Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    সৰভোগত নকল সোণৰ নাওঁসহ চাৰি সৰবৰাহকাৰী আটক

    ৰে’লৰ মুখামুখি সংঘৰ্ষ! গুৰুত্বৰভাৱে আহত ১৭ জন

    পশ্চিম বংগ বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়!

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    Basistha Police:বশিষ্ঠ আৰক্ষীৰ জালত চিলনী চোৰ

    Amritpal Singh :ডিব্ৰুগড় কাৰাগাৰাত পুনৰ গ্ৰেপ্তাৰ অমৃতপাল সিঙক

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

    সুৰ সম্ৰাজ্ঞী আশা ভোছলেৰ দেহাৱসান, সংগীত জগতত শোকৰ ছাঁ

    নীতিশ তিৱাৰী পৰিচালিত বহু প্রতীক্ষিত ‘ৰামায়ণ’ৰ চাৰি হেজাৰ কোটি টকাৰে নিৰ্মিত নীতিশ তিৱাৰীৰ ‘ৰামায়ণ’ৰ টীজাৰ মুক্তি

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ব্যায়ামৰ পাছত প্ৰ’টিন খোৱাৰ উপযুক্ত সময়

    ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

    ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

    পশু কিষাণ ক্রেডিট কার্ড আঁচনিৰ সবিশেষ

    পশু কিষাণ ক্রেডিট কার্ড আঁচনিৰ সবিশেষ

    গৰমতো আকর্ষণীয় হৈ থাকিবলৈ কি কৰিব ?

    গৰমতো আকর্ষণীয় হৈ থাকিবলৈ কি কৰিব ?

    আপোনাৰ দামী সুগন্ধিৰ গোন্ধ নাইকিয়া হয়?

    ইউটিউবত কন্টেন্ট ক্রিয়েটৰৰ উপাৰ্জনৰ সাতটা গোপন কথা জানি লওক

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

গোলাঘাটত নিশা ক’ভিড পৰিস্থিতিৰ পৰ্যালোচনা স্বাস্থ্যমন্ত্ৰীৰ, এসপ্তাহত কাৰ্যক্ষম হ’ব ১০খন বিচনাৰ আইচিইউ

৩০ খন বিচনাত অতিৰিক্তভাৱে কৰা হ'ব অক্সিজেনৰ ব্যৱস্থা

publisher by publisher
July 3, 2021
in Assam, COVID-19, India, News
Reading Time: 1 min read
0
গোলাঘাটত নিশা ক’ভিড পৰিস্থিতিৰ পৰ্যালোচনা স্বাস্থ্যমন্ত্ৰীৰ, এসপ্তাহত কাৰ্যক্ষম হ’ব ১০খন বিচনাৰ আইচিইউ
2
SHARES
16
VIEWS
ShareShareShareShare

স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই শুকুৰবাৰে নিশা গোলাঘাট জিলাৰ উপায়ুক্তৰ সভাকক্ষত অনুষ্ঠিত এখন বৈঠকত জিলাখনৰ ক’ভিড পৰিস্থিতিৰ পৰ্যালোচনা কৰে ।

ADVERTISEMENT

তেওঁ ক’ভিড-১৯ ৰ স্বাস্থ্যবিধি তথা চৰকাৰী নীতি-নিৰ্দেশনাসমূহ কঠোৰভাৱে পালন কৰাৰ লগতে ক’ভিডবিৰোধী যুঁজখনত সফল হোৱাৰ বাবে জিলা প্ৰশাসন আৰু স্বাস্থ্য বিভাগক সহযোগ কৰিবলৈ ৰাইজৰ প্ৰতি আহ্বান জনায় ।

RelatedPosts

Amit Shah Election Rally in Missa:কলিয়াবৰৰ মিছাত ৰাহুল গান্ধীক তীব্ৰ কটাক্ষগৃহমন্ত্ৰী অমিত শ্বাহৰ 

AGP 40th Foundation Day Spl Programe in Dibrugarh Jeraigaon: ৰাজ্যজুৰি অগপৰ ৪০ সংখ্যক প্ৰতিষ্ঠা দিৱস পালন

Kokrajhar:কোকৰাঝাৰত মিত্ৰদলৰে অগপৰ নিৰ্বাচনী বৈঠক

তেওঁ কয় যে গোলাঘাট জিলাখনক ক’ভিডমুক্ত কৰাৰ বাবে ৰাজ্য চৰকাৰে জিলা প্ৰশাসনক সকলো ধৰণে সহায়-সহযোগিতা আগবঢ়াব । জিলাখনৰ ক’ভিড পৰিস্থিতিৰ বিতং পৰ্যালোচনা কৰি মন্ত্ৰীগৰাকীয়ে গৃহ আছুতীয়াকৰণত থকা লোকসকলে যাতে চৰকাৰী নীতি-নিৰ্দেশনা উলংঘা নকৰে তাৰ প্ৰতি সতৰ্ক হ’বলৈ জিলা প্ৰশাসনক নিৰ্দেশ দিয়ে ।

গৃহ আছুটীয়াকৰণৰ অনুমতি দিয়াৰ পাছতে যাতে সংশ্লিষ্ট ঘৰতো ছিল কৰাৰ ব্যৱস্থা কৰা হয়, সেইয়া সুনিশ্চিত কৰিবলৈ তেওঁ প্ৰশাসনক নিৰ্দেশ দিয়ে ।

আনহাতে এসপ্তাহৰ ভিতৰতে গোলাঘাটৰ শ্বহীদ কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়ত নিৰ্মীয়মান ১০ খন বিচনাযুক্ত আই চি ইউ কক্ষটো কাৰ্যক্ষম কৰি তোলাৰ ব্যৱস্থা কৰিবলৈ তেওঁ নিৰ্দেশ দিয়ে ।

ইয়াৰোপৰি ৩০ খন বিচনাত অতিৰিক্তভাৱে অক্সিজেনৰ ব্যৱস্থা কৰিবলৈও বৈঠকত সিদ্ধান্ত লোৱা হয় । লগতে জিলাখনত ১০ খন বিচনাৰ শিশুৰ আই চি ইউ কক্ষ নিৰ্মাণৰ কামো দুই এদিনতে আৰম্ভ কৰা সন্দৰ্ভত আলোচনা কৰা হয় ।

বৈঠকত মন্ত্ৰীগৰাকীক অৱগত কৰোৱা হয় যে দুই/ তিনিদিনৰ ভিতৰতে গোলাঘাট অভিযান্ত্ৰিক মহাবিদ্যালয়ত স্থাপন কৰা ১৪০ খন বিচনাৰ ক’ভিড কেয়াৰ কেন্দ্ৰটো কাৰ্যক্ষম হৈ উঠিব ।

বৈঠকত আলোচনামৰ্মে সৰুপথাৰ সমষ্টিৰ উৰিয়ামঘাট আদৰ্শ চিকিৎসালয়ক বৰ্তমানৰ ক’ভিড কেয়াৰ কেন্দ্ৰৰ পৰা ক’ভিড চিকিৎসালয়লৈ উন্নীত কৰাৰ বাবেও সিদ্ধান্ত লোৱা হয় ।

মহন্তই কয় যে গোলাঘাট জিলাত ক’ভিডৰ অধিক সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি ৫০হাজাৰ প্ৰতিষেধক দিয়া হৈছে । আজিৰ বৈঠকত সমগ্ৰ জিলাখনতে ক’ভিডৰ দ্ৰুত সংক্ৰমণ ৰোধ কৰাৰ বাবে নীতি-নিৰ্দেশনাসমূহ অধিক কঠোৰ কৰা সন্দৰ্ভত বিতংভাৱে আলোচনা কৰা হয় ।

মন্ত্ৰীগৰাকীয়ে ক’ভিডৰ পৰা আৰোগ্য হোৱাৰ পাছত ল’বলগীয়া সাৱধানতা সন্দৰ্ভতো সজাগতা সৃষ্টিৰ বিষয়ত গুৰুত্ব আৰোপ কৰে । বৈঠকত কৃষিমন্ত্ৰী তথা বোকাখাত সমষ্টিৰ বিধায়ক অতুল বৰায়ো ৰাইজক চৰকাৰী নীতি-নিৰ্দেশনাসমূহ মানি চলিবলৈ আহ্বান জনায় ।

তেওঁ এই ক্ষেত্ৰত ৰাজহ চক্ৰ বিষয়াসকলক সক্ৰিয় হ’বলৈ নিৰ্দেশ দিয়ে । তেওঁ লগতে ক’ভিড পৰীক্ষাত পজিটিভ ওলোৱা কোনো ৰোগীয়ে পৰীক্ষা কেন্দ্ৰৰ পৰা পলায়ন কৰিলে অথবা ক’ভিড বিধি উলংঘা কৰিলে তৎকালীনভাৱে আৰক্ষীক অৱগত কৰিবলৈ নিৰ্দেশ দিয়ে ।

শুকুৰবাৰে বৈঠকত সৰুপথাৰ সমষ্টিৰ বিধায়ক বিশ্বজিৎ ফুকন, জিলা উপায়ুক্ত মানৱেন্দ্ৰ প্ৰতাপ সিং, আৰক্ষী অধীক্ষক ডাঃ ৰবীন কুমাৰ আৰু স্বাস্থ্য সেৱাৰ যুটীয়া সঞ্চালক ডাঃ অৰুণ চন্দ্ৰ মহন্তৰ লগতে স্বাস্থ্য বিভাগ আৰু জিলা প্ৰশাসনৰ ভালেসংখ্যক বিষয়া উপস্থিত আছিল ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: Biswajit PhukanKeshab MahantaManvendra Pratap Singh
publisher

publisher

Related Posts

সৰভোগত নকল সোণৰ নাওঁসহ চাৰি সৰবৰাহকাৰী আটক
News

April 23, 2026
ৰে’লৰ মুখামুখি সংঘৰ্ষ! গুৰুত্বৰভাৱে আহত ১৭ জন
News

ৰে’লৰ মুখামুখি সংঘৰ্ষ! গুৰুত্বৰভাৱে আহত ১৭ জন

April 23, 2026
পশ্চিম বংগ বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়!
India

পশ্চিম বংগ বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়!

April 23, 2026
৩০ বছৰ বয়সতে সকলো শেষ ! 
News

৩০ বছৰ বয়সতে সকলো শেষ ! 

April 23, 2026
Basistha Police:বশিষ্ঠ আৰক্ষীৰ জালত চিলনী চোৰ
News

Basistha Police:বশিষ্ঠ আৰক্ষীৰ জালত চিলনী চোৰ

April 23, 2026
Amritpal Singh :ডিব্ৰুগড় কাৰাগাৰাত পুনৰ গ্ৰেপ্তাৰ অমৃতপাল সিঙক
News

Amritpal Singh :ডিব্ৰুগড় কাৰাগাৰাত পুনৰ গ্ৰেপ্তাৰ অমৃতপাল সিঙক

April 23, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d