Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Pressmeet at Dipankar Gogoi’s house by family and KMSS:তিতাবৰৰ দীপাংকৰ গগৈৰ মৃত্যুৰ গোচৰত উচ্চতম ন্যায়ালয়ে চি বি আইলৈ জাননীৰ পাছতে বিৰিণাশায়েকত সংবাদমেল কেএমএছএছৰ

    Delhi Airport:দিল্লী বিমানবন্দৰত দুই শতাধিক যাত্ৰী থকা ছুইছ বিমানত অগ্নিকাণ্ড

    Guwahati Press Club:গুৱাহাটী প্ৰেছ ক্লাৱৰ উদ্যোগত পাঞ্জা চেম্পিয়নশ্বিপ ২০২৬’ৰ সফল সমাপ্তি

    Uttar Pradesh Firing incident:উত্তৰ প্ৰদেশৰ বুলণ্ডশ্বহৰ খুৰজা নগৰৰ এটা জীমত গুলীচালনাৰ ঘটনা

    Nagaon shocking robbery Incident update::নগাঁৱৰ মৰিকলঙৰ ডকাইতি কাণ্ডৰ মাষ্টাৰমাইণ্ড উমৰ আলীক আটক, আটক কুখ্যাত ডকাইত মিন্টু হুছেইনক

    Attack on US President Donald Trump:মাৰ্কিন ৰাষ্ট্ৰপতি ড’নাল্ড ট্রাম্পলৈ গুলীচালনা

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

    সুৰ সম্ৰাজ্ঞী আশা ভোছলেৰ দেহাৱসান, সংগীত জগতত শোকৰ ছাঁ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    আপোনাৰ স্মার্টফোনটো অহৰহ ফ্রীজ হৈ থাকে? সমাধান আপোনাৰ হাততে

    ভুৱা প্ৰফাইলৰ আঁৰত যি মন যায় তাকে কৰাৰ দিন শেষ হ’ল

    ভুল খাদ্য খোৱাৰ ফলত মুখৰ অকাল বার্ধক্য হ’ব পাৰে!

    ডার্ক চাৰ্কলৰ কাৰণ আৰু যত্নৰ উপায়

    ডার্ক চাৰ্কলৰ কাৰণ আৰু যত্নৰ উপায়

    ব্যায়ামৰ পাছত প্ৰ’টিন খোৱাৰ উপযুক্ত সময়

    ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

    ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home Health

কালজিৰাৰ স্বাস্থ্যজনিত উপকাৰিতা

publisher by publisher
May 26, 2021
in Health, Lifestyle
Reading Time: 1 min read
0
কালজিৰাৰ স্বাস্থ্যজনিত উপকাৰিতা
12
SHARES
121
VIEWS
ShareShareShareShare

★কালজিৰাত কেলচিয়াম, আয়ৰন, চডিয়াম, আয়ৰন, মেংগানিজ, দস্তা আৰু চেলেনিয়াম আদি খনিজ আছে।

ADVERTISEMENT

★ইয়াৰ উপৰিও ইয়াত আছে ভিটামিন A, B1, B2, C আৰু নিয়াচিন ।

RelatedPosts

বডিলোচন কিনাৰ সময়ত এই তিনিটা কথা মনত ৰাখিব 

কম বয়সতে মগজুৰ ষ্ট্ৰ’কত আক্ৰান্তৰ সংখ্যা বৃদ্ধি পাইছে কিয়?

নিতৌ মূল আহাৰৰূপে ভাত গ্ৰহণ কৰে নে? জানি লওক ইয়াৰ উপকাৰিতা আৰু অপকাৰিতা 

কালজিৰা ওজন হ্ৰাসৰ বাবে উপকাৰী

কালজিৰা বীজ এন্টিঅক্সিড্যান্ট হিচাবে কাম কৰে আৰু শৰীৰৰ ওজন আৰু ককালৰ পৰিধি কমোৱাত সহায়তা কৰে।

ছালৰ বাবে

কালজিৰাত এন্টিঅক্সিডেন্ট আৰু এন্টিমাইক্ৰোবিয়াল গুণ আছে গতিকে ইয়াৰ তেল ব্ৰণ, দাগ আৰু অনুজ্জ্বলতাৰ দৰে ছালৰ সমস্যাৰ বিৰুদ্ধেও ব্যবহাৰ কৰিব পৰা যায় ৷

বিষৰ বাবে

কালজিৰাত বীজ বেদনানাশক আৰু এন্টি-প্ৰদাহজনক বৈশিষ্ট্য আছে যি এটি প্ৰাকৃতিক বিষনাশক হিচাবে কাম কৰে ৷ ই ব্যথা, ফোলাভাব আৰু মাথা ব্যথা দূৰ কৰাত সহায়তা কৰে।

যকৃতৰ বাবে

কালজিৰাত এন্টিঅক্সিডেন্ট বৈশিষ্ট্যয়ে যকৃতৰ আঘাত কমোৱাত সহায়তা কৰে আৰু সংক্ৰমণ ৰোধ কৰে।

হাৰ্টৰ বাবে

কালজিৰাৰ ব্যৱহাৰে ৰক্তৰ কলেস্টৰলৰ মাত্ৰা হ্ৰাস কৰাত সহায়তা কৰে আৰু এইভাবে কাৰ্ডিওভাসকুলাৰ ডিজঅৰ্ডাৰৰ সম্ভাৱনা হ্ৰাস কৰাত সহায়তা কৰে।

ক্যান্সাৰেৰ বিৰুদ্ধে

কালজিৰাৰ এন্টিঅক্সিডেন্ট বৈশিষ্ট্যেৰ কাৰণে, কালজিৰাৰ বীজ টিউমাৰৰ আৰম্ভণি আৰু বৃদ্ধিৰ বিৰুদ্ধে কাম কৰে৷ কালজিৰা ক্যান্সাৰজনিত বৃদ্ধি ৰোধ কৰাত কাৰ্যকৰ।

মূৰৰ বা কাণৰ বিষ

কপাল, কাণৰ পিছফালে কালজিৰা বীজৰ তেল লগাওক। কপালত সামান্যভাবে ব্যান্ডেজ কৰক আৰু ক্যালঞ্জি তেল ১/২ চামুচ দিনে দুবাৰ তিনি দিন খাওক৷

দুৰ্বল দৃষ্টিশক্তি

খাদ্য গ্ৰহণৰ আগে এক কাপ গাজৰৰ ৰসত ১/২ চামুচ কলোনজি তেল মিহলায় ছয় মাহৰ বাবে প্ৰতিদিনে দুবাৰ পান কৰক।

টেনশন আৰু স্ট্ৰেস

স্নায়ুসমূহক শান্ত কৰাত আৰু উত্তেজনা পৰা মুক্ত কৰাত দিনে দুইবাৰ খোৱাৰ আগে এক কাপ চাহৰ লগত কালজিৰাৰ তেল মিহলাই পান কৰক।

স্মৃতিশক্তি উন্নত কৰক

প্ৰায় এক মাহৰ বাবে প্ৰতিদিনে দুই বাৰ খোৱাৰ আগে ১/২ চামুচ কলোনজি তেলত ১০ গ্ৰাম বয়ল পুদিনা মিশ্ৰিত কৰি পান কৰক।

ডায়বেটিচ

এক কাপ ব্ল্যাক টিত ১/২ চামুচ কালজিৰা তেল মিহলাই দিনে দুবাৰ পান কৰক।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: BenefitsHealthKalonji
publisher

publisher

Related Posts

আপোনাৰ স্মার্টফোনটো অহৰহ ফ্রীজ হৈ থাকে? সমাধান আপোনাৰ হাততে
Lifestyle

April 25, 2026
ভুৱা প্ৰফাইলৰ আঁৰত যি মন যায় তাকে কৰাৰ দিন শেষ হ’ল
Lifestyle

ভুৱা প্ৰফাইলৰ আঁৰত যি মন যায় তাকে কৰাৰ দিন শেষ হ’ল

April 25, 2026
ভুল খাদ্য খোৱাৰ ফলত মুখৰ অকাল বার্ধক্য হ’ব পাৰে!
Lifestyle

ভুল খাদ্য খোৱাৰ ফলত মুখৰ অকাল বার্ধক্য হ’ব পাৰে!

April 24, 2026
ডার্ক চাৰ্কলৰ কাৰণ আৰু যত্নৰ উপায়
Lifestyle

ডার্ক চাৰ্কলৰ কাৰণ আৰু যত্নৰ উপায়

April 24, 2026
ব্যায়ামৰ পাছত প্ৰ’টিন খোৱাৰ উপযুক্ত সময়
Lifestyle

ব্যায়ামৰ পাছত প্ৰ’টিন খোৱাৰ উপযুক্ত সময়

April 23, 2026
ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি
Lifestyle

ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

April 22, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d