Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    মুম্বাইত CJPৰ প্ৰতিবাদত বিনোদন জগতৰ কেবাগৰাকীও তাৰকা

    নিৰ্বাচনী সংস্কাৰ আৰু CEC জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত মুম্বাইত CJPৰ প্ৰতিবাদ

    বৈধ ভোটাৰৰ নাম তালিকাত অন্তৰ্ভুক্ত কৰিবলৈ নিৰ্বাচন আয়োগৰ বৃহৎ অভিযান

    দিল্লীত জ্ঞানেশ কুমাৰৰ বিৰুদ্ধে প্ৰতিবাদ, আটক অন্তত ৭০০

    দুৰ্ঘটনাপতিত হ’ল দুৰ্গা প্ৰতিমা কঢ়িয়াই নিয়া টেম্পো !

    ‘ফ্লাইডুবাই’ৰ আহত ভাৰতীয় পাইলট স্মিতৰ স’তে মোদীৰ ভিডিঅ’ কল, সাহসিকতাৰ প্ৰশংসা প্ৰধানমন্ত্ৰীৰ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

    ‘পাকিস্তান জিন্দাবাদ’ ধ্বনি দি বিতৰ্কত আয়ুষ্মান: অৱশেষত মুখ খুলিলে অভিনেতাই

    পুনৰ আহিব আৰিয়ান খানৰ ‘দ্য বেছ অৱ বলিউদ ২’

    কৰীনাই ক্ৰেচ ডায়েট ভাল নাপায়, টাইমুৰৰ জন্মৰ পিছত কেনেকৈ কমি গ’ল অভিনেত্ৰীগৰাকীৰ ওজন?

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    মানসিক চাপে মনটোৱেই নহয়, শৰীৰতো যথেষ্ট প্ৰভাৱ পেলায়

    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

ধুবুৰীৰ ভোলানাথ কলেজৰ মহাৰজত জয়ন্তী সমাৰোহ

বিশ্ববিদ্যালয়লৈ উন্নীত কৰাৰ বাবে যথা সময়ত লোৱা হ'ব পদক্ষেপঃ মন্ত্ৰী দাস

publisher by publisher
August 16, 2021
in Assam, India, News, Politics
Reading Time: 1 min read
0
ধুবুৰীৰ ভোলানাথ কলেজৰ মহাৰজত জয়ন্তী সমাৰোহ
2
SHARES
21
VIEWS
ShareShareShareShare

RelatedPosts

মানাহ ৰাষ্ট্ৰীয় উদ্যান সংযোগী পথৰ মাজত পুখুৰী সদৃশ গাঁত

অসমৰ জনগোষ্ঠীয় সংস্কৃতিক সুৰক্ষিত কৰিছে চৰকাৰে : মন্ত্ৰী ৰঞ্জিত কুমাৰ দাস

ৰাজ্যসভাৰ নিৰ্বাচনক লৈ বিৰোধীৰ আঠজনীয়া কৌশল নিৰ্ধাৰণ সমিতি গঠন

‘অতীত ৰোমন্থন কৰিলে আমি শক্তি আৰু সাহস পাওঁ ৷ সেয়ে আমি ভাল কামৰ অতীত ৰোমন্থন কৰিব লাগে ৷’ নামনি অসমৰ উচ্চ শিক্ষাৰ অন্যতম প্ৰাণকেন্দ্ৰ ধুবুৰীৰ ঐতিহ্যমণ্ডিত ভোলানাথ মহাবিদ্যালয়ৰ মহাৰজত জয়ন্তী উদযাপন সমাৰোহৰ সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকি অসম চৰকাৰৰ খাদ্য, অসামৰিক যোগান আৰু গ্ৰাহক পৰিক্ৰমা, পঞ্চায়ত আৰু গ্ৰামোন্নয়ণ, জনস্বাস্থ্য কাৰিকৰী আদি বিভাগৰ মন্ত্ৰী ৰণজিত কুমাৰ দাসে এইদৰে কয় ৷

ADVERTISEMENT

তেওঁ মহাবিদ্যালয়খনৰ প্ৰতিষ্ঠা কালৰ ইতিহাস বিবৰি কয়, ‘১৯৪৪ৰ ২৬ আগষ্টত অভিভক্ত গোৱালপাৰা জিলাৰ তদানীন্তন উপায়ুক্ত জহিৰুল হকৰ তৎপৰতাত অনুষ্ঠিত এখন সভাত এই মহাবিদ্যালয় স্থাপনৰ বীজ ৰোপন কৰা হৈছিল ৷ এই সভাৰ দুবছৰ পাছত অৰ্থাৎ ১৯৪৬ৰ ১৬ আগষ্টত মেছপাৰাৰ জমিদাৰ প্ৰয়াত জ্যোৎস্না নাথ চৌধুৰীয়ে আগবঢ়োৱা অৰ্থৰে তেওঁ দান কৰা ভূমিত মহাবিদ্যালয়খন প্ৰতিষ্ঠা হয় ৷ জ্যোৎস্না নাথ চৌধুৰীৰ পিতৃ ভোলানাথ চৌধুৰীৰ নামেৰে মহাবিদ্যালয়খনৰ নামকৰণ কৰা হয় ৷’

ধুবুৰী জিলাৰ অভিভাৱক মন্ত্ৰীগৰাকীয়ে মহাৰজত জয়ন্তী উপলক্ষে ভোলানাথ কলেজলৈ অসম চৰকাৰৰ পৰা ৫০ লাখ টকাৰ আৰ্থিক অনুদান আগবঢ়োৱাৰ কথা ঘোষণা কৰে ৷ মহাবিদ্যালয়খনক বিশ্ববিদ্যালয় পৰ্যায়লৈ উন্নীত কৰাৰ বাবে যথা সময়ত চেষ্টা কৰিব বুলিও আশ্বাস দিয়ে মন্ত্ৰী দাসে ৷ তেওঁ মহাবিদ্যালয়খনৰ উন্নয়ণৰ পৰিকল্পনা যুগুত আৰু বাস্তৱায়িত কৰাৰ বাবে কৰ্তৃপক্ষৰ লগত প্ৰতি দুমাহৰ অন্তত আলোচনা কৰিবলৈ ধুবুৰী জিলা উপায়ুক্তক পৰামৰ্শ দিয়ে ৷

৯০ৰ দশকত কেন্দ্ৰীয় চৰকাৰৰ তথ্য বিষয়া হিচাপে ধুবুৰীত কাৰ্যনিবাহ কৰা, পৰৱৰ্তী সময়ত বিজেপি দলৰ ধুবুৰী জিলাৰ তত্বাবধায়ক হিচাপে আৰু বৰ্তমান ধুবুৰী জিলাৰ অভিভাৱক মন্ত্ৰী হিচাপে ধুবুৰীৰ লগত থকা সম্পৰ্কৰ কথাও প্ৰসংগক্ৰমে উল্লেখ কৰে মন্ত্ৰী ৰণজিত কুমাৰ দাসে ৷ মহাৰজত জয়ন্তীৰ সমাবেশত উপস্থিত থাকি মন্ত্ৰীগৰাকীয়ে কলেজখনৰ নৱনিৰ্মিত তোৰণখন মুকলি কৰাৰ লগতে ভোলানাথ চৌধুৰীৰ এটা আৱক্ষ মুৰ্তিও উন্মোচন কৰে ৷

বিশিষ্ট শিল্পী লোকনাথ গোস্বামীৰ কথা আৰু সুৰেৰে প্ৰস্তুত কৰা ভোলানাথ মহাবিদ্যালয় সংগীতটো আৰু ‘ঐতিহ্যমণ্ডিত ভোলানাথ মহাবিদ্যালয়’ নামৰ মহাবিদ্যায়খনৰ ইতিহাস সম্বলিত গ্ৰন্থখনো মন্ত্ৰীগৰাকীয়ে উন্মোচন কৰে ৷ ক’ভিড বিধি মানি আয়োজন কৰা সভাখনত প্ৰাক্তন ছাত্ৰ তথা দক্ষিণ শালমাৰাৰ বিধায়ক ৱাজেদ আলী চৌধুৰী, প্ৰাক্তন ছাত্ৰ তথা মানকাছাৰৰ বিধায়ক আমিনুল ইছলাম, ধুবুৰী জিলাৰ উপায়ুক্ত অন্বামুথন এম পি, প্ৰাক্তন বিধায়ক অশ্বিনী ৰায় সৰকাৰ, প্ৰাক্তন বিধায়ক অশোক কুমাৰ সিংহী, প্ৰাক্তন ছাত্ৰ তথা সমাজকৰ্মী দেৱময় সন্যাল, মহাবিদ্যালয়খনৰ অধ্যক্ষ ডঃ ধ্ৰুৱ চক্ৰৱৰ্তী, মহাবিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি দেৱাশীষ ভট্টাচাৰ্য, ভোলানাথ চৌধুৰী পৰিয়ালৰ এগৰাকী সদস্য প্ৰমুখ্যে মহাবিদ্যালয়খনৰ বৰ্তমানৰ আৰু পূৰ্বৰ বহু শিক্ষক- শিক্ষয়িত্ৰী, শিক্ষাৰ্থী উপস্থিত থাকে ৷

সভাত ভাষণ প্ৰদান কৰি বিধায়ক ৱাজেদ আলী চৌধুৰী, বিধায়ক আমিনুল ইছলাম, প্ৰাক্তন বিধায়ক অশ্বিনী ৰায় সৰকাৰে মহাবিদ্যালয়খনৰ স’তে জড়িত তেওঁলোকৰ স্মৃতি ৰোমন্থন কৰে আৰু মহাবিদ্যালয়খনক বিশ্ববিদ্যালয়লৈ উন্নীত কৰাৰ বাবে উদ্যোগ লবলৈ মন্ত্ৰীগৰাকীক আহ্বান জনায় ৷

উপায়ুক্ত অন্বামুথন এম পিয়ে সভাত ভাষণ প্ৰদান কৰি কয় যে মহাবিদ্যালয়খনে নামনি অসমৰ এক বৃহৎ অঞ্চলত উচ্চ শিক্ষাৰ প্ৰসাৰত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰি আহিছে ৷ কলেজখনৰ আন্তঃগাথঁনি উন্নয়ণৰ বাবে চৰকাৰে কৰা সহায়ৰ কথাও তেওঁ উল্লেখ কৰে ৷ সভাত মহাবিদ্যালয়খনৰ কে’বাজনো কৃতী শিক্ষাৰ্থীক সম্বৰ্ধনা জনোৱা হয় ৷

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Aminul IslamAnbamuthan MPAshok Kumar SinghiAshwini RaiRanjeet Kumar DassWazed Ali Choudhury
publisher

publisher

Related Posts

মুম্বাইত CJPৰ প্ৰতিবাদত বিনোদন জগতৰ কেবাগৰাকীও তাৰকা
India

October 3, 2026
নিৰ্বাচনী সংস্কাৰ আৰু CEC জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত মুম্বাইত CJPৰ প্ৰতিবাদ
India

নিৰ্বাচনী সংস্কাৰ আৰু CEC জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত মুম্বাইত CJPৰ প্ৰতিবাদ

October 2, 2026
বৈধ ভোটাৰৰ নাম তালিকাত অন্তৰ্ভুক্ত কৰিবলৈ নিৰ্বাচন আয়োগৰ বৃহৎ অভিযান
India

বৈধ ভোটাৰৰ নাম তালিকাত অন্তৰ্ভুক্ত কৰিবলৈ নিৰ্বাচন আয়োগৰ বৃহৎ অভিযান

October 2, 2026
দিল্লীত জ্ঞানেশ কুমাৰৰ বিৰুদ্ধে প্ৰতিবাদ, আটক অন্তত ৭০০
India

দিল্লীত জ্ঞানেশ কুমাৰৰ বিৰুদ্ধে প্ৰতিবাদ, আটক অন্তত ৭০০

October 2, 2026
দুৰ্ঘটনাপতিত হ’ল দুৰ্গা প্ৰতিমা কঢ়িয়াই নিয়া টেম্পো !
India

দুৰ্ঘটনাপতিত হ’ল দুৰ্গা প্ৰতিমা কঢ়িয়াই নিয়া টেম্পো !

October 2, 2026
‘ফ্লাইডুবাই’ৰ আহত ভাৰতীয় পাইলট স্মিতৰ স’তে মোদীৰ ভিডিঅ’ কল, সাহসিকতাৰ প্ৰশংসা প্ৰধানমন্ত্ৰীৰ
International

‘ফ্লাইডুবাই’ৰ আহত ভাৰতীয় পাইলট স্মিতৰ স’তে মোদীৰ ভিডিঅ’ কল, সাহসিকতাৰ প্ৰশংসা প্ৰধানমন্ত্ৰীৰ

October 2, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d