Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    ম্যাদ উকলি যোৱাৰ তাৰিখ নিমিষতে সলনি হৈছে, ম্যাদ উকলি যোৱা মেগী-কুকুৰে-লিমকা বজাৰত বিক্ৰী কৰা হৈছে

    পাঁচ ছেপ্টেম্বৰৰ ভিতৰত নিউ হাৰাঙ্গাজাও ষ্টেচনৰ দুই নম্বৰ লাইন পুনৰ কাৰ্যক্ষম

    Dergaon:দেৰগাঁও লাচিত বৰফুকন পুলিচ একাডেমিৰ দীক্ষান্ত সমাৰোহত মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মা

    পৃথিৱীৰ বাহিৰতো আছে প্ৰাণৰ অস্তিত্ব!

    পৃথিৱীৰ বাহিৰতো আছে প্ৰাণৰ অস্তিত্ব!

    ১,০৫০ মৃতদেহৰ চাৰি শতাংশহে চিনাক্ত

    ১,০৫০ মৃতদেহৰ চাৰি শতাংশহে চিনাক্ত

    ৰাজহুৱা দাবীক আওকাণ কৰি পুনৰ নাজিৰাখাটত টোল কৰ সংগ্ৰহ আৰম্ভ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    ২০২৬ ৰ আটাইতকৈ লাভজনক ছবি নহয় ‘ধুৰন্ধৰ ২’, নিৰ্মাণ ব্যয়ৰ তুলনাত ২০ গুণতকৈও অধিক আয় ‘হনুমান আনছা’ৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ভ্রাতৃৰ সোঁ হাততে কিয় ৰাখী পিন্ধোৱা হয়?

    দুহেজাৰ বছৰ পূৰ্বৰ গৰ্ভনিৰোধক

    দুহেজাৰ বছৰ পূৰ্বৰ গৰ্ভনিৰোধক

    পাহাৰত শুই-বহি মেঘ চোৱাটোৱেই চাকৰি

    পাহাৰত শুই-বহি মেঘ চোৱাটোৱেই চাকৰি

    গৰম ননষ্টিক কেৰাহীত পানী ঢালি দিয়ে নেকি?

    সৰিয়হৰ নে ৰিফাইন তেল? কোনটো বেছি নিৰাপদ?

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News

নেপালত সংসদ ভংগ কৰি পুনৰ নিৰ্বাচনৰ ঘোষণা

publisher by publisher
May 23, 2021
in News, Politics
Reading Time: 1 min read
0
নেপালত সংসদ ভংগ কৰি পুনৰ নিৰ্বাচনৰ ঘোষণা
5
SHARES
51
VIEWS
ShareShareShareShare

RelatedPosts

Nepal Prime Minister : নেপালৰ নতুন প্রধানমন্ত্রী মাওবাদী নেতা প্রচণ্ড

ভাৰতলৈ এণ্টনী ব্লিংকেন

দেওবাৰ বিৰুদ্ধে সৰৱ অলি সমৰ্থকৰ ৰাজপথত প্ৰতিবাদ

প্ৰধানমন্ত্ৰী কে পি শৰ্মা অ’লিৰ পৰামৰ্শ মৰ্মে শনিবাৰে নেপালত সংসদ ভংগ কৰিলে ৰাষ্ট্ৰপতি বিদ্যা দেৱী ভাণ্ডাৰীয়ে । নৱেম্বৰত অন্তৰ্ৱৰ্তী নিৰ্বাচন হ’ব বুলি জনায় ৰাষ্ট্ৰপতি ভাণ্ডাৰীয়ে । বিৰোধী দলসমূহে এই অগণতান্ত্ৰিক, অসাংবিধানিক সিদ্ধান্তৰ সৰ্বত্ৰ বিৰোধিতা কৰিব বুলি জনায় ।

ADVERTISEMENT

নেপালত ২৭৫ জন সদস্যৰ হাউচ অফ ৰিপ্ৰেজেণ্টিটিভছত চাৰি সদস্যৰ বহিষ্কাৰৰ পাছত সম্প্ৰতি ১৩৬ জনৰ সমৰ্থনতে চৰকাৰ গঠন কৰিব পাৰি । বৰ্তমানৰ নেপালৰ কমিউনিষ্ট পাৰ্টিৰ নেতা অ’লি বা বিৰোধী নেতা ছেৰ বাহাদুৰ দেউবা কোনো এই মুহূৰ্তত সেই সমৰ্থন গোটোৱাৰ পৰিস্থিতিত নাই বুলি জনায় ৰাষ্ট্ৰপতিগৰাকীয়ে । বিগত সপ্তাহৰ আৰম্ভণিতে অ’লিয়ে আস্থা ভোটত পৰাস্ত হৈও সমৰ্থকৰ সংখ্যা বঢ়াত প্ৰধানমন্ত্ৰী পদৰ শপত গ্ৰহণ কৰিছিল ।

বৃহস্পতিবাৰে অ’লিয়ে জনায়, নতুনকৈ কোনেও আস্থা ভোট নিবিচাৰে । শুকুৰবাৰে অ’লি আৰু দেউবা দুয়োজনেই পৃথক চৰকাৰ গঠনৰ দাবী জনায় । কিন্তু, দুয়োজনৰে সমৰ্থক সংখ্যাৰ তালিকাক লৈ প্ৰশ্ন উত্থাপিত হয় । কিছুসংখ্যক সদস্যৰ নাম দুয়োজনৰ তালিকাতে আছে বুলি খবৰ প্ৰকাশিত হয় ।

ইয়াৰ পাছতেই কালি মাজ নিশাৰ মন্ত্ৰী সভাৰ জৰুৰী বৈঠকত অ’লিয়ে ৰাষ্ট্ৰপতিক সাংসদ ভঙাৰ পৰামৰ্শ দিয়ে । নৱেম্বৰৰ ১২ আৰু ১৯ তাৰিখত ভোট গ্ৰহণৰ কথাও জনায় । ৰাষ্ট্ৰপতি ভণ্ডাৰীয়ে এই সিদ্ধান্ততে সমৰ্থন জনায় । বিগত বৰ্ষৰ ডিচেম্বৰটো তেওঁ অ’লিৰ পৰামৰ্শ মৰ্মে সাংসদ ভাঙি দিছিল । পৰৱৰ্তী সময়ত ফেব্ৰুৱাৰীত শীৰ্ষ ন্যায়ালয়ৰ ৰায়ত সাংসদ পুনৰ গঠন হয় ।

নতুন নিৰ্বাচনৰ ঘোষণাত ক্ষুব্ধ বিৰোধী দলসমূহে পুনৰ উচ্চতম ন্যায়ালয়ত যোৱাৰ পৰিকল্পনা কৰিছে । নেপালি কংগ্ৰেছৰ মুখপাত্ৰ বিশ্বপ্ৰসাদ শৰ্মাই কয়, ‘জনসাধাৰণে অতিমাৰীৰ বিৰুদ্ধে যুঁজ দি থকাৰ সময়ত এইটো তেওঁলোকৰ বাবে উপহাৰ নেকি ?’

নেপালি কংগ্ৰেছ নেতা ছেৰ বাহাদুৰ দেউবা, মাওবাদী নেতা প্ৰচণ্ডসহ সকলো বিৰোধী দলেই যৌথ বিবৃতিত স্বাক্ষৰ কৰি এই অসাংবিধানিক সিদ্ধান্তৰ বিৰোধিতা কৰে ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Bidya Devi BhandariKP Sharma OliNepali CongressSher Bahadur Deuba
publisher

publisher

Related Posts

ম্যাদ উকলি যোৱাৰ তাৰিখ নিমিষতে সলনি হৈছে, ম্যাদ উকলি যোৱা মেগী-কুকুৰে-লিমকা বজাৰত বিক্ৰী কৰা হৈছে
India

September 2, 2026
পাঁচ ছেপ্টেম্বৰৰ ভিতৰত নিউ হাৰাঙ্গাজাও ষ্টেচনৰ দুই নম্বৰ লাইন পুনৰ কাৰ্যক্ষম
Assam

পাঁচ ছেপ্টেম্বৰৰ ভিতৰত নিউ হাৰাঙ্গাজাও ষ্টেচনৰ দুই নম্বৰ লাইন পুনৰ কাৰ্যক্ষম

September 2, 2026
Dergaon:দেৰগাঁও লাচিত বৰফুকন পুলিচ একাডেমিৰ দীক্ষান্ত সমাৰোহত মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মা
Assam

Dergaon:দেৰগাঁও লাচিত বৰফুকন পুলিচ একাডেমিৰ দীক্ষান্ত সমাৰোহত মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মা

September 2, 2026
পৃথিৱীৰ বাহিৰতো আছে প্ৰাণৰ অস্তিত্ব!
News

পৃথিৱীৰ বাহিৰতো আছে প্ৰাণৰ অস্তিত্ব!

September 2, 2026
১,০৫০ মৃতদেহৰ চাৰি শতাংশহে চিনাক্ত
International

১,০৫০ মৃতদেহৰ চাৰি শতাংশহে চিনাক্ত

September 2, 2026
ৰাজহুৱা দাবীক আওকাণ কৰি পুনৰ নাজিৰাখাটত টোল কৰ সংগ্ৰহ আৰম্ভ
Assam

ৰাজহুৱা দাবীক আওকাণ কৰি পুনৰ নাজিৰাখাটত টোল কৰ সংগ্ৰহ আৰম্ভ

September 2, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d