Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Nagaon:নগাঁও জিলা আয়ুক্ত পদৰ পৰা অব্যাহতি লোৱাৰ পূৰ্বে একাংশ মণ্ডলক তিনিবাৰকৈ বদলিৰ তথ্য ফাদিল: ব্যাপক প্রতিক্ৰিয়াৰ সৃষ্টি

    Nagaon:মছজিদত নির্বাচনী সভা বিজেপি প্রার্থীৰ বিৰুদ্ধে আচৰণ বিধি ভংগৰ অভিযোগ

    GAUHATI HIGH COURT:অসমত বিদেশী ঘোষিত লোকেও লাভ কৰিলে ভাৰতীয় পাছপ’ৰ্ট

    IPL Gambling:আইপিএল জুৱাৰ ছিণ্ডিকেটৰ কাণ্ডাৰী দ্বীপেশ বাজোৰিয়াক অৱশেষত গ্ৰেপ্তাৰ ইডিৰ

    মাহৰ পাছত মাহ ৰেচন নোলোৱা গ্ৰাহকৰ কাৰ্ড হ’ব পাৰে নিষ্ক্ৰিয়!

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    এবছৰৰ ভিতৰতে বিশ্বত ভূজল হ্ৰাসৰ সংকট ন শতাংশ বৃদ্ধি পালে

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    পর্দাত মহিলা আৰক্ষীৰ ধাৰণা সলনি কৰিছে কৰীণাই

    মাতৃত্ব অর্জন লেডী গাগাৰ, সন্তানৰে ফটো হ’ল ভাইৰেল

    ৬৯ বছৰতো বয়সক বান্ধি ৰাখিছে অনিল কাপুৰে

    ১১ কেজি ওজন বাঢ়িছে, সন্তানৰ অপেক্ষাত ছামান্থা

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    মানসিক চাপে মনটোৱেই নহয়, শৰীৰতো যথেষ্ট প্ৰভাৱ পেলায়

    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    গণেশ চতুর্থীত গণপতি বাপ্পা ‘মোৰিয়া’ কোৱাৰ কাৰণ

    ট্রেফিক আইন ভংগ কৰিলে বাতিল হ’ব পাৰে ড্রাইভিং লাইচেঞ্চ

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

চৰকাৰী চাকৰিতকৈ কৃষিকৰ্মত মনোনিৱেশ কৰি সপোন বাস্তৱ কৰা মুন্নাফে দেখুৱাইছে আদৰ্শ

publisher by publisher
January 6, 2021
in Assam, India, News
Reading Time: 1 min read
0
চৰকাৰী চাকৰিতকৈ কৃষিকৰ্মত মনোনিৱেশ কৰি সপোন বাস্তৱ কৰা মুন্নাফে দেখুৱাইছে আদৰ্শ
7
SHARES
69
VIEWS
ShareShareShareShare

RelatedPosts

HSLC Examination:পলমকৈ পৰীক্ষা আৰম্ভ হোৱাৰ বাবে নিলম্বন প্ৰধান শিক্ষক

Goreswar:গোৰেশ্বৰৰ বাঙালীপাৰাত অঘটন !

Story Of A Strong Woman : এগৰাকী আত্মবিশ্বাসী মহিলাৰ কাহিনীৰে

ADVERTISEMENT

আন দহ জনৰ দৰে চ’কে-ঘাটে আড্ডা মাৰি সময় নষ্ট নকৰি মনোযোগেৰে খেতি কৰা যুৱকজন আজি সকলোৰে বাবে আদৰ্শস্বৰূপ হৈ পৰিছে। গোৰেশ্বৰৰ সমীপৱৰ্ত্তী কামৰূপ গ্ৰাম্য জিলাৰ পূৱপাৰ জটীয়াভাঙ্গাৰা গাঁৱৰ এগৰাকী শিক্ষিত যুৱক মুন্নাফ আলী। পৰম্পৰাগত কৃষি পদ্ধতিৰ পৰা আতৰি মুন্নাফ আলীয়ে আজি যি ধৰণে খেতি কৰি লাভৱান হোৱাৰ লগতে স্বাৱলম্বীতাৰ নিদৰ্শন দাঙি ধৰিছে।

মুন্নাফ আলিয়ে ৬২ বিঘা মাটিত বৰ্তমান ষ্ট্ৰবেৰী, ৰঙা প্ৰজাতিৰ আপেল বগৰী, অষ্ট্ৰেলিয়ান বল বগৰী, চিদলেছ বগৰী, ড্ৰেগন ফ্ৰুইটচ পৰা আৰম্ভ কৰি সৰিয়হ, নেমু, বিভিন্ন ধৰণৰ পাচলি , থলুৱা মাছ, আমৰ বাগানলৈ সকলো ধৰণৰ খেতি কৰি আহিছে । লগতে মুন্নাফ আলীৰ এখন লোকেল মুৰ্গীৰ ফাৰ্মোও আছে । শেষতীয়াকৈ বায়’ প্লাক পদ্ধতিৰে চাৰিবিঘা মাটিৰ পুখুৰীত মীন পালনো দিহা কৰিছে তেওঁ।

মুঠৰ ওপৰত বৈজ্ঞানিক পদ্ধতিৰে সুপৰিকল্পিত ভাৱে কৃষি কাৰ্য কৰি এগৰাকী সফল খেতিয়ক হিচাপে চিনাকী দিব পাৰিছে মুন্নাফ আলীয়ে। বৰ্তমান কৃষিকাৰ্যৰে আৰ্থিকভাৱে স্বাৱলম্বী হ’বলৈ সক্ষম হোৱা মুন্নাফ আলীয়ে গোৰশ্বৰ মহাবিদ্যালয়ৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰাৰ পিছত চাকৰিৰ বাবে চৰকাৰী অফিচে – অফিচে ঘুৰি নুফুৰি কৃষি কৰ্মৰ সৈতে নিজকে জৰিত কৰালে আৰু তাৰ সুফল তেওঁ পোৱাই নহয় সমাজৰ আন দহজনকো নিদৰ্শণ দাঙি ধৰিবলৈ সক্ষম হৈছে। পিতৃৰ আঙুলিত ধৰি শৈশৱৰ পৰা কৃষি কৰ্ম কৰি ভাল পোৱা মুন্নাফ সম্প্ৰতি এজন আদৰ্শ খেতিয়ক ৷

তেওঁ সততে বজাৰত পোৱা ৰাসায়নিক সাৰ প্ৰয়োগ নকৰি কৃষিভূমিত জৈৱিকসাৰ প্ৰয়োগ কৰিছে। তেওঁ ২০১৮ চনৰ পৰা ষ্ট্ৰবেৰী খতি কৰিবলৈ আৰম্ভ কৰে। উল্লেখযোগ্য যে বছৰি প্ৰায় চল্লিশ -পঞ্চাশ  হাজাৰ টকা খৰচ কৰি উৎপাদন কৰা ষ্ট্ৰবেৰী বিক্ৰী কৰি তেওঁৰ লাভ কৰিছে প্ৰায় পাঁচলাখ টকা। ষ্ট্ৰবেৰী খেতিৰে তেওঁ অসম চৰকাৰৰ কৃষি বিভাগৰ পৰা শ্ৰেষ্ঠ খেতিয়কৰো সন্মান লাভ কৰিছে। ঠিক তেনেদেৰে বগৰী খেতিৰো পৰা লাভৱান হ’ব পাৰিব বুলি আশা কৰিছে মুন্নাফে।

সেয়েহে মুন্নাফে ভাৱে যে চাকৰি কৰাতকৈ তেওঁ খেতি কৰি নিজৰ লগতে পৰিয়ালৰ ভাত মোকলাব। উল্লেখ্য যে তেওঁ এইবাৰো নতুনকৈ ষ্ট্ৰেৱেৰী খেতি কৰিছে আৰু ফল ভাল আহিলে বজাৰত সিমানে লাভবান হ’ব পাৰিব। তেওঁ বৰ্তমান চাৰিটা প্ৰজাতিৰ বগৰী খেতিও কৰিছে। যি বগৰীৰ বজাৰত ষথেষ্ঠ চাহিদা সেয়েহে মুন্নাফ আলীৰ কৃষি ভূমিত উৎপাদিত বগৰীয়ে হওঁক বা ষ্ট্ৰবেৰীয়ে হওঁক মহানগৰী গুৱাহাটী , ৰঙিয়া, মংগলদৈ আদিৰ বজাৰত ষথেষ্ঠ চাহিদা।

উৎপাদনতকৈ বেছি চাহিদা থকাৰ পিছতো কেতিয়াবা তেওঁ সামগ্ৰী দিব নোৱাৰা হৈ যায়। কৃষিকৰ্মেৰে আত্মসংস্থাপনৰ বাট দেখা মুন্নাফ আলী এতিয়া দুগুণ উৎসাহেৰে কৃষি কৰ্মত নিজকে নিয়োজিত কৰিছে। একেদেৰে তেওঁৰ আনকেবাজনো বন্ধুকো তেওঁ কৃষি কৰ্মৰ সৈতে জৰিত কৰিবলৈ সক্ষম হৈছে। তাৰ ভিতৰত কামৰূপ জিলাৰ দুমনীচ’কীৰ দিলদাৰ আলীও এক উদাহৰণ।

আনকি লকডাউনৰ পূৰ্বে ট্ৰেভেল ব্যৱসায়ৰ সৈতে জৰিত থকা মুন্নাফৰ ভাতৃ আব্দুল গনিকো বৰ্তমান কৃষি কৰ্মৰে জৰিত কৰাইছে। গুৱাহাটীত ট্ৰেভেল ব্যৱসায় কৰি থকা ভাতৃ আব্দুল গনিয়েও এতিয়া কৃষি কাৰ্যৰে স্বাবলম্বী হোৱাৰ সপোন ৰচিছে। কৰ্মবিমুখতাৰে বিপৰীতে মুন্নাফ আলীৰ দৰে ৰাজ্যখনৰ আন দহজন শিক্ষিত যুৱক-যুৱতীয়েও কষি কৰ্মৰ সৈতে নিজকে জৰিত কৰাই আগবাঢ়ি আহিলে হয়তো নিবনুৱা সমস্যা ৰাজ্যখনত বহু পৰিমাণে কমি যাব বুলি বিশ্বাস কৰে মুন্নাফ আলীয়ে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: farmingGoreswarStrawberry
publisher

publisher

Related Posts

Gahpur:শংকৰ জন্মোৎসৱৰ শোভাযাত্রাত অংশগ্রহণ দুখন গাঁৱৰ মুছলমান সমাজৰ
Assam

September 22, 2026
Nagaon:নগাঁও জিলা আয়ুক্ত পদৰ পৰা অব্যাহতি লোৱাৰ পূৰ্বে একাংশ মণ্ডলক তিনিবাৰকৈ বদলিৰ তথ্য ফাদিল: ব্যাপক প্রতিক্ৰিয়াৰ সৃষ্টি
News

Nagaon:মছজিদত নির্বাচনী সভা বিজেপি প্রার্থীৰ বিৰুদ্ধে আচৰণ বিধি ভংগৰ অভিযোগ

September 22, 2026
GAUHATI HIGH COURT:অসমত বিদেশী ঘোষিত লোকেও লাভ কৰিলে ভাৰতীয় পাছপ’ৰ্ট
Assam

GAUHATI HIGH COURT:অসমত বিদেশী ঘোষিত লোকেও লাভ কৰিলে ভাৰতীয় পাছপ’ৰ্ট

September 22, 2026
IPL Gambling:আইপিএল জুৱাৰ ছিণ্ডিকেটৰ কাণ্ডাৰী দ্বীপেশ বাজোৰিয়াক অৱশেষত গ্ৰেপ্তাৰ ইডিৰ
Assam

IPL Gambling:আইপিএল জুৱাৰ ছিণ্ডিকেটৰ কাণ্ডাৰী দ্বীপেশ বাজোৰিয়াক অৱশেষত গ্ৰেপ্তাৰ ইডিৰ

September 22, 2026
মাহৰ পাছত মাহ ৰেচন নোলোৱা গ্ৰাহকৰ কাৰ্ড হ’ব পাৰে নিষ্ক্ৰিয়!
India

September 21, 2026
শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!
Entertainment

শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

September 21, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d