Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Indo-Bangla Border:ভাৰত-বাংলাদেশ সীমান্তৰ চাহাদ গণত মহানগৰ আৰক্ষীৰ অভিযানত বৃহৎ চুৰি চক্ৰৰ ঘাটি উৎখাত

    Bongaigaon:বঙাইগাঁও জংচনত মানৱ সৰবৰাহকাৰীৰ কবলৰ পৰা উদ্ধাৰ ৩ শিশু, ৪ মহিলা সহ ১৩ জন লোকক

    চীনত বিশ্বৰ ভিতৰতে সৰ্বাধিক ৬৬.৪ কোটি লোক পৰোক্ষ ধূমপানৰ দ্বাৰা প্ৰভাৱিত হৈছে

    Nalbari:নলবাৰী আৰক্ষীৰ জালত ৰোলাৰ চোৰ

    Nalbari:নলবাৰী আৰক্ষীৰ জালত ৰোলাৰ চোৰ

    Insurance of livestock:ৰাজ্যত প্ৰথমবাৰৰ বাবে হ’ব পশুধনৰ বীমা কেন্দ্ৰীয় চৰকাৰে মুকলি কৰিলে পুঁজি

    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    ১১ কেজি ওজন বাঢ়িছে, সন্তানৰ অপেক্ষাত ছামান্থা

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    ২০২৬ ৰ আটাইতকৈ লাভজনক ছবি নহয় ‘ধুৰন্ধৰ ২’, নিৰ্মাণ ব্যয়ৰ তুলনাত ২০ গুণতকৈও অধিক আয় ‘হনুমান আনছা’ৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    সাৱধান, এই ভুলৰ বাবে আপোনাৰ ইউটিউব চেনেল বন্ধ হৈ যাব পাৰে

    পুৰণি কাপোৰত নতুন সপোন, সৃষ্টিশীলতাৰে স্বাৱলম্বী নাৰী

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    হঠাতে গেছৰ গোন্ধ বা শিখাৰ পৰিৱৰ্তন? ৰেগুলেটৰত এই চিন দেখা পালে সাৱধান হওক

    সাগৰৰ পানীৰে ৪৮শ কিলোমিটাৰ যাত্ৰাৰ পাছতো অক্ষত থাকে

    ভ্রাতৃৰ সোঁ হাততে কিয় ৰাখী পিন্ধোৱা হয়?

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News

উত্তৰাখণ্ডৰ মুখ্যমন্ত্ৰীৰ মন্তব্যৰ পাছত টুইটাৰত “#rippedjeans”ৰ বান

publisher by publisher
March 18, 2021
in India, News
Reading Time: 1 min read
0
উত্তৰাখণ্ডৰ মুখ্যমন্ত্ৰীৰ মন্তব্যৰ পাছত টুইটাৰত “#rippedjeans”ৰ বান
5
SHARES
47
VIEWS
ShareShareShareShare

RelatedPosts

উত্তৰাখণ্ডত চাৰিমাহত তৃতীয় মুখ্যমন্ত্ৰী, আজি পুষ্কৰ সিঙৰ শপত

তীৰ্থ যাত্ৰা বাতিল কৰিলে উত্তৰাখণ্ড চৰকাৰে

উত্তৰাখণ্ডত হিমবাহ বিস্ফোৰণ, মৃত্যু আঠ, ছয় সংকটজনক

উত্তৰাখণ্ডৰ মুখ্যমন্ত্ৰী তিৰথ সিং ৰাৱটৰ ৰিপ জিন্স সন্দৰ্ভত কৰা এটা বিতৰ্কিত মন্তব্যৰ বিৰুদ্ধে সম্প্ৰতি মহিলাসকলে ক্ৰেপ ডেনিম পৰিধান কৰা ছবিৰে সামাজিক মাধ্যম ওপচাই পেলাইছে । মংগলবাৰে দেহৰাদুনত উত্তৰাখণ্ড ৰাজ্যিক কমিছন শিশু অধিকাৰ ৰক্ষকৰ দ্বাৰা আয়োজিত এখন কৰ্মশালাত মুখ্যমন্ত্ৰী ৰাৱটে এই মন্তব্য কৰে ।

ADVERTISEMENT

মুখ্যমন্ত্ৰী ৰাৱটে কয় যে, তেওঁ ফ্লাইটত দুটি শিশুৰ স’তে এগৰাকী মহিলাক লগ পাইছিল আৰু মহিলাগৰাকীয়ে ৰিপ জিন্স পৰিধান কৰি আছিল । মহিলাগৰাকীয়ে কয় যে তেওঁৰ এটা এনজিঅ’ আছে । মহিলাগৰাকীয়ে সমাজৰ বাবে যি উদাহৰণ দাঙি ধৰিছে তাক লৈ তেওঁ উদ্বিগ্ন ।

মুখ্যমন্ত্ৰীগৰাকীয়ে কয়, ‘এনে ধৰণৰ মহিলাই যদি সমাজত ওলাই যায় মানুহক লগ কৰে তেওঁলোকৰ সমস‌্যা সমাধান কৰিবৰ বাবে, তেওঁলোকে সমাজত, শিশুসকলৰ ওপৰত কেনে ধৰণৰ প্ৰভাৱ পেলাইছে ?’

তেওঁ ‘উদং আঠু’ৰ প্ৰতি বিৰক্তি প্ৰকাশ কৰি কয়, ‘কেঁচিৰে সংস্কাৰ – উদং আঠু দেখুৱাই, ফটা জিন্স পৰিধান কৰি ধনী ল’ৰা-ছোৱালীৰ দৰে দেখা – সম্প্ৰতি এইবোৰতে অধিক গুৰুত্ব আৰোপ কৰা হয় । ঘৰৰ পৰা নহয় যদি, ক’ৰ পৰা আহিছে এইবোৰ ?’

সামাজিক মাধ্যমত মন্তব্যটোৱে তাৎক্ষণিক প্ৰতিক্ৰিয়া লাভ কৰিছে । কংগ্ৰেছৰ নেতা সঞ্জয় ঝাই টুইট কৰে, ‘#rippedjeans পৰিধানে আমাৰ সংস্কৃতি ধ্বংস কৰিছে । ই লাঞ্ছনাৰ পথ মুকলি কৰে আৰু এখন সমাজ ধ্বংস কৰে । মহিলাসকলে আমাৰ ধৰ্মীয় ৰীতি নীতিৰ বিৰোধী এই সংস্কাৰৰ পৰা আঁতৰি থাকিব লাগে ।’

Wearing “#rippedjeans” destroys our culture, it seems. It leads to substance abuse. And a societal breakdown. Women should strictly avoid this sacrilege against our pristine customs, says Uttarakhand CM.

Dear BJP, this is your CM Tirath Singh Rawat: Do you endorse this? pic.twitter.com/9pGQdkxZKp

— Sanjay Jha (@JhaSanjay) March 17, 2021

এই মন্তব্যৰ বিৰোধিতা কৰি জনপ্ৰিয় অভিনেত্ৰী গুল পনাঙে #rippedjeans” লিখি ৰিপড জিন্স পৰিধান কৰি টুইট কৰে ।

#RippedJeansTwitter pic.twitter.com/zwitZiIE9k

— Gul Panag (@GulPanag) March 17, 2021

https://twitter.com/priyankac19/status/1372408108090228736?ref_src=twsrc%5Etfw%7Ctwcamp%5Etweetembed%7Ctwterm%5E1372408108090228736%7Ctwgr%5E%7Ctwcon%5Es1_c10&ref_url=https%3A%2F%2Fwww.ndtv.com%2Foffbeat%2Frippedjeanstwitter-trends-in-response-to-uttarakhand-chief-ministers-comments-2393294

#RippedJeansTwitter pic.twitter.com/321UKRqvTY

— Simran Kaur Mundi (@SimrankMundi) March 17, 2021

Hell yeah! #RippedJeansTwitter pic.twitter.com/cOeQGE590U

— ruchi kokcha (@ruchikokcha) March 17, 2021

#RippedJeansTwitter
Throwback pic.twitter.com/PHLuARWMyg

— Gauri Chadha (@gauri_chadha) March 17, 2021

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Tirath Singh Rawat
publisher

publisher

Related Posts

Indo-Bangla Border:ভাৰত-বাংলাদেশ সীমান্তৰ চাহাদ গণত মহানগৰ আৰক্ষীৰ অভিযানত বৃহৎ চুৰি চক্ৰৰ ঘাটি উৎখাত
Assam

September 9, 2026
Bongaigaon:বঙাইগাঁও জংচনত মানৱ সৰবৰাহকাৰীৰ কবলৰ পৰা উদ্ধাৰ ৩ শিশু, ৪ মহিলা সহ ১৩ জন লোকক
Assam

Bongaigaon:বঙাইগাঁও জংচনত মানৱ সৰবৰাহকাৰীৰ কবলৰ পৰা উদ্ধাৰ ৩ শিশু, ৪ মহিলা সহ ১৩ জন লোকক

September 9, 2026
চীনত বিশ্বৰ ভিতৰতে সৰ্বাধিক ৬৬.৪ কোটি লোক পৰোক্ষ ধূমপানৰ দ্বাৰা প্ৰভাৱিত হৈছে
India

চীনত বিশ্বৰ ভিতৰতে সৰ্বাধিক ৬৬.৪ কোটি লোক পৰোক্ষ ধূমপানৰ দ্বাৰা প্ৰভাৱিত হৈছে

September 9, 2026
Nalbari:নলবাৰী আৰক্ষীৰ জালত ৰোলাৰ চোৰ
Assam

Nalbari:নলবাৰী আৰক্ষীৰ জালত ৰোলাৰ চোৰ

September 9, 2026
Insurance of livestock:ৰাজ্যত প্ৰথমবাৰৰ বাবে হ’ব পশুধনৰ বীমা কেন্দ্ৰীয় চৰকাৰে মুকলি কৰিলে পুঁজি
Assam

Insurance of livestock:ৰাজ্যত প্ৰথমবাৰৰ বাবে হ’ব পশুধনৰ বীমা কেন্দ্ৰীয় চৰকাৰে মুকলি কৰিলে পুঁজি

September 9, 2026
আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী
News

  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d