Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    সৰভোগত নকল সোণৰ নাওঁসহ চাৰি সৰবৰাহকাৰী আটক

    ৰে’লৰ মুখামুখি সংঘৰ্ষ! গুৰুত্বৰভাৱে আহত ১৭ জন

    পশ্চিম বংগ বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়!

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    Basistha Police:বশিষ্ঠ আৰক্ষীৰ জালত চিলনী চোৰ

    Amritpal Singh :ডিব্ৰুগড় কাৰাগাৰাত পুনৰ গ্ৰেপ্তাৰ অমৃতপাল সিঙক

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

    সুৰ সম্ৰাজ্ঞী আশা ভোছলেৰ দেহাৱসান, সংগীত জগতত শোকৰ ছাঁ

    নীতিশ তিৱাৰী পৰিচালিত বহু প্রতীক্ষিত ‘ৰামায়ণ’ৰ চাৰি হেজাৰ কোটি টকাৰে নিৰ্মিত নীতিশ তিৱাৰীৰ ‘ৰামায়ণ’ৰ টীজাৰ মুক্তি

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ব্যায়ামৰ পাছত প্ৰ’টিন খোৱাৰ উপযুক্ত সময়

    ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

    ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

    পশু কিষাণ ক্রেডিট কার্ড আঁচনিৰ সবিশেষ

    পশু কিষাণ ক্রেডিট কার্ড আঁচনিৰ সবিশেষ

    গৰমতো আকর্ষণীয় হৈ থাকিবলৈ কি কৰিব ?

    গৰমতো আকর্ষণীয় হৈ থাকিবলৈ কি কৰিব ?

    আপোনাৰ দামী সুগন্ধিৰ গোন্ধ নাইকিয়া হয়?

    ইউটিউবত কন্টেন্ট ক্রিয়েটৰৰ উপাৰ্জনৰ সাতটা গোপন কথা জানি লওক

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

অসমৰ জনগোষ্ঠীয় সংস্কৃতিক সুৰক্ষিত কৰিছে চৰকাৰে : মন্ত্ৰী ৰঞ্জিত কুমাৰ দাস

পাকা সৰিহ আঞ্চলিক বাথৌ সমিতিৰ সোণালী জয়ন্তী উৎসৱৰ সামৰণি

publisher by publisher
April 8, 2022
in Assam, India, News
Reading Time: 1 min read
0
অসমৰ জনগোষ্ঠীয় সংস্কৃতিক সুৰক্ষিত কৰিছে চৰকাৰে : মন্ত্ৰী ৰঞ্জিত কুমাৰ দাস
2
SHARES
19
VIEWS
ShareShareShareShare

“অসমৰ ভিন্ন জনগোষ্ঠীয় ধৰ্ম-সংস্কৃতিবোৰ অসমৰ জাতীয় অস্তিত্ব । অসমৰ জনগোষ্ঠীয় সংস্কৃতিক সুৰক্ষিত কৰিছে অসম চৰকাৰে । অসমৰ বৰ্ণাঢ্য জনগোষ্ঠীয় ধৰ্ম-সংস্কৃতিক সুৰক্ষিত কৰি অসমৰ জাতীয় অস্তিত্বক স্থায়ী ৰূপত প্ৰতিষ্ঠা কৰাৰ উদ্দেশ্যে চৰকাৰে উদ্যোগ গ্ৰহণ কৰিছে ।” এইদৰে কয় অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে কালি সামৰণি পৰা বজালী জিলাৰ আমদহ-জামগুৰিৰ বাথৌ থানসালিত উদ্‌যাপিত পাকা সৰিহ আঞ্চলিক বাথৌ সমিতিৰ সোণালী জয়ন্তী উৎসৱৰ মুকলি সভাৰ বিশিষ্ট অতিথিৰ ভাষণত ।

ADVERTISEMENT

মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে তেওঁৰ ভাষণত বাথৌ ধৰ্ম আৰু বাথৌ মহাসভাই বড়ো জনগোষ্ঠীক বহু আগুৱাই নিয়া বুলিও কয় । পাকা সৰিহ আঞ্চলিক বাথৌ সমিতিৰ সভাপতি বীৰেণ দৈউৰীৰ সভাপতিত্বত অনুষ্ঠিত মুকলি সভাত মুখ্য অতিথিৰ ভাষণত নিখিল বাথৌ মহাসভাৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক বসন্ত স্বৰ্গীয়াৰীয়ে বাথৌ ধৰ্মৰ তাৎপৰ্যপূৰ্ণ বাখ্যা কৰে ।

RelatedPosts

গড়ল বুনিয়াদী প্ৰাথমিক বিদ্যালয়ত ভোটদান মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

বিহু-দুৰ্গা পূজাত বিনামূলীয়া LPG চিলিণ্ডাৰঃ ৰাইজক ডাঙৰ উপহাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

বৰাকত বিজেপিয়ে ন খনৰ পৰা ১১ খন আসন লাভ কৰিব

সভাত বড়ো কছাৰী স্বায়ত্বশাসিত উন্নয়ন পৰিষদৰ কাৰ্যবাহী সদস্য মহীপাল বড়ো, কটন বিশ্ববিদ্যালয়ৰ সহকাৰী অধ্যাপক ড° মৃদুলা বড়ো, বিটিচিৰ প্ৰাক্তন এমচিএলএ মাখন স্বৰ্গীয়াৰী, জিকেবি মহাবিদ্যালয়ৰ অধ্যক্ষ তথা নিখিল বাথৌ মহাসভাৰ কেন্দ্ৰীয় মহিলা কোষৰ উপদেষ্টা জুনু স্বৰ্গীয়াৰী, প্ৰাক্তন ছাত্ৰ নেতা ধৰ্মেশ্বৰ ৰয়ে সন্মানীয় অতিথিৰূপে বক্তৃতা প্ৰদান কৰে । লগতে স্বৌৰাং মঞ্জু থিয়েটাৰৰ প্ৰযোজক চন্দ্ৰকান্ত মুছাহাৰী, নিখিল বাথৌ মহাসভাৰ কেন্দ্ৰীয় উপদেষ্টা নীলকান্ত বড়ো, বৰপেটা-বাগ্‌সা জিলা সমিতিৰ সভাপতি বিদ্যাধৰ দৈমাৰী, পাঠশালা সামূহিক স্বাস্থ্য কেন্দ্ৰৰ মহকুমা চিকিৎসা বিষয়া ডাঃ দেৱজিৎ চৌধুৰীকে ধৰি কে’বাগৰাকীও বিশিষ্ট ব্যক্তি অতিথিৰূপে উপস্থিত থাকে ।

সভাখন আৰম্ভণিতে উদ্বোধন কৰে বাগ্‌সা জিলা বিদ্যালয়সমূহৰ পৰিদৰ্শক ভবেন দেউৰীয়ে । পাঁচ এপ্ৰিলৰ পৰা তিনিদিনীয়াকৈ অনুষ্ঠিত সোণালী জয়ন্তী উৎসৱত বড়োসকলৰ পৰম্পৰা ধৰ্মীয় সাংস্কৃতি, বড়ো লোক সংস্কৃতি প্ৰদৰ্শন, স্মৰণিকা উন্মোচন, আলোচনাচক্ৰ, সমূহীয়াকৈ বাথৌ আৰজ পৰিবেশন আদি বৰ্ণাঢ্য কাৰ্যসূচী ৰূপায়িত হয়‌ ।

কালি নিশাৰ ভাগত সা্স্কৃতিক অনুষ্ঠানেৰে তিনিদিনীয়া সোণালী জয়ন্তী উৎসৱৰ সামৰণি পৰে ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: Himanta Biswa SarmaRanjeet Kumar DassRONGALI BIHU
publisher

publisher

Related Posts

সৰভোগত নকল সোণৰ নাওঁসহ চাৰি সৰবৰাহকাৰী আটক
News

April 23, 2026
ৰে’লৰ মুখামুখি সংঘৰ্ষ! গুৰুত্বৰভাৱে আহত ১৭ জন
News

ৰে’লৰ মুখামুখি সংঘৰ্ষ! গুৰুত্বৰভাৱে আহত ১৭ জন

April 23, 2026
পশ্চিম বংগ বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়!
India

পশ্চিম বংগ বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়!

April 23, 2026
৩০ বছৰ বয়সতে সকলো শেষ ! 
News

৩০ বছৰ বয়সতে সকলো শেষ ! 

April 23, 2026
Basistha Police:বশিষ্ঠ আৰক্ষীৰ জালত চিলনী চোৰ
News

Basistha Police:বশিষ্ঠ আৰক্ষীৰ জালত চিলনী চোৰ

April 23, 2026
Amritpal Singh :ডিব্ৰুগড় কাৰাগাৰাত পুনৰ গ্ৰেপ্তাৰ অমৃতপাল সিঙক
News

Amritpal Singh :ডিব্ৰুগড় কাৰাগাৰাত পুনৰ গ্ৰেপ্তাৰ অমৃতপাল সিঙক

April 23, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d