Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025

    তামিলনাডুত নতুন যুগৰ সূচনা! 

    দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 

    ট্ৰাম্পৰ শুল্ক নীতিত আদালতৰ পুনৰ কোব! ‘অবৈধ’ ঘোষণা ১০% আমদানি কৰ

    বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন

    মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ

    অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    সৰিয়হৰ নে ৰিফাইন তেল? কোনটো বেছি নিৰাপদ?

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    গৰমত আপুনি অতিপাত ঘামি থাকে নেকি? ছাল সতেজ ৰাখিবলৈ ঘৰুৱা সহজ উপায়

    ওজন হ্ৰাসৰ বাবে চাৰিটা জাপানী খোজকঢ়াৰ কৌশল

    সাৱধান! যিকোনো মুহূৰ্ততে বোমাৰ দৰে বিস্ফোৰণ হ’ব পাৰে ফ্ৰীজৰ

    কলৰ খোলাৰে আপোনাৰ চুলিক ৰেচমী জিলিকনি দিয়ক

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Sports

বর্ণময় ফুটবল জীৱনত সংযােজন প্ৰথমটো বৃহৎ খিতাপ জয়ৰ সন্মান, নিস্তেজ অৱস্থাতাে দীপ্তমান ফুটবল-সূর্য

ছাম্বাৰ ছন্দ স্তব্ধ কৰি অৱশেষত শাপমুক্ত মেছি

publisher by publisher
July 12, 2021
in News, Sports
Reading Time: 1 min read
0
বর্ণময় ফুটবল জীৱনত সংযােজন প্ৰথমটো বৃহৎ খিতাপ জয়ৰ সন্মান, নিস্তেজ অৱস্থাতাে দীপ্তমান ফুটবল-সূর্য
5
SHARES
48
VIEWS
ShareShareShareShare

RelatedPosts

ফুটবলৰ ৰাজপুত্ৰৰ ‘উৰন্ত প্রাসাদ’ত কি কি আছে জানেনে?

মেছিক চাবলৈ এটা টিকটৰ দাম ১০ লাখ টকা! 

মেছিৰ আগমনত কলকাতাত সতৰ্কতা বৃদ্ধি, যুৱ ভাৰতীৰ আশে-পাশে যাতায়তৰ পথ সলনি

ব্রাজিলৰ ৰিঅ’ ডি জেনেইৰত অৱস্থিত মাৰাকানা ফুটবল ষ্টেডিয়াম। সেই ষ্টেডিয়ামতে সাত বছৰৰ পূর্বে। নােপােৱাৰ বেদনাত ক্রন্দনত ভাঙি পৰিছিল এজন প্রায় সকলােৰে প্রিয় শিল্পী ফুটবলাৰ। বর্ণময় ফুটবল জীৱনত এই অনন্য প্রতিভাশালী ফুটবলাৰজনে প্রায় সকলােখিনিয়েই পাইছিল।

ADVERTISEMENT

অথচ তেওঁ নিজৰ দেশলৈ আনি দিব পৰা নাছিল কোনাে বৃহৎ প্রতিযােগিতাৰ খিতাপ। যাৰ বাবে বিশ্ববন্দিত হলেও কেতিয়াবা স্বদেশতে নিন্দিত হৈছিল বিশ্বৰ অন্যতম শ্রেষ্ঠ ফুটবলাৰজন। অৱশেষত প্ৰায় ১৭ বছৰীয়া আন্তর্জাতিক ফুটবল জীৱনৰ সেই অপূর্ণ মনােবাঞ্ছা দেওবাৰে ৰিঅ’ ডি জেনেইৰৰ সেই মাৰাকানা ষ্টেডিয়ামতে পূৰণ কৰি দীর্ঘদিনীয়া অভিশাপৰ পৰা মুক্ত হ’ল লিয়নেল মেছি।

নিজৰ অসাধাৰণ প্রতিভাক প্রদান কৰিলে ন্যায্যতা। ব্রাজিলৰ অতি পৰিচিত ছাম্বাৰ ছন্দ নষ্ট কৰি অৱশেষত কোপা আমেৰিকা ফুটবলৰ জৰিয়তে বৃহৎ প্রতিযােগিতাৰ ট্ৰফী নিজ দেশ আর্জেন্টিনালৈ কঢ়িয়াবলৈ সক্ষম হ’ল এই বিৰল প্ৰতিভাৰ অধিকাৰীজনে। সুদীর্ঘ ২৮ বছৰৰ পাছত আন্তর্জাতিক ফুটবলত কোনাে ট্ৰফী জয় কৰিলে আর্জেন্টিনাই।

মেছিয়ে খেলিবলৈ আৰম্ভ কৰাৰ বহু বছৰৰ পূর্বেই ১৯৯৩ত আর্জেন্টিনাই কোপা আমেৰিকাৰ খিতাপ জয় কৰিছিল। তেতিয়াৰে পৰা বহু প্রতিভাশালী ফুটবলাৰ উপহাৰ দিয়া দেশখনে বৃহৎ প্রতিযােগিতাত কেৱল হতাশাকে দেখি আহিছিল। শৈশৱৰ পৰাই বিৰল প্রতিভাৰ পৰিচয় দি স্পেইনৰ বাৰ্চিলােনা ক্লাকে অসংখ্য সাফল্য আনি দিয়া মেছিয়ে জাতীয় দলৰ হৈ খেলাৰ পৰাই আর্জেন্টিনাৰ সমর্থকৰ প্রত্যাশা বৃদ্ধি পাইছিল।

অথচ ২০০৫ত জাতীয় দলৰ হৈ অভিষেক ঘটোৱাৰে পৰা মেছিয়ে স্বদেশৰ সমর্থকসকলৰ সেই প্রত্যাশা পূৰণ কৰিবলৈ সক্ষম হােৱা নাছিল। সুদীর্ঘ বর্ণময় ফুটবল জীৱনত অসংখ্য ব্যক্তিগত সন্মান অভিলেখৰ গৰাকী হৈছে মেছি। কিন্তু জাতীয় দলৰ হৈ খিতাপ জয়ৰ ব্যর্থতাই তেওঁকো সদায় ব্যথিত কৰি ৰাখিছিল।

বার্চিলােনা ক্লাবৰ হৈ মেছিয়ে জয় কৰিছিল ১০টা স্পেনিছ লা লিগা, সাতটা কোপা ডেল ৰে, চাৰিটা চেম্পিয়নছ, এটা ক্লাব বিশ্বকাপৰ খিতাপ। ইয়াৰ উপৰি তেওঁ অৰ্জন কৰিছিল ছটাকৈ বর্ষশ্রেষ্ঠ ফুটবলাৰ বেলন ডি’অৰ ট্ৰফী। আর্জেন্টিনাৰ যুৱ দলৰ হৈ তেওঁ ফিফা বিশ্ব যুৱ ফুটবল প্রতিযােগিতা আৰু অলিম্পিক স্বর্ণপদকো অর্জন কৰিছিল।

অথচ জ্যেষ্ঠ জাতীয় দলৰ হৈ মেছিয়ে ইমানদিনে দেশলৈ খিতাপ কঢ়িয়াই আনিব পৰা নাছিল। আজিৰ ফাইনেলৰ আগলৈকে তেওঁৰ দলে চাৰিবাৰ তিনিবাৰ কোপা আমেৰিকা আৰু এবাৰ বিশ্বকাপৰ ফাইনেল খেলিও অন্তিম বাধা অতিক্রম কৰিব পৰা নাছিল।

আনকি মেছিৰ নেত্বতে আর্জেন্টিনাই ২০১৪ বিশ্বকাপ তথা ২০১৫ আৰু ২০১৬ৰ কোপা আমেৰিকাৰ ফাইনেল খেলি পৰাজিত হৈছিল। সুদীর্ঘ ফুটবল জীৱনত মেছিৰ স’তে শ্রেষ্ঠত্বৰ এক অঘােষিত যুঁজ চলি আহিছিল ক্রিস্তিয়ানাে ৰােণাল্ডােৰ।তুলনামূলকভাৱে পতুর্গাল দল আর্জেন্টিনাতকৈ দুর্বল।

তেনে এটা সাধাৰণ দলক সন্মুখৰ পৰা নেতৃত্ব দি জার্মানী, ফ্রান্স, ইটালী, ইংলণ্ড, বেলজিয়ামৰ দৰে ফুটবল ‘পাৱাৰ হাউছ’ক অতিক্রম কৰি ৰােণাল্ডােৱে ২০১৬ৰ ইউৰ’ পিৰ ট্ৰফী স্বদেশলৈ কঢ়িয়াই নিয়াৰ পাছত মেছিৰ ওপৰত চাপ বৃদ্ধি পাইছিল।

সেই বাবেই একেটা বছৰতে পুনৰ কোপা আমেৰিকাৰ ফাইনেলত পৰাজিত হৈ মেছিয়ে আন্তর্জাতিক ফুটবলৰ পৰাই অৱসৰ গ্ৰহণ কৰিছিল। তেওঁৰ সেই সিদ্ধান্তই সকলােকে আচম্বিত কৰি তুলিছিল। অৱশ্যে আর্জেন্টিনা ফুটবল প্রশাসকৰ আহ্বানত মেছিয়ে পুনৰ জাতীয় দললৈ উভতি অহাৰ সিদ্ধান্ত লৈছিল।

সেই সিদ্ধান্ত সলনি নকৰা হ’লে হয়তাে মেছিয়ে এটা অভিযােগ লৈয়েই সমগ্র জীৱনটো কটাবলগীয়া হ’লহেঁতেন। মেছিৰ ওপৰত আন এটা চাপাে আছিল। সেয়া হৈছে কিংবদন্তি ফুটবলাৰ ডিয়েগ’ মাৰাড়ােনা যােগ্য উত্তৰসুৰী হৈ উঠাৰ ক্ষেত্ৰত আর্জেন্টিনাৰ সমর্থকৰ অমত।

অসামান্য ফুটবল দক্ষতা আৰু ক্ৰীড়াশৈলীত শিল্পৰ সানমিহলিৰ বাবে মেছিক বহুতেই ‘ফুটবল-ঈশ্বৰ’ বা মাৰাডােনাৰ উত্তৰসুৰী বুলি ক’ব বিচাৰে। আন বহুতেই আকৌ তেওঁক মাৰাডােনাৰ স’তে তুলনা কৰিবলৈ ৰাজি নাছিল। সেই ক্ষেত্ৰত আন্তর্জাতিক প্রতিযােগিতাত খিতাপ জয়ৰ অভাৱৰে যুক্তি দর্শাইছিল।

আর্জেন্টিনাৰ হৈ সর্বাধিক মেচ খেলা আৰু সর্বাধিক ৭৬টা গ’ল দিয়াৰ অভিলেখ স্থাপন কৰাৰ পাছতাে তেওঁ ইমানদিনে স্বদেশৰ সমর্থকৰ বাবে মাৰাডােনাৰ ছাঁতে থাকি গৈছিল। সেই বিষয়টোৱেও হয়তাে মেছিৰ মন-গহনত প্ৰভাৱ পেলাইছিল। এতিয়াৰ পৰা আৰু মেছিৰ স’তে মাৰাডােনা বা ৰােণাল্ডােৰ তুলনা কৰাৰ ক্ষেত্ৰত বিশেষ বাধা নাথাকিব।

মেছিৰ বিৰুদ্ধে ইমানদিনে সমর্থকৰ এটাই অভিযােগ আছিল, দেওবাৰে তেওঁ সেই অভিযােগাে নুই কৰিলে। লক্ষ্যণীয়ভাৱে আজিৰ ফাইনেলত চাবলৈ গ’লে মেছি প্রায় নিস্তেজ হৈ আছিল। ব্রাজিলৰ ৰক্ষণ বিভাগৰ খেলুৱৈসকলে তেওঁক প্রতিক্ষণতে তীক্ষ দৃষ্টি ৰাখিছিল। যাৰ বাবে দুখন ঐশ্বৰিক ভৰিৰ যাদু প্রত্যক্ষ কৰাৰ পৰা ফুটবল প্রেমী বঞ্চিত হ’ল।

প্রায় তিনি-চাৰিজন খেলুৱৈয়ে তেওঁক ঘেৰি ৰাখিছিল। খেলৰ ৩২ মিনিটত ব্রাজিল ডিফেণ্ডাৰ মাৰকুইনাছৰ আঁৰ হৈ মেছিয়ে এটা শ্বট লৈছিল যদিও গ’লৰ বাবে সেয়া যথেষ্ট নাছিল। প্রথমার্ধ্বৰ অন্তিম ক্ষণত সতীর্থ জিঅ’ভান্নি লাে ছেলচ’ক লৈ ব্রাজিলৰ গ’ল বক্সত তেওঁ এটা সুযােগ সৃষ্টি কৰিছিল যদিও মাকুইনাছে ব্যর্থ কৰে। ৬১ মিনিটত তেওঁ ফ্রী কিক মাৰিও কোনাে প্রভাৱ পেলাব নােৱাৰিলে।

প্রায় সকলাে সময়তে আবদ্ধ হৈ থকা মহাতাৰকাজনে খেলৰ ৮৯ মিনিটত গ’ল দিয়াৰ এক সুৱর্ণ সুযােগ লাভ কৰিছিল। ব্রাজিলৰ গ’লৰ মুখত একমাত্র গ’লকীপাৰ এডেৰছন। মােৰায়েজক মেছিয়ে অকলশৰে পােৱাত সকলােৱে ভাবিছিল যে আর্জেন্টিনাৰ দ্বিতীয়টো গ’ল নিশ্চিত হ’ল। কিন্তু খেল।

একেবাৰে সহজ সুযােগটোতাে সুদক্ষ গল স্ক’ৰাৰজনে গ’ল দিয়াত ব্যর্থ হয়। ফাইনেলত ব্যর্থ হলেও আর্জেন্টিনা দলৰ এই যাত্ৰাত মেছিৰ অৱদান আছিল অতুলনীয়। প্রায় সমগ্র প্রতিযােগিতাতে তেওঁ দীপ্তমান সূৰ্যৰ দৰেই জিলিকি আছিল। যাৰ বাবে তেওঁ প্ৰতিযােগিতাত সর্বাধিক গ’লদাতা আৰু প্ৰতিযােগিতাৰ শ্ৰেষ্ঠ খেলুৱৈৰ সন্মাননা অর্জন কৰে।

তেওঁৰ মুঠ চাৰিটা গ’লৰ এটা আহিছিল এক দৃষ্টিনন্দন ফ্রী কিকৰ জৰিয়তে। ফাইনেলৰ পূর্বে চাৰিখন মেচত তেওঁ লাভ কৰিছিল শ্রেষ্ঠ খেলুৱৈৰ সন্মান। সেয়ে ফাইনেলত নিস্তেজ হৈ পৰাৰ সময়তাে এই ফুটবল-সূর্য আছিল পূর্বৰ দৰেই দীপ্তমান। উল্লেখ্য যে কিংবদন্তি মাৰাডােনাৰ মৃত্যুৰ পাছত আর্জেন্টিনাই এই প্রতিযােগিতাতে প্রথম খেলিছিল।

প্রথম খেলতে মাৰাডােনাৰ ফটো সম্বলিত জাৰ্ছি পিন্ধি খেলুৱৈসকলে প্রাক্তন বিশ্বজয়ী অধিনায়কজনৰ প্রতি শ্রদ্ধা নিবেদন কৰিছিল। কোপা আমেৰিকাৰ আয়ােজকৰ তৰফৰ পৰাও মাৰাডােনাৰ প্রতি শ্রদ্ধা নিবেদন কৰা হৈছিল। মাৰাডােনাৰ অবর্তমানত দেশখনৰ সম্পদ এতিয়া মেছি।

ফাইনেলৰ অন্তত ট্ৰফী হাতত লৈ মেছিয়ে প্রথমেই চাইছিল আকাশলৈ। হয়তাে মেছিয়ে। মনতে কৈছিল, তুমি সোঁশৰীৰে নাথাকিলেও তুমি আমাৰ মাজত সদায় থাকিবা। এই জয় তােমাৰ বাবেই।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Lionel Messi
publisher

publisher

Related Posts

India

তামিলনাডুত নতুন যুগৰ সূচনা! 

May 10, 2026
দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 
Assam

দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 

May 10, 2026
ট্ৰাম্পৰ শুল্ক নীতিত আদালতৰ পুনৰ কোব! ‘অবৈধ’ ঘোষণা ১০% আমদানি কৰ
News

May 8, 2026
বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন
India

বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন

May 8, 2026
মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ
News

মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ

May 8, 2026
অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!
India

অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!

May 8, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d