Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    উত্তৰ-পূব সীমান্ত ৰেলৱেৰ মহাপ্ৰবন্ধক শ্রীবাস্তৱৰ দ্বাৰা ছাইৰাং ৰেল ষ্টেছন

    তেজপুৰৰ মিছন চাৰিআলিৰ উৰণীয়া সেতুৰ নিৰ্মাণ: ঠিকাদাৰ প্ৰতিষ্ঠানৰ মইমতালিয়ে বিপদত পেলাইছে সৰ্বসাধাৰণক

    খুমটাইত পঞ্চায়ত-বিধায়কৰ প্ৰতি আস্থাহীনতা, নিজ ধনেৰে পথ মেৰামতি নভেটাৰ ৰাইজৰ

    পাঁচ হেজাৰ টকাৰ সামগ্ৰীৰ বিপৰীতে ৩৯ হেজাৰ টকা আদায়

    স্থাপন নোহোৱা বহিঃৰাজ্যৰ শিক্ষানুষ্ঠানৰ পৰা ডিগ্ৰী সংগ্ৰহৰ তথ্য

    ৩০ৰো অধিক গোচৰত ত্রাহি মধুসূদন সুঁৱৰিছে উত্তৰ কামপীঠ মহাবিদ্যালয়ে

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

    ‘পাকিস্তান জিন্দাবাদ’ ধ্বনি দি বিতৰ্কত আয়ুষ্মান: অৱশেষত মুখ খুলিলে অভিনেতাই

    পুনৰ আহিব আৰিয়ান খানৰ ‘দ্য বেছ অৱ বলিউদ ২’

    কৰীনাই ক্ৰেচ ডায়েট ভাল নাপায়, টাইমুৰৰ জন্মৰ পিছত কেনেকৈ কমি গ’ল অভিনেত্ৰীগৰাকীৰ ওজন?

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    মানসিক চাপে মনটোৱেই নহয়, শৰীৰতো যথেষ্ট প্ৰভাৱ পেলায়

    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home COVID-19

কৰ’নাৰ প্রতিষেধক লােৱাৰ পাছত নৰ’ৱেত মৃত্যু ২৩ জনৰ

publisher by publisher
January 17, 2021
in COVID-19, News
Reading Time: 1 min read
0
কৰ’নাৰ প্রতিষেধক লােৱাৰ পাছত নৰ’ৱেত মৃত্যু ২৩ জনৰ
2
SHARES
15
VIEWS
ShareShareShareShare

RelatedPosts

আমেৰিকাত নতুনকৈ ত্রাস সৃষ্টি কৰিছে ক’ভিডে

তীব্ৰ গৰমত ইউৰোপত মৃত্যু আঠ জন!

ক’ভিড ভেকচিনৰ ফলত বৃদ্ধি পাইছে নেকি অকাল মৃত্যু?

সমগ্ৰ ভাৰতত শনিবাৰৰ পৰা আৰম্ভ হৈছে কৰনাৰ টিকাকৰণ। অতি উৎসাহ-উদ্যমেৰে ভাৰতত এই টিকাকৰণ আৰম্ভ হােৱাৰ সময়ত নৰৱেৰ পৰা পােৱা গ’ল এক উদ্বেগজনক খবৰ। ইউৰােপৰ দেশখনত ইতিমধ্যেই কৰনাৰ প্রতিষেধক সাধাৰণ লােকৰ শৰীৰত প্ৰয়ােগ কৰা হৈছিল। কিন্তু প্রতিষেধক প্রথমটো পালি গ্ৰহণ কৰাৰ পাছতে দেশখনত এই পর্যন্ত ২৩ জন লােকৰ মৃত্যু হােৱাৰ তথ্য পােৱা গৈছে।

ADVERTISEMENT

লক্ষ্যণীয়ভাৱে মৃত্যুমুখত পৰা সকলােৰে বয়স ৮০ বছৰৰ অধিক। ইয়াৰ উপৰি আন বহুতাে অশীতিপৰ লােক টিকাকৰণৰ পাছতে অসুস্থ হৈ পৰিছে। যাৰ বাবে সমগ্ৰ নৰৱেত এতিয়া প্রতিষেধক আতংকৰ সৃষ্টি হৈছে। অৱশ্যে দেশখনত ফাইজাৰ প্রতিষেধকক কেন্দ্ৰ কৰিহে বিতর্ক সূচনা হৈছে। ভাৰতত দিয়া হৈছে ছেম ইনষ্টিটিউটৰ ক’ভিশ্বিল্ড আৰু ভাৰত বায়’টেকৰ ক’ভেক্সিন। যােৱা ডিচেম্বৰৰ অন্তিম সপ্তাহৰ পৰাই নৰৱেত ফাইজাৰৰ টিকাকৰণ আৰম্ভ হৈছিল।জানুৱাৰীৰ প্রথম সপ্তাহতে দুজন স্বাস্থ্যকর্মীৰ মৃত্যুৰ বাতৰি আহে।

পৰৱৰ্তী সময়ত মৃত্যুৰ তালিকাখন ক্রমে ডাঙৰ হৈ অহাত নৰৱে চৰকাৰ সম্প্রতি চিন্তিত হৈ পৰিছে। ইতিমধ্যে মৃত্যু হােৱা ২৩ জন লােকৰ প্ৰতিটো বিষয় চালি-জাৰি চাইছে চিকিৎসকসকলে। অসুস্থ আৰু বয়স্কসকলে এই প্রতিষেধক লােৱাটো বিপজ্জনক বুলিয়ে আশংকা কৰা হৈছে। অৱশ্যে ফাইজাৰ প্ৰতিষেধকৰ বাবেই এই লােকসকলৰ মৃত্যু হােৱা বুলিও এই পর্যন্ত নিশ্চিতৰূপে ক’ব পৰা হােৱা নাই। তথাপি মৃতসকলৰ ভিতৰত ১৩ জন লােকৰ ক্ষেত্ৰতে আছিল ডায়েৰীয়া, জ্বৰ আৰু শ্বাস-প্রশ্বাসৰ দৰে উপসর্গ; যিবােৰ এই প্রতিষেধকৰে সাধাৰণ পার্শ্বপ্রতিক্রিয়াৰ উপসর্গ।

ইপিনে, মৃত্যু হােৱাসকলৰ উপৰি আৰু কমেও ন জন লােকৰ ক্ষেত্ৰত অত্যন্ত গুৰুতৰ পার্শ্বপ্রতিক্রিয়া দেখা গৈছে বুলি নৰৱেৰ মেডিচিন এজেন্সীয়ে। এই সকলৰ মাজত দেখা গৈছে এলাৰ্জিৰ লক্ষণ তথা জুৰ। ইয়াৰ উপৰি বহুতেই প্রতিষেধকৰ বেজি লােৱা স্থানত যন্ত্রণা হােৱাৰ অভিযােগাে কৰিছে। সম্প্রতি নৰৱে চৰকাৰে অশীতিপৰ লােকসকলক প্রতিষেধক দিয়াৰ ক্ষেত্ৰত সতর্ক হােৱাৰ নির্দেশ দিছে। জনােৱা হৈছে যে ইমান বেছি বয়সৰ লােকৰ ক্ষেত্ৰত প্রতিষেধক বিশেষ ফলদায়ক নহ’বও পাৰে। এই পর্যন্ত দেশখনৰ ৩০ হেজাৰ লােকে প্রতিষেধক প্রথম পালি গ্ৰহণ কৰিছে। ইফালে, পৰিস্থিতি দেখি ফাইজাৰাে কিছু সতর্ক হৈ পৰিছে। ইতিমধ্যেই ইউৰােপৰ বহু স্থানত প্রতিষেধক সৰবৰাহ তেওঁলােকে বন্ধ কৰিছে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Covid-19EuropeNorwaypfizerVaccine
publisher

publisher

Related Posts

ভাৰত-ম্যানমাৰ সীমান্তৰ নাগা নাগৰিকৰ নিৰাপত্তাক লৈ কেন্দ্ৰ-ৰাজ্য চৰকাৰক জৰুৰী পদক্ষেপৰ দাবী
India

October 1, 2026
উত্তৰ-পূব সীমান্ত ৰেলৱেৰ মহাপ্ৰবন্ধক শ্রীবাস্তৱৰ দ্বাৰা ছাইৰাং ৰেল ষ্টেছন
Assam

উত্তৰ-পূব সীমান্ত ৰেলৱেৰ মহাপ্ৰবন্ধক শ্রীবাস্তৱৰ দ্বাৰা ছাইৰাং ৰেল ষ্টেছন

October 1, 2026
তেজপুৰৰ মিছন চাৰিআলিৰ উৰণীয়া সেতুৰ নিৰ্মাণ: ঠিকাদাৰ প্ৰতিষ্ঠানৰ মইমতালিয়ে বিপদত পেলাইছে সৰ্বসাধাৰণক
Assam

তেজপুৰৰ মিছন চাৰিআলিৰ উৰণীয়া সেতুৰ নিৰ্মাণ: ঠিকাদাৰ প্ৰতিষ্ঠানৰ মইমতালিয়ে বিপদত পেলাইছে সৰ্বসাধাৰণক

October 1, 2026
খুমটাইত পঞ্চায়ত-বিধায়কৰ প্ৰতি আস্থাহীনতা, নিজ ধনেৰে পথ মেৰামতি নভেটাৰ ৰাইজৰ
Assam

খুমটাইত পঞ্চায়ত-বিধায়কৰ প্ৰতি আস্থাহীনতা, নিজ ধনেৰে পথ মেৰামতি নভেটাৰ ৰাইজৰ

October 1, 2026
পাঁচ হেজাৰ টকাৰ সামগ্ৰীৰ বিপৰীতে ৩৯ হেজাৰ টকা আদায়
Assam

পাঁচ হেজাৰ টকাৰ সামগ্ৰীৰ বিপৰীতে ৩৯ হেজাৰ টকা আদায়

October 1, 2026
স্থাপন নোহোৱা বহিঃৰাজ্যৰ শিক্ষানুষ্ঠানৰ পৰা ডিগ্ৰী সংগ্ৰহৰ তথ্য
Assam

স্থাপন নোহোৱা বহিঃৰাজ্যৰ শিক্ষানুষ্ঠানৰ পৰা ডিগ্ৰী সংগ্ৰহৰ তথ্য

October 1, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d