Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    নগেন ভৰালীৰ ‘মানুহৰ বাবে ‘ নামৰ কাব্য সংকলন উন্মোচন

    মুখ্যমন্ত্ৰীৰ সমষ্টিৰ ৰামছাৰাণী উন্নয়ন খণ্ড অঞ্চলত কাম নকৰাকৈয়ে আঁচনিৰ ধন উলিয়াই নিয়াৰ অভিযোগ ৰাইজৰ

    পৰ্যটকৰ বাবে সাজু  মতাপুং মাগুৰি বিল

    পৰ্যটকৰ বাবে সাজু  মতাপুং মাগুৰি বিল

    CJPৰ প্ৰতিবাদত মহিলা সাংবাদিকক যৌন হাৰাশাস্তিৰ অভিযোগ

    বিশ্বই হেৰুৱালে এশ কোটি ৫৬ লাখ হেক্টৰ ভূমিৰ বনাঞ্চল

    পুত্র-কন্যাক নেদেখাকৈয়ে জীৱন অৱসান ঘটাৰ আশংকা

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    বক্স অফিচত মুক্তিৰ দিনাই চমক ‘দৃশ্যম-৩’ৰঃ ৫০ কোটি টকাৰ ব্যৱসায়

    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

    ‘পাকিস্তান জিন্দাবাদ’ ধ্বনি দি বিতৰ্কত আয়ুষ্মান: অৱশেষত মুখ খুলিলে অভিনেতাই

    পুনৰ আহিব আৰিয়ান খানৰ ‘দ্য বেছ অৱ বলিউদ ২’

    কৰীনাই ক্ৰেচ ডায়েট ভাল নাপায়, টাইমুৰৰ জন্মৰ পিছত কেনেকৈ কমি গ’ল অভিনেত্ৰীগৰাকীৰ ওজন?

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    মানসিক চাপে মনটোৱেই নহয়, শৰীৰতো যথেষ্ট প্ৰভাৱ পেলায়

    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home Health

জেতুকা পাতৰো আছে ঔষধি গুণ

publisher by publisher
April 11, 2021
in Health, Lifestyle
Reading Time: 1 min read
0
জেতুকা পাতৰো আছে ঔষধি গুণ
33
SHARES
331
VIEWS
ShareShareShareShare

RelatedPosts

বডিলোচন কিনাৰ সময়ত এই তিনিটা কথা মনত ৰাখিব 

কম বয়সতে মগজুৰ ষ্ট্ৰ’কত আক্ৰান্তৰ সংখ্যা বৃদ্ধি পাইছে কিয়?

নিতৌ মূল আহাৰৰূপে ভাত গ্ৰহণ কৰে নে? জানি লওক ইয়াৰ উপকাৰিতা আৰু অপকাৰিতা 

ব’হাগ বিহুত জেতুকাৰ ব্যৱহাৰ ইতিহাসে ঢুকি নােপােৱা দিনৰে পৰাই হৈ আহিছে। বিশেষকৈ নাচনী গাভৰুসকলে হাত বােলাবলৈ ব্যৱহাৰ কৰি আহিছে জেতুকা। প্রকৃতিৰ পৰা লাভ কৰা জেতুকা পাতে কেৱল যে সৌন্দর্যই বৃদ্ধি কৰে তেনে নহয়, বহুতাে ৰােগ-প্রতিৰােধ আৰু উপসমাে কৰে। পিছে জেতুকাৰ উপকাৰিতা সম্পর্কে বহুতেই জ্ঞাত নহয়। কেনে ধৰণৰ উপকাৰ হয় সেই বিষয়ে উল্লেখ কৰা হ’ল।

ADVERTISEMENT

★ প্ৰায়ভাগ লােকৰে নখৰ ৰােগ আছে। বিশেষকৈ বেছি সময় পানীত কাম কৰা কৃষক। অনবৰতে বাচন-বৰ্তন আদি ধােৱা, যতন নােলােৱাৰ ফলত নখৰ ৰােগ হয়। নখৰ ৰােগ-প্রতিৰােধ কৰিবলৈ জেতুকা ব্যৱহাৰ কৰিব পাৰি। হাত-ভৰিৰ নখত জেতুকা লগালে বহুতাে ৰােগৰ পৰা হাত সৰাতাে সম্ভৱ। অৱশ্যে লগােৱাৰ সময়তাে সাৱধানতা অৱলম্বন কৰা উচিত।

★পিত্ত বিকৃতিৰ ফলত কেতিয়াবা হাত-ভৰি আদিত জুলা-পােৰাৰ দৰে অনুভৱ হ’ব পাৰে। যদিহে এনেকুৱা হৈছে তেতিয়া হ’লে হাত-ভৰিত জেতুকাৰ পাতৰ ৰস লগালেও সুফল পােৱা যায়। চুলি সৰাৰ সমস্যাত প্ৰায়ভাগ লােকেই আক্রান্ত হয় ।কিছুমানৰ চুলি এনেকৈ সৰে যে তপামূৰা হয়। যদিহে বেছিকৈ চুলি সৰিছে তেতিয়া হ’লে জেতুকাৰ ৰস চুলিত সানিব পাৰে। এনে কৰিলে নিশ্চয় সুফল লাভ কৰিব।

★বিভিন্ন ধৰণৰ চৰ্মৰােগ প্ৰতিৰােধতাে জেতুকা উপকাৰী। অৱশ্যে যিকোনাে চর্মৰােগৰ বাবে নহয়। বসন্ত ৰােগৰ পাছত ছালখনৰ যি ধৰণৰ সমস্যাৰ সৃষ্টি হয় তেতিয়া জেতুকা নলগাব। কাৰণ বসন্ত ৰােগৰ বাবে সৃষ্টি হােৱা চৰ্মৰােগ বা দাগ আদি আন ৰােগতকৈ পৃথক। এই ক্ষেত্ৰত সৌন্দর্য বিশেষজ্ঞৰ পৰামৰ্শ লােৱাটো বাঞ্ছনীয়।

★হাত-ভৰি পানীয়ে খােৱাৰ সমস্যাৰ পৰা হাত সাৰিবলৈ জেতুকা ব্যৱহাৰ কৰিব পাৰে। যিসকল লােকে খেতি পথাৰত বেছি সময় পানীৰ মাজত থাকি কাম কৰে। পাকঘৰ আদিত অনবৰতে পানীয়ে স্পর্শ কৰি থাকিবলগীয়া হয় সেইসকল লােকৰ বাবে জেতুকা খুবেই উপকাৰী। এনে হলে জেতুকাৰ ৰস উলিয়াই লৈ ভালদৰে পানীয়ে খােৱা ঠাইত লগালে সুফল পােৱা যায়। এই ৰস লগােৱাৰ পাছত তৎক্ষণাত পানী স্পর্শ কৰিব নালাগে। ৰস লগােৱাৰ পাছত ভালদৰে ঠাইখিনি শুকাব লাগে।

★যদিহে খহু হৈছে তেতিয়া হলে আক্রান্ত স্থানত জেতুকাৰ ৰস লগাওক। নিশ্চয় সুফল পাব। আজি-কালি বজাৰত বিভিন্ন ধৰণৰ জেতুকা বা মেহেন্দী ওলাইছে। সকলােৱে দাবী কৰে নিজৰ নিজৰ উৎপাদিত মেহেন্দীহে ভাল। ফলত বিজ্ঞাপন আদিত ভােল গৈ সেইবােৰ ব্যৱহাৰ কৰাত বিভিন্ন ধৰণৰ সমস্যাই গা কৰি উঠে। বিশেষকৈ এলার্জি আদিৰ সৃষ্টি হােৱাৰ আশংকা থাকে। কাৰণ এনে ধৰণৰ পেকেট আদিত যিমানেই ‘নেচাৰেল’ বুলি লিখা নাথাকক কিয় ইয়াত বিভিন্ন ধৰণৰ ৰাসায়নিক মিহলি হৈ থাকে। বজাৰত উপলব্ধ প্ৰায়ভাগ মেহেন্দীৰ পেকেটত কেতিয়াম, ক্রমিয়াম, নিকেল নাইট্রাইট ইথাৰ, নেপথলিন-ডাই আদি থাকে বাবে কিছুমান লােকৰ এলার্জীজনিত সমস্যাই গা কৰি উঠে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: BenefitsHealthHenna
publisher

publisher

Related Posts

শেৱালি ফুলৰো আছে ঔষধি গুণ
Lifestyle

শেৱালি ফুলৰো আছে ঔষধি গুণ

October 4, 2026
গেছ চিলিণ্ডাৰ কিনিবলৈ ৬০০ টকালৈকে মাইক্র’ লোন, ১০০ টকাকৈ সাপ্তাহিক কিস্তি
Lifestyle

গেছ চিলিণ্ডাৰ কিনিবলৈ ৬০০ টকালৈকে মাইক্র’ লোন, ১০০ টকাকৈ সাপ্তাহিক কিস্তি

October 4, 2026
ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?
Lifestyle

ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

September 28, 2026
হাতৰ জোৰাৰ ক’লা দাগ
Lifestyle

হাতৰ জোৰাৰ ক’লা দাগ

September 25, 2026
শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে
Lifestyle

শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

September 21, 2026
চিনেমা চালেই বৃদ্ধি পাব আয়ুস!
Lifestyle

চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

September 20, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d