সম্পূৰ্ণ এমাহ ধৰি তিনিচুকীয়াৰ জানমুখৰ চৰকাৰী ভূমিত অস্থায়ী শিবিৰ পাতি প্ৰতিবাদ সাব্যস্ত কৰাৰ পাছতো চৰকাৰে কোনো গুৰুত্ব প্ৰদান নকৰাত উপায়ুক্তৰ কাৰ্য্যালয়ত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে টিএমপিকে তিনিচুকীয়া জিলা সমিতিৰ লগতে লাইকা দধীয়াবাসীয়ে ।
ADVERTISEMENT

অতিশীঘ্ৰে লাইকা দধীয়াবাসীক পুনৰ সংস্থাপনৰ ব্যৱস্থা নকৰিলে তীব্ৰ আন্দোলনৰো হুংকাৰ লাইকা দধীয়াবাসীৰ ।






























