Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    আকাশলৈ উৰণ টেছলাৰ ৰ’ডষ্টাৰৰ, ভাইৰেল ভিডিঅ’

    আমেৰিকাৰ বিদ্যালয়ত পুনৰ বন্দুকধাৰীৰ আক্ৰমণ, শিক্ষকসহ নিহত চাৰি

    ককৰোচ জনতা পাৰ্টিৰ প্ৰতিবাদত অংশ ল’বলৈ আহি বিপাঙত ধ্ৰুৱ ৰাঠী

    জম্মু-কাশ্মীৰৰ কুপৱাৰাত অনুপ্ৰৱেশৰ চেষ্টা ব্যৰ্থ ,সেনাৰ স’তে হোৱা গুলীয়াগুলীত নিহত দুই সন্ত্ৰাসবাদী

    ৰাজস্থানত ভয়ংকৰ দুৰ্ঘটনা, সাতজনৰ মৃত্যু, গুৰুতৰভাৱে আহত প্ৰায় ১০জন

    নেপালৰ জলপ্ৰলয়ত নিৰুদ্দিষ্ট অৰুণ মহন্ত উভতি নাহিল আজিও

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup

    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

  • Entertainment
    • All
    • Movie
    • Music
    বিজয় সালগাঁওকাৰৰ বক্স অফিচ মেজিক: দৃশ্যম ৩ৰ দ্বিতীয় শনিবাৰে ধুমুহাৰ সৃষ্টি, সিংহাম এগেইনৰ অভিলেখ ভংগ

    AI-ৰ নিৰ্মিত বিভ্ৰান্তিকৰ-আপত্তিজনক কনটেণ্ট আঁতৰোৱাৰ দাবীত দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ কংগনা ৰনৌত

    নানা পাটেকৰৰ বিয়োগত শোকস্তব্ধ বিনোদন জগত

    মৃত্যুৰ মাত্ৰ চাৰি দিন পূৰ্বে মঞ্চত নানা পাটেকৰ, কৈছিল—‘এদিন সকলোৱেই গুচি যাব লাগিব…’

    বক্স অফিচত মুক্তিৰ দিনাই চমক ‘দৃশ্যম-৩’ৰঃ ৫০ কোটি টকাৰ ব্যৱসায়

    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    পকেটত ম’বাইল, কোলাত লেপটপৰ অভ্যাস!

    পকেটত ম’বাইল, কোলাত লেপটপৰ অভ্যাস!

    কোঠাত প্ৰৱেশৰ লগে লগে পাহৰি যায় কি প্রয়োজনত আহিছিল

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    গেছ চিলিণ্ডাৰ কিনিবলৈ ৬০০ টকালৈকে মাইক্র’ লোন, ১০০ টকাকৈ সাপ্তাহিক কিস্তি

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home Health

ঘনে ঘনে চাহ খোৱাৰ অভ্যাস আছে নেকি? চাওক কি ধৰণৰ চাহ খোৱা উচিত

publisher by publisher
June 24, 2021
in Health, Lifestyle
Reading Time: 1 min read
0
ঘনে ঘনে চাহ খোৱাৰ অভ্যাস আছে নেকি? চাওক কি ধৰণৰ চাহ খোৱা উচিত
8
SHARES
84
VIEWS
ShareShareShareShare

RelatedPosts

ইৰানৰ সংকটে মাধমাৰ শোধালে অসমৰ চাহ উদ্যোগত, বৃহৎ লোকচানৰ আশংকা

বডিলোচন কিনাৰ সময়ত এই তিনিটা কথা মনত ৰাখিব 

কম বয়সতে মগজুৰ ষ্ট্ৰ’কত আক্ৰান্তৰ সংখ্যা বৃদ্ধি পাইছে কিয়?

চাহ সকলোৰে প্ৰিয়, কম বেছি পৰিমাণে সকলোৱে গোটেই দিনটো কামৰ মাজত চাহ খায়, কিন্তু শৰীৰৰ বাবে কোন বিধ চাহ উপকাৰী? চাহত প্ৰচুৰ পৰিমাণৰ এণ্টিঅক্সিডেণ্ট মজুত থাকে আৰু মুক্ত ৰেডিকেলৰ বিকাশ হ্ৰাস কৰে, যি ভিতৰৰ পৰা সুস্থ কৰিবলৈ সক্ষম হয়।

ADVERTISEMENT

গৱেষণাত প্ৰমাণিত, যিসকলে নিয়মীয়াকৈ চাহ খায় তেওঁলোকে দীৰ্ঘসময় ধৰি স্বাস্থ্যৱান হৈ থাকে। চাহ স্বাস্থ্যৰ বাবে যথেষ্ট উপকাৰী। চাহত এণ্টিঅক্সিডেণ্ট গুণ আছে চাহত কফিতকৈ কম কেফেইন থাকে যি ওজন হ্ৰাস কৰাত সহায় কৰে। কোন কোন চাহৰ কি কি গুণাগুণ চাওঁ আহক –

নিয়মীয়াকৈ আদাৰ স’তে চাহ খোৱাটো হৃদযন্ত্ৰৰ বাবে ভাল, ৰক্তচাপ নিয়ন্ত্ৰণ কৰাত সহায় কৰে। এই চাহে কলেষ্টেৰল হ্ৰাস কৰি তেজ গোট মৰা নিয়ন্ত্ৰণ কৰে আৰু আগৰ পৰা ৰক্ত সঞ্চালন বৃদ্ধি কৰে। চৰ্দি কাহৰ সময়ত অলপ আদাৰে তৈয়াৰ কৰা চাহ খুৱাটো অতি লাভদায়ক ।গৰম চাহৰ স’তে আদা মিহলি কৰাটো এটা ডাঙৰ লাভালাভ। আদাত ভিটামিন, খনিজ আৰু এমিনো এচিড থাকে যি ৰক্ত সঞ্চালন উন্নত কৰে আৰু হৃদযন্ত্ৰ সুস্থ কৰি ৰাখে। লগতে আদাৰ ৰসে ধমনীবোৰত চৰ্বি জমা হোৱা প্ৰতিহত কৰে। ইয়াৰ ফলস্বৰূপে, প্ৰতিদিনে আদা চাহ খালে হাৰ্ট এটেক্ট আৰু ষ্ট্ৰ’কৰ আশংকা যথেষ্ট হ্ৰাস হ’ব,বুলি বিশেষজ্ঞসকলে জানিবলৈ দিয়ে।

গ্ৰীণ টি স্বাস্থ্যৰ বাবে উপকাৰী। বহুলোকে ওজন হ্ৰাস কৰিবলৈ এই চাহ খায়। গ্ৰীণ টিয়ে ওজন হ্ৰাস, কলেষ্টেৰল হ্ৰাস আৰু হজম উন্নত কৰাৰ পৰা ৰক্ত শৰ্কৰা নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম। বিশেষজ্ঞসকলে বিশ্বাস কৰে যে দিনে একাপৰ পৰা দুই কাপ গ্ৰীণ টি খোৱাটো স্বাস্থ্যকৰ। গ্ৰীণ টিত এণ্টিঅক্সিডেণ্ট থাকে, নিয়মীয়াকৈ খোৱাটোৱে ছাল আৰু চুলি সুস্থ কৰি ৰাখে।

বহুতে এতিয়ালৈকে কেমোমাইল টি বিষয়ে অৱগত নহয়, কিন্তু বিদেশত এই চাহ খাই থকাটো প্ৰচলিত। এই চাহটো ফুলৰ পৰা এক প্ৰকাৰে তৈয়াৰ কৰা হয়। ভেষজ চাহৰ মাজত অন্যতম হ’ল এই কেমোমাইল চাহ। এই চাহত কোনো ক্ষতিকাৰক কেফেইন নাথাকে। এই চাহ খোৱাটোৱে টোপনি উন্নত কৰে। মূলতঃ দুই প্ৰকাৰৰ কেমোমাইল চাহ ব্যৱহাৰ কৰা হয় – ৰোমান আৰু জাৰ্মান। কিন্তু বিশেষজ্ঞসকলে গৰ্ভৱতী সকলক এই চাহ পৰিহাৰ কৰিবলৈ পৰামৰ্শ দিয়ে। এই চাহ সংৰক্ষণ কৰাৰ অন্য পদ্ধতি আছে । এই চাহকাষৰ ঠাণ্ডা পৰিৱেশত ৰাখিব লাগে।

পুদিনা পাতৰশিপা, পাত, কাণ্ডকে ধৰি সকলো গুণেৰে পৰিপূৰ্ণ। পুদিনা পাত বোৰ সুগন্ধি হিচাপে ৰন্ধাত ব্যৱহাৰ কৰা হয়। পুদিনা পাত কাবাব, চাটনি, মচলাত ব্যৱহাৰ কৰা হয়। পুদিনা পাত তেল তৈয়াৰ কৰিবলৈ ব্যৱহাৰ কৰা হয়। বিশেষজ্ঞসকলে কয় যে ,পুদিনা চাহ খালে লাভালাভ হয়।

জবা ফুলৰ চাহ অসাধাৰণ ভাৱে পুষ্টিকৰ। ই উচ্চ ৰক্তচাপ আৰু উচ্চ কলেষ্টেৰলৰ সমস্যা হ্ৰাস কৰে। একে সময়তে, ই হজমৰ সমস্যাও নাইকিয়া কৰে। যকৃতৰ ৰোগ নিৰাময় কৰাৰ লগতে কৰ্কট ৰোগৰ প্ৰৱণতা হ্ৰাস কৰাৰ ক্ষেত্ৰত জবা ফুলৰ গুণাগুণ অনস্বীকাৰ্য্য। উদ্বেগ আৰু উদ্দীপনা হ্ৰাস কৰিবলৈ জবা চাহ যথেষ্ট পৰিমাণৰ ভিটামিন চি, খনিজ, এণ্টিঅক্সিডেণ্টৰ দ্বাৰাও প্ৰভাৱিত হয়। বহুলোকে ইয়াক টেঙা চাহ বুলি কয় কিয়নো ই খাবলৈ বৰ টেঙা। জবা ফুলৰ চাহৰ সোৱাদ ক্ৰেনবেৰী ৰসৰ দৰে। ইয়াক যিমান ইচ্ছা ঠাণ্ডা বা গৰম খাব পাৰি। এই চাহত কোনো কেফেইন নাথাকে সেয়েহে ই শৰীৰৰ বাবে অতি উপকাৰী। বিশেষজ্ঞসকলে কয় যে, এইবোৰ একাধিকবাৰ খালেও শৰীৰত কোনো বিৰূপ প্ৰভাৱ নপৰে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: BenefitsHealthtea
publisher

publisher

Related Posts

পকেটত ম’বাইল, কোলাত লেপটপৰ অভ্যাস!
Lifestyle

পকেটত ম’বাইল, কোলাত লেপটপৰ অভ্যাস!

October 17, 2026
কোঠাত প্ৰৱেশৰ লগে লগে পাহৰি যায় কি প্রয়োজনত আহিছিল
Lifestyle

কোঠাত প্ৰৱেশৰ লগে লগে পাহৰি যায় কি প্রয়োজনত আহিছিল

October 10, 2026
শেৱালি ফুলৰো আছে ঔষধি গুণ
Lifestyle

শেৱালি ফুলৰো আছে ঔষধি গুণ

October 4, 2026
গেছ চিলিণ্ডাৰ কিনিবলৈ ৬০০ টকালৈকে মাইক্র’ লোন, ১০০ টকাকৈ সাপ্তাহিক কিস্তি
Lifestyle

গেছ চিলিণ্ডাৰ কিনিবলৈ ৬০০ টকালৈকে মাইক্র’ লোন, ১০০ টকাকৈ সাপ্তাহিক কিস্তি

October 4, 2026
ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?
Lifestyle

ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

September 28, 2026
হাতৰ জোৰাৰ ক’লা দাগ
Lifestyle

হাতৰ জোৰাৰ ক’লা দাগ

September 25, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d