Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    হৰমুজত পুনৰ তেলবাহী জাহাজত আক্ৰমণ, সন্ধানহীন দুই ভাৰতীয় নাবিক

    লণ্ডনৰ পূজাত আকাশবাণীৰ শতবর্ষ উদ্যাপন

    লণ্ডনৰ পূজাত আকাশবাণীৰ শতবর্ষ উদ্যাপন

    চমকি উঠিল অস্ত্রোপচাৰ কৰা চিকিৎসক, যুৱকৰ শৰীৰত উদ্ধাৰ নাৰীৰ অংগ

    আন্দোলন গঢ়ি তুলি মোদী চকুৰ কুটা দাঁতৰ শূলত পৰিণত

    ‘ভোট চুৰি’, এছ আই আৰ বন্ধ আৰু মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত ‘দিল্লী চলো—মাৰ্চ ফৰ ডেম’ক্ৰেচি’

    বার্মিজ চুপাৰি জব্দৰ এটা ঘটনাতে ৪০৯ কোটি টকাৰ শুল্ক লোকচানৰ তথ্য

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    AI-ৰ নিৰ্মিত বিভ্ৰান্তিকৰ-আপত্তিজনক কনটেণ্ট আঁতৰোৱাৰ দাবীত দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ কংগনা ৰনৌত

    নানা পাটেকৰৰ বিয়োগত শোকস্তব্ধ বিনোদন জগত

    মৃত্যুৰ মাত্ৰ চাৰি দিন পূৰ্বে মঞ্চত নানা পাটেকৰ, কৈছিল—‘এদিন সকলোৱেই গুচি যাব লাগিব…’

    বক্স অফিচত মুক্তিৰ দিনাই চমক ‘দৃশ্যম-৩’ৰঃ ৫০ কোটি টকাৰ ব্যৱসায়

    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

    ‘পাকিস্তান জিন্দাবাদ’ ধ্বনি দি বিতৰ্কত আয়ুষ্মান: অৱশেষত মুখ খুলিলে অভিনেতাই

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    কোঠাত প্ৰৱেশৰ লগে লগে পাহৰি যায় কি প্রয়োজনত আহিছিল

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    গেছ চিলিণ্ডাৰ কিনিবলৈ ৬০০ টকালৈকে মাইক্র’ লোন, ১০০ টকাকৈ সাপ্তাহিক কিস্তি

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home Health

আধুনিক মহামাৰীৰ ৰূপত মানসিক হতাশা

publisher by publisher
March 14, 2021
in Health
Reading Time: 1 min read
0
আধুনিক মহামাৰীৰ ৰূপত মানসিক হতাশা
4
SHARES
39
VIEWS
ShareShareShareShare

RelatedPosts

কম বয়সতে মগজুৰ ষ্ট্ৰ’কত আক্ৰান্তৰ সংখ্যা বৃদ্ধি পাইছে কিয়?

নিশা হঠাৎ অসুস্থ হৈ পৰে বলীউডৰ জনপ্ৰিয় অভিনেতা গোবিন্দা

ফেটি লিভাৰৰ ঘৰুৱা প্ৰতিকাৰ

মানুহৰ মনটো পৰিস্থিতিৰ স’তে খাপ খুৱাবলৈ প্ৰতিটো ক্ষণতে পৰিৱৰ্তন হােৱাটো এক স্বাভাৱিক প্রক্রিয়া। মন আৰু মস্তিষ্কৰ মাজত ওতঃপ্রােত সম্পর্ক থকা বাবেই এই পৰিস্থিতি আৰু সময় সাপেক্ষে মানসিক অৱস্থাৰ পৰিৱৰ্তন হৈ থাকে। কেতিয়া এনে পৰিৱর্তন হয় বা হ’ব পাৰে তাৰ পূর্বানুমান কোনেও কৰিব নােৱাৰে। কিছুসময় আগলৈকে আনন্দিত হৈ থকা মনটো হঠাতেই কোনাে বিষয়ক কেন্দ্ৰ কৰি বিষাদগ্রস্ত হ’ব পাৰে। যিহেতু মানসিক কার্যসমূহ মস্তিষ্কৰ বিভিন্ন অংশই নিয়ন্ত্রণ কৰে সেয়েহে ইয়াত হােৱা ৰাসায়নিক পৰিৱৰ্তনৰ লগে লগে মানসিক অৱস্থাৰ পৰিৱৰ্তন হৈ থাকে আমাৰ সকলােৰে অজ্ঞাতে। এইটো সকলােৰে জ্ঞাত যে শৰীৰ আৰু মনৰ মাজত ভাৰসাম্য ৰক্ষা হ’লেহে মানসিক প্রশান্তি লাভ কৰাটো সম্ভৱ হয়। যেতিয়া কোনাে কাৰণত মানসিক অৱস্থাৰ পৰিৱৰ্তনৰ গ্রাফডাল তলফালে ঢাল খাবলৈ আৰম্ভ কৰে তেতিয়া মানসিক হতাশা আৰম্ভ হ’বলৈ ধৰে। অৱশ্যে এটা কথা ঠিক যে এই গ্রাফডাল কাল্পনিকহে। সাধাৰণতে এই অৱস্থাৰ কেবাটাও স্তৰ থাকে। কেতিয়াবা সামান্য আৰু আন কেতিয়াবা এই অৱস্থাই গভীৰ ৰূপ ধাৰণ কৰা দেখা যায়। যেতিয়া দুঃচিন্তা আৰু গভীৰ মানসিক সমস্যাই গা কৰি উঠে তেতিয়া যিকোনাে লােক ডিপ্রেচন বা হতাশাৰ চিকাৰ হ’ব পাৰে। এইখিনিতে এটা কথা স্পষ্ট কৰি দিব লাগিব যে কিছু সময়ৰ বাবে মনটো বেয়া লাগিলে বা অস্বস্থিত ভুগিলে তাক ডিপ্রেচন বা হতাশাত ভােগা বুলি আখ্যা দিয়া নহয়। মানসিক অৱস্থাৰ পৰিৱর্তনৰ ফলত যেতিয়া গ্রাফডাল দীর্ঘদিন ধৰি তলৰ ফালে গতি কৰি থাকে আৰু ই দুসপ্তাহৰ বেছি তেনেদৰে থাকিলে ডিপ্রেচন বা মানসিক হতাশাত আক্রান্ত হােৱা বুলি আখ্যা দিয়া হয়। এইখিনিতে উল্লেখ কৰিব পাৰি যে যেতিয়াৰে পৰা মানুহৰ বােধ শক্তি আৰম্ভ হয় তেতিয়াৰে পৰা মৃত্যুৰ আগমুহূৰ্তলৈকে কোনাে ব্যক্তি ডিপ্রেচনত ভােগাৰ আশংকা নুই কৰিব নােৱাৰি। মানসিক ভাৰসাম্যহীন অৱস্থাৰ পৰিণতিয়ে হ’ল ডিপ্রেচন। ডিপ্রেচন চাৰি প্ৰকাৰৰ— মাইল্ড,মডাৰেট চিভিয়াৰ আৰু চাইকোটিক। ডিপ্রেচনৰ কাৰণবােৰ জটিল আৰু চিকিৎসা বিজ্ঞানত বায়াে-চাইকো-ছ’চিয়েল মডেল’ হিচাপে আখ্যা দিয়া হয়।

ADVERTISEMENT

লক্ষণসমূহ

★সাময়িকভাৱে এদিন বা দুদিনৰ বাবে যদি কোনাে এগৰাকী ব্যক্তি মানসিকভাৱে ভাৰাক্রান্ত হয় তেতিয়া তেনে অৱস্থাক ডিপ্রেচন বা মানসিক হতাশা বুলি গণ্য কৰা নহয়। যেতিয়া একেৰাহে বিষাদগ্রস্ত হৈ থাকে তেতিয়াহে ডিপ্রেচন বা মানসিক হতাশাত আক্রান্ত হােৱা বুলি কোৱা হয়। কিছুমান বিশেষ লক্ষণৰ ওপৰত ভিত্তি কৰিহে এনে অৱস্থাৰ বলি হােৱা বুলি চিহ্নিত কৰিব পাৰি।

★যেতিয়া হতাশাত ভােগে তেতিয়া যিকোনাে লােকৰ টোপনিৰ ক্ষেত্ৰত কিছু পার্থক্য পৰিলক্ষিত হয়। কেতিয়াবা টোপনি বেছি হয় আৰু কেতিয়াবা একেবাৰেই নহয়। এনে মানসিক ভাৰসাম্য অৱস্থাত ৰােগীয়ে অনুভৱ নকৰে টোপনি বেছি হৈছে নে কম হৈছে, অন্য লােকেহে যদি ভালদৰে লক্ষ্য কৰে তেতিয়াহে অনুমান কৰিব পাৰে।সাধাৰণতে এনে অৱস্থাৰ বলি হ’লে আক্রান্ত লােকজনৰ খােৱা-বােৱাৰ প্রতি অনীহা জন্মিবলৈ ধৰে। আনকি খাবলৈ মন নকৰে বাবে ক্ষীণাবলৈ আৰম্ভ কৰে। সময়মতে আৰু উপযুক্তভাৱে আহাৰ গ্ৰহণ নকৰা বাবে কিছুমানৰ শৰীৰৰ ওজন হ্রাস পায়।

★দৈনন্দিন জীৱনত দেখা যায় যে সকলােবােৰ কামতে জঠৰতা আছে। কোনাে এটা কাম সম্পাদন কৰােতে স্বাভাৱিক অৱস্থাত যিমান সময়ৰ প্রয়ােজন হয় ডিপ্রেচনত ভােগাৰ পাছত সেই কামটো কৰিবলৈ যথেষ্টসময়ৰ প্রয়ােজন হ’ব পাৰে। আনকি চাপ বেছি হ’লে চিন্তা-ভাবনা কৰিবলৈকেও বেছি সময় লাগে।

★আক্রান্ত লােকৰ দৈনন্দিন জীৱন যাত্ৰাত কেতিয়াবা সামান্য কথাতে খং উঠে। এনে লােকে সাধাৰণতে আনৰ কথা ভাবিলৈ মন নকৰে।

★আক্রান্তজনে প্রায়েই অসহায় বােধ কৰিবলৈ ধৰে। যিমানেই হতাশা গভীৰ হয় সিমানেই নিঃসংগ জীৱন-যাপন কৰাৰ প্রতি আগ্রহী হয়।

★তেনে মনােভাব গ্রহণ কৰা বাবেই প্রতিক্ষেত্রতে মাথােন আক্রান্ত লােকজনে নেতিবাচক দিশহে বিচাৰি পায়। এনে ব্যক্তিয়ে নিজৰ অনিষ্ট সাধন কৰিবলৈ চেষ্টা কৰে।

★কেতিয়াবা আনকি কিছুমানে আত্মহত্যাৰ দৰে চৰম সিদ্ধান্ত গ্রহণ কৰে। এনে ধৰণৰ লক্ষণ। ফুটি উঠাৰ পাছত নিজৰ লগতে সমান্তৰালভাৱে বৃত্তিৰ উপৰি সমাজৰাে সমানেই ক্ষতি হয়।

★এনে ধৰণৰ লক্ষণ ফুটি উঠাৰ লগে লগে যদি এগৰাকী মনােৰােগ বিশেষজ্ঞ ওচৰলৈ পৰামর্শ গ্রহণ বাবে নিয়া হয় তেতিয়া হলে আক্রান্ত ব্যক্তিয়ে অন্তিম পর্যায়ত উপনীত হােৱাৰ আশংকা নাথাকে। এইখিনিতে উল্লেখ কৰিব লাগিব যে ব্যক্তিবিশেষে ৰােগৰ লক্ষণ বেলেগ বেলেগ হ’ব পাৰে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: DepressionHealth
publisher

publisher

Related Posts

Onion prices rise:ৰাষ্ট্ৰীয় গড় পৰিমাণতকৈ অসমত ২০ টকাৰো অধিক হৈছে পিঁয়াজৰ খুচুৰা মূল্য
Bussiness

Onion prices rise:ৰাষ্ট্ৰীয় গড় পৰিমাণতকৈ অসমত ২০ টকাৰো অধিক হৈছে পিঁয়াজৰ খুচুৰা মূল্য

August 25, 2026
Habit of biting nails:নখ কামোৰাৰ অভ্যাস, এই অভ্যাসে আপোনাৰ বহু দিশত গুৰুতৰ ক্ষতি কৰে
Health

August 13, 2025
GYM For Older People:৬০ৰ পাছতো যাব পাৰে জিমলৈ !
Assam

GYM For Older People:৬০ৰ পাছতো যাব পাৰে জিমলৈ !

July 19, 2025
Sudden Increase in deaths among youth: যুৱকৰ মাজত আকস্মিক মৃত্যু বৃদ্ধিৰ আঁৰত

July 8, 2025
ছালৰ যত্নত ভিটামিন চি’ ৰ গুৰুত্বপুৰ্ণ
Health

ছালৰ যত্নত ভিটামিন চি’ ৰ গুৰুত্বপুৰ্ণ

April 8, 2025
Basil পুৱাৰ চাহ কাপত দি খাওক তুলসীৰ পাত !
Health

Basil পুৱাৰ চাহ কাপত দি খাওক তুলসীৰ পাত !

February 26, 2025
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d