মাজত নিৰাপত্তা বাহিনীয়ে প্ৰতিবাদকাৰীক গ্ৰেপ্তাৰ আৰু আটক কৰি আছে। আজি সন্ধিয়া পর্যন্ত ৫০ জনক নিৰাপত্তা বাহিনীয়ে আটক কৰে। ইণ্টাৰনেটত আৰোপ কৰিছে নিষেধাজ্ঞা। উপ-ৰাজ্যপাল কবিন্দ গুপ্তাই ঘোষণা কৰিছে কঠোৰ সান্ধ্য আইন। নিয়োগ কৰিছে বৃহৎ সংখ্যক অর্ধ-সামৰিক বাহিনীৰ জোৱান। ইতিমধ্যে কেন্দ্রই লাডাখলৈ এজন বিশেষ প্রতিনিধি প্ৰেৰণ কৰিছে। এই প্রতিনিধিজনৰ স’তে কে’বালানি আলোচনাত মিলিত হৈছে উপ-ৰাজ্যপাল। চৰকাৰী সূত্ৰই প্ৰকাশ কৰা অনুসৰি দুয়োৰে আলোচনাত মূলতঃ ঠাই পায় পৰিস্থিতি নিয়ন্ত্ৰণৰ বিষয়ে। আনহাতে, অহা ছয় অক্টোবৰত লাডাখৰ প্ৰতিনিধিৰ স’তে কেন্দ্ৰ আলোচনাত মিলিত হোৱাৰ কথা।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: ArrestLadakh
publisher

publisher

Related Posts

উন্নত দেশৰ ১০ শতাংশ দৰিদ্ৰৰ আয়ো ভাৰতৰ ১০ শতাংশ ধনীতকৈ বেছি
International

October 13, 2026
‘সৰু ল’ৰা’ৰ প্ৰকোপত সলনি হৈছে বিশ্বৰ বতৰ
International

‘সৰু ল’ৰা’ৰ প্ৰকোপত সলনি হৈছে বিশ্বৰ বতৰ

October 13, 2026
৭.৬৫ ত্রিলিয়ন টকা ব্যয়ৰে গঢ়ি তোলা সামৰিক বাহিনীৰ নিষ্ফল সংগ্রাম
International

৭.৬৫ ত্রিলিয়ন টকা ব্যয়ৰে গঢ়ি তোলা সামৰিক বাহিনীৰ নিষ্ফল সংগ্রাম

October 13, 2026
তিনি বছৰ বয়সতে গ্রন্থ প্রকাশ পালে অডভয় জৈনৰ
International

তিনি বছৰ বয়সতে গ্রন্থ প্রকাশ পালে অডভয় জৈনৰ

October 13, 2026
অৰ্থনীতি বিজ্ঞানৰ নোবেল বঁটা লাভ ৰবাৰ্ট ই. হল আৰু মাইকেল উডফৰ্ডৰ, অৰ্থনৈতিক সুস্থিৰতাৰ গৱেষণাৰ স্বীকৃতি
International

অৰ্থনীতি বিজ্ঞানৰ নোবেল বঁটা লাভ ৰবাৰ্ট ই. হল আৰু মাইকেল উডফৰ্ডৰ, অৰ্থনৈতিক সুস্থিৰতাৰ গৱেষণাৰ স্বীকৃতি

October 12, 2026
পিতৃৰ পাইলট হোৱাৰ সপোন পূৰণ কৰিব পৰা নাছিল, কিন্তু সেই সপোন বাস্তৱায়িত কৰি ইতিহাস ৰচিলে কন্যা ভাবনাই
India

  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d