Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    স্বামীক হত্যাৰ গোচৰত পত্নী মুছকান আৰু প্ৰেমিক ছাহিল শুক্লাক ফাঁচীৰ শাস্তি

    ব্রিটেইনৰ বিত্তীয় নীতিক লৈ উত্থাপিত প্রশ্ন, লিভিংষ্টন ভাতৃদ্বয়ৰ মনাকোত বসতি স্থাপন

    ‘ছাইফনিং’ পদ্ধতিৰে হিমবাহ হ্ৰদৰ জলস্তৰ কমালে ভূটানে

    দেশে-বিদেশে চর্চালৈ নেহা বৰাৰ ‘ৱান পিচ’ লিখা টি-শ্বার্ট

    কুম্ভমেলাৰ স্থানৰ কাষতে ভূগর্ভস্থ পানীত কৰ্কটৰ ‘বিষ’

    কৃত্ৰিম উপগ্ৰহৰ তথ্যঃ ভয়ংকৰ ভৱিষ্যতৰ আগজাননী!

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    বিজয় সালগাঁওকাৰৰ বক্স অফিচ মেজিক: দৃশ্যম ৩ৰ দ্বিতীয় শনিবাৰে ধুমুহাৰ সৃষ্টি, সিংহাম এগেইনৰ অভিলেখ ভংগ

    AI-ৰ নিৰ্মিত বিভ্ৰান্তিকৰ-আপত্তিজনক কনটেণ্ট আঁতৰোৱাৰ দাবীত দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ কংগনা ৰনৌত

    নানা পাটেকৰৰ বিয়োগত শোকস্তব্ধ বিনোদন জগত

    মৃত্যুৰ মাত্ৰ চাৰি দিন পূৰ্বে মঞ্চত নানা পাটেকৰ, কৈছিল—‘এদিন সকলোৱেই গুচি যাব লাগিব…’

    বক্স অফিচত মুক্তিৰ দিনাই চমক ‘দৃশ্যম-৩’ৰঃ ৫০ কোটি টকাৰ ব্যৱসায়

    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    কোঠাত প্ৰৱেশৰ লগে লগে পাহৰি যায় কি প্রয়োজনত আহিছিল

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    গেছ চিলিণ্ডাৰ কিনিবলৈ ৬০০ টকালৈকে মাইক্র’ লোন, ১০০ টকাকৈ সাপ্তাহিক কিস্তি

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home Health

ছাল সোটোৰা পৰা আৰু ছাল ফটা নিৰাময় কৰা ঘৰুৱা উপায়

publisher by publisher
March 2, 2021
in Health, Lifestyle
Reading Time: 1 min read
0
ছাল সোটোৰা পৰা আৰু ছাল ফটা নিৰাময় কৰা ঘৰুৱা উপায়
14
SHARES
135
VIEWS
ShareShareShareShare

RelatedPosts

ৰুক্ষতা আঁতৰাই কোমল ছালৰ আশ্বাস দিয়া স্কোৱালেন

ছ’চিয়েল মিডিয়াৰ ট্ৰেণ্ডত সোমাই ছালৰ যত্ন লয় নেকি?

প্ৰসাধন সামগ্ৰীৰ প্ৰয়োজন নাই, এই তিনি টিপছৰ দ্বাৰা ঘৰতে কৰিব পাৰিব দাগমুক্ত ছাল

ছাল ফটা নিৰাময় কৰা ঘৰুৱা উপায়

ADVERTISEMENT

★বকুল ফুলৰ গুৰিৰ লগত মহৰ দৈ আৰু মহৰ গাখীৰৰ পৰা তৈয়াৰ কৰা মাখন একেলগে মিহলি কৰি ডাঠ মলমৰ দৰে প্ৰস্তুত কৰিব লাগে ইয়াৰ পাছত গাৰ ছালত লাহে লাহে হানিব লাগে। এনে কৰিলে গাৰ ছাল নিমজ আৰু উজ্জ্বল হয় লগতে গাৰ ছাল ফটা নাইকিয়া হয়।

★গোল নেমুৰ ৰস ২৫ গ্ৰাম নিতৌ ৰাতিপুৱা খালি পেটত খোৱাৰ উপৰিও নেমু এটা দুটুকুৰাকৈ ফালি গাৰ ছালত লগাব লাগে।

★কেঁচা হালধীৰ ৰস বিশ গ্ৰামকৈ খোৱাৰ উপৰিও কেঁচা হালধি খুন্দি ৰাতি হোৱাৰ আগতে ছালত লগাব লাগে। এনে কৰিলে ছালৰ ৰং উজ্জ্বল হয়।

★আমলখি এই ক্ষেত্ৰত বহু উপকাৰী দিনটোত পাৰিলে ১০/১২ মান খাব লাগে। গুৰুহা যদি ফাটে তেন্তে চতীয়না গছৰ ছালৰ আঠা ফটা অংশত লগাব লাগে। এনে কৰিলে গুৰুহা ফটা বন্ধ হয়।

ছাল সোটোৰা পৰিলে ঘৰতে কেনেদৰে ভাল কৰিব ?

★কেঁচা আমলখি আঠ টা বা ১০টা মান খুন্দি লৈ গা, মোৰ, হাত আৰু ভৰি আদিত ঘঁহি আমলখিৰ ৰসেৰে গা ধুলে গাৰ ছাল নিমজ হয়। এনেদৰে কিছুদিন ব্যৱহাৰ কৰিলে অকালতে চুলি পকা আৰু চুলি সৰাও কমে লগতে আয়ুস বৃদ্ধি হয়।

★কেঁচা হালধি খুন্দি গাত ঘঁহিব লাগে লগতে হালধীৰ ৰস বিশ গ্ৰামকৈ ৰাতিপুৱা খালে গাৰ ছাল সোটোৰা পৰা ৰোগ নাইকিয়া হয় লগতে গাৰ ছাল নিমজ হৈ আহে।

★সুমথিৰা টেঙা ৰস বিশ গ্ৰামকৈ নাইবা গোল নেমুৰ ৰস বিশ গ্ৰামকৈ দৈনিক নিয়মিত ৰূপত খাব লাগে।

★জেতুকা পাতৰ ৰস হানিলেও বহু খিনি উপকাৰ পোৱা যায়। ই ছাল সতেজ আৰু নিমজ আৰু ছালৰ বিভিন্ন ৰোগৰ পৰা দূৰ কৰি ৰাখে।

★পকা আমৰ ৰস গাখীৰৰ লগত মিহলি কৰি সময় পালেই খাব লাগে। এনে কৰিলে ছালৰ কোষ বিলাক সুস্থ হয় আৰু ছাল সুতুৰা পৰা ৰোগ দূৰ হয়।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: skin care
publisher

publisher

Related Posts

কোঠাত প্ৰৱেশৰ লগে লগে পাহৰি যায় কি প্রয়োজনত আহিছিল
Lifestyle

October 10, 2026
শেৱালি ফুলৰো আছে ঔষধি গুণ
Lifestyle

শেৱালি ফুলৰো আছে ঔষধি গুণ

October 4, 2026
গেছ চিলিণ্ডাৰ কিনিবলৈ ৬০০ টকালৈকে মাইক্র’ লোন, ১০০ টকাকৈ সাপ্তাহিক কিস্তি
Lifestyle

গেছ চিলিণ্ডাৰ কিনিবলৈ ৬০০ টকালৈকে মাইক্র’ লোন, ১০০ টকাকৈ সাপ্তাহিক কিস্তি

October 4, 2026
ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?
Lifestyle

ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

September 28, 2026
হাতৰ জোৰাৰ ক’লা দাগ
Lifestyle

হাতৰ জোৰাৰ ক’লা দাগ

September 25, 2026
শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে
Lifestyle

শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

September 21, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d