Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    গুৱাহাটীৰ পৰা গ্ৰেপ্তাৰ প্ৰবঞ্চক

    গুৱাহাটীৰ পৰা গ্ৰেপ্তাৰ প্ৰবঞ্চক

    দুৰ্গাপূজাৰ ২০ দিন পূৰ্বে চাহ শ্ৰমিকক ২০ শতাংশ বোনাচ আদায়ৰ দাবী

    গুৱাহাটী প্ৰেছ ক্লাবত গ্ৰন্থ উন্মোচনী সভা

    গা খজুৱাই দিয়া বিপণী স্থাপন: প্রতি মাহে ১৪ লাখ টকা আয় চীনা যুৱকৰ

    Auto Draft

    শিৱসাগৰৰ দিচাং মাজগাঁৱৰ নলাত উদ্ধাৰ দুই যুৱকৰ মৃতদেহ 

    তামুলপুৰ নাগ্ৰিজুলীৰ ডোঙাৰগাঁৱত লোমহৰ্ষক হত্যাকাণ্ড 

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    ২০২৬ ৰ আটাইতকৈ লাভজনক ছবি নহয় ‘ধুৰন্ধৰ ২’, নিৰ্মাণ ব্যয়ৰ তুলনাত ২০ গুণতকৈও অধিক আয় ‘হনুমান আনছা’ৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    পুৰণি কাপোৰত নতুন সপোন, সৃষ্টিশীলতাৰে স্বাৱলম্বী নাৰী

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    হঠাতে গেছৰ গোন্ধ বা শিখাৰ পৰিৱৰ্তন? ৰেগুলেটৰত এই চিন দেখা পালে সাৱধান হওক

    সাগৰৰ পানীৰে ৪৮শ কিলোমিটাৰ যাত্ৰাৰ পাছতো অক্ষত থাকে

    ভ্রাতৃৰ সোঁ হাততে কিয় ৰাখী পিন্ধোৱা হয়?

    দুহেজাৰ বছৰ পূৰ্বৰ গৰ্ভনিৰোধক

    দুহেজাৰ বছৰ পূৰ্বৰ গৰ্ভনিৰোধক

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News

ব্যৱহৃত মাস্কেৰে তৈয়াৰ কৰা হৈছে তোচক !

মহাৰাষ্ট্ৰৰ জলগাঁৱত সন্ধান পোৱা গ'ল কাৰখানাৰ

publisher by publisher
April 12, 2021
in India, News
Reading Time: 1 min read
0
ব্যৱহৃত মাস্কেৰে তৈয়াৰ কৰা হৈছে তোচক !
4
SHARES
44
VIEWS
ShareShareShareShare

RelatedPosts

মালেগাঁও বিস্ফোৰণ কাণ্ডত সকলো অভিযুক্ত দোষমুক্তি

ইঞ্জেকশনৰ ভয়তেই মৃত্যু! কুকুৰৰ আঁচোৰক অৱহেলা

Ajit Pawar’s Funeral:বাৰামতীত পঞ্চভূতত বিলীন অজিত পাৱাৰৰ নশ্বৰদেহ

ব্যৱহৃত মাস্কেৰে তোচক তৈয়াৰ কৰা এখন কাৰখানাৰ সন্ধান পোৱা গৈছে মহাৰাষ্ট্ৰৰ জলগাঁৱত । এই বাতৰিয়ে সম্প্ৰতি অঞ্চলটোত এই হুলস্থূলীয়া পৰিৱেশৰ সৃষ্টি কৰে । উক্ত বিষয়ত আৰক্ষীয়ে ইতিমধ্যে এটা গোচৰ ৰুজু কৰিছে ।

ADVERTISEMENT

জলগাঁৱৰ এজন আৰক্ষী বিষয়াই জনায় যে, তেওঁলোকে এক গোপন সূত্ৰৰ দ্বাৰা খবৰ লাভ কৰে যে জলগাঁৱৰ কুসুম্বা গাঁৱৰ এটা কাৰখানাত তোচকত তুলাৰ পৰিৱৰ্তে ব্যৱহৃত মাস্ক ব্যৱহাৰ কৰা হৈছে । জলগাঁৱৰ অতিৰিক্ত আৰক্ষী ছুপাৰ চন্দ্ৰকান্ত গাওলিয়ে কয়, ‘কুসুম্বা গাঁৱৰ সেই কাৰখানাত উপস্থিত হৈ দেখো যে, ব্যৱহৃত মাস্কসমূহ গোটাই থোৱা আছে । তোচক তৈয়াৰ কৰোতে যে এইসমূহ ব্যৱহাৰ কৰা হৈছে তাৰো প্ৰমাণ পাইছো ।’

কাৰখানাৰ স্বত্বাধিকাৰী আমজদ মনছুৰিৰ বিৰুদ্ধে আৰক্ষীয়ে গোচৰ দাখিল কৰিছে । ঘটনাটোৰ স’তে কোনোবা বৃহৎ চক্ৰ জড়িত হৈ আছে নেকি আৰক্ষীয়ে তাৰো তদন্ত চলাইছে বুলি জনায় গাওলিয়ে । ক’ভিড বিধি অনুসৰি মাস্কসমূহ জ্বলাই দিয়া হৈছে বুলিও জনায় আৰক্ষীয়ে ।

সংক্ৰমণৰ স’তে সংগতি ৰাখি বৃদ্ধি পাইছে মাস্কৰ চাহিদাও । প্ৰতিদিনে ডেৰ ইউনিট মাস্ক উৎপাদন কৰা হৈছে ভাৰতত । বিপুল পৰিমাণৰ মাস্ক ব্যৱহাৰৰ ফলত মেডিকেল আৱৰ্জনাও বৃদ্ধি পাইছে । কেন্দ্ৰীয় প্ৰদূষণ নিয়ন্ত্ৰণ বোৰ্ডৰ তথ্য অনুসৰি, ২০২০ৰ জুনৰ পৰা ছেপ্টেম্বৰৰ ভিতৰত ভাৰতত মেডিকেল আৱৰ্জনাৰ পৰিমাণ আছিল ১৮ হেজাৰ টন । ইয়াৰ ভিতৰত মাস্ক আৰু গ্ল’ভছৰ পৰিমাণে অধিক ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Central Pollution Control BoardMaharashtra
publisher

publisher

Related Posts

গুৱাহাটীৰ পৰা গ্ৰেপ্তাৰ প্ৰবঞ্চক
Assam

গুৱাহাটীৰ পৰা গ্ৰেপ্তাৰ প্ৰবঞ্চক

September 5, 2026
দুৰ্গাপূজাৰ ২০ দিন পূৰ্বে চাহ শ্ৰমিকক ২০ শতাংশ বোনাচ আদায়ৰ দাবী
Assam

দুৰ্গাপূজাৰ ২০ দিন পূৰ্বে চাহ শ্ৰমিকক ২০ শতাংশ বোনাচ আদায়ৰ দাবী

September 5, 2026
গুৱাহাটী প্ৰেছ ক্লাবত গ্ৰন্থ উন্মোচনী সভা
Assam

গুৱাহাটী প্ৰেছ ক্লাবত গ্ৰন্থ উন্মোচনী সভা

September 5, 2026
গা খজুৱাই দিয়া বিপণী স্থাপন: প্রতি মাহে ১৪ লাখ টকা আয় চীনা যুৱকৰ
International

গা খজুৱাই দিয়া বিপণী স্থাপন: প্রতি মাহে ১৪ লাখ টকা আয় চীনা যুৱকৰ

September 5, 2026
Auto Draft
Assam

শিৱসাগৰৰ দিচাং মাজগাঁৱৰ নলাত উদ্ধাৰ দুই যুৱকৰ মৃতদেহ 

September 5, 2026
তামুলপুৰ নাগ্ৰিজুলীৰ ডোঙাৰগাঁৱত লোমহৰ্ষক হত্যাকাণ্ড 
Assam

তামুলপুৰ নাগ্ৰিজুলীৰ ডোঙাৰগাঁৱত লোমহৰ্ষক হত্যাকাণ্ড 

September 5, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d