Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    সৰভোগত নকল সোণৰ নাওঁসহ চাৰি সৰবৰাহকাৰী আটক

    ৰে’লৰ মুখামুখি সংঘৰ্ষ! গুৰুত্বৰভাৱে আহত ১৭ জন

    পশ্চিম বংগ বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়!

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    Basistha Police:বশিষ্ঠ আৰক্ষীৰ জালত চিলনী চোৰ

    Amritpal Singh :ডিব্ৰুগড় কাৰাগাৰাত পুনৰ গ্ৰেপ্তাৰ অমৃতপাল সিঙক

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

    সুৰ সম্ৰাজ্ঞী আশা ভোছলেৰ দেহাৱসান, সংগীত জগতত শোকৰ ছাঁ

    নীতিশ তিৱাৰী পৰিচালিত বহু প্রতীক্ষিত ‘ৰামায়ণ’ৰ চাৰি হেজাৰ কোটি টকাৰে নিৰ্মিত নীতিশ তিৱাৰীৰ ‘ৰামায়ণ’ৰ টীজাৰ মুক্তি

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ব্যায়ামৰ পাছত প্ৰ’টিন খোৱাৰ উপযুক্ত সময়

    ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

    ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

    পশু কিষাণ ক্রেডিট কার্ড আঁচনিৰ সবিশেষ

    পশু কিষাণ ক্রেডিট কার্ড আঁচনিৰ সবিশেষ

    গৰমতো আকর্ষণীয় হৈ থাকিবলৈ কি কৰিব ?

    গৰমতো আকর্ষণীয় হৈ থাকিবলৈ কি কৰিব ?

    আপোনাৰ দামী সুগন্ধিৰ গোন্ধ নাইকিয়া হয়?

    ইউটিউবত কন্টেন্ট ক্রিয়েটৰৰ উপাৰ্জনৰ সাতটা গোপন কথা জানি লওক

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

ধানৰ সলনি বিঘাই বিঘাই ওলাইছে পতান, বিমোৰত বাগ্‌সাৰ খাৰিজা বিজনীৰ কৃষক

কৃষি বিভাগক ক্ষতিপূৰণ আদায়ৰ দাবী

publisher by publisher
May 28, 2021
in Assam, India, News
Reading Time: 1 min read
0
ধানৰ সলনি বিঘাই বিঘাই ওলাইছে পতান, বিমোৰত বাগ্‌সাৰ খাৰিজা বিজনীৰ কৃষক
4
SHARES
40
VIEWS
ShareShareShareShare

উন্নত প্ৰজাতিৰ ধানৰ খেতি কৰি সৰ্বস্বান্ত হ’বলগীয়া হ’ল বাগ্‌সাৰ কৃষক৷বহু কষ্ট আৰু অৰ্থ ব্যয় কৰি বিঘাই বিঘাই উন্নত মানৰ ধানৰ বীজ ৰোপনৰ পাছত ধানৰ সলনি খেতি পথাৰত ওলাইছে পতান৷

ADVERTISEMENT

ধানৰ গেৰ ধৰাৰ সময়তে ধানৰ সলনি পতান ওলোৱা দৃশ্য পোহৰলৈ অহাত এতিয়া মুৰত সৰগ ভাগি পৰিছে অঞ্চলটোৰ দৰিদ্ৰ কৃষকসকলৰ৷ প্ৰাপ্ত তথ্য অনুসৰি নামনি অসমৰ বৃহৎ ব্যৱসায়িক স্থল বৰপেটা ৰোডৰ বজাৰৰ পৰা দৰিদ্ৰ কৃষকসকলে উন্নত প্ৰজাতিৰ বুলি ক্ৰয় কৰিছিল PAN 816 নামৰ ধানৰ বীজ ৷

RelatedPosts

Resignation from uppl:ইউপিপিএলৰ বিধায়ক ভূপেন বড়োৰ পদত্যাগ

UPPL Candidate List Announced:এনডিএলৈ অপেক্ষা নকৰি ইউপিপিএলৰ সাতজনীয়া প্ৰথমখন তালিকা প্রকাশ

প্রমোদৰ দিল্লী যাত্ৰাই ইউপিপিএলক সুৰক্ষিত কৰিব নে সংকুচিত?

WhatsApp Image 2021 05 28 at 6.43.10 PM

সেই বীজেৰে ধানৰ খেতি কৰিছিল বাগ্‌সাৰ খাৰিজা বিজনী অঞ্চলৰ বহু কৃষকে৷ কিন্তু ধানৰ সলনি পতান ওলোৱাত বিবুদ্ধিত পৰে কৃষকসকল ৷

যাৰ বাবে কৃষি বিভাগক এই ক্ষেত্ৰত উচিৎ তদন্ত কৰি ক্ষতিপূৰণ আদায় দিবলৈ আহ্বান জনায় ভূক্তভোগী কৃষকসকলে ৷ এইক্ষেত্ৰত ছাত্ৰ সংগঠন এবিএমছুৰ নেতা ইব্ৰাহীম আলী আৰু ইউপিপিএলৰ নেতা সাহজাহান আলী আহমেদে সংবাদ মাধ্যমৰ আগত কয় যে বৰপেটা ৰোডৰ বহু অসাধু ব্যৱসায়ীয়ে এনেদৰে অকল খাৰিজা বিজনী অঞ্চলৰ কৃষককে নহয় বিভিন্ন অঞ্চলৰ কৃষকক ধানৰ বীজৰ নামত ঠগ প্ৰৱঞ্চনা কৰি আহিছে ৷

WhatsApp Image 2021 05 28 at 6.43.11 PM

এই সকল অসাধু ব্যৱসায়ীয়ে ঠায়ে ঠায়ে এজেণ্ট নিয়োগ কৰি কম দামতে ভাল উৎপাদন হ’ব বুলি পতিয়ন নিয়াই নিৰক্ষৰ কৃষক সকলক প্ৰৱঞ্চনা কৰিলে৷ নেতাদ্বয়ে অসম চৰকাৰ আৰু বিটিআৰ চৰকাৰক এইক্ষেত্ৰত উচিত তদন্ত কৰি অতিশীঘ্ৰেই ক্ষতিগ্ৰস্ত কৃষকক উচিৎ ক্ষতিপূৰণ দিবলৈ কৃষি বিভাগক দাবী জনোৱাৰ লগতে অসাধু ব্যৱসায়ী সকলৰ ওপৰত বিহিত ব্যৱস্থা গ্ৰহণ কৰি দোকানৰ লাইচেঞ্চ কৰ্তন কৰি গোচৰ ৰুজু কৰি জেল হাজোতলৈ পঠাবলৈ দাবী জনায়৷অন্যথা সংগঠনৰ ফালৰ পৰাই আইনী ব্যৱস্থা হাতত লোৱা হ’ব বুলি হুংকাৰ প্ৰদান কৰে নেতাদ্বয়ে ৷

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: ABMSUBagsaUPPL
publisher

publisher

Related Posts

সৰভোগত নকল সোণৰ নাওঁসহ চাৰি সৰবৰাহকাৰী আটক
News

April 23, 2026
ৰে’লৰ মুখামুখি সংঘৰ্ষ! গুৰুত্বৰভাৱে আহত ১৭ জন
News

ৰে’লৰ মুখামুখি সংঘৰ্ষ! গুৰুত্বৰভাৱে আহত ১৭ জন

April 23, 2026
পশ্চিম বংগ বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়!
India

পশ্চিম বংগ বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়!

April 23, 2026
৩০ বছৰ বয়সতে সকলো শেষ ! 
News

৩০ বছৰ বয়সতে সকলো শেষ ! 

April 23, 2026
Basistha Police:বশিষ্ঠ আৰক্ষীৰ জালত চিলনী চোৰ
News

Basistha Police:বশিষ্ঠ আৰক্ষীৰ জালত চিলনী চোৰ

April 23, 2026
Amritpal Singh :ডিব্ৰুগড় কাৰাগাৰাত পুনৰ গ্ৰেপ্তাৰ অমৃতপাল সিঙক
News

Amritpal Singh :ডিব্ৰুগড় কাৰাগাৰাত পুনৰ গ্ৰেপ্তাৰ অমৃতপাল সিঙক

April 23, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d